• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
১১ বাৰ মনোনীত হৈয়ো নোৱেল পুৰস্কাৰ লাভ নকৰিলে, ব্ৰিটিছ শাসনকালত ৯বাৰ কাৰাবন্দী, জন্মবাৰ্ষিকীত জানক নেহৰুৰ ১৪টা অজানা কাহিনী

১১ বাৰ মনোনীত হৈয়ো নোৱেল পুৰস্কাৰ লাভ নকৰিলে, ব্ৰিটিছ শাসনকালত ৯বাৰ কাৰাবন্দী, জন্মবাৰ্ষিকীত জানক নেহৰুৰ ১৪টা অজানা কাহিনী

2 years ago
ৰন্ধনঘৰৰ এই সামগ্ৰীতেই লুকাই থাকে হাজাৰ ৰোগৰ বিষ! আজিয়েই সতৰ্ক হওক, অন্যথা বিপদ বাঢ়িব

ৰন্ধনঘৰৰ এই সামগ্ৰীতেই লুকাই থাকে হাজাৰ ৰোগৰ বিষ! আজিয়েই সতৰ্ক হওক, অন্যথা বিপদ বাঢ়িব

1 hour ago
আমাৰ ধৰ্ম ভিন্ন, বয়সৰ ব্যৱধান আছে, নিকৰ সৈতে দূৰত্ব বাঢ়িছে? বিচ্ছেদৰ খবৰক লৈ কি কৈছে প্ৰিয়ংকাই?

আমাৰ ধৰ্ম ভিন্ন, বয়সৰ ব্যৱধান আছে, নিকৰ সৈতে দূৰত্ব বাঢ়িছে? বিচ্ছেদৰ খবৰক লৈ কি কৈছে প্ৰিয়ংকাই?

1 hour ago
বসন্ততেই পোৱা যায়! খাদ্য তালিকাত ৰাখক এইবিধ খাদ্য, বাঢ়িব যৌ* ক্ষমতা, আৰু কি কি গুণ আছে এই খাদ্যৰ?

বসন্ততেই পোৱা যায়! খাদ্য তালিকাত ৰাখক এইবিধ খাদ্য, বাঢ়িব যৌ* ক্ষমতা, আৰু কি কি গুণ আছে এই খাদ্যৰ?

2 hours ago
প্ৰতিদিনৰ ৪ অভ্যাসে আপোনাৰ উন্নতিৰ পথৰ সকলোতকৈ ডাঙৰ বাধা, কি কৈছে গৰুড় পুৰাণে?

প্ৰতিদিনৰ ৪ অভ্যাসে আপোনাৰ উন্নতিৰ পথৰ সকলোতকৈ ডাঙৰ বাধা, কি কৈছে গৰুড় পুৰাণে?

2 hours ago
মীনৰ ঘৰত ৩ গ্ৰহৰ মেলা, লগতে আদিত্য মঙ্গল যোগ, নতুন সপ্তাহত সাফল্য লাভ কৰিব ৫ৰাশিয়ে

মীনৰ ঘৰত ৩ গ্ৰহৰ মেলা, লগতে আদিত্য মঙ্গল যোগ, নতুন সপ্তাহত সাফল্য লাভ কৰিব ৫ৰাশিয়ে

3 hours ago
২ বছৰত সুদ হিচাপেই পাব ৬০ হাজাৰ টকা, পোষ্ট অফিচৰ এই স্কিম সম্পৰ্কে জানেনে?

২ বছৰত সুদ হিচাপেই পাব ৬০ হাজাৰ টকা, পোষ্ট অফিচৰ এই স্কিম সম্পৰ্কে জানেনে?

3 hours ago
ফেটি লিভাৰে ক্ষতি কৰে শৰীৰৰ এই ৪ অংগৰ, কি ৭ বিধ খাদ্য এই ৰোগৰ ৰক্ষাকবচ?

ফেটি লিভাৰে ক্ষতি কৰে শৰীৰৰ এই ৪ অংগৰ, কি ৭ বিধ খাদ্য এই ৰোগৰ ৰক্ষাকবচ?

