• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
পুনৰ লকডাউনৰ সম্ভাৱনা! ৫৭৮ লৈ বৃদ্ধি অমিক্ৰন আক্ৰান্তৰ সংখ্যা, দেশৰ ভিন্ন স্থানত সান্ধ্য আইন জাৰি

পুনৰ লকডাউনৰ সম্ভাৱনা! ৫৭৮ লৈ বৃদ্ধি অমিক্ৰন আক্ৰান্তৰ সংখ্যা, দেশৰ ভিন্ন স্থানত সান্ধ্য আইন জাৰি

5 years ago
এটাও গ’ল বা এছিষ্ট নকৰাকৈয়ে কিয় গোল্ডেন বলৰ সন্মান লাভ কৰিলে ৰড্ৰিয়ে?

এটাও গ’ল বা এছিষ্ট নকৰাকৈয়ে কিয় গোল্ডেন বলৰ সন্মান লাভ কৰিলে ৰড্ৰিয়ে?

5 hours ago
২২ জুলাইত কি ৰঙৰ পোচাক পৰিধান কৰিলে আপুনি শুভ ফল পাব?

২২ জুলাইত কি ৰঙৰ পোচাক পৰিধান কৰিলে আপুনি শুভ ফল পাব?

5 hours ago
দুৰ্ঘটনাগ্ৰস্ত হৈ হাত ভাঙিলে বলীউডৰ এইগৰাকী প্ৰতিষ্ঠিত অভিনেতাৰ

দুৰ্ঘটনাগ্ৰস্ত হৈ হাত ভাঙিলে বলীউডৰ এইগৰাকী প্ৰতিষ্ঠিত অভিনেতাৰ

5 hours ago
সঁচাই ডায়বেটিছৰ বাবে উপকাৰী নেকি জাম, নে ই কেৱল এক প্ৰচলিত ধাৰণাহে?

সঁচাই ডায়বেটিছৰ বাবে উপকাৰী নেকি জাম, নে ই কেৱল এক প্ৰচলিত ধাৰণাহে?

6 hours ago
পুনৰ ছবিৰ নেপথ্য কণ্ঠশিল্পী হিচাপে গান গাব নেকি অৰিজিৎ সিঙে?

পুনৰ ছবিৰ নেপথ্য কণ্ঠশিল্পী হিচাপে গান গাব নেকি অৰিজিৎ সিঙে?

6 hours ago
৫০ বাৰকৈ প্ৰতিযোগিতামূলক পৰীক্ষাত ব্যৰ্থ ইঞ্জিনিয়াৰিঙৰ গোল্ড মেডেলিষ্ট ছাত্ৰৰ চ*ৰম সিদ্ধান্ত

৫০ বাৰকৈ প্ৰতিযোগিতামূলক পৰীক্ষাত ব্যৰ্থ ইঞ্জিনিয়াৰিঙৰ গোল্ড মেডেলিষ্ট ছাত্ৰৰ চ*ৰম সিদ্ধান্ত

9 hours ago
দিন হাজিৰা, কোম্পানীৰ চাকৰিয়ালৰ বাবে সুখবৰ!

দিন হাজিৰা, কোম্পানীৰ চাকৰিয়ালৰ বাবে সুখবৰ!

9 hours ago
গা নুধুৱাকৈ কেতিয়াও নাৰান্ধিব খাদ্য

গা নুধুৱাকৈ কেতিয়াও নাৰান্ধিব খাদ্য

10 hours ago
৪ বছৰত ভাৰতীয় ৰে’লৱেৰ বিভিন্ন AC ডবাৰ পৰা ১০৪ কোটি টকাৰ টাৱেল, গাৰুৰ কভাৰ চুৰি

৪ বছৰত ভাৰতীয় ৰে’লৱেৰ বিভিন্ন AC ডবাৰ পৰা ১০৪ কোটি টকাৰ টাৱেল, গাৰুৰ কভাৰ চুৰি

10 hours ago
ধ*ৰ্ষণৰ অভিযোগত দিল্লী কেপিটেলছৰ ক্ৰিকেটাৰ অভিষেক পোৰেলক গ্ৰেপ্তাৰৰ নিৰ্দেশ

ধ*ৰ্ষণৰ অভিযোগত দিল্লী কেপিটেলছৰ ক্ৰিকেটাৰ অভিষেক পোৰেলক গ্ৰেপ্তাৰৰ নিৰ্দেশ

11 hours ago
আপোনাৰো ওকনি হৈছে নেকি? এই টিপছেৰে আজিয়েই কৰক দূৰ

আপোনাৰো ওকনি হৈছে নেকি? এই টিপছেৰে আজিয়েই কৰক দূৰ

12 hours ago
সোণে দেখুৱাইছে যাদু! আজি হ্ৰাস নে বৃদ্ধি পাইছে সোণৰ মূল্য?

সোণে দেখুৱাইছে যাদু! আজি হ্ৰাস নে বৃদ্ধি পাইছে সোণৰ মূল্য?

