• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
পেট নে কাৰখানা, অপাৰেচন কৰি ১৪ বছৰীয়া কিশোৰৰ পেটৰ পৰা বাহিৰ কৰিলে বেটাৰী, চেইন, স্ক্ৰু, ব্লেডসহ ৫৬টা বস্তু

পেট নে কাৰখানা, অপাৰেচন কৰি ১৪ বছৰীয়া কিশোৰৰ পেটৰ পৰা বাহিৰ কৰিলে বেটাৰী, চেইন, স্ক্ৰু, ব্লেডসহ ৫৬টা বস্তু

1 year ago
কোটিপতি হোৱাৰ সহজ উপায়! মাত্ৰ এইদৰে কৰক ধন জমা

কোটিপতি হোৱাৰ সহজ উপায়! মাত্ৰ এইদৰে কৰক ধন জমা

51 minutes ago
পত্নী বেমাৰী কিন্তু সহ অভিনেত্ৰীৰ সৈতে প্ৰেমত মচগুল নায়ক, তাৰ পিছত…

পত্নী বেমাৰী কিন্তু সহ অভিনেত্ৰীৰ সৈতে প্ৰেমত মচগুল নায়ক, তাৰ পিছত…

2 hours ago
পেৰাচিটামলৰ দাম বাঢ়িব পাৰে, আৰু কি কি আছে এই তালিকাত? যুদ্ধৰ প্ৰভাৱ ঔষধৰ বজাৰতো

পেৰাচিটামলৰ দাম বাঢ়িব পাৰে, আৰু কি কি আছে এই তালিকাত? যুদ্ধৰ প্ৰভাৱ ঔষধৰ বজাৰতো

3 hours ago
জনগোষ্ঠীয় সশস্ত্ৰ সংগঠনক আধুনিক যুদ্ধ কৌশল শিকাবলৈ অনুমতি অবিহনে উত্তৰ পূৱত প্ৰৱেশ আমেৰিকাৰ মেথিউ এৰন ভেনডাইকৰ, ৰাছিয়াই ভাৰতক দিলে কেইবাটাও ডাঙৰ তথ্য, গ্ৰেপ্তাৰ মেথিউ

জনগোষ্ঠীয় সশস্ত্ৰ সংগঠনক আধুনিক যুদ্ধ কৌশল শিকাবলৈ অনুমতি অবিহনে উত্তৰ পূৱত প্ৰৱেশ আমেৰিকাৰ মেথিউ এৰন ভেনডাইকৰ, ৰাছিয়াই ভাৰতক দিলে কেইবাটাও ডাঙৰ তথ্য, গ্ৰেপ্তাৰ মেথিউ

4 hours ago
প্ৰতি মাহে SIPত ৩০,০০০ টকাকৈ বিনিয়োগ কৰিছে? ৫ বছৰ পাছত কিমান টকা পাব?

প্ৰতি মাহে SIPত ৩০,০০০ টকাকৈ বিনিয়োগ কৰিছে? ৫ বছৰ পাছত কিমান টকা পাব?

5 hours ago
মঘা নক্ষত্ৰলৈ আহিব কেতু, আগন্তুক ৮ মাহ ধৰি উন্নতিৰ গ্ৰাফে আকাশ চুব এই ৫ৰাশিৰ

মঘা নক্ষত্ৰলৈ আহিব কেতু, আগন্তুক ৮ মাহ ধৰি উন্নতিৰ গ্ৰাফে আকাশ চুব এই ৫ৰাশিৰ

5 hours ago
হৃদয়ে হৃদয়ে আজি ফুলিছে পদুম, অসমজুৰি এতিয়া পদুমৰ সুবাস, সামাজিক মাধ্যমত শ্বেয়াৰ হিমন্ত বিশ্ব শৰ্মাৰ কেইবাখনো আলোকচিত্ৰ

