• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
এদিনতে ১০০ চিগাৰেট খোৱা শ্বাহৰুখে ত্যাগ কৰিলে চিগাৰেট, ক’লে সমস্যাৰ কথা

এদিনতে ১০০ চিগাৰেট খোৱা শ্বাহৰুখে ত্যাগ কৰিলে চিগাৰেট, ক’লে সমস্যাৰ কথা

2 years ago
পুনৰ বন বিভাগৰ বুলড’জাৰৰ গৰ্জন

পুনৰ বন বিভাগৰ বুলড’জাৰৰ গৰ্জন

27 minutes ago
ভগ্নীক হ*ত্যা কৰি নিজকো শেষ কৰিলে আৰক্ষী কনিষ্টবলে

ভগ্নীক হ*ত্যা কৰি নিজকো শেষ কৰিলে আৰক্ষী কনিষ্টবলে

57 minutes ago
যি iphoneৰ বাবে সমগ্ৰ বিশ্ব উন্মাদ…

যি iphoneৰ বাবে সমগ্ৰ বিশ্ব উন্মাদ…

1 hour ago
আজি কোন ৰাশিৰ উজলিব ভাগ্য, কোন ৰাশিয়ে হ’ব লাগিব সাৱধান?

আজি কোন ৰাশিৰ উজলিব ভাগ্য, কোন ৰাশিয়ে হ’ব লাগিব সাৱধান?

2 hours ago
মেঘালয়ত বিজেপিৰ শক্তিবৃদ্ধি! UDPৰ ৮ বিধায়কৰ বিজেপিত যোগ

মেঘালয়ত বিজেপিৰ শক্তিবৃদ্ধি! UDPৰ ৮ বিধায়কৰ বিজেপিত যোগ

3 hours ago
পূজা চলি থকাৰ মাজতে পত্নী-পুৰোহিতসহ ৩ জনক হ*ত্যা

পূজা চলি থকাৰ মাজতে পত্নী-পুৰোহিতসহ ৩ জনক হ*ত্যা

17 hours ago
কাইলৈ কন্যা, তুলাসহ কেইবাটাও ৰাশিৰ বাবে শুভ দিন

কাইলৈ কন্যা, তুলাসহ কেইবাটাও ৰাশিৰ বাবে শুভ দিন

18 hours ago
আদালতৰ সকাহ! ৪ অক্টোবৰত মুকলি আকাশৰ তললৈ আহিব শ্বাৰ্জিল

আদালতৰ সকাহ! ৪ অক্টোবৰত মুকলি আকাশৰ তললৈ আহিব শ্বাৰ্জিল

18 hours ago
অভিষেক-আয়াৰক আউট কৰা চাৰ্লি হিঞ্জেৰ কাহিনী

অভিষেক-আয়াৰক আউট কৰা চাৰ্লি হিঞ্জেৰ কাহিনী

18 hours ago
ৰাহুল গান্ধীৰ অনুষ্ঠানত ভাইৰেল যুৱতী

ৰাহুল গান্ধীৰ অনুষ্ঠানত ভাইৰেল যুৱতী

20 hours ago
মন্দিৰলৈ যোৱা কিশোৰীক নি*ৰ্যাতন

মন্দিৰলৈ যোৱা কিশোৰীক নি*ৰ্যাতন

20 hours ago
দৰমহাৰ ১০ হাজাৰ টকাৰ বাবেই ২৪ কোটি টকাৰ ক্ষতি!

দৰমহাৰ ১০ হাজাৰ টকাৰ বাবেই ২৪ কোটি টকাৰ ক্ষতি!

21 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, September 23, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন চিনেমা

এদিনতে ১০০ চিগাৰেট খোৱা শ্বাহৰুখে ত্যাগ কৰিলে চিগাৰেট, ক’লে সমস্যাৰ কথা

editor by editor
November 3, 2024
in চিনেমা, বিনোদন, বিশ্ব, ভাৰত
0
এদিনতে ১০০ চিগাৰেট খোৱা শ্বাহৰুখে ত্যাগ কৰিলে চিগাৰেট, ক’লে সমস্যাৰ কথা
0
SHARES
173
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

এদিনতে ১০০ চিগাৰেট খোৱা শ্বাহৰুখে ত্যাগ কৰিলে চিগাৰেট, ক’লে সমস্যাৰ কথা

২ নৱেম্বৰত জন্মদিন উপলক্ষে অনুষ্ঠিত হোৱা মিট-এণ্ড-গ্ৰীটৰ সময়ত অনুৰাগীসকলৰ আগত এক বিশেষ কথা প্ৰকাশ কৰে বলীউডৰ ছুপাৰষ্টাৰ তথা কিং শ্বাহৰুখ খানে। দীৰ্ঘদিন ধৰি চিগাৰেট খোৱাৰ অভ্যাসৰ বিষয়ে মুকলিকৈ কৈ অহা কিং খানে অনুৰাগীক কয় যে তেওঁ এতিয়া ধূমপান ত্যাগ কৰিছে।