4 hours ago
কি ভিটামিনৰ অভাৱত আঁঠুৰ বিষ হ’ব পাৰে? কম বয়সতে আঁঠু বিষৰ সমস্যা হ’লে খাদ্য তালিকাত কি কি অন্তৰ্ভুক্ত কৰাটো জৰুৰী?

কি ভিটামিনৰ অভাৱত আঁঠুৰ বিষ হ’ব পাৰে? কম বয়সতে আঁঠু বিষৰ সমস্যা হ’লে খাদ্য তালিকাত কি কি অন্তৰ্ভুক্ত কৰাটো জৰুৰী?

4 hours ago
২ এপ্ৰিলৰ পৰা এই ৪ৰাশিলৈ আহি আছে গুড নিউজ, বাঢ়িব ইনকাম, মঙ্গল-গুৰুৰ কেন্দ্ৰ যোগে আৰু কি কি লাভ দিব?

২ এপ্ৰিলৰ পৰা এই ৪ৰাশিলৈ আহি আছে গুড নিউজ, বাঢ়িব ইনকাম, মঙ্গল-গুৰুৰ কেন্দ্ৰ যোগে আৰু কি কি লাভ দিব?

4 hours ago
এইকেইবিধ খাদ্য খালেই কমে পুৰুষৰ শুক্ৰাণুৰ ক্ষমতা, গৱেষণাত কি কি সতৰ্কবাৰ্তা?

এইকেইবিধ খাদ্য খালেই কমে পুৰুষৰ শুক্ৰাণুৰ ক্ষমতা, গৱেষণাত কি কি সতৰ্কবাৰ্তা?

5 hours ago
এই ভিটামিনৰ ঘাটি হ’লে মানুহে কথা পাহৰিবলৈ ধৰে, সাৱধান হওক, জানি থওক খাদ্য তালিকাত কি জৰুৰী?

এই ভিটামিনৰ ঘাটি হ’লে মানুহে কথা পাহৰিবলৈ ধৰে, সাৱধান হওক, জানি থওক খাদ্য তালিকাত কি জৰুৰী?

5 hours ago
ব্ৰেইনৰ পৰা হাৰ্ট, স্বাস্থ্যৰক্ষাত সহায়ক চকলেট, নিয়মিতভাৱে খালে কি কি সুবিধা?

ব্ৰেইনৰ পৰা হাৰ্ট, স্বাস্থ্যৰক্ষাত সহায়ক চকলেট, নিয়মিতভাৱে খালে কি কি সুবিধা?

5 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, March 28, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

১১ বাৰ মনোনীত হৈয়ো নোৱেল পুৰস্কাৰ লাভ নকৰিলে, ব্ৰিটিছ শাসনকালত ৯বাৰ কাৰাবন্দী, জন্মবাৰ্ষিকীত জানক নেহৰুৰ ১৪টা অজানা কাহিনী

editor by editor
November 14, 2023
in বিবিধ, ভাৰত, ৰাজনীতি, লেখা, শিক্ষা
0
১১ বাৰ মনোনীত হৈয়ো নোৱেল পুৰস্কাৰ লাভ নকৰিলে, ব্ৰিটিছ শাসনকালত ৯বাৰ কাৰাবন্দী, জন্মবাৰ্ষিকীত জানক নেহৰুৰ ১৪টা অজানা কাহিনী
0
SHARES
174
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ ১৪ নৱেম্বৰ, ভাৰতৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহৰুৰ জন্মবাৰ্ষিকী। প্ৰতি বছৰে এই দিনটোৰ বাবে বিশেষভাৱে অপেক্ষা কৰে শিশুসকলে। কাৰণ এই দিনটোক শিশু দিৱস হিচাপে পালন কৰা হয়। ১৪ নৱেম্বৰ দিনটো শিশুসকলৰ নামতেই উৎসৰ্গিত। ভালপোৱা, মৰমৰ লগতে উপহাৰৰ টোপোলাও এই দিনটোত শিশুসকলক দিয়া হয়। শিশুসকলৰ প্ৰতি নেহৰুৰ অগাধ ভালপোৱা আছিল যাৰবাবে তেওঁৰ ওপজা দিনটোক শিশু দিৱস হিচাপে পালন কৰি অহা হৈছে। চাচা নেহৰু নামেৰে তেওঁ শিশুসকলৰ মাজত জনপ্ৰিয় আছিল। নেহৰুৰ জন্মবাৰ্ষিকীত তেওঁৰ প্ৰতি শ্ৰদ্ধা জনাই এই দিনটোক শিশু দিৱস হিচাপে পালন কৰা হয়। জৱাহৰলাল নেহৰুৰ ওপজাদিনতেই জানি থওক তেওঁৰ বিষয়ে অজানা এই ১৪ টা তথ্য।

