• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
OTP দিয়াৰ সমস্যা অতীত হ’ব! আঙুলিৰ চাপ বা ফেছ আই ডিৰেই কৰিব পাৰিব পেমেণ্ট, নতুন ব্যৱস্থা আৰম্ভ কৰিছে এই বেংকে

OTP দিয়াৰ সমস্যা অতীত হ’ব! আঙুলিৰ চাপ বা ফেছ আই ডিৰেই কৰিব পাৰিব পেমেণ্ট, নতুন ব্যৱস্থা আৰম্ভ কৰিছে এই বেংকে

11 months ago
কঁঠাল গুটি খায়নে? জানক কঁঠালৰ গুটিৰ ৭টা উপকাৰী গুণ

কঁঠাল গুটি খায়নে? জানক কঁঠালৰ গুটিৰ ৭টা উপকাৰী গুণ

1 hour ago
এসময়ত ৰেষ্টুৰেণ্টত বাচন ধুইছিল স্মৃতি ইৰানীয়ে

এসময়ত ৰেষ্টুৰেণ্টত বাচন ধুইছিল স্মৃতি ইৰানীয়ে

2 hours ago
ৰুটি পৰিৱেশন কৰোঁতে কৰি আছে নেকি এই ভুল? ৰৈ যাব পাৰে আপোনাৰ ঘৰৰ সমৃদ্ধি

ৰুটি পৰিৱেশন কৰোঁতে কৰি আছে নেকি এই ভুল? ৰৈ যাব পাৰে আপোনাৰ ঘৰৰ সমৃদ্ধি

2 hours ago
 দীঘল চুলিৰ আঁৰত কোন আছিল? কিয় ৭ নম্বৰ জাৰ্ছী পৰিধান কৰে ধোনীয়ে?

দীঘল চুলিৰ আঁৰত কোন আছিল? কিয় ৭ নম্বৰ জাৰ্ছী পৰিধান কৰে ধোনীয়ে?

3 hours ago
খালী পেটত পানী সেৱন কৰাটো সঁচাকৈ উপকাৰী নে? জানক বিশেষজ্ঞই কি কয়

খালী পেটত পানী সেৱন কৰাটো সঁচাকৈ উপকাৰী নে? জানক বিশেষজ্ঞই কি কয়

4 hours ago
অপূৰ্ণ হোৱা স্বপ্ন বুকুত বান্ধিয়েই বিদায় ক্ৰিষ্টিয়ানো ৰোনাল্ডোৰ

অপূৰ্ণ হোৱা স্বপ্ন বুকুত বান্ধিয়েই বিদায় ক্ৰিষ্টিয়ানো ৰোনাল্ডোৰ

4 hours ago
আগন্তুক সপ্তাহত আপোনাৰ দিনটো কেনে যাব?

আগন্তুক সপ্তাহত আপোনাৰ দিনটো কেনে যাব?

6 hours ago
এইবাৰ বিশ্বৰ সপ্তম আশ্বৰ্য তাজমহলতো হ’ব নেকি খনন?

এইবাৰ বিশ্বৰ সপ্তম আশ্বৰ্য তাজমহলতো হ’ব নেকি খনন?

14 hours ago
কিয় ৫৩ বছৰ বয়সতো অবিৱাহিত হৈয়ে থাকিল গীতা কাপুৰ? জানক ইয়াৰ কাৰণ

কিয় ৫৩ বছৰ বয়সতো অবিৱাহিত হৈয়ে থাকিল গীতা কাপুৰ? জানক ইয়াৰ কাৰণ

14 hours ago
সহজে পোৱা এই ৫ বিধ খাদ্যই আপোনাক দিব পাৰে ভাল আৰু গভীৰ টোপনি

সহজে পোৱা এই ৫ বিধ খাদ্যই আপোনাক দিব পাৰে ভাল আৰু গভীৰ টোপনি

15 hours ago
বিশ্বাস কৰক বা নকৰক, মেয়ৰ দৰাই বিয়া পাতিলে কইনা ঘঁৰিয়ালক

বিশ্বাস কৰক বা নকৰক, মেয়ৰ দৰাই বিয়া পাতিলে কইনা ঘঁৰিয়ালক

15 hours ago
FIFA বিশ্বকাপত নোৰা ফাতেহীৰ গ্লেমাৰাছ লুকৰ আঁৰত কোন?

