• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
পাঠানকোঠ বিস্ফোৰণ : উত্তৰাখণ্ডত অন্য চাৰি অভিযুক্তক গ্ৰেপ্তাৰ

4 years ago
মঙ্গলবাৰে হনুমানৰ বিশেষ কৃপা, ভাগ্য সদয় হ’ব ৪ৰাশিৰ জাতকৰ

12 minutes ago
সূৰ্যৰ ৰাজকীয় গতি, ১১ মে’ৰ পৰা কঁপাল ফুলিব এই ৪ৰাশিৰ, ভাগ্যৰ নানান ৰাস্তা খুলিব

44 minutes ago
কি ষ্ট্ৰেটেজিৰে বংগ জয় কৰিলে BJPয়ে? সমীক্ষাত ৫টা কাৰণ, মামা মেজিক ফেক্টৰ হ’ল নেকি বংগৰ ৰাজনীতিত?

1 hour ago
কংগ্ৰেছৰ পৰাজয়ৰ কাৰণেই হৈছে জুবিনক লৈ নিকৃষ্ট ৰাজনীতি কৰা, আমি চৰকাৰ গঠন কৰিয়েই প্ৰতিটো প্ৰতিশ্ৰুতি পূৰণ কৰিমঃ ড০ হিমন্ত বিশ্ব শৰ্মা

2 hours ago
কোনোবা এটাহে জিকিম৷ গৌৰৱক কৈছো কেতিয়াবা তুমিও জিকিবা, গৌৰৱৰ সৈতে ব্যক্তিগত শত্ৰুতা মোৰ নাই তেওঁ মোৰ ভাতৃতুল্য, গৌৰৱৰ লেকচাৰে মোক আপ্লুত কৰেঃ হিতেন্দ্ৰ নাথ গোস্বামী

তুমি বিষয়ৰ সকলো কথা ইতিবাচক হওঁক…সফলতাৰ আৰু সত্যৰ হওঁক! নিৰ্বাচনী ৰিজাল্টৰ মাজতে তাৎপৰ্যপূৰ্ণ পোষ্ট গৰিমা গাৰ্গৰ

ফেছবুকত ৰাজনীতি কৰি মোৰ লগত যুঁজিব চেষ্টা কৰি লাভ নাই, মৰিয়নী সমষ্টিত ৰূপজ্যোতি কূৰ্মী থকালৈকে বেলেগৰ দমন নচলিব, জয়ৰ পাছত কি মত ৰূপজ্যোতি কূৰ্মীৰ?

বিজেপিৰ ছুনামীত ধূলিস্যাৎ 3G অৰ্থাৎ তিনি গগৈ, হিমন্ত ২.০ক লৈ কিমান আশাবাদী জনতা?

3 hours ago
বিজেপিয়ে ঘূৰাই দিলে হেৰুওৱা সন্মান!  বিহপুৰীয়াৰ বিধায়ক হৈ অহাৰ সপোন পূৰণ ভূপেন বৰাৰ

তামিলনাডুৰ ৰাজনীতিৰ নতুন তাৰকা বিজয় থালাপতি কিমান শিক্ষিত?

4 hours ago
হঠাৎ মদ্যপানৰ প্ৰতি আসক্ত জাহ্নৱী কাপুৰ, কৰিলে অদ্ভুদ কাণ্ড!

কেনেকৈ পশ্চিম বংগত বিজেপিয়ে উৎখাত কৰিলে মমতাৰ সাম্ৰাজ্য?

5 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, May 4, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

পাঠানকোঠ বিস্ফোৰণ : উত্তৰাখণ্ডত অন্য চাৰি অভিযুক্তক গ্ৰেপ্তাৰ

editor by editor
January 22, 2022
in অসম, গুৱাহাটী, ভাৰত
0
পাঠানকোঠ বিস্ফোৰণ : উত্তৰাখণ্ডত অন্য চাৰি অভিযুক্তক গ্ৰেপ্তাৰ
0
SHARES
48
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ পাঠানকোঠ সেনা শিবিৰত বিস্ফোৰণত জড়িত আন চাৰি অভিযুক্তক গ্ৰেপ্তাৰ উত্তৰাখণ্ড আৰক্ষী আৰু স্পেচিয়েল টাস্ক ফ’ৰ্ছে গ্ৰেপ্তাৰ কৰিছে৷

শনিবাৰে উত্তৰাখণ্ডৰ উধম সিং নগৰৰ পৰা যৌথ অভিযান চলাই চাৰি অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে৷

গ্ৰেপ্তাৰ কৰা চাৰি অভিযুক্ত হৈছে ক্ৰমে ছমছেৰ সিং ওৰফে শেৰা(২৬), হৰপ্ৰীট সিং ওৰফে হেপ্পী(২৪), গুৰপাল সিং ওৰফে ধীলন(২৪) আৰু আজমেৰ সিং ওৰফে লাড্ডী৷