১) ১৯৫০ চনৰ পৰা ১৯৫৫ চনৰ মাজত ১১ বাৰ শান্তিৰ নোৱেল পুৰস্কাৰৰ বাবে তেওঁ মনোনীত হৈছিল যদিও এবাৰো নোৱেল লাভ কৰিবলৈ সক্ষম নহ’ল।

২) ১৯৭০ চনৰ অক্টোবৰত কেমব্ৰীজ ট্ৰিনিটি কলেজত পঢ়িবলৈ গৈছিল নেহৰু। ১৯১০ চনত নেচাৰেল ছায়েন্সত স্নাতক ডিগ্ৰী অৰ্জন কৰে নেহৰুৱে।

৩) ১৯১২ চনৰ ভাৰতলৈ ওভতি আহি এলাহবাদ হাইকৰ্টত এগৰাকী অধিবক্তা হিচাপে নিজৰ নাম নথিভুক্ত কৰিছিল নেহৰুৱে। বেৰিষ্টাৰ হিচাপে কৰ্মজীৱন আৰম্ভ কৰিছিল নেহৰুৱে।

৪) কাশ্মীৰি পণ্ডিত পৰিয়ালত জন্মগ্ৰহণ কৰিছিল নেহৰুৱে।

৫) নেহৰুৰ দুগৰাকীকৈ ভনীয়েকো আছিল। তেওঁৰ ডাঙৰগৰাকী ভগ্নীৰ নাম হৈছে বিজয় লক্ষ্মী পণ্ডিত আৰু সৰু ভনীয়েকৰ নাম হৈছে কৃষ্ণা হুথিচিং।

৬) ১৯২৯ চনত কংগ্ৰেছ সভাপতিৰ পদত বহে নেহৰু। ইয়াৰপাছতেই কংগ্ৰেছৰ নেতৃত্বত স্বাধীনতা সংগ্ৰামত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।

৭) ১৯৩৫ চনত কাৰাবাসৰ শাস্তি লাভ কৰে নেহৰুৱে।

৮) ১৯২৯ চনত কাৰাগাৰত বহিয়েই আত্মজীৱনী লিখিছিল নেহৰুৱে। নেহৰুৰ আত্মজীৱনীখনৰ নাম হৈছে ‘Toward Freedom’। এই আত্মজীৱনীখন ১৯৩৬ চনত মাৰ্কিন যুক্তৰাষ্ট্ৰত প্ৰকাশিত হয়।

৯) ১৯৬৪ চনৰ ২৭ মে’ত হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু হয় নেহৰুৰ। শেষযাত্ৰাত তেওঁক এবাৰ শেষবাৰৰ বাবে চাবৰ বাবে ৰাস্তালৈ ওলাই আহিছিল প্ৰায় ১৫ লাখ মানুহ।

১০) ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ সময়ত পণ্ডিত জৱাহৰলাল নেহৰুৱে নয়ডাত কাৰাবন্দী হৈ আছিল। মুঠ ৩ হাজাৰ ২৫৯ দিনৰ বাবে বাবে তেওঁক কাৰাবন্দী কৰিছিল ব্ৰিটিছে। এই কাৰাবাসৰ সময় প্ৰায় ৯বছৰৰ সমান।

১১) এনি বেছেণ্টৰ এজন অনুৰাগী আছিল নেহৰু। ইণ্ডিয়ান নেশ্ব্যনেল কংগ্ৰেছৰ প্রথম ভাৰতীয় মহিলা প্ৰেছিডেণ্ট আছিল এনি। ১৯১৬ চনত এনিৰ প্ৰতিষ্ঠিত হোম ৰুল লীগৰ সদস্য আছিল নেহৰু।

