অসম লাইভ ২৪ঃ ৰাম মন্দিৰৰ ভূমি পূজনৰ কাউণ্ট-ডাউন আৰম্ভ। ৫ আগষ্টত অনুষ্ঠিত হ’ব ৰাম মন্দিৰৰ ভূমি পূজন। ৩ আগষ্টৰ পৰাই আৰম্ভ হ’ব প্ৰাৰম্ভিক কাৰ্যসূচী। তদুপলক্ষে তৈয়াৰ কৰা হৈছে বুন্দিয়াৰ লাড়ু। ভক্তৰ বাবে তৈয়াৰ কৰা হৈছে ১ লাখ ১১ হাজাৰ বুন্দিয়া লাড়ু। বিশুদ্ধ দেশী ঘিউৰে তৈয়াৰ কৰা হৈছে বুন্দিয়া লাড়ু। তদুপৰি অনুষ্ঠানৰ মণ্ডপ হ’ব ৱাটাৰ প্ৰুফ। ২০০ লোক বহিব পাৰিব মূল মণ্ডপত।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