FIFA বিশ্বকাপত নোৰা ফাতেহীৰ গ্লেমাৰাছ লুকৰ আঁৰত কোন?

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, July 7, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

OTP দিয়াৰ সমস্যা অতীত হ’ব! আঙুলিৰ চাপ বা ফেছ আই ডিৰেই কৰিব পাৰিব পেমেণ্ট, নতুন ব্যৱস্থা আৰম্ভ কৰিছে এই বেংকে

OTP দিয়াৰ সমস্যা অতীত হ'ব! আঙুলিৰ চাপ বা ফেছ আই ডিৰেই কৰিব পাৰিব পেমেণ্ট, নতুন ব্যৱস্থা আৰম্ভ কৰিছে এই বেংকে

editor by editor
July 29, 2025
in জীৱনশৈলী, প্ৰযুক্তি, বাণিজ্য, বিবিধ, ভাৰত
0
OTP দিয়াৰ সমস্যা অতীত হ’ব! আঙুলিৰ চাপ বা ফেছ আই ডিৰেই কৰিব পাৰিব পেমেণ্ট, নতুন ব্যৱস্থা আৰম্ভ কৰিছে এই বেংকে
0
SHARES
73
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অনলাইন পেমেণ্ট কৰাৰ সময়ত প্ৰতিবাৰেই OTPৰ বাবে অপেক্ষা কৰা, তাৰপিছত টাইপ কৰা আদি সমস্যা অতীত হব। ফেডাৰেল বেংকে এক পৃথক উদ্যোগ গ্ৰহণ কৰিছে। ভাৰতত প্ৰথমবাৰৰ বাবে এনে এক সুবিধা আৰম্ভ হৈছে যত যিকোনো গ্ৰাহকে কেৱল তেওঁলোকৰ ফেছ আইডি বা আঙুলিৰ চাপ দিয়েই ই কমাৰ্ছ পেমেণ্ট কৰিব পাৰিব। অৰ্থাৎ, এতিয়া কোনো অ টি পি অবিহনেই আঙুলিৰ এটা স্পৰ্শতেই পেমেণ্ট কৰিব পাৰিব।

এই সুবিধাই কেৱল দ্ৰুত পেমেণ্টই নকৰে, বৰং সুৰক্ষাৰ দিশৰ পৰাও আৰু সুৰক্ষিত কৰিব পেমেণ্ট ব্যৱস্থাক। ফেডাৰেল বেংকে জনাইছে যে, গ্ৰাহকৰ এক মসৃণ, সুৰক্ষিত আৰু ভৱিষ্যতৰ বাবে আৰু উন্নত ডিজিটেল অভিজ্ঞতা দিবলৈ এই পদক্ষেপ গ্ৰহণ কৰা হৈছে।

OTP অবিহনে কেনেকৈ পেমেণ্ট কৰিব?

প্ৰথমবাৰ পেমেণ্ট কৰাৰ সময়ত চিষ্টেমে সুধিব যে আপুনি OTPৰ সমস্যাৰ পৰা মুক্তি পাব খোজে নেকি, য়েছ বুলি দিয়াৰ পাছতেই মোবাইলত আপোনাৰ আঙুলিৰ চাপ বা ফেচ আইডিৰ অপশ্ব্যন খোল খাব। বায়োমেট্ৰিক দিয়াৰ অনুমতি দিয়ে আপোনাৰ মোবাইলত এটা পপআপ আহিব, তাতেই আপোনাৰ আঙুলিৰ চাপ বা ফেছ আইডিৰ দিয়াৰ অপশ্ব্যন পাব। মাত্ৰ এটা স্পৰ্শ বা এক নজৰতেই আপোনাৰ চিষ্টেম আৰম্ভ হৈ পৰিব।

