• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
‘বিগত ৬ বছৰে মোক শান্তি দিয়া নাই’ কাৰ বিৰুদ্ধে এই অভিযোগ মন্দানাৰ?

‘বিগত ৬ বছৰে মোক শান্তি দিয়া নাই’ কাৰ বিৰুদ্ধে এই অভিযোগ মন্দানাৰ?

3 weeks ago
সাৱধান বিশ্ববাসী! ভয়ংকৰ পৰিস্থিতিৰ বাবে সাজু হোৱাৰ সময় এয়া

সাৱধান বিশ্ববাসী! ভয়ংকৰ পৰিস্থিতিৰ বাবে সাজু হোৱাৰ সময় এয়া

33 minutes ago
১০০০ টকা পৰ্যন্ত হ’ব পাৰে প্ৰতি লিটাৰ পেট্ৰ’লৰ দাম

১০০০ টকা পৰ্যন্ত হ’ব পাৰে প্ৰতি লিটাৰ পেট্ৰ’লৰ দাম

52 minutes ago
পিতৃ পক্ষৰ আগতে ঘৰৰ পৰা আঁতৰাওক এই ৫ বিধ বস্তু

পিতৃ পক্ষৰ আগতে ঘৰৰ পৰা আঁতৰাওক এই ৫ বিধ বস্তু

1 hour ago
নাবালিকাক শাৰীৰিক নি*ৰ্যাতন, জ্ব*লিছে বিহাৰ

নাবালিকাক শাৰীৰিক নি*ৰ্যাতন, জ্ব*লিছে বিহাৰ

1 hour ago
নিবনুৱাসকলৰ বাবে গুৰুত্বপূৰ্ণ খবৰ

নিবনুৱাসকলৰ বাবে গুৰুত্বপূৰ্ণ খবৰ

2 hours ago
CSKৰ মুখ্য প্ৰশিক্ষকৰ দায়িত্ব কিয় দিয়া হ’ল জাহিৰ খানক?

CSKৰ মুখ্য প্ৰশিক্ষকৰ দায়িত্ব কিয় দিয়া হ’ল জাহিৰ খানক?

3 hours ago
চামগুৰিত প্ৰাক্ নিৰ্বাচনী হিং*সা, গৌৰৱ গগৈৰ বাহনলৈ শিলগুটি নিক্ষেপ কাৰ?

চামগুৰিত প্ৰাক্ নিৰ্বাচনী হিং*সা, গৌৰৱ গগৈৰ বাহনলৈ শিলগুটি নিক্ষেপ কাৰ?

4 hours ago
খুচুৰা দিব নোৱাৰৰ বাবেই অটোৱালাক হ*ত্যা!

খুচুৰা দিব নোৱাৰৰ বাবেই অটোৱালাক হ*ত্যা!

5 hours ago
PGৰ ভিতৰত দেহ ব্যৱসায়! আৰক্ষীৰ জোৰদাৰ অভিযান

PGৰ ভিতৰত দেহ ব্যৱসায়! আৰক্ষীৰ জোৰদাৰ অভিযান

6 hours ago
সোৱণশিৰিত পূজা দিবলৈ গৈ অঘটন, সন্ধানহীন দুই ভাতৃ

সোৱণশিৰিত পূজা দিবলৈ গৈ অঘটন, সন্ধানহীন দুই ভাতৃ

7 hours ago
Indian Railways: ১ ​​নৱেম্বৰৰ পৰা সম্পূৰ্ণ বিনামূলীয়া ৰে’ল যাত্ৰা! কোনে কোনে পাব এই সুবিধা?

Indian Railways: ১ ​​নৱেম্বৰৰ পৰা সম্পূৰ্ণ বিনামূলীয়া ৰে’ল যাত্ৰা! কোনে কোনে পাব এই সুবিধা?

8 hours ago
মাত্ৰ ৫৫৫ দিনৰ FD ৫ লাখ টকা, দেশৰ ৭ টা ডাঙৰ বেংকৰ ডাঙৰ অফাৰ!

মাত্ৰ ৫৫৫ দিনৰ FD ৫ লাখ টকা, দেশৰ ৭ টা ডাঙৰ বেংকৰ ডাঙৰ অফাৰ!