13 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, July 22, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ক'ভিড-১৯

পুনৰ লকডাউনৰ সম্ভাৱনা! ৫৭৮ লৈ বৃদ্ধি অমিক্ৰন আক্ৰান্তৰ সংখ্যা, দেশৰ ভিন্ন স্থানত সান্ধ্য আইন জাৰি

editor by editor
December 27, 2021
in অসম, উত্তৰ-পূব, ক'ভিড-১৯, গুৱাহাটী, ভাৰত
0
পুনৰ লকডাউনৰ সম্ভাৱনা! ৫৭৮ লৈ বৃদ্ধি অমিক্ৰন আক্ৰান্তৰ সংখ্যা, দেশৰ ভিন্ন স্থানত সান্ধ্য আইন জাৰি
0
SHARES
2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ দেশত দৈনিক ভয়াৱহ হাৰত বৃদ্ধি পাই আছে মাৰাত্মক কোভিড ১৯ৰ সংক্ৰামক ভেৰিয়েণ্ট অমিক্ৰণ সংক্ৰমণৰ ঘটনা৷ বিগত ২৪ ঘণ্টাত দেশত আক্ৰান্তই সংখ্যাই অতিক্ৰম কৰিছে ৫৭৮ ৰ ঘৰ৷ এদিনতে বৃদ্ধি পাইছে ১৫৬ টা নতুন ঘটনা৷ সম্প্ৰতি অমিক্ৰণ ভেৰিয়েণ্ট দেশৰ ১৯ খন ৰাজ্যলৈ সংক্ৰমিত হৈছে ৷ ইয়াৰে সৰ্বাধিক আক্ৰান্ত হৈছে দিল্লী আৰু মহাৰাষ্ট্ৰত৷ দিল্লী আৰু মহাৰাষ্ট্ৰত আক্ৰান্তৰ সংখ্যা ক্ৰমে ১৪২ আৰু ১৪১ ৷ দিল্লী, মহাৰাষ্ট্ৰ, কেৰালা, গুজৰাট, ৰাজস্থান, তেলেংগনা, তামিলনাডু, কৰ্ণাটক, মধ্যা প্ৰদেশ, অন্ধ্ৰ প্ৰদেশ, পশ্চিমবংগ, হাৰিয়ানা, ঊৰিষ্যা, চণ্ডীগড়, জম্মুকাশ্মীৰ, উত্তৰ প্ৰদেশ, হিমাচল, লাডাখ আৰু উত্তৰাখণ্ডত দ্ৰুত গতিত বৃদ্ধি হৈছে সংক্ৰমণ৷ দেশত অমিক্ৰণৰ বৰ্ধিত সংক্ৰমণক লৈ উদ্বিগ্ন প্ৰধানমন্ত্ৰী৷ দেশৰ শেহতীয়া পৰিস্থিতি সন্দৰ্ভত ইতিমধ্যে উচ্চস্তৰীয় বৈঠকত মিলিত হৈছে প্ৰধানমন্ত্ৰী মোদী৷ ৰাজধানী দিল্লীত আজিৰে পৰা জাৰি কৰা হৈছে সান্ধ্য আইন৷ আনহাতে অসমতো দেওবাৰৰ পৰা প্ৰযোজ্য হৈছে সান্ধ্য আইন৷ নিশা ১১.৩০ পৰা পুৱা ৬ বজালৈ জাৰি কৰা হৈছে সান্ধ্য আইনৰ নিৰ্দেশনা৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24Best Assamese News Channelcovid 19omicron
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

৫০ বাৰকৈ প্ৰতিযোগিতামূলক পৰীক্ষাত ব্যৰ্থ ইঞ্জিনিয়াৰিঙৰ গোল্ড মেডেলিষ্ট ছাত্ৰৰ চ*ৰম সিদ্ধান্ত
নিয়োগ

৫০ বাৰকৈ প্ৰতিযোগিতামূলক পৰীক্ষাত ব্যৰ্থ ইঞ্জিনিয়াৰিঙৰ গোল্ড মেডেলিষ্ট ছাত্ৰৰ চ*ৰম সিদ্ধান্ত

July 21, 2026
দিন হাজিৰা, কোম্পানীৰ চাকৰিয়ালৰ বাবে সুখবৰ!
ভাৰত

দিন হাজিৰা, কোম্পানীৰ চাকৰিয়ালৰ বাবে সুখবৰ!

July 21, 2026
৪ বছৰত ভাৰতীয় ৰে’লৱেৰ বিভিন্ন AC ডবাৰ পৰা ১০৪ কোটি টকাৰ টাৱেল, গাৰুৰ কভাৰ চুৰি
ভাৰত

৪ বছৰত ভাৰতীয় ৰে’লৱেৰ বিভিন্ন AC ডবাৰ পৰা ১০৪ কোটি টকাৰ টাৱেল, গাৰুৰ কভাৰ চুৰি

July 21, 2026
মানৱীয় দৃষ্টিকোণেৰে আপুনিও বন্যাৰ্তৰ বাবে কৰিব পাৰে এই কাম
জীৱনশৈলী

মানৱীয় দৃষ্টিকোণেৰে আপুনিও বন্যাৰ্তৰ বাবে কৰিব পাৰে এই কাম

July 20, 2026
Next Post
ভিডিঅ’ জাৰ্ণেলিষ্ট আইজুৰ আলী আৰু নাই, শোকস্তব্ধ ‘অসম লাইভ ২৪’

ভিডিঅ’ জাৰ্ণেলিষ্ট আইজুৰ আলী আৰু নাই, শোকস্তব্ধ ‘অসম লাইভ ২৪’

ভাৰতৰ ইতিহাসৰ সৰ্ববৃহৎ তালাচী অভিযান! জব্দ ২৫৭ কোটি টকা, ২৭৫ কেজি সোণ-ৰূপ বহু মূল্যৱান সা-সামগ্ৰী 

ভাৰতৰ ইতিহাসৰ সৰ্ববৃহৎ তালাচী অভিযান! জব্দ ২৫৭ কোটি টকা, ২৭৫ কেজি সোণ-ৰূপ বহু মূল্যৱান সা-সামগ্ৰী 

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.