• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মিথুনসহ এইকেইটা ৰাশিৰ সুখৰ দিন আৰম্ভ হব ১১ আগষ্টৰ পৰা! কি ঘটিব, প্ৰাপ্তি কি কি?

মিথুনসহ এইকেইটা ৰাশিৰ সুখৰ দিন আৰম্ভ হব ১১ আগষ্টৰ পৰা! কি ঘটিব, প্ৰাপ্তি কি কি?

1 year ago
হাজাৰ বাধাৰ পিছতো ভাৰতীয় যুৱকৰে সংসাৰ কৰাৰ মন পাক যুৱতীৰ

হাজাৰ বাধাৰ পিছতো ভাৰতীয় যুৱকৰে সংসাৰ কৰাৰ মন পাক যুৱতীৰ

10 hours ago
মংগলে সলনি কৰিব নক্ষত্ৰ, এই ৪ ৰাশিৰ জীৱনলৈ আহিব শুভ সময়

মংগলে সলনি কৰিব নক্ষত্ৰ, এই ৪ ৰাশিৰ জীৱনলৈ আহিব শুভ সময়

11 hours ago
Amazon, Swiggy Instamart আৰু BigBasketৰ লাইচেন্স বাতিল, কিন্তু কিয়?

Amazon, Swiggy Instamart আৰু BigBasketৰ লাইচেন্স বাতিল, কিন্তু কিয়?

12 hours ago
বেটেৰে নহয়, এইবাৰ বলেৰেও বৈভৱ সূৰ্যবংশীৰ চমক!

বেটেৰে নহয়, এইবাৰ বলেৰেও বৈভৱ সূৰ্যবংশীৰ চমক!

12 hours ago
ভিক্ষা কৰা বৃদ্ধাৰ ঘৰত বস্তাই বস্তাই ওলাল ধনৰ পাহাৰ

ভিক্ষা কৰা বৃদ্ধাৰ ঘৰত বস্তাই বস্তাই ওলাল ধনৰ পাহাৰ

13 hours ago
আগন্তুক মাহত ভাৰতলৈ আহিব চীনৰ ৰাষ্ট্ৰপতি জিনপিং!

আগন্তুক মাহত ভাৰতলৈ আহিব চীনৰ ৰাষ্ট্ৰপতি জিনপিং!

13 hours ago
জালনোট সৰবৰাহ চক্ৰত কংগ্ৰেছ নেতাৰ পুত্ৰ জড়িতৰ অভিযোগ

জালনোট সৰবৰাহ চক্ৰত কংগ্ৰেছ নেতাৰ পুত্ৰ জড়িতৰ অভিযোগ

13 hours ago
এই ৩ ৰাশিৰ লোকৰ ওপৰত থাকিব ধনলক্ষ্মীৰ কৃপা, মাথোঁ কৰক এই কাম

এই ৩ ৰাশিৰ লোকৰ ওপৰত থাকিব ধনলক্ষ্মীৰ কৃপা, মাথোঁ কৰক এই কাম

14 hours ago
বগীনদীৰ ৰাকেশৰ মৃত্যুৰ প্ৰকৃত কাৰণ কি আছিল?

বগীনদীৰ ৰাকেশৰ মৃত্যুৰ প্ৰকৃত কাৰণ কি আছিল?

14 hours ago
৭৫খনকৈ বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত ওলাল পোক, নিমখৰ সলনি দিলে ডিটাৰ্জেণ্ট পাউডাৰ

৭৫খনকৈ বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত ওলাল পোক, নিমখৰ সলনি দিলে ডিটাৰ্জেণ্ট পাউডাৰ

16 hours ago
ICCৰ ব্যাপক শাস্তিৰ সন্মুখীন যশস্বী জয়ছোৱাল

ICCৰ ব্যাপক শাস্তিৰ সন্মুখীন যশস্বী জয়ছোৱাল

16 hours ago
মুক্তিৰ ৭০ দিনৰ পিছতো মহানগৰীৰ Matrix cinemasত এতিয়াও হাউছফুল ‘চুপা চুপি’

মুক্তিৰ ৭০ দিনৰ পিছতো মহানগৰীৰ Matrix cinemasত এতিয়াও হাউছফুল ‘চুপা চুপি’

17 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, August 26, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

মিথুনসহ এইকেইটা ৰাশিৰ সুখৰ দিন আৰম্ভ হব ১১ আগষ্টৰ পৰা! কি ঘটিব, প্ৰাপ্তি কি কি?

