• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কাইলৈ বাসন্তী দুৰ্গাপুজাৰ অষ্টমী, সৰ্বাৰ্থ সিদ্ধি যোগত সফলতা আহিব এই ৫ৰাশিৰ জাতকলৈ

কাইলৈ বাসন্তী দুৰ্গাপুজাৰ অষ্টমী, সৰ্বাৰ্থ সিদ্ধি যোগত সফলতা আহিব এই ৫ৰাশিৰ জাতকলৈ

2 years ago
অৱসৰত ৯ কোটি টকা পাবলৈ মাহিলী কিমান ধন বিনিয়োগ কৰিব লাগিব? জানি থওক হিচাপ

অৱসৰত ৯ কোটি টকা পাবলৈ মাহিলী কিমান ধন বিনিয়োগ কৰিব লাগিব? জানি থওক হিচাপ

20 minutes ago
মাৰণ ৰোগে বাঁহ বান্ধে, নিচা, অসৎ সংগই শেষ কৰে জীৱন, এই ৫ৰাশিৰ বাবে ভয়ংকৰ ৰাহু-কেতু

মাৰণ ৰোগে বাঁহ বান্ধে, নিচা, অসৎ সংগই শেষ কৰে জীৱন, এই ৫ৰাশিৰ বাবে ভয়ংকৰ ৰাহু-কেতু

32 minutes ago
ভাৱিব নোৱৰা আৰ্থিক সংকটত ৰাজ্য, ৬মাহৰ বাবে কটা হ’ব মুখ্যমন্ত্ৰী, মন্ত্ৰী আমোলাসকলৰ দৰমহাৰ একাংশ

ভাৱিব নোৱৰা আৰ্থিক সংকটত ৰাজ্য, ৬মাহৰ বাবে কটা হ’ব মুখ্যমন্ত্ৰী, মন্ত্ৰী আমোলাসকলৰ দৰমহাৰ একাংশ

54 minutes ago
৩৫ৰ পাছত সন্তানধাৰণৰ পৰিকল্পনা? জানক হ’বলগীয়া মাতৃসকলে কোন কোন বিষয়ক গুৰুত্ব দিয়া জৰুৰী?

৩৫ৰ পাছত সন্তানধাৰণৰ পৰিকল্পনা? জানক হ’বলগীয়া মাতৃসকলে কোন কোন বিষয়ক গুৰুত্ব দিয়া জৰুৰী?

1 hour ago
কাইলৈৰ ৰাশিফলঃ মঙ্গলবাৰে হনুমানৰ লগতে মা কাত্যায়নীৰ কৃপা, সৌভাগ্য লাভ কৰিব ৫ৰাশিৰ জাতকে

কাইলৈৰ ৰাশিফলঃ মঙ্গলবাৰে হনুমানৰ লগতে মা কাত্যায়নীৰ কৃপা, সৌভাগ্য লাভ কৰিব ৫ৰাশিৰ জাতকে

2 hours ago
কিমান বছৰ বয়সত নিজৰ ঘৰ তৈয়াৰ কৰিব? কি কয় জ্যোতিষশাস্ত্ৰই?

কিমান বছৰ বয়সত নিজৰ ঘৰ তৈয়াৰ কৰিব? কি কয় জ্যোতিষশাস্ত্ৰই?

2 hours ago
ৰাইজক সেৱা কৰাৰ মন নে ক্ষমতাৰ প্ৰয়োজন? কোন হেভিয়েট নেতাই কোন দলত কৰিলে যোগদান?

ৰাইজক সেৱা কৰাৰ মন নে ক্ষমতাৰ প্ৰয়োজন? কোন হেভিয়েট নেতাই কোন দলত কৰিলে যোগদান?

