অসম লাই ২৪ঃ ২ মিনিটৰ বাবে স্তব্ধ হৈ যাব সমগ্ৰ দেশ। দেশৰ শ্বহীদসকলৰ বলিদানক সুঁৱৰি ৩০ জানুৱাৰীত দিনৰ ১১ বজাত ২ মিনিটৰ বাবে সমগ্ৰ দেশ হৈ পৰিব নিঃশব্দ।
কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে ৰাজ্য চৰকাৰে জাৰি কৰা নতুন নিৰ্দেশনা অনুসৰি ৩০ জানুৱাৰী মহাত্মা গান্ধীৰ মৃত্যুৰ দিনটো সমগ্ৰ দেশত শ্বহীদ দিৱস হিচাপে পালন কৰা হ’ব। শ্বহীদ দিৱস উপলক্ষে স্বাধীনতা আন্দোলনত দেশৰ বাবে প্ৰাণ বলিদান দিয়া বীৰ শ্বহীদসকলক স্মৰণ কৰাৰ উদ্দেশ্যৰে পালন কৰিব ২ মিনিটৰ বাবে মৌনব্ৰত।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