অসম লাইভ ২৪ঃ আপুনি সমগ্ৰ জীৱন নিজৰ যৌৱন ধৰি ৰাখিব বিচাৰে নেকি? সেয়াও এতিয়াও সম্ভৱ। কথাটো শুনি বিশ্বাস নহ’লেও এয়াই সত্য। বিজ্ঞানীয়ে এইবাৰ এনেধৰণৰ ঔষধ আৱিষ্কাৰ কৰিছে যি ঔষধ খালে আপুনি সমগ্ৰ জীৱনত যৌৱন ধৰি ৰাখিব পাৰিব। কাৰণ এই ঔষধে মন্থৰ কৰিব দিব আপোনাৰ বৃদ্ধৰ স্বাভাৱিক গতি। এই ঔষধ খালে আপুনি একেবাৰে ২৫ বছৰ পর্যন্ত কমি যাব বয়স। প্ৰায়সংখ্যক লোকৰে হয় যে বয়স বাঢ়িলে আত্মবিশ্বাসো কমি যায়। কিন্তু এতিয়া সেই ঔষধ খালে আত্মবিশ্বাস কমি নাযায়। এই ঔষধক লৈ গৱেষণা কৰিছে Tel aviv university and shamir medical center-এ। অক্সিজেন প্ৰক্ৰিয়াৰ জৰিয়তে এই বয়স কমাব পাৰে বুলি বিজ্ঞানীসকলে দাবী কৰিছে। বয়সৰ কমাৰ লগতে ৰোগ-ব্যাধিও কমি যায় বুলি দাবী কৰিছে বিজ্ঞানীয়ে। প্ৰকৃততে মানুহৰ বয়স বৃদ্ধিৰ স্বাভাৱিক প্ৰক্ৰিয়াটোক কমাই দিয়ে এই ঔষধে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