• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
‘ৰাইজৰ দল’ৰ কাৰ্যনিৰ্বাহক সমিতি

‘ৰাইজৰ দল’ৰ কাৰ্যনিৰ্বাহক সমিতি

6 years ago
সপোন সাপ দেখে নেকি? এয়া শুভ নে অশুভ সংকেত জানক

সপোন সাপ দেখে নেকি? এয়া শুভ নে অশুভ সংকেত জানক

1 hour ago
Netflix: বিনামূল্যে Netflix চোৱাৰ সুযোগ! কিদৰে পাব Free Subscription?

Netflix: বিনামূল্যে Netflix চোৱাৰ সুযোগ! কিদৰে পাব Free Subscription?

1 hour ago
৩ ৰাশিৰ বাবে অত্যন্ত শুভ আগন্তুক ৫ দিন, ধনেৰে উভৈনদী হ’ব ঘৰ!

আগষ্ট মাহতে ঘূৰিব ৫ ৰাশিৰ ভাগ্যৰ চকা, শত্ৰুৰ থাকিব দৃষ্টি!

2 hours ago
ৰে’লৱে আইনত বৃহৎ পৰিৱৰ্তন, এটা সৰু ভুলে জৰিমনা ভৰাব আপোনাক!

ৰে’লৱে আইনত বৃহৎ পৰিৱৰ্তন, এটা সৰু ভুলে জৰিমনা ভৰাব আপোনাক!

3 hours ago
আঙুলিত অৰ্ধচন্দ্ৰৰ চিন? কোনো মাৰাত্মক ৰোগৰ লক্ষণ নেকি জানক

আঙুলিত অৰ্ধচন্দ্ৰৰ চিন? কোনো মাৰাত্মক ৰোগৰ লক্ষণ নেকি জানক

3 hours ago
আজি সৌভাগ্যৰ আগমণ ঘটিব আপোনাৰ জীৱনত, জানক দৈনিক ৰাশিফল

আজি ৫ ৰাশিৰ হ’ব ভাগ্য উদয়, কোনে থাকিব সাৱধান?

5 hours ago
কাইলৈ আপোনাৰ দিনটো কেনে যাব?

কাইলৈ আপোনাৰ দিনটো কেনে যাব?

13 hours ago
বলীউডৰ ‘গজিনী’ আৰু নাই, ‘মহাভাৰত’-এ দিছিল চিনাকি

বলীউডৰ ‘গজিনী’ আৰু নাই, ‘মহাভাৰত’-এ দিছিল চিনাকি

13 hours ago
ক্ৰিকেটৰ পৰা বিৰতি! ইশান কিষাণৰ ভাইৰেল হোৱা ফটোখনৰ ৰহস্য কি?

ক্ৰিকেটৰ পৰা বিৰতি! ইশান কিষাণৰ ভাইৰেল হোৱা ফটোখনৰ ৰহস্য কি?

14 hours ago
সাৱধান! কেৱল পানীয়েই নহয়, গাঢ় কৰিবলৈ দুষ্টচক্ৰই গাখীৰত মিহলায় চেম্পুও

সাৱধান! কেৱল পানীয়েই নহয়, গাঢ় কৰিবলৈ দুষ্টচক্ৰই গাখীৰত মিহলায় চেম্পুও

15 hours ago
‘কিন্নৰৰ আৰধ্য দেৱতা ভগৱান মোদী’

‘কিন্নৰৰ আৰধ্য দেৱতা ভগৱান মোদী’

16 hours ago
নিবনুৱাৰ বাবে সুখবৰ! ১১,৪০৩টা পদত নিযুক্তিৰ বাবে বিজ্ঞাপন প্ৰকাশ

নিবনুৱাৰ বাবে সুখবৰ! ১১,৪০৩টা পদত নিযুক্তিৰ বাবে বিজ্ঞাপন প্ৰকাশ

17 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, August 5, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

‘ৰাইজৰ দল’ৰ কাৰ্যনিৰ্বাহক সমিতি

কোনে কি পদ লাভ কৰিলে?

editor by editor
January 9, 2021
in অসম, ৰাজনীতি
0
‘ৰাইজৰ দল’ৰ কাৰ্যনিৰ্বাহক সমিতি
0
SHARES
813
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ মৰাণত অনুষ্ঠিত ‘ৰাইজৰ দল’ৰ প্ৰথম অভিৱর্তনত গঠন কৰা হ’ল ‘ৰাইজৰ দল’ৰ প্ৰথমখন কার্যনির্বাহক সমিতি। ৰাইজৰ দলৰ আহ্বায়ক মণ্ডলীয়ে প্ৰস্তুত কৰা প্ৰায় ৯০ জনীয়া নতুন সমিতিখন অনুসৰি—

 