হৃদয়ে হৃদয়ে আজি ফুলিছে পদুম, অসমজুৰি এতিয়া পদুমৰ সুবাস, সামাজিক মাধ্যমত শ্বেয়াৰ হিমন্ত বিশ্ব শৰ্মাৰ কেইবাখনো আলোকচিত্ৰ

6 hours ago
ছবিয়ে কৈছে ৰাজনৈতিক দৃশ্যপটৰ কথা! অতুল বৰাক গামোছাৰে সম্ভাষণ দিছপুৰ সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী মীৰা বৰঠাকুৰৰ

ছবিয়ে কৈছে ৰাজনৈতিক দৃশ্যপটৰ কথা! অতুল বৰাক গামোছাৰে সম্ভাষণ দিছপুৰ সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী মীৰা বৰঠাকুৰৰ

6 hours ago
পত্নী আইমী আৰু দুই সন্তানক লৈ মনোনয়ন দাখিলৰ বাবে আগবাঢ়িছে পীয়ুষ হাজৰিকা

পত্নী আইমী আৰু দুই সন্তানক লৈ মনোনয়ন দাখিলৰ বাবে আগবাঢ়িছে পীয়ুষ হাজৰিকা

6 hours ago
বৰষুণেও ম্লান কৰিব পৰা নাই ৰাইজৰ মৰম-উৎসাহ! জনতাৰ ওচৰত কৃতজ্ঞ হৈ কি কৈছে হিমন্ত বিশ্ব শৰ্মাই

বৰষুণেও ম্লান কৰিব পৰা নাই ৰাইজৰ মৰম-উৎসাহ! জনতাৰ ওচৰত কৃতজ্ঞ হৈ কি কৈছে হিমন্ত বিশ্ব শৰ্মাই

6 hours ago
শনিক খং উঠালেই সৰ্বনাশ…! ভুলতো এই সামগ্ৰী নিবেদন নকৰিব শনিদেৱক

শনিক খং উঠালেই সৰ্বনাশ…! ভুলতো এই সামগ্ৰী নিবেদন নকৰিব শনিদেৱক

7 hours ago
মাহিলী ১২,৫০০ টকাকৈ বিনিয়োগ কৰি ১৫ বছৰত পাব মুঠ ৪০লাখ টকা, ক’ত কেনেকৈ বিনিয়োগ কৰিব লাগিব?

মাহিলী ১২,৫০০ টকাকৈ বিনিয়োগ কৰি ১৫ বছৰত পাব মুঠ ৪০লাখ টকা, ক’ত কেনেকৈ বিনিয়োগ কৰিব লাগিব?

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, March 20, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

পেট নে কাৰখানা, অপাৰেচন কৰি ১৪ বছৰীয়া কিশোৰৰ পেটৰ পৰা বাহিৰ কৰিলে বেটাৰী, চেইন, স্ক্ৰু, ব্লেডসহ ৫৬টা বস্তু

editor by editor
November 3, 2024
in বিবিধ, বিশ্ব, ভাৰত
0
পেট নে কাৰখানা, অপাৰেচন কৰি ১৪ বছৰীয়া কিশোৰৰ পেটৰ পৰা বাহিৰ কৰিলে বেটাৰী, চেইন, স্ক্ৰু, ব্লেডসহ ৫৬টা বস্তু
0
SHARES
190
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

পেট নে কাৰখানা, অপাৰেচন কৰি ১৪ বছৰীয়া কিশোৰৰ পেটৰ পৰা বাহিৰ কৰিলে বেটাৰী, চেইন, স্ক্ৰু, ব্লেডসহ ৫৬টা বস্তু

দিল্লীৰ ছফদৰজং হাস্পতালত মৃত্যু হোৱা এটি কিশোৰৰ ঘটনাই এতিয়া চাঞ্চল্যৰ সৃষ্টি কৰিছে। মৃত্যু হোৱা কিশোৰৰ পেটৰ পৰা চিকিৎসকে বাহিৰ কৰে ৫৬ টাকৈ সামগ্ৰী। পেট নহয় যে, কোনো যন্ত্ৰপাতিৰ কাৰখানাহে।

