মিঞা মিউজিয়ামক লৈ বিধায়ক শ্বেৰমান আলী আহমেদ হঠাৎ সৰৱ হোৱাৰ আঁৰত কি আছে? হিমন্ত বিশ্ব শৰ্মাই কিছুদিন পূৰ্বে কিয় প্ৰশংসাৰে উপচাই দিছিল শ্বেৰমানক?