3 hours ago
মঙ্গলৰ ৰাশিত সূৰ্যৰ গোচৰ, ৰবিগ্ৰহৰ প্ৰভাৱত আমূল সাল-সলনি হ’ব ৪ৰাশিৰ জাতকৰ জীৱনত

মঙ্গলৰ ৰাশিত সূৰ্যৰ গোচৰ, ৰবিগ্ৰহৰ প্ৰভাৱত আমূল সাল-সলনি হ’ব ৪ৰাশিৰ জাতকৰ জীৱনত

4 hours ago
কোন কোন বেংকত কম সুদত পাব ৭৫ লাখতকৈ বেছি হোম লোন? জানি থওক হিচাপ

কোন কোন বেংকত কম সুদত পাব ৭৫ লাখতকৈ বেছি হোম লোন? জানি থওক হিচাপ

4 hours ago
২০ মাহৰ বকেয়া ধন পাব একেলগেই! হাতলৈ আহিব ৩ৰ পৰা ১৫ লাখ টকা, অষ্টম দৰমহা কমিছনৰ বাস্তবায়ন কেতিয়া হ’ব?

২০ মাহৰ বকেয়া ধন পাব একেলগেই! হাতলৈ আহিব ৩ৰ পৰা ১৫ লাখ টকা, অষ্টম দৰমহা কমিছনৰ বাস্তবায়ন কেতিয়া হ’ব?

5 hours ago
প্ৰমোছন বিচাৰে? এতিয়াও দৰমহা বৃদ্ধিৰ খবৰ নাই? চ’ত নৱৰাত্ৰি চলি থাকোতেই কৰক এই কাম

প্ৰমোছন বিচাৰে? এতিয়াও দৰমহা বৃদ্ধিৰ খবৰ নাই? চ’ত নৱৰাত্ৰি চলি থাকোতেই কৰক এই কাম

5 hours ago
কঠিন সময় আহিছে, সতৰ্কবাণী প্ৰধানমন্ত্ৰী মোদীৰ, কৰ’নাৰ সংকটৰ কথা দেশবাসীক সোঁৱৰাই কি ক’লে প্ৰধানমন্ত্ৰীয়ে?

কঠিন সময় আহিছে, সতৰ্কবাণী প্ৰধানমন্ত্ৰী মোদীৰ, কৰ’নাৰ সংকটৰ কথা দেশবাসীক সোঁৱৰাই কি ক’লে প্ৰধানমন্ত্ৰীয়ে?

6 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, March 23, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

কাইলৈ বাসন্তী দুৰ্গাপুজাৰ অষ্টমী, সৰ্বাৰ্থ সিদ্ধি যোগত সফলতা আহিব এই ৫ৰাশিৰ জাতকলৈ

কাইলৈ বাসন্তী দুৰ্গাপুজাৰ অষ্টমী, সৰ্বাৰ্থ সিদ্ধি যোগত সফলতা আহিব এই ৫ৰাশিৰ জাতকলৈ

