• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মেট্ৰিকত ৮৯ শতাংশ নম্বৰেৰে উত্তীৰ্ণ হোৱা প্ৰিয়াই নতুন স্কুললৈ যোৱাৰ এমাহ হৈছিলহে মাত্ৰ, এটা পথ দুৰ্ঘটনা থিতাতেই শেষ এটা সম্ভাৱনা

মেট্ৰিকত ৮৯ শতাংশ নম্বৰেৰে উত্তীৰ্ণ হোৱা প্ৰিয়াই নতুন স্কুললৈ যোৱাৰ এমাহ হৈছিলহে মাত্ৰ, এটা পথ দুৰ্ঘটনা থিতাতেই শেষ এটা সম্ভাৱনা

3 years ago
আজিৰ পৰা আৰম্ভ নতুন বছৰ, নৱবৰ্ষত উজ্জ্বল হ’ব কোন কোন ৰাশিৰ ভাগ্য? অন্ধকাৰ নামিব কাৰ কাৰ জীৱনত?

আজিৰ পৰা আৰম্ভ নতুন বছৰ, নৱবৰ্ষত উজ্জ্বল হ’ব কোন কোন ৰাশিৰ ভাগ্য? অন্ধকাৰ নামিব কাৰ কাৰ জীৱনত?

36 minutes ago
কাইলৈৰ পৰা নক্ষত্ৰ সলনি কৰিব শুক্ৰই, এই ৩ৰাশিৰ চাকৰি পাক্কা, প্ৰেম জীৱনতো সুখৰ খবৰ আহিব

কাইলৈৰ পৰা নক্ষত্ৰ সলনি কৰিব শুক্ৰই, এই ৩ৰাশিৰ চাকৰি পাক্কা, প্ৰেম জীৱনতো সুখৰ খবৰ আহিব

2 hours ago
২০২৭ চনত সলনি হ’ব দেশৰ প্ৰধানমন্ত্ৰী! প্ৰধানমন্ত্ৰীক লৈ বৰপেটা সত্ৰৰ বৰ্ষফল গণনাত ডাঙৰ ভৱিষ্যদ্বাণী

২০২৭ চনত সলনি হ’ব দেশৰ প্ৰধানমন্ত্ৰী! প্ৰধানমন্ত্ৰীক লৈ বৰপেটা সত্ৰৰ বৰ্ষফল গণনাত ডাঙৰ ভৱিষ্যদ্বাণী

3 hours ago
দিনত ৩বাৰ ৰং সলনি হয় এই জ্যোতিৰ্লিংগৰ, জানক ৰহস্য ঘেৰা এই মন্দিৰৰ কথা

দিনত ৩বাৰ ৰং সলনি হয় এই জ্যোতিৰ্লিংগৰ, জানক ৰহস্য ঘেৰা এই মন্দিৰৰ কথা

3 hours ago
৫মাহ ধৰি ৰাজ কৰিব এই ৪ৰাশিয়ে, বৃহস্পতিৰ গোচৰত সোণৰ মুকুট পিন্ধিব কোন কোন ৰাশিৰ জাতকে?

৫মাহ ধৰি ৰাজ কৰিব এই ৪ৰাশিয়ে, বৃহস্পতিৰ গোচৰত সোণৰ মুকুট পিন্ধিব কোন কোন ৰাশিৰ জাতকে?

3 hours ago
বিহাৰৰ মছনদত সম্ৰাট চৌধুৰী, জানেনে এই বিজেপি নেতাৰ শিক্ষাগত যোগ্যতা আৰু মুঠ সম্পদৰ পৰিমাণ কিমান?

বিহাৰৰ মছনদত সম্ৰাট চৌধুৰী, জানেনে এই বিজেপি নেতাৰ শিক্ষাগত যোগ্যতা আৰু মুঠ সম্পদৰ পৰিমাণ কিমান?

19 hours ago
লতা-আশাৰ স্মৃতিত বৃহৎ উদ্যোগ মঙ্গেছকাৰ পৰিয়ালৰ, এছিয়াৰ সকলোতকৈ ডাঙৰ হাস্পতাল ভাৰততে তৈয়াৰ কৰাৰ কথা ঘোষণা

লতা-আশাৰ স্মৃতিত বৃহৎ উদ্যোগ মঙ্গেছকাৰ পৰিয়ালৰ, এছিয়াৰ সকলোতকৈ ডাঙৰ হাস্পতাল ভাৰততে তৈয়াৰ কৰাৰ কথা ঘোষণা

20 hours ago
দিনজুৰি ক্লান্ত অনুভৱ হয়? শৰীৰত ৫ উপসৰ্গ দেখিলে সতৰ্ক হওক, পুষ্টিৰ ঘাটি হৈছে নেকি, কেনেকৈ জানিব?