উত্তৰ প্ৰদেশৰ হাথৰছৰ ৰত্নগৰ্ভা কলনীৰ বাসিন্দা আদিত্য শৰ্মা নামৰ ১৪ বছৰীয়া কিশোৰজন নৱম শ্ৰেণীৰ ছাত্ৰ আছিল। যাৰ পেটৰ পৰা চিকিৎসকে ঘড়ী, ব্লেডৰ টুকুৰাকে ধৰি ৫৬টা সামগ্ৰী উদ্ধাৰ কৰে। চাঞ্চল্যৰ কথা যে, পেটত ব্লেডখন থকাৰ পিছতো ডিঙিত কোনো ঘাঁ হোৱা নাছিল, আনকি ডাক্তৰসকলেও কথাটো দেখি আচৰিত হয়।

মৃত ছাত্ৰজনৰ পিতৃ সঞ্চেত শৰ্মাই জনোৱা মতে, ১৩ অক্টোবৰত তেওঁৰ পুত্ৰৰ পেটৰ বিষৰ লগতে উশাহ লোৱাত অসুবিধা হৈছিল। ইয়াৰ পিছত তেওঁলোকে তেওঁক চহৰৰ এখন চিকিৎসালয়লৈ লৈ যায়। তাৰ পৰাই তেওঁলোকে ১৪ বছৰীয়া আদিত্যক জয়পুৰৰ এছ এম এছ হস্পিতাললৈ লৈ যায়। কিন্তু তাতো কোনো সুফল লাভ নকৰে।

পিছত আলিগড়ৰ এখন ব্যক্তিগত চিকিৎসালয়ত তদন্ত কৰা হয়। যেতিয়া পৰীক্ষাৰ ৰিপৰ্ট পজিটিভ আহে, তেতিয়া আদিত্যক ঘৰলৈ পঠিয়াই দিয়ে। তাৰ পিছত যেতিয়া সমস্যাৰ সৃষ্টি হয়, ২৫ অক্টোবৰত চিকিৎসকে নাকৰ চিটি স্কেন কৰি দিয়ে। চিটি স্কেনত নাকত এটা গোট ধৰা পৰিছিল আৰু ২৬ অক্টোবৰত অস্ত্ৰোপচাৰ কৰা হৈছিল আৰু গোটটো আঁতৰাই পেলোৱা হৈছিল; যাৰ বাবে আদিত্যৰ উশাহ-নিশাহৰ সমস্যা নোহোৱা হয়। ইয়াৰ পিছত পেটৰ গেছৰ সমস্যা আৰম্ভ হয়।

ইয়াৰ পিছত ২৬ অক্টোবৰৰ বিয়লি এটা ব্যক্তিগত কেন্দ্ৰত আদিত্যৰ পেটৰ আল্ট্ৰাছাউণ্ড কৰি তাত ১৯টা বস্তু উদ্ধাৰ কৰা হয়। ইয়াৰ পিছত চিকিৎসকে তেওঁক ৰেফাৰ কৰে। ইয়াৰ পিছত আদিত্যক নয়ডাৰ এখন ব্যক্তিগত চিকিৎসালয়লৈ লৈ যোৱা হয়, য’ত আল্ট্ৰাছাউণ্ডত ৫৬টা বস্তু দেখা যায়। তাৰ পৰাই আদিত্যক ছফদাৰজংলৈ প্ৰেৰণ কৰা হয়। ছফদাৰজং হাস্পতালত যেতিয়া আল্ট্ৰাছাউণ্ড কৰা হৈছিল, তেতিয়া আদিত্যৰ পেটত ৫৬টা বস্তু দেখা গৈছিল।

