• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
১০০ বছৰ পাছত মীনত মঙ্গল-বুধ-শুক্ৰ-ৰাহুৰ মহামিলন, এইবাৰ টকাৰ পাহাৰ গঢ়িব ৩ৰাশিয়ে

১০০ বছৰ পাছত মীনত মঙ্গল-বুধ-শুক্ৰ-ৰাহুৰ মহামিলন, এইবাৰ টকাৰ পাহাৰ গঢ়িব ৩ৰাশিয়ে

2 years ago
হ্ৰাস পাইছে সোণ-ৰূপৰ মূল্য! এয়া সোণ কিনাৰ সঠিক সময় নেকি?

সোণ-ৰূপে দেখুৱাইছে যাদু! এইটোৱেই গহনা ক্ৰয়ৰ সঠিক সময় নেকি?

38 minutes ago
গুৰু পূৰ্ণিমাত ১৯৭০ বছৰ পিছত গঠন ডাঙৰ সংযোগ, জানক কিদৰে পাব শুভ ফল

গুৰু পূৰ্ণিমাত ১৯৭০ বছৰ পিছত গঠন ডাঙৰ সংযোগ, জানক কিদৰে পাব শুভ ফল

1 hour ago
শাওনত ৪ ৰাশিৰ লোকে পাব ভাল খবৰ, ধনৰ হ’ব উভৈনদী!

আজি গুৰু পূৰ্ণিমা, ৪ ৰাশিৰ জীৱনত আহিব ডাঙৰ পৰিৱৰ্তন!

2 hours ago
অসমৰ বানাক্ৰান্তলৈ ছলমান খানৰ সহায়ৰ হাত!

অসমৰ বানাক্ৰান্তলৈ ছলমান খানৰ সহায়ৰ হাত!

11 hours ago
কমনৱেলথত জিলিকিছে ১২ হাজাৰতকৈও কম জনসংখ্যাৰ এখন দেশে

কমনৱেলথত জিলিকিছে ১২ হাজাৰতকৈও কম জনসংখ্যাৰ এখন দেশে

12 hours ago
পুনৰ আহিব নেকি ক’ভিডৰ সংহাৰ?

পুনৰ আহিব নেকি ক’ভিডৰ সংহাৰ?

12 hours ago
আয়োজন কৰিব নালাগে শিশুসকলৰ বাৰ্থদে’ পাৰ্টি

আয়োজন কৰিব নালাগে শিশুসকলৰ বাৰ্থদে’ পাৰ্টি

13 hours ago
বিৰাট কোহলি-অনুষ্কা শৰ্মাৰ জীৱনৰ এটা ভাল খবৰ

বিৰাট কোহলি-অনুষ্কা শৰ্মাৰ জীৱনৰ এটা ভাল খবৰ

13 hours ago
১ আগষ্টৰ পৰা সলনি হ’ব ৪টা গুৰুত্বপূৰ্ণ নিয়ম! LPGৰ দামৰ পৰা Tatkal টিকট বুকিঙলৈ…

১ আগষ্টৰ পৰা সলনি হ’ব ৪টা গুৰুত্বপূৰ্ণ নিয়ম! LPGৰ দামৰ পৰা Tatkal টিকট বুকিঙলৈ…

14 hours ago
শীঘ্ৰেই আৰম্ভ হ’ব ‘চোৰ পঞ্চক’, ৪ আগষ্টলৈ ভুলতো নকৰিব এইকেইটা কাম

শীঘ্ৰেই আৰম্ভ হ’ব ‘চোৰ পঞ্চক’, ৪ আগষ্টলৈ ভুলতো নকৰিব এইকেইটা কাম

15 hours ago
জীৱনৰ সমগ্ৰ উপাৰ্জন অনাথ শিশুৰ বাবে কৰিলে দান, এতিয়া জীৱিকা নিৰ্বাহৰ বাবে কৰে হোটেলত কাম

জীৱনৰ সমগ্ৰ উপাৰ্জন অনাথ শিশুৰ বাবে কৰিলে দান, এতিয়া জীৱিকা নিৰ্বাহৰ বাবে কৰে হোটেলত কাম

16 hours ago
বাইক-চাৰিচকীয়া বাহনৰ মালিকৰ বাবে সুখবৰ!

বাইক-চাৰিচকীয়া বাহনৰ মালিকৰ বাবে সুখবৰ!

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, July 29, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

১০০ বছৰ পাছত মীনত মঙ্গল-বুধ-শুক্ৰ-ৰাহুৰ মহামিলন, এইবাৰ টকাৰ পাহাৰ গঢ়িব ৩ৰাশিয়ে

১০০ বছৰ পাছত মীনত মঙ্গল-বুধ-শুক্ৰ-ৰাহুৰ মহামিলন, এইবাৰ টকাৰ পাহাৰ গঢ়িব ৩ৰাশিয়ে

editor by editor
April 15, 2024
in ভাৰত, লেখা
0
১০০ বছৰ পাছত মীনত মঙ্গল-বুধ-শুক্ৰ-ৰাহুৰ মহামিলন, এইবাৰ টকাৰ পাহাৰ গঢ়িব ৩ৰাশিয়ে
0
SHARES
972
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ এপ্ৰিল মাহৰ শেষ সপ্তাহত মীন ৰাশিত চাৰি গ্ৰহণ মিলন হ’ব। জ্য়োতিষ গণনা অনুসৰি ১০০ বছৰ পাছত মীন ৰাশিত জুঁটি বান্ধিব মঙ্গল, বুধ,শুক্ৰ আৰু ৰাহুৱে। এই ৰাশিতেই বৰ্তমান ৰাহু, বুধ আৰু শুক্ৰই বিচৰণ কৰিছে। ২৩ এপ্ৰিলত এই স্থানতেই প্ৰৱেশ কৰিব গ্ৰহৰ সেনাপতি মঙ্গলে। যাৰ ফলত শুভ চতুৰ্গ্ৰহী যোগ তৈয়াৰ হৈছে। ইয়াৰ ফলত কেইটামান ৰাশিৰ ভাগ্যোদয় হ’ব। ধন-সম্পত্তি বৃদ্ধি পাব। মঙ্গলৰ মীন ৰাশিত প্ৰৱেশে সৃষ্টি কৰিব চতুৰ্গ্ৰহী যোগৰ। এই যোগ কোন কোন ৰাশিৰ জাতকৰ বাবে শুভ জানেনে?