খানে এই খবৰটো অনুৰাগীৰ সৈতে শ্বেয়াৰ কৰি কয় যে, “এয়া ভাল কথা – মই আৰু ধূমপান নকৰো বন্ধুসকল।” এই পৰিৱৰ্তনৰ কথা কওঁতে খানে স্বীকাৰ কৰে যে তেওঁ আশা কৰিছিল যে ধূমপান এৰি যোৱাৰ পিছত তেওঁৰ উশাহ-নিশাহ বন্ধ হৈ যাব, কিন্তু তেওঁ কয় যে তেওঁ এতিয়াও ইয়াৰ প্ৰভাৱ অনুভৱ কৰে।

শ্বহৰুখে লগতে ইয়াকো কয় যে, “মই ভাবিছিলো যে মোৰ এই উশাহ বন্ধ হোৱাৰ সমস্যা নহ’ব কিন্তু এতিয়াও মোৰ এনে লাগে।” তেওঁ এতিয়াও এই পৰিৱৰ্তনৰ লগত খাপ খাই আছে। তেওঁ কয়, “ইনশ্বাল্লাহ সেইটোও ঠিকেই হ’ব।

২০১১ চনত ইণ্ডিয়া টুডেৰ সৈতে হোৱা এক সাক্ষাৎকাৰত তেওঁ নিজৰ জীৱনশৈলীৰ বিষয়ে সবিশেষ শ্বেয়াৰ কৰি কৈছিল যে, “মই দিনটোত প্ৰায় ১০০টা চিগাৰেট খাওঁ। মই খানা খাবলৈ পাহৰি যাওঁ। মই পানী নাখাওঁ। মই প্ৰায় ৩০ কাপ ক’লা কফি খাওঁ।” “মই কফি খাওঁ আৰু মোৰ চিক্স পেক হয় যায়।

বৰ্তমানে, শ্বাহৰুখ খান তেওঁৰ পৰৱৰ্তী একচন থ্ৰিলাৰ ‘কিং’ৰ বাবে সাজু হৈছে। ইয়াৰ পৰিচালনা কৰিব সুজয় ঘোষে। আনহাতে পূৰ্বৰ বাতৰিসমূহে ইংগিত দিছিল যে তেওঁ ডনৰ চৰিত্ৰত অভিনয় কৰিব। নতুন আপডেটত দেখা গৈছে যে তেওঁক হত্যাকাৰীৰ চৰিত্ৰত দেখা যায়। ছবিখনত চুহানা খানেও অভিনয় কৰিছে, অভিষেক বচ্চনক খলনায়ক হিচাপে দেখা যাব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Bollywoodbollywood actorshahrukh khan
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ভগ্নীক হ*ত্যা কৰি নিজকো শেষ কৰিলে আৰক্ষী কনিষ্টবলে
ভাৰত

ভগ্নীক হ*ত্যা কৰি নিজকো শেষ কৰিলে আৰক্ষী কনিষ্টবলে

September 23, 2026
যি iphoneৰ বাবে সমগ্ৰ বিশ্ব উন্মাদ…
প্ৰযুক্তি

যি iphoneৰ বাবে সমগ্ৰ বিশ্ব উন্মাদ…

September 23, 2026
মেঘালয়ত বিজেপিৰ শক্তিবৃদ্ধি! UDPৰ ৮ বিধায়কৰ বিজেপিত যোগ
ৰাজনীতি

মেঘালয়ত বিজেপিৰ শক্তিবৃদ্ধি! UDPৰ ৮ বিধায়কৰ বিজেপিত যোগ

September 23, 2026
পূজা চলি থকাৰ মাজতে পত্নী-পুৰোহিতসহ ৩ জনক হ*ত্যা
অপৰাধ

পূজা চলি থকাৰ মাজতে পত্নী-পুৰোহিতসহ ৩ জনক হ*ত্যা

September 22, 2026
Next Post
দৈনিক ৰাশিফল- কেনে যাব আজি শুক্লা তৃতীয়া দিনটো, সৌভাগ্য যোগত ভাগ্য উজলি উঠিব এই ৰাশিৰ

দৈনিক ৰাশিফল- কেনে যাব আজি শুক্লা তৃতীয়া দিনটো, সৌভাগ্য যোগত ভাগ্য উজলি উঠিব এই ৰাশিৰ

শ্বিলঙলৈ বুলি ফুৰিবলৈ গৈ উভতি নাহিল মৰাণৰ দুই প্ৰেমিক-প্ৰেমিকা, কৰুণ মৃত্যু

শ্বিলঙলৈ বুলি ফুৰিবলৈ গৈ উভতি নাহিল মৰাণৰ দুই প্ৰেমিক-প্ৰেমিকা, কৰুণ মৃত্যু

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.