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, September 21, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন

‘বিগত ৬ বছৰে মোক শান্তি দিয়া নাই’ কাৰ বিৰুদ্ধে এই অভিযোগ মন্দানাৰ?

'কেৰিয়াৰ, ব্যক্তিগত জীৱন ধ্বংস কৰিব বিচাৰিছে'

editor by editor
September 1, 2026
in ক্ৰীড়া, বিনোদন, বিবিধ, ভাৰত, সংগীত
0
‘বিগত ৬ বছৰে মোক শান্তি দিয়া নাই’ কাৰ বিৰুদ্ধে এই অভিযোগ মন্দানাৰ?
0
SHARES
262
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বলীউডৰ অভিনেত্ৰী তথা ‘বিগ বছ ৯’ৰ দ্বিতীয় ৰানাৰ্ছ আপ মন্দানা কৰিমীৰ জীৱনত অন্ধকাৰ অধ্যায় নামি আহিছে নেকি? বিগত প্ৰায় ৬ বছৰ ধৰি এজন অচিনাকি নজৰদাৰীয়ে তেওঁক অনুসৰণ কৰাৰ লগতে তেওঁৰ কেৰিয়াৰ আৰু ব্যক্তিগত জীৱন ধ্বংস কৰাৰ চেষ্টা চলাই অহাৰ অভিযোগ কৰিছে অভিনেত্ৰীগৰাকীয়ে। শেহতীয়াকৈ ইনষ্টাগ্ৰামত কেইবাটাও ভিডিঅ’ আৰু স্ক্ৰীণশ্বট শ্বেয়াৰ কৰি মন্দানাই এই চাঞ্চল্যকৰ দাবী কৰিছে। তেওঁৰ অভিযোগ অনুসৰি, অচিনাকি এজন ব্যক্তিয়ে তেওঁৰ প্ৰযোজক, সহ-অভিনেতা আৰু বন্ধু-বান্ধৱীলৈ আপত্তিজনক ই-মেইল আৰু বাৰ্তা প্ৰেৰণ কৰি আহিছে। এই বাৰ্তাসমূহৰ জৰিয়তে মন্দানাৰ পৰা আঁতৰি থাকিবলৈ লোকসকলক কোৱা হৈছে। অভিনেত্ৰীগৰাকীৰ দাবী, এই সমগ্ৰ ঘটনাৰ মূল উদ্দেশ্য হৈছে বলীউডত তেওঁৰ সুনাম নষ্ট কৰা আৰু তেওঁ যাতে নতুন কাম নাপায়, তাৰ বাবে বাধা সৃষ্টি কৰা।

এটা ভিডিঅ’ত নিজৰ ক্ষোভ আৰু দুখ প্ৰকাশ কৰি মন্দানাই কয় যে তেওঁৰ বিচ্ছেদৰ পিছৰে পৰা এই সমস্যা চলি আছে। যোৱা ছয় বছৰ ধৰি কোনো এজন ষ্টাকাৰে তেওঁক হাৰাশাস্তি কৰি আহিছে বুলি তেওঁ দাবী কৰে। মন্দানাৰ মতে, অচিনাকি একাউণ্টৰ পৰা তেওঁৰ প্ৰযোজক আৰু সহ-অভিনেতাসকললৈ বাৰ্তা পঠিওৱা হয়। আনকি তেওঁলোকক মন্দানাৰ পৰা আঁতৰি থাকিবলৈও কোৱা হয়। অভিনেত্ৰীগৰাকীয়ে প্ৰশ্ন কৰে—কোনে তেওঁক ইমান ঘৃণা কৰে যে তেওঁৰ কাম, উপাৰ্জন আৰু কেৰিয়াৰ সকলো শেষ কৰি দিব বিচাৰে?

