দুজনকৈ গো-মাফিয়াৰ গ্ৰেপ্তাৰৰ পাছতো ৰাজ্যত অব্যাহত গৰুৰ ছিণ্ডিকেট। কাৰ্বি-আংলঙত ৩৩ গৰুসহ ৬ মহেন্দ্ৰ পিক্ আপ্ জব্দ। দক্ষিণ শালমাৰাত জব্দ ৫০টা গৰু, নাও। এজন আটক।