২৭ অক্টোবৰৰ অপাৰেচনৰ পিছত সকলো বস্তু বাহিৰ কৰা হয়। কিন্তু ২৮ অক্টোবৰৰ নিশা আদিত্যৰ মৃত্যু হয়। চিকিৎসকে জনোৱা মতে, আদিত্যৰ হৃদস্পন্দন ২৮০ বিপিএম হয়। সাধাৰণতে ৬০ৰ পৰা ১০০ৰ ভিতৰত হ’ব লাগে। যাৰ বাবেই মৃত্যু হয় আদিত্যৰ।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: 14 year old boy56 Thingsdelhidelhi hospitalViral Story
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

জনগোষ্ঠীয় সশস্ত্ৰ সংগঠনক আধুনিক যুদ্ধ কৌশল শিকাবলৈ অনুমতি অবিহনে উত্তৰ পূৱত প্ৰৱেশ আমেৰিকাৰ মেথিউ এৰন ভেনডাইকৰ, ৰাছিয়াই ভাৰতক দিলে কেইবাটাও ডাঙৰ তথ্য, গ্ৰেপ্তাৰ মেথিউ
জীৱনশৈলী

জনগোষ্ঠীয় সশস্ত্ৰ সংগঠনক আধুনিক যুদ্ধ কৌশল শিকাবলৈ অনুমতি অবিহনে উত্তৰ পূৱত প্ৰৱেশ আমেৰিকাৰ মেথিউ এৰন ভেনডাইকৰ, ৰাছিয়াই ভাৰতক দিলে কেইবাটাও ডাঙৰ তথ্য, গ্ৰেপ্তাৰ মেথিউ

March 20, 2026
প্ৰতি মাহে SIPত ৩০,০০০ টকাকৈ বিনিয়োগ কৰিছে? ৫ বছৰ পাছত কিমান টকা পাব?
জীৱনশৈলী

প্ৰতি মাহে SIPত ৩০,০০০ টকাকৈ বিনিয়োগ কৰিছে? ৫ বছৰ পাছত কিমান টকা পাব?

March 20, 2026
মাহিলী ১২,৫০০ টকাকৈ বিনিয়োগ কৰি ১৫ বছৰত পাব মুঠ ৪০লাখ টকা, ক’ত কেনেকৈ বিনিয়োগ কৰিব লাগিব?
জীৱনশৈলী

মাহিলী ১২,৫০০ টকাকৈ বিনিয়োগ কৰি ১৫ বছৰত পাব মুঠ ৪০লাখ টকা, ক’ত কেনেকৈ বিনিয়োগ কৰিব লাগিব?

March 20, 2026
৪৩ লাখ সূৰ্যক গিলি খাব পাৰে এটা মাত্ৰ ব্লেক হোলে! পৃথিৱীৰ কাষতে আছে বিশেষ এটা ব্লেক হোল
জীৱনশৈলী

৪৩ লাখ সূৰ্যক গিলি খাব পাৰে এটা মাত্ৰ ব্লেক হোলে! পৃথিৱীৰ কাষতে আছে বিশেষ এটা ব্লেক হোল

March 20, 2026
Next Post
এদিনতে ১০০ চিগাৰেট খোৱা শ্বাহৰুখে ত্যাগ কৰিলে চিগাৰেট, ক’লে সমস্যাৰ কথা

এদিনতে ১০০ চিগাৰেট খোৱা শ্বাহৰুখে ত্যাগ কৰিলে চিগাৰেট, ক'লে সমস্যাৰ কথা

দৈনিক ৰাশিফল- কেনে যাব আজি শুক্লা তৃতীয়া দিনটো, সৌভাগ্য যোগত ভাগ্য উজলি উঠিব এই ৰাশিৰ

দৈনিক ৰাশিফল- কেনে যাব আজি শুক্লা তৃতীয়া দিনটো, সৌভাগ্য যোগত ভাগ্য উজলি উঠিব এই ৰাশিৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.