মন্দানাই প্ৰকাশ কৰা অনুসৰি, প্ৰায় ৪ বছৰ পূৰ্বে তেওঁ বিষয়টোৰ সত্যতা জানিবলৈ এজন ব্যক্তিগত তদন্তকাৰীৰ সহায় লৈছিল। তদন্তৰ সময়ত কোনোবাই তেওঁৰ ছ’চিয়েল মিডিয়া একাউণ্টসমূহ ২৪ ঘণ্টাই নিৰীক্ষণ কৰিবলৈ এজন পেছাদাৰী হেকাৰক নিয়োগ কৰাৰ তথ্য পোৱা গৈছিল বুলি তেওঁ দাবী কৰে। তেওঁৰ অভিযোগ অনুসৰি, মন্দানাৰ সৈতে যোগাযোগ কৰা বা তেওঁৰ ছ’চিয়েল মিডিয়া পোষ্টত টেগ কৰা লোকসকলেও ‘মীনাক্ষী’ নাম ব্যৱহাৰ কৰা এটা অচিনাকি ই-মেইল একাউণ্টৰ পৰা বাৰ্তা লাভ কৰিছিল।

মন্দানাই কয় যে তেওঁ ভাৰত এৰি ডুবাইত বসতি স্থাপন কৰাৰ পিছতো এই সমস্যাৰ অন্ত পৰা নাই। তেওঁৰ দাবী অনুসৰি, ভাৰতত থকা তেওঁৰ বন্ধুসকললৈ এতিয়াও এনে ইমেইল আহি আছে। অভিনেত্ৰীগৰাকীৰ অভিযোগ, কোনোবাই পৰিকল্পিতভাৱে তেওঁৰ নাম, সুনাম আৰু কেৰিয়াৰ ধ্বংস কৰাৰ চেষ্টা চলাই আছে। এই ঘটনাক লৈ তেওঁ উদ্বেগ প্ৰকাশ কৰাৰ লগতে ভাৰতীয় আৰক্ষীৰ পৰা পৰ্যাপ্ত সহায় নোপোৱাৰো অভিযোগ উত্থাপন কৰিছে। অৱশ্যে, মন্দানাই কৰা এই অভিযোগসমূহৰ আঁৰত প্ৰকৃততে কোন আছে, সেয়া এতিয়াও স্পষ্ট হোৱা নাই। ‘মীনাক্ষী’ নামৰ ইমেইল একাউণ্টটো কোনে ব্যৱহাৰ কৰিছে বা ষ্টাকাৰজনৰ পৰিচয় কি, সেই বিষয়েও কোনো নিশ্চিত তথ্য পোহৰলৈ অহা নাই।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24Bollywood
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

সাৱধান বিশ্ববাসী! ভয়ংকৰ পৰিস্থিতিৰ বাবে সাজু হোৱাৰ সময় এয়া
বিবিধ

সাৱধান বিশ্ববাসী! ভয়ংকৰ পৰিস্থিতিৰ বাবে সাজু হোৱাৰ সময় এয়া

September 21, 2026
পিতৃ পক্ষৰ আগতে ঘৰৰ পৰা আঁতৰাওক এই ৫ বিধ বস্তু
জীৱনশৈলী

পিতৃ পক্ষৰ আগতে ঘৰৰ পৰা আঁতৰাওক এই ৫ বিধ বস্তু

September 21, 2026
নাবালিকাক শাৰীৰিক নি*ৰ্যাতন, জ্ব*লিছে বিহাৰ
অপৰাধ

নাবালিকাক শাৰীৰিক নি*ৰ্যাতন, জ্ব*লিছে বিহাৰ

September 21, 2026
নিবনুৱাসকলৰ বাবে গুৰুত্বপূৰ্ণ খবৰ
নিয়োগ

নিবনুৱাসকলৰ বাবে গুৰুত্বপূৰ্ণ খবৰ

September 21, 2026
Next Post
CSKৰ পৰৱৰ্তী মুখ্য প্ৰশিক্ষকৰ দৌৰত ৰাহুল দ্ৰাৱিড়

CSKৰ পৰৱৰ্তী মুখ্য প্ৰশিক্ষকৰ দৌৰত ৰাহুল দ্ৰাৱিড়

জীৱন-মৃত্যুৰে খেলা কৰি বিদ্যালয়লৈ কণমানিৰ ছাত্ৰ-ছাত্ৰীৰ বিপদসংকুল যাত্ৰা

জীৱন-মৃত্যুৰে খেলা কৰি বিদ্যালয়লৈ কণমানিৰ ছাত্ৰ-ছাত্ৰীৰ বিপদসংকুল যাত্ৰা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.