ড০ হীৰেন গোহাঁইক মুখ্য উপদেষ্টা।

 

ড০ উদয়াদিত্য ভৰালী, ড০ ইন্দ্ৰানী দত্ত, ড০ সঞ্জয় তাঁতী, ড০ হাফিজ ৰচিদ চৌধুৰী আৰু ড০ ঘনশ্যাম নাথক দিয়া হৈছে উপদেষ্টামণ্ডলীৰ দায়িত্ব ৷

 

আনহাতে ৰাইজৰ দলৰ প্ৰতিষ্ঠাপক সভাপতি হয় অখিল গগৈ। সর্বসন্মতি ক্ৰমে অখিল গগৈক সভাপতি হিচাপে নির্বাচিত কৰা হয়। এতিয়াৰে পৰা কাৰাগাৰৰ পৰাই ৰাইজৰ দলক নেতৃত্ব দিব অখিল গগৈয়ে।

 

আনহাতে কাৰ্যকৰী সভাপতিৰ দায়িত্বত ভাস্ক’ ডি শইকীয়া, কবীন্দ্ৰ চেতিয়া ফুকন আৰু জিতুল ডেকা।

 

উপসভাপতি ক্ৰমে— সুমিত্ৰা হাজৰিকা, মোহিনী মোহন লিগিৰা, কমল কুমাৰ মেধি, ৰাচেল হুচেইন, দীপক শইকীয়া, ৰঞ্জিত তামুলী, ডা: হৰিকান্ত দাস, চৰন ডেকা, দিলীপ বৰা, বেদান্ত লস্কৰ, হৰেশ্বৰ বৰ্মন, ফনী টায়েং, অনিল বড়ো, ভৱেন বৰুৱা, টংকেশ্বৰ মৰাণ, সিদ্ধাৰ্থ বৰুৱা আৰু পুলিন ভট্যাচাৰ্য

 

সাধাৰণ সম্পাদক (৯ জন)— মহেন্দ্ৰ দিহিঙীয়া, হুছেইন মহম্মদ ছাহজাহান, ৰুবুল দাস, গিৰিশংকৰ গোস্বামী, অংকুৰ শইকীয়া, অলক নাথ, লোহিত গগৈ, দিবস ফুকন আৰু জাহিৰুদ্দিন লস্কৰ

 

ৰাইজৰ দলৰ আহ্বায়ক মণ্ডলীয়ে প্ৰস্তুত কৰা প্ৰায় ৯০ জনীয়া নতুন সমিতিখনৰ তালিকা বিষয়বাচনি সভাত পাঠ কৰে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক ধৈৰ্য কোঁৱৰে ৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24MORAN RAIJOR DAL
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

‘কিন্নৰৰ আৰধ্য দেৱতা ভগৱান মোদী’
বিবিধ

‘কিন্নৰৰ আৰধ্য দেৱতা ভগৱান মোদী’

August 4, 2026
তৃষাক কৰা অপমান সহ্য নকৰিলে বিজয় থালাপতি! অৱশেষত গ্ৰেপ্তাৰ তামিলনাডুৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ পুত্ৰ DMKৰ নেতা উদয়ানিধি ষ্টেলিন
ভাৰত

তৃষাক কৰা অপমান সহ্য নকৰিলে বিজয় থালাপতি! অৱশেষত গ্ৰেপ্তাৰ তামিলনাডুৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ পুত্ৰ DMKৰ নেতা উদয়ানিধি ষ্টেলিন

August 4, 2026
ৱাৰ্ড মেম্বাৰৰ গেৰেজত ওলাল বস্তাই বস্তাই বান সাহায্য সামগ্ৰী!
অসম

ৱাৰ্ড মেম্বাৰৰ গেৰেজত ওলাল বস্তাই বস্তাই বান সাহায্য সামগ্ৰী!

August 3, 2026
অসমৰ সীমামূৰীয়া অঞ্চলসহ বিভিন্ন স্থানত ১০৩টা বো*মা উদ্ধাৰ
উত্তৰ-পূব

অসমৰ সীমামূৰীয়া অঞ্চলসহ বিভিন্ন স্থানত ১০৩টা বো*মা উদ্ধাৰ

August 3, 2026
Next Post
নিবনুৱাৰ মুখত হাঁহি বিৰিঙাইছে বন্ধন বেংকে

নিবনুৱাৰ মুখত হাঁহি বিৰিঙাইছে বন্ধন বেংকে

প্ৰধানমন্ত্ৰী মোদীৰ বিৰুদ্ধে টুইট কৰি চাকৰি গ’ল পাইলটৰ

প্ৰধানমন্ত্ৰী মোদীৰ বিৰুদ্ধে টুইট কৰি চাকৰি গ’ল পাইলটৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.