মিথুনসহ এইকেইটা ৰাশিৰ সুখৰ দিন আৰম্ভ হব ১১ আগষ্টৰ পৰা! কি ঘটিব, প্ৰাপ্তি কি কি?

editor by editor
July 29, 2025
in জীৱনশৈলী, বিবিধ, লেখা
0
মিথুনসহ এইকেইটা ৰাশিৰ সুখৰ দিন আৰম্ভ হব ১১ আগষ্টৰ পৰা! কি ঘটিব, প্ৰাপ্তি কি কি?
0
SHARES
58
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বৈদিক জ্যোতিষশাস্ত্ৰমতে গ্ৰহৰ মাজত বুধ গ্ৰহৰ পৃথক মাহাত্ম্য আছে। ব্যৱসায়, বাণী, বিতৰ্ক, নেটৱৰ্কিংসহ একাধিক ক্ষেত্ৰৰ কাৰক হৈছে বুধ। ফলত সেই স্থানৰ পৰা বুধৰ অৱস্থান পৃথক কৰাৰ মাহাত্ম্যও আছে জ্যোতিষশাস্ত্ৰত। বিগত ১৮ জুলাই ২০২৫ চনত কৰ্কট ৰাশিক স্বস্তি দি বক্ৰী হৈছিল বুধ। এইবাৰ ১১ আগষ্ট ২০২৫ চনত বুধ মাৰ্গী হব।

মেষ ৰাশি

বুধ মাৰ্গী হোৱাৰ ফলত ১১ আগষ্টত মাটি ঘৰ সম্পৰ্কিত ক্ষেত্ৰত সুখবৰ লাভ কৰিব পাৰে। সমাজত আপোনাৰ সৈতে কোনো প্ৰভাৱশালী ব্যক্তিৰ পৰিচয় ঘটিব। যিসকলে আপোনাৰ কেৰিয়াৰক আগুৱাই নিয়াত সহায় কৰিব। ঘৰোৱা দিশৰ পৰা কিছু সুখ অৰ্জন কৰিব পাৰে। কেৰিয়াৰত আপুনি উভতি চাব লগা নহয়।

মিথুন ৰাশি

বুধৰ গোচৰত কিছু শুভ পৰিণাম আপোনাৰ ভাগ্যলৈ আহিব পাৰে। যিসকলে স্থানীয় চাকৰিৰ সন্ধান কৰি আছে বা চৰকাৰী চাকৰিৰ সন্ধান কৰি আছে তেওঁলোকে সেই চাকৰি লাভ কৰিব পাৰে। মনৰ ইচ্ছামতে কোনো বাহন আপুনি ক্ৰয় কৰিব পাৰে। আপোনাৰ কথাৰ জোৰতেই আপুনি কাংক্ষিত সন্মান পাব।

কন্যা ৰাশি

বুধে আপোনাৰ লাভত মাৰ্গী হৈছে। আৰু এই অৱস্থানক কন্যা ৰাশিৰ অনুকূল বুলি ধাৰণা কৰা হয়। এই পৰিস্থিতিত আপোনাৰ জীৱনত আমদানি বাঢ়িব পাৰে। আয় বাঢ়িব পাৰে। ইয়াৰ প্ৰভাৱত আমদানিও বাঢ়িব পাৰে। সন্তানক লৈ আপুনি প্ৰসন্ন হব পাৰে। আপোনাৰ স্বাস্থ্য পূৰ্বতকৈ ভালে থাকিব। নিয়মিত গণপতিৰ বন্দনা কৰিব পাৰে। আপোনাৰ ৰৈ থকা কাম এইসময়ত সম্পন্ন হব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

হাজাৰ বাধাৰ পিছতো ভাৰতীয় যুৱকৰে সংসাৰ কৰাৰ মন পাক যুৱতীৰ
ভাৰত

হাজাৰ বাধাৰ পিছতো ভাৰতীয় যুৱকৰে সংসাৰ কৰাৰ মন পাক যুৱতীৰ

August 25, 2026
মংগলে সলনি কৰিব নক্ষত্ৰ, এই ৪ ৰাশিৰ জীৱনলৈ আহিব শুভ সময়
জীৱনশৈলী

মংগলে সলনি কৰিব নক্ষত্ৰ, এই ৪ ৰাশিৰ জীৱনলৈ আহিব শুভ সময়

August 25, 2026
Amazon, Swiggy Instamart আৰু BigBasketৰ লাইচেন্স বাতিল, কিন্তু কিয়?
বাণিজ্য

Amazon, Swiggy Instamart আৰু BigBasketৰ লাইচেন্স বাতিল, কিন্তু কিয়?

August 25, 2026
বেটেৰে নহয়, এইবাৰ বলেৰেও বৈভৱ সূৰ্যবংশীৰ চমক!
বিনোদন

বেটেৰে নহয়, এইবাৰ বলেৰেও বৈভৱ সূৰ্যবংশীৰ চমক!

August 25, 2026
Next Post
প’ষ্ট অফিচত প্ৰতিমাহে ২৫০০ টকা RD কৰিলে মেচিউৰিটিৰ সময়ত কিমান টকা পাব?

প’ষ্ট অফিচত প্ৰতিমাহে ২৫০০ টকা RD কৰিলে মেচিউৰিটিৰ সময়ত কিমান টকা পাব?

OTP দিয়াৰ সমস্যা অতীত হ’ব! আঙুলিৰ চাপ বা ফেছ আই ডিৰেই কৰিব পাৰিব পেমেণ্ট, নতুন ব্যৱস্থা আৰম্ভ কৰিছে এই বেংকে

OTP দিয়াৰ সমস্যা অতীত হ'ব! আঙুলিৰ চাপ বা ফেছ আই ডিৰেই কৰিব পাৰিব পেমেণ্ট, নতুন ব্যৱস্থা আৰম্ভ কৰিছে এই বেংকে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.