editor by editor
April 15, 2024
in জীৱনশৈলী, ভাৰত
0
কাইলৈ বাসন্তী দুৰ্গাপুজাৰ অষ্টমী, সৰ্বাৰ্থ সিদ্ধি যোগত সফলতা আহিব এই ৫ৰাশিৰ জাতকলৈ
0
SHARES
486
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ ১৬ এপ্ৰিল ২০২৪ মঙলবাৰ পঞ্জিকা অনুসৰি চ’ত মাহৰ শুক্লপক্ষৰ অষ্টমী তিথি। চন্দ্ৰ কাইলৈ কৰ্কট ৰাশিত বিৰাজ কৰিব। ইয়াৰোপৰি কাইলৈ বাসন্তী দুৰ্গাপূজাৰ অষ্টমী তিথি। এই বাসন্তী পূজাক চ’ত নৱৰাত্ৰি বুলিও বহুতে কয়। নৱৰাত্ৰিৰ অষ্টমী তিথিত মহাগৌৰীৰ পূজা কৰা হয়। কেইবাটাও শুভ যোগৰ সৃষ্টি হ’ব এই সময়ত। এই শুভ যোগসমূহ হৈছে সৰ্বাৰ্থ সিদ্ধি যোগ আৰু ৰবি যোগ। ইয়াৰোপৰি কাইলৈ দিনজুৰি থাকিব পুষ্য নক্ষত্ৰৰ প্ৰভাৱ। ইয়াৰ ফলত কাইলৈ দিনটোৰ গুৰুত্ব বিশেষভাৱে বৃদ্ধি পাইছে। জ্যোতিষ অনুসৰি মঙলবাৰ হৈছে বজৰংবলীৰ প্ৰিয় দিনয ইয়াৰোপৰি কাইলৈ বাসন্তী পূজা চলি থকাৰ বাবে মা দুৰ্গাৰো আশীৰ্বাদ এই সময়ত লাভ কৰিব। জ্য়োতিষবিদে জনোৱা অনুসৰি এইসমূহ শুভ যোগৰ কাৰণে কাইলৈ দিনটো বেছ সুখকৰ হ’ব কেইটামান ৰাশিৰ জাতকৰ বাবে। মঙলবাৰে জ্যোতিষ গণনা অনুসৰি সৌভাগ্য লাভ কৰিব ৫ৰাশিৰ জাতকে।

বৃষ ৰাশি

১৬ এপ্ৰিল মা দুৰ্গাৰ আশীৰ্বাদত ভালকৈ দিনটো কটাব বৃষ ৰাশিৰ জাতকে। সৰ্বাৰ্থ সিদ্ধি যোগৰ শুভ প্ৰভাৱত কেৰিয়াৰত সাফল্য় লাভ কৰিব। চাকৰি সংক্ৰান্তিয় কোনো সুখবৰ পাব পাৰে। নতুন চাকৰি লাভৰো সম্ভাৱনা আছে। সামাজিক কামত অংশ লোৱাৰ বাবে কাইলৈ সমাজত আপোনাৰ জনপ্ৰিয়তা বাঢ়িব।

কন্যা ৰাশি

মঙলবাৰে বজৰংবলীৰ আশীৰ্বাদ লাভ কৰিব কন্য়া ৰাশিৰ জাতকে। কাইলৈ আপুনি নিজৰ পছন্দৰ কোনো সামগ্ৰী ক্ৰয় কৰিব পাৰে। সংসাৰক কাইলৈ আনন্দৰ পৰিবেশ বৰ্তী থাকিব। বিৰোধীসকলৰ সৈতে কঠিন যুঁজৰ অন্তত জয়লাভ কৰিব। আইনী গোচৰ থাকিলে কাইলৈ মুক্তিলাভ কৰিব। ব্যৱসায়ত কাইলৈ লাভ বাঢ়িব। স্বাস্থ্য় পূৰ্বতকৈ ভালে থাকিব।

বৃশ্চিক ৰাশি

পুষ্য নক্ষত্ৰৰ শুভ প্ৰভাৱত কাইলৈ দিনটো ভালে যাব বৃশ্চিক ৰাশিৰ জাতকে। কাইলৈ নতুন কোনো বন্ধু গঢ়িব পাৰে। কৰোবাত বিনিয়োগ কৰিলে মোটা অংকৰ ধন লাভৰো যোগ আছে। যিসকলে কৰ্মসূত্ৰে বাহিৰত থাকে তেওঁলোকৰ দীৰ্ঘদিনৰ ইচ্ছা পূৰণ হ’ব। পৰিয়ালত সুখ শান্তি ভৰপুৰ থাকিব। সংগীৰ সৈতে সম্পৰ্কৰ বান্ধোন মজবুত হ’ব।

