• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
দুমাহ ধৰি সন্ধানহীন জেক মা

দুমাহ ধৰি সন্ধানহীন জেক মা

6 years ago
মহানগৰীত একাংশ নিচামুক্তি কেন্দ্ৰত চলে কি?

মহানগৰীত একাংশ নিচামুক্তি কেন্দ্ৰত চলে কি?

20 minutes ago
২০ কোটি ডিগ্ৰী উত্তাপৰ প্লাজমা! সূৰ্যৰ দৰে শক্তি তৈয়াৰ কৰাৰ দৌৰত ভাৰত!

২০ কোটি ডিগ্ৰী উত্তাপৰ প্লাজমা! সূৰ্যৰ দৰে শক্তি তৈয়াৰ কৰাৰ দৌৰত ভাৰত!

1 hour ago
আজি এই দুই ৰাশি লোকে পাব বাম্পাৰ লাভ

আজি এই দুই ৰাশি লোকে পাব বাম্পাৰ লাভ

2 hours ago
আজি ভাগ্যৰ দুৱাৰ মুকলি হ’ব এই ৰাশিৰ জাতক-জাতিকাৰ, পাব অপৰিসীম সুখ!

আজি ভাগ্যৰ দুৱাৰ মুকলি হ’ব এই ৰাশিৰ জাতক-জাতিকাৰ, পাব অপৰিসীম সুখ!

7 hours ago
দৈনিক ৰাশিফল- কেনে যাব আজি ৯ ছেপ্টেম্বৰৰ দিনটো, সাৱধান হ’ব পৰিয়ালত মতানৈক্যৰ সম্ভাৱনা

আজি কোন ৰাশিৰ কেনে যাব দিনটো? ভাগ্যই দেখুৱাব নতুন ৰূপ!

7 hours ago
১০ কেজি সোণ লৈ উধাও চোৰ, লগতে নিলে ১৫ লাখ টকা

১০ কেজি সোণ লৈ উধাও চোৰ, লগতে নিলে ১৫ লাখ টকা

16 hours ago
‘নিজৰ ভুলৰ মূল্য ভৰিছোঁ’-যান-জঁটত আৱদ্ধ নীতিন গাডকাৰীৰ অকপট স্বীকাৰোক্তি

‘নিজৰ ভুলৰ মূল্য ভৰিছোঁ’-যান-জঁটত আৱদ্ধ নীতিন গাডকাৰীৰ অকপট স্বীকাৰোক্তি

16 hours ago
এইকেইটা ৰাশিৰ লোকৰ বাঢ়িব আত্মবিশ্বাস

এইকেইটা ৰাশিৰ লোকৰ বাঢ়িব আত্মবিশ্বাস

16 hours ago
৬৬ কেজিৰ সোণ-৩৩৫কেজি ৰূপেৰে নিৰ্মিত গণেশৰ মূৰ্তি

৬৬ কেজিৰ সোণ-৩৩৫কেজি ৰূপেৰে নিৰ্মিত গণেশৰ মূৰ্তি

17 hours ago
ভাৰতো আছিল লাডেনৰ টাৰ্গেটত! CIAৰ নথিত চাঞ্চল্যকৰ তথ্য

ভাৰতো আছিল লাডেনৰ টাৰ্গেটত! CIAৰ নথিত চাঞ্চল্যকৰ তথ্য

17 hours ago
ৰাজনৈতিক নেতাৰ বাকযুদ্ধত গৰম ৰাজ্যৰ ৰাজনীতি

ৰাজনৈতিক নেতাৰ বাকযুদ্ধত গৰম ৰাজ্যৰ ৰাজনীতি

18 hours ago
মুখ্যমন্ত্ৰীৰ নিৰ্দেশনাক ভেঙুচালি কৰা মকবুলৰ মৰসাহ

মুখ্যমন্ত্ৰীৰ নিৰ্দেশনাক ভেঙুচালি কৰা মকবুলৰ মৰসাহ

18 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, September 15, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিশ্ব

