বৰপেটাৰ জনস্বাস্থ্য কাৰিকৰী বিভাগত ৩০০ কোটি টকাৰ কেলেংকাৰি। বিভিন্ন আঁচনিৰ ধন কাম নকৰাকৈ কাৰ্যবাহী অভিযন্তা, কনিষ্ঠ অভিযন্তা আৰু একাংশ NGOই হৰলুকী কৰাৰ গুৰুতৰ অভিযোগ।