মকৰ ৰাশি

ৰবি যোগৰ প্ৰভাৱত সকলো কামতে সাফল্য় লাভ কৰিব মকৰ ৰাশিৰ জাতকে। কাইলৈ অৰ্থপ্ৰাপ্তি হ’ব অপোনাৰ। ইয়াৰ ফলত নিজৰ সঞ্চয়ৰ পৰিমাণো বেচ কিছু বৃদ্ধি পাব। মাতৃৰ সৈতে কোনো বিতৰ্ক থাকিলে দূৰ হ’ব। শত্ৰুৱে আপোনাৰ ক্ষতি কৰাৰ চেষ্টা কৰিব পাৰে। সন্তানৰ সৈতে সুখৰ সময় কটাব।

মীন ৰাশি

সৰ্বাৰ্থ সিদ্ধি যোগৰ শুভ প্ৰভাৱত কাইলৈ মোটা ধন অৰ্জন কৰিব পাৰে মীন ৰাশিৰ জাতকে। উপাৰ্জন বঢ়াৰ যোগ আছে আপোনাৰ। স্বাস্থ্য ভাল। প্ৰেম জীৱনত কোনো সুখবৰ পাব পাৰে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

অৱসৰত ৯ কোটি টকা পাবলৈ মাহিলী কিমান ধন বিনিয়োগ কৰিব লাগিব? জানি থওক হিচাপ
জীৱনশৈলী

অৱসৰত ৯ কোটি টকা পাবলৈ মাহিলী কিমান ধন বিনিয়োগ কৰিব লাগিব? জানি থওক হিচাপ

March 23, 2026
মাৰণ ৰোগে বাঁহ বান্ধে, নিচা, অসৎ সংগই শেষ কৰে জীৱন, এই ৫ৰাশিৰ বাবে ভয়ংকৰ ৰাহু-কেতু
জীৱনশৈলী

মাৰণ ৰোগে বাঁহ বান্ধে, নিচা, অসৎ সংগই শেষ কৰে জীৱন, এই ৫ৰাশিৰ বাবে ভয়ংকৰ ৰাহু-কেতু

March 23, 2026
ভাৱিব নোৱৰা আৰ্থিক সংকটত ৰাজ্য, ৬মাহৰ বাবে কটা হ’ব মুখ্যমন্ত্ৰী, মন্ত্ৰী আমোলাসকলৰ দৰমহাৰ একাংশ
জীৱনশৈলী

ভাৱিব নোৱৰা আৰ্থিক সংকটত ৰাজ্য, ৬মাহৰ বাবে কটা হ’ব মুখ্যমন্ত্ৰী, মন্ত্ৰী আমোলাসকলৰ দৰমহাৰ একাংশ

March 23, 2026
৩৫ৰ পাছত সন্তানধাৰণৰ পৰিকল্পনা? জানক হ’বলগীয়া মাতৃসকলে কোন কোন বিষয়ক গুৰুত্ব দিয়া জৰুৰী?
জীৱনশৈলী

৩৫ৰ পাছত সন্তানধাৰণৰ পৰিকল্পনা? জানক হ’বলগীয়া মাতৃসকলে কোন কোন বিষয়ক গুৰুত্ব দিয়া জৰুৰী?

March 23, 2026
Next Post
১০০ বছৰ পাছত মীনত মঙ্গল-বুধ-শুক্ৰ-ৰাহুৰ মহামিলন, এইবাৰ টকাৰ পাহাৰ গঢ়িব ৩ৰাশিয়ে

১০০ বছৰ পাছত মীনত মঙ্গল-বুধ-শুক্ৰ-ৰাহুৰ মহামিলন, এইবাৰ টকাৰ পাহাৰ গঢ়িব ৩ৰাশিয়ে

১১ জন সেনা, দুজন কমাণ্ডো, বুলেটপ্ৰুফ বাহন, ছলমানৰ নিৰাপত্তাত কি কি চমক আছে জানেনে?

১১ জন সেনা, দুজন কমাণ্ডো, বুলেটপ্ৰুফ বাহন, ছলমানৰ নিৰাপত্তাত কি কি চমক আছে জানেনে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.