এই ব্যৱস্থাত লেনদেন দুটা ক্লিকতেই সম্পন্ন হব। এই বৈশিষ্ট্যৰ বাবে Paytm, PhonePe, Google Payৰ দৰে এপসমূহ Android 5.0+ আৰু iOS 13.0+ ডিভাইছত উপলব্ধ। এই সুবিধা ধীৰে ধীৰে অন্যান্য মাৰ্চেণ্ট এপসমূহতো প্ৰয়োগ কৰা হব। যজি কেতিয়াবা বায়োমেট্ৰিক চিনাক্তকৰণ ব্যৰ্থ হয় তেতিয়া বেংকে OTP  পঠিয়াই অৰ্থ লেনদেন সম্পূৰ্ণ কৰাৰ বিকল্প দিব।

ফেডাৰেল বেংকৰ এই সুবিধা সম্পূৰ্ণৰূপে আৰ বি আইৰ নিয়মৰ ওপৰত ভিত্তি কৰি তৈয়াৰ কৰা হৈছে। যত আপোনাৰ মোবাইল বায়োমেট্ৰিক নিশ্চিতকৰণ দ্বিতীয় ফেক্টৰ হৈ উঠে। ফিংগাৰপ্ৰিণ্ট বা ফেছ আইডিৰ দৰে প্ৰযুক্তিৰ চুৰি কৰা প্ৰায় অসম্ভৱ। সেই কাৰণেই কাৰ্ড কেলেংকাৰী আৰু ছিম ক্লোনিংৰ দৰে সমস্যা দূৰ হব। ব্যৱসায়ীসকলৰ বাবে এটা সহজ SDK  উপলব্ধ, যি এপ ইনষ্টল কৰে তাতেই গ্ৰাহকক দ্ৰুত, নিৰাপদ আৰু নিৰ্বিঘ্নে অৰ্থপ্ৰদানৰ সুবিধা দিয়া হব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কঁঠাল গুটি খায়নে? জানক কঁঠালৰ গুটিৰ ৭টা উপকাৰী গুণ
জীৱনশৈলী

কঁঠাল গুটি খায়নে? জানক কঁঠালৰ গুটিৰ ৭টা উপকাৰী গুণ

July 7, 2026
এসময়ত ৰেষ্টুৰেণ্টত বাচন ধুইছিল স্মৃতি ইৰানীয়ে
বিনোদন

এসময়ত ৰেষ্টুৰেণ্টত বাচন ধুইছিল স্মৃতি ইৰানীয়ে

July 7, 2026
ৰুটি পৰিৱেশন কৰোঁতে কৰি আছে নেকি এই ভুল? ৰৈ যাব পাৰে আপোনাৰ ঘৰৰ সমৃদ্ধি
জীৱনশৈলী

ৰুটি পৰিৱেশন কৰোঁতে কৰি আছে নেকি এই ভুল? ৰৈ যাব পাৰে আপোনাৰ ঘৰৰ সমৃদ্ধি

July 7, 2026
 দীঘল চুলিৰ আঁৰত কোন আছিল? কিয় ৭ নম্বৰ জাৰ্ছী পৰিধান কৰে ধোনীয়ে?
বিনোদন

দীঘল চুলিৰ আঁৰত কোন আছিল? কিয় ৭ নম্বৰ জাৰ্ছী পৰিধান কৰে ধোনীয়ে?

July 7, 2026
Next Post
ফেটি লিভাৰে শৰীৰ আক্ৰমণ কৰাৰ ইংগিত ছালেই দিয়ে! ৫ লক্ষণ দেখিলেই বুজিব চৰ্বি জমা হৈ লিভাৰ বেয়া হব ধৰিছে

ফেটি লিভাৰে শৰীৰ আক্ৰমণ কৰাৰ ইংগিত ছালেই দিয়ে! ৫ লক্ষণ দেখিলেই বুজিব চৰ্বি জমা হৈ লিভাৰ বেয়া হব ধৰিছে

শিৱ-সিদ্ধি যোগত মালামাল ৫ৰাশি! ভৰা শাওনত মহাদেৱৰ কৃপা বৰ্ষিত হ’ব কাৰ কাৰ ওপৰত?

শিৱ-সিদ্ধি যোগত মালামাল ৫ৰাশি! ভৰা শাওনত মহাদেৱৰ কৃপা বৰ্ষিত হ'ব কাৰ কাৰ ওপৰত?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.