• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
১০ এপ্ৰিলৰ পৰাই ভাগ্যই সংগ দিছে আপোনাক! এই ৫ৰাশিৰ ১৩ জুন পৰ্যন্ত ধন লাভৰ যোগ আছে

১০ এপ্ৰিলৰ পৰাই ভাগ্যই সংগ দিছে আপোনাক! এই ৫ৰাশিৰ ১৩ জুন পৰ্যন্ত ধন লাভৰ যোগ আছে

12 months ago
DA বৃদ্ধিৰ ফলত কৰ্মচাৰীৰ ওপৰত কেনেধৰণৰ প্ৰভাৱ পৰিব?

DA বৃদ্ধিৰ ফলত কৰ্মচাৰীৰ ওপৰত কেনেধৰণৰ প্ৰভাৱ পৰিব?

5 hours ago
জীৱন সংগী বাচনিৰ ক্ষেত্ৰত মনত ৰাখিব এইকেইটা কথা, কেতিয়াও নহয় বিপদ!

জীৱন সংগী বাচনিৰ ক্ষেত্ৰত মনত ৰাখিব এইকেইটা কথা, কেতিয়াও নহয় বিপদ!

6 hours ago
মানি প্লাণ্ট ঘৰত ৰখাৰ পিছতো আৰ্থিক উন্নতি হোৱা নাই নেকি? তেন্তে কৰিছে ভুল

মানি প্লাণ্ট ঘৰত ৰখাৰ পিছতো আৰ্থিক উন্নতি হোৱা নাই নেকি? তেন্তে কৰিছে ভুল

6 hours ago
ব’হাগৰ অমৱস্যাত সলনি হ’ব ৪ ৰাশিৰ জীৱন, বিপদৰ পূৰ্বে হওক সাৱধান!

ব’হাগৰ অমৱস্যাত সলনি হ’ব ৪ ৰাশিৰ জীৱন, বিপদৰ পূৰ্বে হওক সাৱধান!

7 hours ago
কোন ৰাশিৰ লোকে হীৰাৰ আঙুঠি পিন্ধিব লাগে? নকৰিব ভুল!

কোন ৰাশিৰ লোকে হীৰাৰ আঙুঠি পিন্ধিব লাগে? নকৰিব ভুল!

8 hours ago
নাৰীয়ে পুৰুষৰ পৰা প্ৰথমে কি বিচাৰে? জানি হ’ব আচৰিত

নাৰীয়ে পুৰুষৰ পৰা প্ৰথমে কি বিচাৰে? জানি হ’ব আচৰিত

8 hours ago
ভোটদানে ভংগ কৰিলে পূৰ্বৰ অভিলেখ, অসমৰ ৰাজসিংহাসনত কোন, হিমন্ত নে গৌৰৱ?

ভোটদানে ভংগ কৰিলে পূৰ্বৰ অভিলেখ, অসমৰ ৰাজসিংহাসনত কোন, হিমন্ত নে গৌৰৱ?

9 hours ago
অনবৰতে ভৰিৰ বিষ অনুভৱ, এয়া কি ৰোগৰ লক্ষণ?

অনবৰতে ভৰিৰ বিষ অনুভৱ, এয়া কি ৰোগৰ লক্ষণ?

9 hours ago
ৰ’দত বাহিৰলৈ গ’লে মূৰৰ বিষ উঠে নেকি ? হ’ব পাৰে কোনো ৰোগৰ লক্ষণ

ৰ’দত বাহিৰলৈ গ’লে মূৰৰ বিষ উঠে নেকি ? হ’ব পাৰে কোনো ৰোগৰ লক্ষণ

10 hours ago
বৈভৱ সূৰ্যবংশীৰ যাদু! পিছ পেলাব নেকি বিৰাট কোহলিক?

বৈভৱ সূৰ্যবংশীৰ যাদু! পিছ পেলাব নেকি বিৰাট কোহলিক?