১২) ১৯২৭ চনত নেহৰুয়ে প্ৰথম সম্পূৰ্ণ জাতীয় স্বাধীনতাৰ ধাৰণা দিছিল সকলোকে। ব্ৰিটিছ শাসনৰ পৰা ভাৰতক মুক্ত কৰিবলৈ গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল।

১৩) জৱাহৰলাল নেহৰুক আধুনিক ভাৰতৰ স্থপতি বুলিও কোৱা হয়।

১৪) ১৯২৯ চনত লাহোৰৰ বিশাল জনসমাবেশ আৰু কংগ্ৰেছৰ স্বেচ্ছাসেৱকৰ ওচৰত ভাৰতৰ পতাকা উত্তোলন কৰিছিল নেহৰুৱে। তাৰপাছতেই ঘৰে ঘৰে ভাৰতৰ ত্ৰিৰংগা উত্তোলন কৰা হৈছিল। ব্ৰিটিছ শাসনৰ বিৰুদ্ধে আংশিকভাৱে প্ৰতিবাদেই আৰম্ভ হৈছিল।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ৰন্ধনঘৰৰ এই সামগ্ৰীতেই লুকাই থাকে হাজাৰ ৰোগৰ বিষ! আজিয়েই সতৰ্ক হওক, অন্যথা বিপদ বাঢ়িব
জীৱনশৈলী

ৰন্ধনঘৰৰ এই সামগ্ৰীতেই লুকাই থাকে হাজাৰ ৰোগৰ বিষ! আজিয়েই সতৰ্ক হওক, অন্যথা বিপদ বাঢ়িব

March 28, 2026
বসন্ততেই পোৱা যায়! খাদ্য তালিকাত ৰাখক এইবিধ খাদ্য, বাঢ়িব যৌ* ক্ষমতা, আৰু কি কি গুণ আছে এই খাদ্যৰ?
খাদ্য

বসন্ততেই পোৱা যায়! খাদ্য তালিকাত ৰাখক এইবিধ খাদ্য, বাঢ়িব যৌ* ক্ষমতা, আৰু কি কি গুণ আছে এই খাদ্যৰ?

March 28, 2026
প্ৰতিদিনৰ ৪ অভ্যাসে আপোনাৰ উন্নতিৰ পথৰ সকলোতকৈ ডাঙৰ বাধা, কি কৈছে গৰুড় পুৰাণে?
জীৱনশৈলী

প্ৰতিদিনৰ ৪ অভ্যাসে আপোনাৰ উন্নতিৰ পথৰ সকলোতকৈ ডাঙৰ বাধা, কি কৈছে গৰুড় পুৰাণে?

March 28, 2026
২ বছৰত সুদ হিচাপেই পাব ৬০ হাজাৰ টকা, পোষ্ট অফিচৰ এই স্কিম সম্পৰ্কে জানেনে?
জীৱনশৈলী

২ বছৰত সুদ হিচাপেই পাব ৬০ হাজাৰ টকা, পোষ্ট অফিচৰ এই স্কিম সম্পৰ্কে জানেনে?

March 28, 2026
Next Post
দীপাৱলীৰ পাছতেই বুধাদিত্য ৰাজযোগ, নভৱাকৈয়ে হাতলৈ ধন আহিব ৩ ৰাশিৰ জাতকৰ

দীপাৱলীৰ পাছতেই বুধাদিত্য ৰাজযোগ, নভৱাকৈয়ে হাতলৈ ধন আহিব ৩ ৰাশিৰ জাতকৰ

১২ লাখ প্ৰদীপ জ্বলিলেও অন্ধকাৰতেই ডুবি থাকিল ৰাম জন্মভূমি! ৰেকৰ্ড গঢ়িও কিয় ককৰ্থনাৰ সন্মুখীন যোগী আদিত্যনাথ?

১২ লাখ প্ৰদীপ জ্বলিলেও অন্ধকাৰতেই ডুবি থাকিল ৰাম জন্মভূমি! ৰেকৰ্ড গঢ়িও কিয় ককৰ্থনাৰ সন্মুখীন যোগী আদিত্যনাথ?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.