মিথুন ৰাশি

চতুৰ্গ্ৰহী যোগ মিথুন ৰাশিৰ জাতকৰ বাবে শুভ। আপোনাৰ গোচৰ কোষ্ঠীৰ কৰ্মস্থানত এই যোগ তৈয়াৰ হৈছে। কাম আৰু ব্যৱসায়ত ভাল উন্নতি হ’ব। বেকাৰসকলে চাকৰি লাভ কৰিব। মিথুন ৰাশিৰ চাকৰিয়াল জাতকৰ পদোন্নতি হ’ব। ধন বৃদ্ধিৰো যোগ আছে।

কৰ্কট ৰাশি

কৰ্কট ৰাশিৰ জাতকৰ বাবে চতুৰ্গ্ৰহী যোগ লাভজনক প্ৰমাণিত হ’ব। আপোনাৰ ৰাশিৰ নৱম স্থানত এই যোগ তৈয়াৰ হৈছে। এই সময়ত ভাগ্যৰ সংগ পাব কৰ্কট ৰাশিৰ জাতকে। পৈতৃক সম্পত্তিৰ দ্বাৰা লাভাম্বিত হ’ব। চাকৰিয়াল জাতকৰ পদ প্ৰতিষ্ঠা বৃদ্ধি পাব। ধৰ্মীয় শুভ অনুষ্ঠানত অংশগ্ৰহণ কৰিব পাৰে। পাৰিবাৰিক জীৱন ভালেই চলিব। সমাজত মান-সন্মান বৃদ্ধি পাব এই ৰাশিৰ জাতকৰ। দেশ-বিদেশৰ যাত্ৰা কৰিব পাৰে।

ধনু ৰাশি

জ্য়োতিষ গণনা অনুসৰী মীন ৰাশিত মঙ্গল, বুধ, শুক্ৰই ৰাহুৰ যুঁটি ধনু ৰাশিৰ জাতকৰ বাবে শুভ। আপোনাৰ ৰাশিৰ চতুৰ্থ স্থানত এই যোগ তৈয়াৰ হ’ব। সমস্ত সুখ সুবিধা লাভ কৰিব এই ৰাশিৰ জাতকে। উন্নতিৰ নতুন সুযোগ লাভ কৰিব পাৰিব। আপুনি উপহাৰ আৰু সন্মান পাব। বাহন বা সম্পত্তি ক্ৰয়ৰ যোগ আছে। পৈতৃক সম্পত্তিৰ দ্বাৰা লাভাম্বিত হ’ব।  আৰ্থিক পৰিস্থিতি উন্নত হ’ব পাৰে এই সময়ত।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

হ্ৰাস পাইছে সোণ-ৰূপৰ মূল্য! এয়া সোণ কিনাৰ সঠিক সময় নেকি?
বাণিজ্য

সোণ-ৰূপে দেখুৱাইছে যাদু! এইটোৱেই গহনা ক্ৰয়ৰ সঠিক সময় নেকি?

July 29, 2026
গুৰু পূৰ্ণিমাত ১৯৭০ বছৰ পিছত গঠন ডাঙৰ সংযোগ, জানক কিদৰে পাব শুভ ফল
জীৱনশৈলী

গুৰু পূৰ্ণিমাত ১৯৭০ বছৰ পিছত গঠন ডাঙৰ সংযোগ, জানক কিদৰে পাব শুভ ফল

July 29, 2026
শাওনত ৪ ৰাশিৰ লোকে পাব ভাল খবৰ, ধনৰ হ’ব উভৈনদী!
জীৱনশৈলী

আজি গুৰু পূৰ্ণিমা, ৪ ৰাশিৰ জীৱনত আহিব ডাঙৰ পৰিৱৰ্তন!

July 29, 2026
১ আগষ্টৰ পৰা সলনি হ’ব ৪টা গুৰুত্বপূৰ্ণ নিয়ম! LPGৰ দামৰ পৰা Tatkal টিকট বুকিঙলৈ…
জীৱনশৈলী

১ আগষ্টৰ পৰা সলনি হ’ব ৪টা গুৰুত্বপূৰ্ণ নিয়ম! LPGৰ দামৰ পৰা Tatkal টিকট বুকিঙলৈ…

July 28, 2026
Next Post
১১ জন সেনা, দুজন কমাণ্ডো, বুলেটপ্ৰুফ বাহন, ছলমানৰ নিৰাপত্তাত কি কি চমক আছে জানেনে?

১১ জন সেনা, দুজন কমাণ্ডো, বুলেটপ্ৰুফ বাহন, ছলমানৰ নিৰাপত্তাত কি কি চমক আছে জানেনে?

বাসন্তী দুৰ্গাপুজাৰ অষ্টমী, সৰ্বাৰ্থ সিদ্ধি যোগত সফলতা আহিব এই ৫ৰাশিৰ জাতকলৈ

বাসন্তী দুৰ্গাপুজাৰ অষ্টমী, সৰ্বাৰ্থ সিদ্ধি যোগত সফলতা আহিব এই ৫ৰাশিৰ জাতকলৈ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.