11 hours ago
ভোটদানৰ পিছত আঙুলিত দিয়া চিয়াঁহীৰ দাগ কিয় সহজে নাযায়? আঁৰত আছে ডাঙৰ কাৰণ

ভোটদানৰ পিছত আঙুলিত দিয়া চিয়াঁহীৰ দাগ কিয় সহজে নাযায়? আঁৰত আছে ডাঙৰ কাৰণ

12 hours ago
Induction ৰ মাজৰ অংশ বৃত্তাকাৰ কিয়? ৯৯% লোকে নাজানে সঠিক উত্তৰ

Induction ৰ মাজৰ অংশ বৃত্তাকাৰ কিয়? ৯৯% লোকে নাজানে সঠিক উত্তৰ

12 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, April 10, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

১০ এপ্ৰিলৰ পৰাই ভাগ্যই সংগ দিছে আপোনাক! এই ৫ৰাশিৰ ১৩ জুন পৰ্যন্ত ধন লাভৰ যোগ আছে

১০ এপ্ৰিলৰ পৰাই ভাগ্যই সংগ দিছে আপোনাক! এই ৫ৰাশিৰ ১৩ জুন পৰ্যন্ত ধন লাভৰ যোগ আছে

editor by editor
April 11, 2025
in জীৱনশৈলী
0
১০ এপ্ৰিলৰ পৰাই ভাগ্যই সংগ দিছে আপোনাক! এই ৫ৰাশিৰ ১৩ জুন পৰ্যন্ত ধন লাভৰ যোগ আছে
0
SHARES
2.5k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

২০২৫ চনৰ ১০ এপ্ৰিল বৃহস্পতিবাৰে মৃগশিৰা নক্ষত্ৰত প্ৰৱেশ কৰিব আৰু ১৩ জুন পৰ্যন্ত তাতেই অৱস্থান কৰিব৷ বৃহস্পতিৰ নক্ষত্ৰ গোচৰৰ প্ৰভাৱত মেষৰ পৰা মীন ৰাশি পৰ্যন্ত সকলো ৰাশিৰ ওপৰত পৰিব৷ বৃহস্পতিৰ মৃগশিৰা নক্ষত্ৰৰ গোচৰত কোন কোন ৰাশিৰ জাতক লাভাম্বিত হ’ব?

১. সিংহ ৰাশিঃ বৃহস্পতিৰ নক্ষত্ৰ পৰিবৰ্তনৰ ফলত সিংহ ৰাশিৰ জাতক জাতিকা উপকৃত হব৷ আয় বৃদ্ধিৰ যোগ সৃষ্টি হ’ব৷ আয়ৰ নতুন উৎস তৈয়াৰ হব আৰু পুৰণি উৎসৰ পৰাও অৰ্থ লাভ হব৷ চাকৰিয়ালে ভাল ফলাফল পোৱাৰ সম্ভাৱনা আছে৷ পদোন্নতিৰ যোগ আছে৷ বিনিয়োগত ভাল লাভ হোৱাৰ সম্ভাৱনা আছে৷

২. তুলা ৰাশিঃ তুলা ৰাশিৰ জাতক জাতিকাৰ বাবে বৃহস্পতিৰ নক্ষত্ৰ পৰিবৰ্তন শুভ হব৷ এই সময়ত চাকৰি ব্যৱসায়ত ভাল সুযোগ পোৱাৰ সম্ভাৱনা আছে৷ দৰমহা বৃদ্ধি হব পাৰে৷ প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰস্তুতিৰত জাতক জাতিকাই সাফল্য লাভ কৰিব পাৰে৷ বিদেশলৈ যোৱাৰ সুযোগ পাব পাৰে৷

