প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ সপোন নহ’ল সাৰ্থক। মুখ্যমন্ত্ৰীগৰাকীয়ে মুকলি কৰা আধাৰশিলা আৱৰিছে হাবি-জংঘলেৰে। ১৪ হাজাৰ কোটিৰ আঁচনি পৰিণত হৈছে ভালুকৰ সাঙীত।