দিনজুৰি ক্লান্ত অনুভৱ হয়? শৰীৰত ৫ উপসৰ্গ দেখিলে সতৰ্ক হওক, পুষ্টিৰ ঘাটি হৈছে নেকি, কেনেকৈ জানিব?

21 hours ago
HDFC বেংকৰ পৰা ৭ বছৰৰ বাবে ১১ লাখৰ  Personal Loanত কিমান টকা EMI দিব লাগিব?

HDFC বেংকৰ পৰা ৭ বছৰৰ বাবে ১১ লাখৰ Personal Loanত কিমান টকা EMI দিব লাগিব?

21 hours ago
অক্ষয় তৃতীয়াত একাধিক ৰাজযোগত শ্ৰীবৃদ্ধি, ৫ৰাশিৰ উন্নতি পাক্কা

অক্ষয় তৃতীয়াত একাধিক ৰাজযোগত শ্ৰীবৃদ্ধি, ৫ৰাশিৰ উন্নতি পাক্কা

21 hours ago
অৱসৰত ৯ কোটি টকা পাবলৈ মাহিলী কিমান ধন বিনিয়োগ কৰিব লাগিব? জানি থওক হিচাপ

অৱসৰত ৯ কোটি টকা পাবলৈ মাহিলী কিমান ধন বিনিয়োগ কৰিব লাগিব? জানি থওক হিচাপ

22 hours ago
বুধবাৰে গল্ডেন টাইম এই ৫ৰাশিৰ, অৰ্থকষ্ট দূৰ হ’ব, ঘূৰিব অৰ্থভাগ্য

বুধবাৰে গল্ডেন টাইম এই ৫ৰাশিৰ, অৰ্থকষ্ট দূৰ হ’ব, ঘূৰিব অৰ্থভাগ্য

23 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, April 15, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

মেট্ৰিকত ৮৯ শতাংশ নম্বৰেৰে উত্তীৰ্ণ হোৱা প্ৰিয়াই নতুন স্কুললৈ যোৱাৰ এমাহ হৈছিলহে মাত্ৰ, এটা পথ দুৰ্ঘটনা থিতাতেই শেষ এটা সম্ভাৱনা

editor by editor
June 8, 2023
in অসম, গুৱাহাটী
0
মেট্ৰিকত ৮৯ শতাংশ নম্বৰেৰে উত্তীৰ্ণ হোৱা প্ৰিয়াই নতুন স্কুললৈ যোৱাৰ এমাহ হৈছিলহে মাত্ৰ, এটা পথ দুৰ্ঘটনা থিতাতেই শেষ এটা সম্ভাৱনা
0
SHARES
3.4k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ অন্যদিনাৰ দৰে পিতৃৰ স্কুটিত উঠি প্ৰিয়া আৰু তেওঁৰ ভনীয়েক শিক্ষানুষ্ঠানলৈ বুলি ওলাই গৈছিল৷ ঘৰৰ পৰা কিছুদূৰ আগবাঢ়িছিলহে মাত্ৰ৷ ৰাস্তাৰ কাষত থকা গাঁতত স্কুটীখনৰ চকা পৰি যোৱাত বাছৰ সন্মুখত চিটিকি পৰে প্ৰিয়া কুমাৰী। আৰু তাৰ পিছত প্ৰিয়াৰ ওপৰেদি পাৰ হৈ যায় ৰয়েল গ্লবেলৰ এখন বাছ।

নিমিষতে ইতি পৰিল সকলো সম্ভাৱনাৰ। বৃহস্পতিবাৰে পুৱাই গণেশগুৰিত সংঘটিত হোৱা দুৰ্ঘটনাই এখন ঘৰলৈ নমাই আনিলে অন্ধকাৰ। লিটল ফ্লাৱাৰ স্কুলৰ একাদশ শ্ৰেণীৰ ছাত্ৰী আছিল প্ৰিয়া। স্কুটীৰে বিদ‍্যালয়লৈ যোৱাৰ সময়তে ৰয়েল গ্লবেলৰ স্কুলৰ বাছৰ খুন্দাত থিতাতে নিহত হয় ছাত্ৰীগৰাকী। বাছখনৰ নম্বৰ AS-01 PC-7411। ছাত্ৰী গৰাকীক খুন্দিয়াই বাছখনে পলায়ন কৰিবলৈ চেষ্টা কৰে যদিও আৰক্ষীয়ে আটক কৰিছে চালকজনক।

