নিশা হলেই উত্তেজনা বাঢ়ে। জেলৰ ভিতৰতে চৰম সুখৰ বাবে ছটফটাই থাকে অপৰাধীসকল। শাস্তিৰ কথা পাহৰি, যৌন চাহিদা পূৰাবলৈ উন্মুখ হৈ থাকে। কাৰাগাৰৰ ভিতৰত মহিলা ৰক্ষীসকলৰ সৈতেই উদ্দাম যৌনতাক শান্ত কৰে বন্দীয়ে। কাৰাগাৰৰ অন্ধকাৰ কোঠৰিৰ কথা পোহৰলৈ অহাৰ পাছতেই আৰম্ভ হৈছে চৰ্চা। সূত্ৰটোৰ দাবী যে একাধিক কাৰাগাৰত একেই কাহিনী। যি কাহিনী যুগে যুগে চলি আহিছে অপৰাধী আৰু কাৰাগাৰৰক্ষীৰ মাজত। অৱশেষত পোহৰলৈ আহিছে সেই কুকীৰ্তি।
আন্তৰ্জাতিক সংবাদমাধ্যম সূত্ৰৰ খবৰ অনুসৰি ব্ৰিটেইনৰ কেইবা দশক পুৰণি মহিলা কাৰাগাৰৰক্ষীয়ে পোহৰলৈ আনিছে এই ঘটনা। বিগত ৪ বছৰত ৪০তকৈ বেছি মহিলা ৰক্ষীক ইয়াৰবাবেই চাকৰিৰ পৰা বৰ্খাস্তও কৰা হৈছে। দেশৰ নিৰাপত্তা ব্যৱস্থালৈকো প্ৰশ্ন উঠাইছে এই কাৰ্যই। কেইবা বছৰত কাৰাগাৰৰ ভিতৰত অপৰাধমূলক কাৰ্যৰ হাৰো বৃদ্ধি পাইছে বুলি জনাইছে আন্তৰাষ্ট্ৰীয় সংবাদমাধ্যমৰ ৰিপৰ্টত।
কাৰাবন্দীৰ সৈতে যৌনতাত লিপ্ত হোৱাৰ অভিযোগ প্ৰমাণিত হোৱাৰ পাছতেই ২৬ বছৰীয়া জেলৰক্ষী কেটি ইভানছক ২১ মাহৰ কাৰাদণ্ডৰ নিৰ্দেশ দিয়া হৈছে। তদন্তত জনা গৈছে যে চুৰিৰ দায়ত দোষী সাব্যস্ত এগৰাকী অপৰাধীক ১৪০ বাৰ ফোন কৰি টকা অন্য বেংকলৈ পঠিওৱাত তেওঁ সহায় কৰি আহিছিল।
কেৱল কেটিয়েই নহয় আৰু একাধিক এনে মহিলা জেলকৰ্মী আছে। বন্দীসকলৰ পোছাকৰ বিশেষ স্থান তেওঁলোকে চিঙি দিছিল। জেলৰ কৰিডৰতেই মনে মনে যৌনতাত লিপ্ত হৈ ওলাই আহিছিল এইসকল কৰ্মী। একাধিক বন্দীয়ে আকৌ বন্দীৰ সৈতেই সম্পৰ্ক গঢ়িছিল। সেই সুযোগ দিছিল মহিলা ৰক্ষীসকলেই। যৌনতাৰ বাবে বন্দীসকলৰ পৰা হাজাৰ হাজাৰ টকা লৈছিল মহিলাৰক্ষীসকলে। বিষয়টো প্ৰকাশিত হোৱাৰ পাছতেই ৪০ মহিলা ৰক্ষীৰ বিৰুদ্ধে তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