• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
শীত কালত চুলি সৰা, উফি হোৱা বৃহৎ এক সমস্যা! ঘৰুৱা উপায়েৰে কেনেকৈ সমাধা কৰিব?

শীত কালত চুলি সৰা, উফি হোৱা বৃহৎ এক সমস্যা! ঘৰুৱা উপায়েৰে কেনেকৈ সমাধা কৰিব?

3 years ago
প্ৰেম, টকা, সুখেৰে ভৰিব জীৱন, শুক্ৰৰ গোচৰত স্বৰ্গসুখ অনুভৱ কৰিব এই ৫ৰাশিৰ জাতকে

প্ৰেম, টকা, সুখেৰে ভৰিব জীৱন, শুক্ৰৰ গোচৰত স্বৰ্গসুখ অনুভৱ কৰিব এই ৫ৰাশিৰ জাতকে

48 minutes ago
প্ৰস্ৰাৱত ফেন দেখিছে? গুৰুত্বসহকাৰে লওক, অন্যথা এই মহাবিপদ আহিব পাৰে আপোনাৰো

প্ৰস্ৰাৱত ফেন দেখিছে? গুৰুত্বসহকাৰে লওক, অন্যথা এই মহাবিপদ আহিব পাৰে আপোনাৰো

1 hour ago
আকাশৰ পৰা হেৰাই যাব চন্দ্ৰ! পৃথিৱীৰ একমাত্ৰ উপগ্ৰহৰ অস্তিত্বক লৈ বাঢ়িছে আশংকা, কি কৈছে বিজ্ঞানীয়ে?

আকাশৰ পৰা হেৰাই যাব চন্দ্ৰ! পৃথিৱীৰ একমাত্ৰ উপগ্ৰহৰ অস্তিত্বক লৈ বাঢ়িছে আশংকা, কি কৈছে বিজ্ঞানীয়ে?

2 hours ago
গুৰুৰ ৰাশিলৈ আহিছে মঙ্গল, এপ্ৰিলৰ আৰম্ভণিতে আয়ৰ নতুন পথ খুলিছে ৪ৰাশিৰ

গুৰুৰ ৰাশিলৈ আহিছে মঙ্গল, এপ্ৰিলৰ আৰম্ভণিতে আয়ৰ নতুন পথ খুলিছে ৪ৰাশিৰ

3 hours ago
এইকেইটা ৰাশি জন্মগতভাৱেই শিৱৰ প্ৰিয়, শিৱৰ প্ৰিয় এই ৩ৰাশি কি কি?

এইকেইটা ৰাশি জন্মগতভাৱেই শিৱৰ প্ৰিয়, শিৱৰ প্ৰিয় এই ৩ৰাশি কি কি?

3 hours ago
আজি সন্ধিয়া মহালক্ষ্মী ৰাজযোগ, আঢ়ৈ দিন ধৰি ধন লাভৰ ভাগ্য আছে এই ৩ৰাশিৰ জাতকৰ

আজি সন্ধিয়া মহালক্ষ্মী ৰাজযোগ, আঢ়ৈ দিন ধৰি ধন লাভৰ ভাগ্য আছে এই ৩ৰাশিৰ জাতকৰ

4 hours ago
স্থান সলনি কৰিছে শনিয়ে, শনিৰ স্থান সলনিৰ ফলত সুদিন উভতিছে এই ৪ৰাশিৰ জীৱনলৈ

স্থান সলনি কৰিছে শনিয়ে, শনিৰ স্থান সলনিৰ ফলত সুদিন উভতিছে এই ৪ৰাশিৰ জীৱনলৈ

4 hours ago
প্ৰস্ৰাৱ জ্বলা-পোৰা আৰু দুৰ্গন্ধ… এয়া কি ৰোগৰ লক্ষণ?

প্ৰস্ৰাৱ জ্বলা-পোৰা আৰু দুৰ্গন্ধ… এয়া কি ৰোগৰ লক্ষণ?

5 hours ago
Facebookত আনৰ কন্টেন্ট চুৰি কৰি ব্যৱহাৰ কৰে নেকি? তেন্তে হেৰুৱাব আপোনাৰ একাউন্ট!

Facebookত আনৰ কন্টেন্ট চুৰি কৰি ব্যৱহাৰ কৰে নেকি? তেন্তে হেৰুৱাব আপোনাৰ একাউন্ট!

6 hours ago
প্ৰতিদিনে কণী খালে শৰীৰত দেখিব আচৰিত প্ৰভাৱ!

প্ৰতিদিনে কণী খালে শৰীৰত দেখিব আচৰিত প্ৰভাৱ!

6 hours ago
৬৬ বছৰত বয়সত গৰ্ভৱতী হ’ল নেকি নীনা গুপ্তা?

৬৬ বছৰত বয়সত গৰ্ভৱতী হ’ল নেকি নীনা গুপ্তা?

7 hours ago
হাড় মজবুতৰ পৰা ছালৰ সমস্যালৈ… চজিনাৰ উপকাৰী গুণৰ বিষয়ে জানি হ’ব আচৰিত!

হাড় মজবুতৰ পৰা ছালৰ সমস্যালৈ… চজিনাৰ উপকাৰী গুণৰ বিষয়ে জানি হ’ব আচৰিত!

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, March 16, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

শীত কালত চুলি সৰা, উফি হোৱা বৃহৎ এক সমস্যা! ঘৰুৱা উপায়েৰে কেনেকৈ সমাধা কৰিব?

editor by editor
December 18, 2022
in অসম, উত্তৰ-পূব, জীৱনশৈলী, ফেশ্বন, বিশ্ব, ভাৰত
0
শীত কালত চুলি সৰা, উফি হোৱা বৃহৎ এক সমস্যা! ঘৰুৱা উপায়েৰে কেনেকৈ সমাধা কৰিব?
0
SHARES
12.5k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ শীতকালত সকলোৰে প্ৰধান এটা সমস্যা হৈছে চুলিত হোৱা উফি। উফিৰ বাবে চুলি লেতেৰা হোৱাই নহয় খজুৱতিও হয়। বহুতেই এই সমস্যাৰ সমাধান বিচাৰি বিভিন্ন উপায় অৱলম্বন কৰে। ঘৰুৱা কেইটামান পদ্ধতি অৱলম্বন কৰিয়েই উফিৰ সমস্যা আঁতৰাব পাৰি।

নিমৰ পাত ব্যৱহাৰ কৰক

এণ্টিবেক্টেৰিয়েল আৰু এণ্টিফাংগাল গুণাগুণ সমৃদ্ধ নিমপাতে মুৰৰ পৰা উফি আঁতৰ কৰাত সহায় কৰে। মূৰত হোৱা খজুৱতি আঁতৰাবলৈও নিম পাত ব্যৱহাৰ কৰিব পাৰি। ইয়াৰ বাবে পোনতে নিমপাত পানীত উতলাই ল’ব লাগে। নিমপানী সিজোৱা পানীৰে মূৰ ধোৱ লাগে। এনেদৰে মূৰ ধুলে উফিৰ সমস্যা আঁতৰ হয়। পানীত মিহলি নকৰাকৈ নিমৰ ৰস ব্যৱহাৰ কৰিলে ই ছালত জ্বলা-পোৰাৰ সৃষ্টি কৰিব পাৰে।

নহৰুৰ ব্যৱহাৰ কৰিব পাৰে

কেৱল খাদ্যতে নহয় চুলিতো নহৰু ব্যৱহাৰ কৰিব পাৰে। ইয়াৰ এণ্টিফাংগাল গুণাগুণবোৰে উফি আঁতৰ কৰাত সহায় কৰে। ২ টা নহৰু পিহি পানীত মিহলি কৰি ল’ব। নহৰু মিহলি পানীখিনি মূৰৰ ছালত লগাই কিছু সময়ৰ পিছত ধুই পেলাওক। নহৰুৰ গোন্ধ প্ৰতিহত কৰিবলৈ মিশ্ৰণটোত মৌ মিহলি কৰিব পাৰে।

মেথি চুলিব বাবে অতি উত্তম

চুলিৰ পৰা উফি আঁতৰাবলৈ মেথিৰ গুটি ব্যৱহাৰ কৰিব পাৰে। মেথি গুটি নিশাটো তিয়াই ৰাখক। কোমল হৈ পৰাৰ পাছত মেথিখিনি পিহি ল’ব। পিহাৰ পাছতেই সেই পেষ্ট খিনি মূৰৰ ছালত ভালদৰে লগাই এঘণ্টাৰ পাছত ধুই পেলাব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24Best Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

প্ৰেম, টকা, সুখেৰে ভৰিব জীৱন, শুক্ৰৰ গোচৰত স্বৰ্গসুখ অনুভৱ কৰিব এই ৫ৰাশিৰ জাতকে
জীৱনশৈলী

প্ৰেম, টকা, সুখেৰে ভৰিব জীৱন, শুক্ৰৰ গোচৰত স্বৰ্গসুখ অনুভৱ কৰিব এই ৫ৰাশিৰ জাতকে

March 16, 2026
প্ৰস্ৰাৱত ফেন দেখিছে? গুৰুত্বসহকাৰে লওক, অন্যথা এই মহাবিপদ আহিব পাৰে আপোনাৰো
জীৱনশৈলী

প্ৰস্ৰাৱত ফেন দেখিছে? গুৰুত্বসহকাৰে লওক, অন্যথা এই মহাবিপদ আহিব পাৰে আপোনাৰো

March 16, 2026
আকাশৰ পৰা হেৰাই যাব চন্দ্ৰ! পৃথিৱীৰ একমাত্ৰ উপগ্ৰহৰ অস্তিত্বক লৈ বাঢ়িছে আশংকা, কি কৈছে বিজ্ঞানীয়ে?
জীৱনশৈলী

আকাশৰ পৰা হেৰাই যাব চন্দ্ৰ! পৃথিৱীৰ একমাত্ৰ উপগ্ৰহৰ অস্তিত্বক লৈ বাঢ়িছে আশংকা, কি কৈছে বিজ্ঞানীয়ে?

March 16, 2026
গুৰুৰ ৰাশিলৈ আহিছে মঙ্গল, এপ্ৰিলৰ আৰম্ভণিতে আয়ৰ নতুন পথ খুলিছে ৪ৰাশিৰ
জীৱনশৈলী

গুৰুৰ ৰাশিলৈ আহিছে মঙ্গল, এপ্ৰিলৰ আৰম্ভণিতে আয়ৰ নতুন পথ খুলিছে ৪ৰাশিৰ

March 16, 2026
Next Post
বছৰৰ আৰম্ভণিতেই শিৱক এইকেইটা বস্তু আগবঢ়াওক, সুখৰ হ’ব নতুন বছৰৰ প্ৰত্যেকটো দিন

বছৰৰ আৰম্ভণিতেই শিৱক এইকেইটা বস্তু আগবঢ়াওক, সুখৰ হ’ব নতুন বছৰৰ প্ৰত্যেকটো দিন

মেছি… মেছি… মেছি… অন্তিমখন বিশ্বকাপ খেলিবলৈ সাজু G.O.A.T

মেছি... মেছি... মেছি... অন্তিমখন বিশ্বকাপ খেলিবলৈ সাজু G.O.A.T

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.