৩. বৃশ্চিক ৰাশিঃ বৃশ্চিক ৰাশিৰ জাতক জাতিকাই বৃহস্পতিৰ প্ৰভাৱত ভাল ফল লাভ কৰিব৷ পৰিয়ালৰ সৈতে ভাল সময় কটোৱাৰ সুযোগ পাব৷ অংশীদাৰিত্বত লাভ হব৷ অবিবাহিতসকলৰ বাবে বিবাহৰ প্ৰস্তাৱ আহিব পাৰে৷ অপ্ৰত্যাশিত অৰ্থ লাভত মন প্ৰফুল্ল হ’ব৷ ব্যৱসায়ীসকল লাভৱান হব৷

৪. ধনু ৰাশিঃ ধনু ৰাশিৰ জাতক জাতিকাই চাকৰিত ভাল সুযোগ পাব৷ উন্নতি আৰু উন্নয়নৰ সময় এয়া৷ কোনো গুৰুত্বপূৰ্ণ কামত সাফল্য লাভ হব৷ আনন্দময় জীৱনযাপন কৰিব, কোনো ধৰণৰ সমস্যাৰ সন্মুখীন হ’ব নোৱাৰে৷ ভ্ৰমণ লাভজনক হ’ব৷

৫. কুম্ভ ৰাশিঃ বৃহস্পতিৰ প্ৰভাৱত সুখ সুবিধা বৃদ্ধি হব৷ পৰিশ্ৰমৰ ভাল ফল পোৱা যাব৷ ব্যৱসায়ীসকলৰ লাভৰ ইংগিত আছে৷ শিক্ষাৰ সৈতে জড়িত ব্যক্তিৰ ভাল সময়৷ ভাগ্যৰ সহায় পাব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

জীৱন সংগী বাচনিৰ ক্ষেত্ৰত মনত ৰাখিব এইকেইটা কথা, কেতিয়াও নহয় বিপদ!
জীৱনশৈলী

জীৱন সংগী বাচনিৰ ক্ষেত্ৰত মনত ৰাখিব এইকেইটা কথা, কেতিয়াও নহয় বিপদ!

April 9, 2026
মানি প্লাণ্ট ঘৰত ৰখাৰ পিছতো আৰ্থিক উন্নতি হোৱা নাই নেকি? তেন্তে কৰিছে ভুল
জীৱনশৈলী

মানি প্লাণ্ট ঘৰত ৰখাৰ পিছতো আৰ্থিক উন্নতি হোৱা নাই নেকি? তেন্তে কৰিছে ভুল

April 9, 2026
ব’হাগৰ অমৱস্যাত সলনি হ’ব ৪ ৰাশিৰ জীৱন, বিপদৰ পূৰ্বে হওক সাৱধান!
জীৱনশৈলী

ব’হাগৰ অমৱস্যাত সলনি হ’ব ৪ ৰাশিৰ জীৱন, বিপদৰ পূৰ্বে হওক সাৱধান!

April 9, 2026
কোন ৰাশিৰ লোকে হীৰাৰ আঙুঠি পিন্ধিব লাগে? নকৰিব ভুল!
জীৱনশৈলী

কোন ৰাশিৰ লোকে হীৰাৰ আঙুঠি পিন্ধিব লাগে? নকৰিব ভুল!

April 9, 2026
Next Post
সুদেই পাব ১০ লাখ ৯০ হাজাৰ ৯২৬ টকা৷ বিনিয়োগ কৰক SBIৰ এই নিৰাপদ স্কিমত একেলগে লাভ কৰিব ২৪ লাখ টকা

সুদেই পাব ১০ লাখ ৯০ হাজাৰ ৯২৬ টকা৷ বিনিয়োগ কৰক SBIৰ এই নিৰাপদ স্কিমত একেলগে লাভ কৰিব ২৪ লাখ টকা

ঘোষণা হ’ল বহু প্ৰত্যাশিত মেট্ৰিকৰ ফলাফল, প্ৰথম স্থান দখলেৰে উজলি উঠিল শিক্ষানগৰী যোৰহাট

ঘোষণা হ’ল বহু প্ৰত্যাশিত মেট্ৰিকৰ ফলাফল, প্ৰথম স্থান দখলেৰে উজলি উঠিল শিক্ষানগৰী যোৰহাট

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.