শনিবাৰে গ্ৰেপ্তাৰ হোৱা এই চাৰি অভিযুক্তই মূল অভিযুক্ত সুখপ্ৰীট সিঙক সহযোগ কৰিছিল বুলি প্ৰকাশ কৰিছে উত্তৰাখণ্ড আৰক্ষীয়ে৷

আটাইকেইজন অভিযুক্তকই খালিস্তান টাইগাৰ ফ’ৰ্ছ আৰু ইন্টাৰনেশ্যনেল শিখ য়ুথ ফেডাৰেশ্যনৰ সৈতে জড়িত বুলি প্ৰকাশ পাইছে৷

অভিযুক্তসকলৰ পৰা ফ’ৰ্ড ফিগো এখন বাহন আৰু এটা .32 ব’ৰ পিষ্টল উদ্ধাৰ কৰিছে যৌথ অভিযানকাৰীয়ে দলে৷

ইতিমধ্যে আৰক্ষীয়ে অভিযুক্তসকলৰ বিৰুদ্ধে আৰ্মছ এক্ট 1959ৰ ধাৰা 25(1A) আৰু UAPA, 1967ৰ 19 ধাৰাৰ অধীনত গোচৰ ৰুজু কৰি তদন্ত প্ৰক্ৰিয়া অব্যাহত ৰাখিছে৷

উল্লেখ্য যে ২১ নৱেম্বৰ ২০২১ত পাঠানকোঠৰ সেনা শিবিৰত এক বোমা বিস্ফোৰণ সংঘটিত হৈছিল৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Arms Actasom live 24assam live 24Pathankot blastssxom live 24UAPAUttarakhand PoliceUttarakhand STF
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

সূৰ্যৰ ৰাজকীয় গতি, ১১ মে’ৰ পৰা কঁপাল ফুলিব এই ৪ৰাশিৰ, ভাগ্যৰ নানান ৰাস্তা খুলিব
জীৱনশৈলী

May 4, 2026
কি ষ্ট্ৰেটেজিৰে বংগ জয় কৰিলে BJPয়ে? সমীক্ষাত ৫টা কাৰণ, মামা মেজিক ফেক্টৰ হ’ল নেকি বংগৰ ৰাজনীতিত?
জীৱনশৈলী

কি ষ্ট্ৰেটেজিৰে বংগ জয় কৰিলে BJPয়ে? সমীক্ষাত ৫টা কাৰণ, মামা মেজিক ফেক্টৰ হ’ল নেকি বংগৰ ৰাজনীতিত?

May 4, 2026
কংগ্ৰেছৰ পৰাজয়ৰ কাৰণেই হৈছে জুবিনক লৈ নিকৃষ্ট ৰাজনীতি কৰা, আমি চৰকাৰ গঠন কৰিয়েই প্ৰতিটো প্ৰতিশ্ৰুতি পূৰণ কৰিমঃ ড০ হিমন্ত বিশ্ব শৰ্মা
জীৱনশৈলী

কংগ্ৰেছৰ পৰাজয়ৰ কাৰণেই হৈছে জুবিনক লৈ নিকৃষ্ট ৰাজনীতি কৰা, আমি চৰকাৰ গঠন কৰিয়েই প্ৰতিটো প্ৰতিশ্ৰুতি পূৰণ কৰিমঃ ড০ হিমন্ত বিশ্ব শৰ্মা

May 4, 2026
কোনোবা এটাহে জিকিম৷ গৌৰৱক কৈছো কেতিয়াবা তুমিও জিকিবা, গৌৰৱৰ সৈতে ব্যক্তিগত শত্ৰুতা মোৰ নাই তেওঁ মোৰ ভাতৃতুল্য, গৌৰৱৰ লেকচাৰে মোক আপ্লুত কৰেঃ হিতেন্দ্ৰ নাথ গোস্বামী
জীৱনশৈলী

কোনোবা এটাহে জিকিম৷ গৌৰৱক কৈছো কেতিয়াবা তুমিও জিকিবা, গৌৰৱৰ সৈতে ব্যক্তিগত শত্ৰুতা মোৰ নাই তেওঁ মোৰ ভাতৃতুল্য, গৌৰৱৰ লেকচাৰে মোক আপ্লুত কৰেঃ হিতেন্দ্ৰ নাথ গোস্বামী

May 4, 2026
Next Post
ভাৰতৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী কোন? মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা কিমান জনপ্ৰিয়?

হত্যাৰ কাৰণ অবৈধ সম্পৰ্ক! মহানগৰীৰ দম্পতী হত্যাকাণ্ডৰ চাৰ্জিশ্বিট দাখিল

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন