• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আপোনাৰ দৰমহা ৫০ হাজাৰ টকা নেকি? মাহিলী কিমান সঞ্চয় কৰিলে লাখপতি সহজেই হ’ব?

1 hour ago
গজকেশৰী ৰাজযোগৰ সৈতে মালব্য ৰাজযোগ, আগন্তুক সপ্তাহত ৰাজভোগ আছে এই ৫ৰাশিৰ জীৱনত

8 minutes ago
কন্দাকটা-কাজিয়া-অশান্তি একো নাই,  Gen Z ৰ নতুন পছন্দ Soft Breakup, বিষয়টো কি?

34 minutes ago
দৈনিক এই ৫ অভ্যাসে কমাইছে স্মৃতিশক্তি, ডিমেনছিয়াৰ আশংকা দূৰ কৰিবলৈ কি কৰিব?

53 minutes ago
১৫ লাখ টকা ৫ বছৰত বিচাৰে? এই প্ৰকল্পত বিনিয়োগ কৰিয়েই আপুনি ১৫ লাখ সহজেই গোটাব পাৰিব

১৫ লাখ টকা ৫ বছৰত বিচাৰে? এই প্ৰকল্পত বিনিয়োগ কৰিয়েই আপুনি ১৫ লাখ সহজেই গোটাব পাৰিব

1 hour ago
শনি দেৱৰ কু-দৃষ্টিৰ পৰা পৰিব ৰক্ষা, যদি কৰে হনুমান আৰু শিৱৰ আৰাধনা!

14 hours ago
১ এপ্ৰিলৰ পৰা সলনি হ’ব বেংকৰ নিয়ম, আপোনাৰ পকেটত পৰিব প্ৰভাৱ!

‘তুমি যদি কোৱা জোন-তৰা আনি দিম’, ৰ’নাল্ডোই আকাশৰ তৰা উপহাৰ দিলে প্ৰেমিকাক!

15 hours ago
স্নান কৰোতে প্ৰথম পানী ক’ত ঢালে? বুদ্ধিমানসকলে জানিব সঠিক উত্তৰ

16 hours ago
IPL 2026: ষ্টেডিয়ামত IPL চাবলৈ লাগিব অধিক ধন, বৃদ্ধি টিকটৰ GST!

17 hours ago
8th Pay Commission সন্দৰ্ভত চৰকাৰে বিচাৰিছে আপোনালোকৰ মতামত, জানক

18 hours ago
মাহেকীয়াৰ অসহ্যকৰ পেটৰ বিষ কৰিব দূৰ, মাথোঁ কৰক এই কাম!

19 hours ago
কপাল ফুলিব ২ ৰাশিৰ লোকৰ, জানক সাপ্তাহিক ৰাশিফল

  • About
  • Advertise
  • Careers
  • English Edition
Sunday, March 22, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

আপোনাৰ দৰমহা ৫০ হাজাৰ টকা নেকি? মাহিলী কিমান সঞ্চয় কৰিলে লাখপতি সহজেই হ’ব?

আপোনাৰ দৰমহা ৫০ হাজাৰ টকা নেকি? মাহিলী কিমান সঞ্চয় কৰিলে লাখপতি সহজেই হ’ব?

editor by editor
March 22, 2026
in জীৱনশৈলী
0
আপোনাৰ দৰমহা ৫০ হাজাৰ টকা নেকি? মাহিলী কিমান সঞ্চয় কৰিলে লাখপতি সহজেই হ’ব?
0
SHARES
66
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email
আজিৰ দিনত ভাল আয় থাকিলেই যে ধনী হৈ উঠিবই তেনে নহয়৷ প্ৰকৃত বিষয়টো হৈছে আয়ৰ পৰা কিমান সঞ্চয় কৰিছে আৰু সেই সঞ্চয় কেনেকৈ ক’ত বিনিয়োগ কৰিছে৷ বহুতেই মাহিলী ৫০,০০০ টকা আয় কৰিও মাহৰ শেষত এটকাও ৰাখিব নোৱাৰে৷ বহুতেই আকৌ সেই একে দৰমহাৰেই আৰ্থিকভাৱে স্বচ্ছল হৈ উঠে৷ পাৰ্থক্যটো তৈয়াৰ কৰে সঠিক পৰিকল্পনাৰ অভাৱেই৷

মাহত ৫০,০০০ টকা আয় হ’লে কিমান টকা সঞ্চয় কৰা উচিত?

ফাইনেন্সিয়েল এক্সপাৰ্টৰ মতে মাহিলী আয়ৰ অন্তত ৩০শতাংশৰ পৰা ৪০ শতাংশ সঞ্চয় কৰাটো সকলোতকৈ ভাল৷ সেই হিচাপত মাহিলী দৰমহাঃ ৫০০০০ টকা৷ আদৰ্শ সঞ্চয়ঃ ১৫০০০ টকাৰ পৰা ২০০০০ টকা৷ প্ৰতি মাহৰ আৰম্ভণিৰ দিশত যদি ইমান সঞ্চয় কৰা সম্ভৱ নহয় তেন্তে কমেও ১০,০০০ টকাৰে আৰম্ভ কৰিব সঞ্চয়৷
৫০-৩০-২০ ৰুল মানি চলি সঞ্চয় কৰক আৰু খৰচক বেলেন্স কৰিবলৈ শিকক৷ জনপ্ৰিয় ৫০-৩০-২০ ৰুল অনুসৰণ কৰিব পাৰে৷ ইয়াৰ অৰ্থ হৈছে ৫০শতাংশ প্ৰয়োজনীয় খৰচ যেনে ভাড়া, খাদ্য, যাতায়াত তাৰপিছতেই ৩০ শতাংশ ব্যক্তিগত খৰচ বা লাইফষ্টাইল মেনটেইন৷ ২০শতাংশ সঞ্চয় বা বিনিয়োগ৷ এই নিয়ম মানি চলিলে অপ্ৰয়োজনীয় খৰচ নিজে নিজেই কমি যাব৷

পূৰ্বে সঞ্চয় তাৰপিছত খৰচ

এই অভ্যাস গঢ়ি তোলক৷ বেছিভাগ মানুহেই যিমান ধন বাচে সেয়াহে সঞ্চয় কৰে৷ কিন্তু ধনী হোৱাৰ প্ৰথম চৰ্তই হৈছে সঞ্চয় আগতেই কৰক৷
কেৱল ধন জমা কৰি ৰাখিলেই নহয়, সেই জমা ধন বঢ়াব পাৰে৷ ৫০,০০০ টকা দৰমহা পোৱা এজন ব্যক্তিয়ে তলত দিয়া অংকত বিনিয়োগ কৰিব পাৰে৷

ইমাৰ্জেন্সি ফাণ্ড SIP (মিউচুয়েল ফান্ড)PPF, RD বা FD

কেৱল ধন জমা ৰাখিলেই নহ’ব৷ সেয়া বঢ়াব লাগিব৷ ৫০,০০০ টকা দৰমহাৰ এজন ব্যক্তিয়ে  ইমাৰ্জেন্সি ফাণ্ড, SIP, PPF, RD, FD আদি কৰাটো জৰুৰী৷ তেতিয়া নিয়মিত সঞ্চয়ৰ অভ্যাস অব্যাহত থাকিব আৰু খৰচৰ ওপৰতো আপোনাৰ নিয়ন্ত্ৰণ থাকিব৷ এই চাৰিটা নিয়ম মানি চলিলেই ৫০,০০০ টকা দৰমহাৰ ওপৰতে ভৱিষ্যতৰ ডাঙৰ সম্পদ গঢ়ি তোলা সম্ভৱ৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

গজকেশৰী ৰাজযোগৰ সৈতে মালব্য ৰাজযোগ, আগন্তুক সপ্তাহত ৰাজভোগ আছে এই ৫ৰাশিৰ জীৱনত
জীৱনশৈলী

গজকেশৰী ৰাজযোগৰ সৈতে মালব্য ৰাজযোগ, আগন্তুক সপ্তাহত ৰাজভোগ আছে এই ৫ৰাশিৰ জীৱনত

March 22, 2026
কন্দাকটা-কাজিয়া-অশান্তি একো নাই,  Gen Z ৰ নতুন পছন্দ Soft Breakup, বিষয়টো কি?
জীৱনশৈলী

কন্দাকটা-কাজিয়া-অশান্তি একো নাই, Gen Z ৰ নতুন পছন্দ Soft Breakup, বিষয়টো কি?

March 22, 2026
দৈনিক এই ৫ অভ্যাসে কমাইছে স্মৃতিশক্তি, ডিমেনছিয়াৰ আশংকা দূৰ কৰিবলৈ কি কৰিব?
জীৱনশৈলী

দৈনিক এই ৫ অভ্যাসে কমাইছে স্মৃতিশক্তি, ডিমেনছিয়াৰ আশংকা দূৰ কৰিবলৈ কি কৰিব?

March 22, 2026
১৫ লাখ টকা ৫ বছৰত বিচাৰে? এই প্ৰকল্পত বিনিয়োগ কৰিয়েই আপুনি ১৫ লাখ সহজেই গোটাব পাৰিব
জীৱনশৈলী

১৫ লাখ টকা ৫ বছৰত বিচাৰে? এই প্ৰকল্পত বিনিয়োগ কৰিয়েই আপুনি ১৫ লাখ সহজেই গোটাব পাৰিব

March 22, 2026
Next Post
১৫ লাখ টকা ৫ বছৰত বিচাৰে? এই প্ৰকল্পত বিনিয়োগ কৰিয়েই আপুনি ১৫ লাখ সহজেই গোটাব পাৰিব

১৫ লাখ টকা ৫ বছৰত বিচাৰে? এই প্ৰকল্পত বিনিয়োগ কৰিয়েই আপুনি ১৫ লাখ সহজেই গোটাব পাৰিব

দৈনিক এই ৫ অভ্যাসে কমাইছে স্মৃতিশক্তি, ডিমেনছিয়াৰ আশংকা দূৰ কৰিবলৈ কি কৰিব?

দৈনিক এই ৫ অভ্যাসে কমাইছে স্মৃতিশক্তি, ডিমেনছিয়াৰ আশংকা দূৰ কৰিবলৈ কি কৰিব?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন