প্ৰয়াত তৰুণ গগৈৰ স্মৃতিৰ মাজত চৰ্চিত এজোপা বৃক্ষ। নিজ হাতে ৰোপণ কৰা গছজোপাই আজিও কঢ়িয়াই আছে গগৈৰ স্মৃতি।