হলী চাইল্ড স্কুলত পঢ়িছিল প্ৰিয়াই। এইবাৰ লিটল ফ্ৰাৱাৰ স্কুলত একাদশ শ্ৰেণীত নামভৰ্ত্তি কৰিছিল। এমাহ হৈছিল নতুন শিক্ষানুষ্ঠানলৈ অহা। নতুন বন্ধু, নতুন কলেজত নতুন সপোন লৈ প্ৰিয়াই পঢ়াশুনা কৰিছিল। স্কুটীখন দেউতাকে চলাই আহিছিল। সৰু ভনীয়েক মাজত আছিল, প্ৰিয়া কুমাৰী শেষত আছিল। দুৰ্ঘটনাটোত ভনীয়েক কম পৰিমাণে আহত হৈছে।

মেট্ৰিকত ৮৯ শতাংশৰে এইবাৰ উত্তীৰ্ণ হৈছিল প্ৰিয়া৷ কেইবাটাও বিষয়ত লেটাৰ পাইছিল প্ৰিয়াই। হেঙেৰাবাৰীত গেলামালৰ দোকান দি পৰিয়াল পোহপাল দিছিল দেউতাক ধনেশ্বৰ পাঞ্জিয়াৰে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

৩ খন সফল IPL মেচৰ পিছত গ্ৰাউণ্ড ষ্টাফলৈ ACA ৰ ২৫ লাখ টকাৰ নগদ পুৰস্কাৰ ঘোষণা
বিনোদন

৩ খন সফল IPL মেচৰ পিছত গ্ৰাউণ্ড ষ্টাফলৈ ACA ৰ ২৫ লাখ টকাৰ নগদ পুৰস্কাৰ ঘোষণা

April 12, 2026
কংগ্ৰেছ নেতা পৱন খেড়াৰ অগ্ৰিম জামিন মঞ্জুৰ, তেলেংগানা উচ্চ ন্যায়ালয়ে মঞ্জুৰ কৰে জামিন আবেদন
অপৰাধ

কংগ্ৰেছ নেতা পৱন খেড়াৰ অগ্ৰিম জামিন মঞ্জুৰ, তেলেংগানা উচ্চ ন্যায়ালয়ে মঞ্জুৰ কৰে জামিন আবেদন

April 10, 2026
প্ৰকাশ পালে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল, প্ৰথম ৪ স্থানত কোন কোন পৰীক্ষাৰ্থী
অসম

প্ৰকাশ পালে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল, প্ৰথম ৪ স্থানত কোন কোন পৰীক্ষাৰ্থী

April 10, 2026
ভোটদানে ভংগ কৰিলে পূৰ্বৰ অভিলেখ, অসমৰ ৰাজসিংহাসনত কোন, হিমন্ত নে গৌৰৱ?
অসম

ভোটদানে ভংগ কৰিলে পূৰ্বৰ অভিলেখ, অসমৰ ৰাজসিংহাসনত কোন, হিমন্ত নে গৌৰৱ?

April 9, 2026
Next Post
কাৰেণ্টৰ বিল কমাবলৈ গছৰ তলত থাকিবলৈ নিৰ্দেশ দিছিল বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে, ইফালে বিধানসভাৰ ২০ জন বিধায়কৰ আৱাসত আছে মুঠ ১২২টা AC, কি ক’ব আপুনি?

কাৰেণ্টৰ বিল কমাবলৈ গছৰ তলত থাকিবলৈ নিৰ্দেশ দিছিল বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে, ইফালে বিধানসভাৰ ২০ জন বিধায়কৰ আৱাসত আছে মুঠ ১২২টা AC, কি ক’ব আপুনি?

এনেকুৱা কাহিনী আমি TVত দেখো… মীৰা ৰোড কাণ্ডক লৈ চুবুৰীয়াই দিলে শিঁহৰণকাৰী বৰ্ণনা

এনেকুৱা কাহিনী আমি TVত দেখো... মীৰা ৰোড কাণ্ডক লৈ চুবুৰীয়াই দিলে শিঁহৰণকাৰী বৰ্ণনা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.