• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মডেল-অভিনেত্ৰীক ধৰ্ষণ

মডেল-অভিনেত্ৰীক ধৰ্ষণ

6 years ago
social media

Workplace Jealousy: অফিচৰ ঈৰ্ষা কৰা সহকৰ্মীৰ পৰা সাৱধান! লক্ষণসমূহ দেখিলেই আঁতৰি থাকক

24 minutes ago
ৰাণু মণ্ডলক মনত আছেনে? এতিয়া হ’ল  নতুন ঘৰৰ মালিকনী!

ৰাণু মণ্ডলক মনত আছেনে? এতিয়া হ’ল নতুন ঘৰৰ মালিকনী!

1 hour ago
কম বয়সত হাৰ্ট এটেক, এই ৫ টা অভ্যাসে বিপদ মাতিব আপোনাৰ!

গৰমত বৃদ্ধি পায় নেকি হাৰ্ট এটেকৰ সমস্যা, অৱহেলা নকৰিব এইবোৰ লক্ষণ!

2 hours ago
Foul Breath: দাঁত ব্ৰাছ কৰাৰ পিছতো মুখৰ দুৰ্গন্ধ? আঁৰত আছে ডাঙৰ কাৰণ

Foul Breath: দাঁত ব্ৰাছ কৰাৰ পিছতো মুখৰ দুৰ্গন্ধ? আঁৰত আছে ডাঙৰ কাৰণ

15 hours ago
১৩ ছেপ্তেম্বৰ ভাগ্যৰ দুৱাৰ খুলিব ৫ ৰাশিৰ! লাভৰ লগতে পাব সুখবৰ

১৩ ছেপ্তেম্বৰ ভাগ্যৰ দুৱাৰ খুলিব ৫ ৰাশিৰ! লাভৰ লগতে পাব সুখবৰ

16 hours ago
Neena Gupta: ‘হয়, মই গৰ্ভৱতী!’ নীনা গুপ্তাই এয়া কি দিলে?

Neena Gupta: ‘হয়, মই গৰ্ভৱতী!’ নীনা গুপ্তাই এয়া কি দিলে?

16 hours ago
এল পি জি সংযোগ কেনেকৈ স্থানান্তৰ কৰিব? ঘৰ সলনি কৰিলে নকৰিব ভুল!

এল পি জি সংযোগ কেনেকৈ স্থানান্তৰ কৰিব? ঘৰ সলনি কৰিলে নকৰিব ভুল!

17 hours ago
উত্তৰ-পূব ভাৰতৰ প্ৰথম ৰাজ্য কোনখন? ৯৯% লোকে নাজানে সঠিক উত্তৰ

উত্তৰ-পূব ভাৰতৰ প্ৰথম ৰাজ্য কোনখন? ৯৯% লোকে নাজানে সঠিক উত্তৰ

17 hours ago
মেষ ৰাশিকে ধৰি এই ৪ ৰাশি সাৱধান, আহি আছে ডাঙৰ বিপদ!

১৩ ছেপ্তেম্বৰত সলনি হ’ব বুধৰ গতি, ৩ ৰাশিত হ’ব ধনৰ বৰষুণ!

18 hours ago
সিদ্ধান্ত লোৱাৰ পূৰ্বে নকৰিব দৌৰাদৌৰি, কাইলৈ বিপদত পৰিব পাৰে ৩ ৰাশি!

কাইলৈ সাৱধান ৩ ৰাশি! আপোনাৰ বাবে কেনেকুৱা হ’ব দেওবাৰৰ দিনটো জানক

18 hours ago
১৯ ছেপ্তেম্বৰ তাৰিখে গাড়ীৰ ভাড়া বিনামূলীয়া! কিয় এই সিদ্ধান্ত মণ্টু কলিতাৰ?

১৯ ছেপ্তেম্বৰ তাৰিখে গাড়ীৰ ভাড়া বিনামূলীয়া! কিয় এই সিদ্ধান্ত মণ্টু কলিতাৰ?