দুমাহ ধৰি সন্ধানহীন জেক মা

editor by editor
January 4, 2021
in বিশ্ব
0
দুমাহ ধৰি সন্ধানহীন জেক মা
0
SHARES
225
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ চীনৰ বিলিয়নাৰ তথা আলী বাবা এণ্ড গ্ৰুপৰ স্বত্বাধিকাৰী জেক মা বিগত দুমাহ ধৰি সন্ধানহীন। চীনৰ ৰাষ্ট্ৰপতি জি জিনপিঙৰ চকুৰ কুটা হোৱাৰ পাছতেই তেওঁক আৰু কোনো ৰাজহুৱা অনুষ্ঠানত দেখা পোৱা নাই। তথাপিও তেওঁৰ কোম্পানীসমূহত ধাৰাবাহিক কাম চলি আছে। জেক মা এইদৰে নিখোজ হোৱাৰ পাছত অনেকে অনেক সন্দেহ কৰিছে। চীনৰ এই বিখ্যাত ব্যৱসায়ীক বিভিন্ন অনুষ্ঠানত বক্তা হিচাপে দেখা পোৱা যায়। জেক মা মটিভেচনেল ভাষণ দিয়াৰ  বাবে যুৱ সমাজৰ মাজত খুবেই জনপ্ৰিয়। বিগত বছৰত তেওঁ চাংহাইত এটা অনুষ্ঠানত সুদখোৰ আৰ্থিক নিয়ন্ত্ৰক আৰু পাব্লিক ছেক্টৰৰ বেংকসমূহত বেংকসমূহক তীব্ৰ সমালোচনা কৰিছিল। তেওঁ চৰকাৰৰ ওচৰত আৱেদন জনাইছিল যে ছিষ্টেমত পৰিৱৰ্তন  অনা দৰকাৰ যাতে ব্যৱসায়ত নতুন সামগ্ৰিক প্ৰৱৰ্তনৰ প্ৰচেষ্টা দমন নহয়। তেওঁ বেংকৰ নিয়মসমূহক বয়োজ্যেষ্ঠৰ ক্লাব বুলি কৈছিল। আৰু তেওঁৰ সেই ভাষণৰ পাছতে চীনৰ ক্ষমতাত থকা কমিউনিষ্ট পাৰ্টী ক্ষোভত ফাটি পৰিছিল। জেক মাৰ এই ভাষণ কমিউনিষ্ট পাৰ্টীৰ ওপৰত আক্ৰমণ বুলি গণ্য কৰা হৈছিল। ইয়াৰ পাছতে জেক মাৰ সমস্যাৰ দিন আৰম্ভ হয়। তেওঁৰ ব্যৱসায়ৰ বিৰুদ্ধে নানাধৰণৰ তদন্ত আৰম্ভ হয়। বিগত বছৰৰ নৱেম্বৰ মাহত তেওঁ এণ্ট গ্ৰুপৰ ৩৭ বিলিয়ন ডলাৰৰ আই পি অ’ নিষিদ্ধ কৰি দিয়ে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: alibabaasom live 24assam live 24axom live 24
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ভাৰতো আছিল লাডেনৰ টাৰ্গেটত! CIAৰ নথিত চাঞ্চল্যকৰ তথ্য
ভাৰত

ভাৰতো আছিল লাডেনৰ টাৰ্গেটত! CIAৰ নথিত চাঞ্চল্যকৰ তথ্য

September 14, 2026
নিজতকৈ ১৬ বছৰেই ডাঙৰ যুৱতীক হ*ত্যা যুৱকৰ
অপৰাধ

নিজতকৈ ১৬ বছৰেই ডাঙৰ যুৱতীক হ*ত্যা যুৱকৰ

September 14, 2026
কেৱল হেয়াৰ ষ্টাইলতেই ভাৰতীয় মুদ্ৰাত ব্যায় কোটি কোটি টকা
বিশ্ব

কেৱল হেয়াৰ ষ্টাইলতেই ভাৰতীয় মুদ্ৰাত ব্যায় কোটি কোটি টকা

September 14, 2026
ভিয়েটনামত অজগৰে এগৰাকী কিশোৰীক গিলি পেলোৱা ভিডিঅ’টোৰ সত্যতা কিমান?
প্ৰযুক্তি

ভিয়েটনামত অজগৰে এগৰাকী কিশোৰীক গিলি পেলোৱা ভিডিঅ’টোৰ সত্যতা কিমান?

September 12, 2026
Next Post
যাদু! মুহূৰ্ততে নাইকিয়া হয় কাগজত লিখা আখৰ

যাদু! মুহূৰ্ততে নাইকিয়া হয় কাগজত লিখা আখৰ

উপহাৰ নাপাই বিবাহ ভংগ কইনাৰ

উপহাৰ নাপাই বিবাহ ভংগ কইনাৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.