19 hours ago
ৰুদ্ৰাক্ষই সলাব জীৱন! আপোনাক কেনেকৈ প্ৰভাৱিত কৰিব জানক

ৰুদ্ৰাক্ষই সলাব জীৱন! আপোনাক কেনেকৈ প্ৰভাৱিত কৰিব জানক

19 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, September 13, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অপৰাধ

মডেল-অভিনেত্ৰীক ধৰ্ষণ

থানাত গোচৰ তৰিলে

editor by editor
July 10, 2020
in অপৰাধ
0
মডেল-অভিনেত্ৰীক ধৰ্ষণ
13
SHARES
187
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ আকৌ এটা ধৰ্ষণৰ ঘটনা। এইবাৰ ধৰ্ষণৰ বলি হ’ল এগৰাকী মডেল-অভিনেত্ৰী। ২৬ বছৰীয়া অভিনেত্ৰীগৰাকীয়ে তেওঁৰে বন্ধুই ধৰ্ষণ কৰাৰ অভিযোগ আনিছে। কেইবাখনো জনপ্ৰিয় টিভি ধাৰাবাহিকত অভিনয় কৰা অভিনেত্ৰীগৰাকী ফ্লেটত অকলে বাস কৰে। ইয়াৰে সুযোগ লৈ অভিনেত্ৰীগৰাকীক বলাৎকাৰ কৰে যুৱক এজনে। অভিনেত্ৰীগৰাকীয়ে আৰক্ষীক দিয়া এজাহাৰত উল্লেখ কৰিছে যে ধৰ্ষণকাৰী তেওঁৰ পূৰ্বৰ চিনাকি। বুধবাৰে মডেলগৰাকীৰ ফ্লেটলৈ আহিছিল যুৱকজন। লকডাউনৰ বাবে ঘৰৰ পৰা টকা নহাৰ বাবে অভিনেত্ৰীগৰাকীৰ পৰা কিছু টকা ঋণ ল’ব বিচাৰিছিল বন্ধুৰূপী যুৱকজনে। কিন্তু পইচা নিয়াৰ ছলেৰে অভিনেত্ৰীগৰাকীৰ ফ্লেটত অহা যুৱকজনে ধৰ্ষণৰ সমগ্ৰ ঘটনা ম’বাইলত ৰেকৰ্ডিং কৰে। আৰু ব্লেকমেইল কৰিবলৈ আৰম্ভ কৰে। উপায়ন্তৰ হৈ স্থানীয় আৰক্ষীক গোচৰ দিয়ে মডেলগৰাকীয়ে। ঘটনা সংঘটিত হৈছে কলকাতাৰ তালিগঞ্জত।

 

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24kolkata model rapetaliganj rape incident
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষা নামিছে দালালিত!
অসম

উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষা নামিছে দালালিত!

September 12, 2026
‘হেৰ বাঁহী, তোক বৰ ভালপাওঁ দেহী’, হাৰ্টথ্ৰ’বৰ হৃদয়ত কেৱল তেঁৱেই বজাই সুহুৰি…
অসম

জুবিন গাৰ্গৰ ন্যায় আৰু হাজাৰটা প্ৰশ্ন! প্ৰকৃততে ১৯ ছেপ্টেম্বৰত কি হৈছিল জুবিনৰ সৈতে?

September 11, 2026
পিতৃৰ হাতত প্ৰাণ গ’ল পুত্ৰৰ, ৰাজ্যত সংঘটিত হৈছে ভয়ংকৰ কাণ্ড
অসম

পিতৃৰ হাতত প্ৰাণ গ’ল পুত্ৰৰ, ৰাজ্যত সংঘটিত হৈছে ভয়ংকৰ কাণ্ড

September 11, 2026
বেলতলাৰ বশিষ্ঠপুৰ হত্যাকাণ্ডৰ ন ন তথ্য উদঘাটন
অসম

বেলতলাৰ বশিষ্ঠপুৰ হত্যাকাণ্ডৰ ন ন তথ্য উদঘাটন

September 10, 2026
Next Post
নয়নতৰা চহৰীয়াৰ হত্যাকাৰী কোন?

নয়নতৰা চহৰীয়াৰ হত্যাকাৰী কোন?

ঘনে ঘনে বিশ্বৰ অৰ্থনীতিৰ পট পৰিৱৰ্তন হৈছে

ঘনে ঘনে বিশ্বৰ অৰ্থনীতিৰ পট পৰিৱৰ্তন হৈছে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.