• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
৭০ বছৰীয়া বৃদ্ধৰ কামনাৰ বলি নিঃসহায় কিশোৰী, এতিয়া ৫ মাহৰ অন্তঃসত্বা, অভিযুক্তক গ্ৰেপ্তাৰ

৭০ বছৰীয়া বৃদ্ধৰ কামনাৰ বলি নিঃসহায় কিশোৰী, এতিয়া ৫ মাহৰ অন্তঃসত্বা, অভিযুক্তক গ্ৰেপ্তাৰ

4 years ago
মংগলৰ স্থান সলনি, জিলিকিব এই ৩ ৰাশিৰ ভাগ্য!

মংগলৰ স্থান সলনি, জিলিকিব এই ৩ ৰাশিৰ ভাগ্য!

6 hours ago
ব্যক্তিগত খণ্ডৰ কৰ্মচাৰীৰ বাবে গুৰুত্বপূৰ্ণ খবৰ, জানক এই ৫টা বৃহৎ UPDATE

ব্যক্তিগত খণ্ডৰ কৰ্মচাৰীৰ বাবে গুৰুত্বপূৰ্ণ খবৰ, জানক এই ৫টা বৃহৎ UPDATE

6 hours ago
‘হলীউডৰ ছুপাৰষ্টাৰ টম ক্ৰুজৰ মোৰ প্ৰতি আছে ক্ৰাছ’- মল্লিকা শ্বেৰাৱট

‘হলীউডৰ ছুপাৰষ্টাৰ টম ক্ৰুজৰ মোৰ প্ৰতি আছে ক্ৰাছ’- মল্লিকা শ্বেৰাৱট

7 hours ago
স্বাধীন স্ব-ঘোষণাৰ পিছদিনাই বলুচিস্তানত পাকিস্তানৰ এয়াৰষ্ট্ৰাইক

স্বাধীন স্ব-ঘোষণাৰ পিছদিনাই বলুচিস্তানত পাকিস্তানৰ এয়াৰষ্ট্ৰাইক

8 hours ago
‘এয়া প্ৰতাৰণা নহয়, এয়া প্ৰেম’ কিয় ক’লে গোবিন্দাই?

‘এয়া প্ৰতাৰণা নহয়, এয়া প্ৰেম’ কিয় ক’লে গোবিন্দাই?

8 hours ago
IPLৰ কোন কোন ক্ৰিকেটাৰ ধ*ৰ্ষণৰ অভিযোগ অভিযুক্ত?

IPLৰ কোন কোন ক্ৰিকেটাৰ ধ*ৰ্ষণৰ অভিযোগ অভিযুক্ত?

9 hours ago
ভাৰতৰ পৰা ৰাছিয়ালৈ চলিব ৰে’ল! পাকিস্তান হৈ পাৰ হ’ব সম্ভাব্য পথ!

ভাৰতৰ পৰা ৰাছিয়ালৈ চলিব ৰে’ল! পাকিস্তান হৈ পাৰ হ’ব সম্ভাব্য পথ!

10 hours ago
ঘৰ নিৰ্মাণৰ বাবে কোনবিধ ইটা আটাইতকৈ ভাল?

ঘৰ নিৰ্মাণৰ বাবে কোনবিধ ইটা আটাইতকৈ ভাল?

11 hours ago
উজবেকিস্তানৰ পৰা যুৱতী সৰবৰাহ, পৰিচয় গোপনে ৰাখিবলৈ যুৱতীসকলৰ প্লাষ্টিক ছাৰ্জাৰী!

উজবেকিস্তানৰ পৰা যুৱতী সৰবৰাহ, পৰিচয় গোপনে ৰাখিবলৈ যুৱতীসকলৰ প্লাষ্টিক ছাৰ্জাৰী!

12 hours ago
বান সাহায্য! ৭২টা বিশেষ বেংক একাউণ্টৰ ওপৰত শেন-দৃষ্টি চৰকাৰৰ

বান সাহায্য! ৭২টা বিশেষ বেংক একাউণ্টৰ ওপৰত শেন-দৃষ্টি চৰকাৰৰ

12 hours ago
পাকিস্তান-তুৰ্কী-চৌদি আৰৱৰ নতুন চুক্তি! ভাৰতৰ বাবে এয়া ভয়ংকৰ ভাবুকি!

পাকিস্তান-তুৰ্কী-চৌদি আৰৱৰ নতুন চুক্তি! ভাৰতৰ বাবে এয়া ভয়ংকৰ ভাবুকি!

13 hours ago
আজি মেষৰ পৰা মীনলৈ কোনটো ৰাশিত কেনে প্ৰভাৱ?

আজি মেষৰ পৰা মীনলৈ কোনটো ৰাশিত কেনে প্ৰভাৱ?

14 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, August 13, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

৭০ বছৰীয়া বৃদ্ধৰ কামনাৰ বলি নিঃসহায় কিশোৰী, এতিয়া ৫ মাহৰ অন্তঃসত্বা, অভিযুক্তক গ্ৰেপ্তাৰ

editor by editor
August 31, 2022
in অপৰাধ, অসম
0
৭০ বছৰীয়া বৃদ্ধৰ কামনাৰ বলি নিঃসহায় কিশোৰী, এতিয়া ৫ মাহৰ অন্তঃসত্বা, অভিযুক্তক গ্ৰেপ্তাৰ
0
SHARES
8.6k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

মানৱ সমাজক লজ্জানত কৰা এক জঘন্য কাণ্ড পোহৰলৈ আহিছে৷ এগৰাকী ২০ বছৰীয়া বৃদ্ধৰ কামনাৰ বলি হৈ গৰ্ভৱতী হৈছে এগৰাকী নিঃসহায় কিশোৰী৷

ঘটনাৰ বিৱৰণীৰ মতে নগাঁৱৰ পুৰণিগুদামৰ গায়ন বৈৰাগী গাঁৱৰ ৰামেশ্বৰ হাজৰিকা নামৰ ৭০ বছৰীয়া বৃদ্ধৰ কামনাৰ বলি হৈছে এগৰাকী কিশোৰী৷

৭০ বছৰীয়া বৃদ্ধ ৰামেশ্বৰ হাজৰিকা নামৰ লোকজনৰ কামনাৰ বলি হোৱা নৱম শ্ৰেণীৰ ছাত্ৰীগৰাকীৰ বৰ্তমান পাঁচ মাহৰ গৰ্ভৱতী৷ এই কথা পোহৰলৈ অহাৰ পাছতে সমগ্ৰ অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি হৈছে৷

লগতে পঢ়ক ৰাজপথতে কইনাক এৰি পলায়ন দৰাৰ, তাৰ পাছত কি হ’ল? চাওক ভিডিঅ’…

চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহত কিশোৰীগৰাকীক ৰামেশ্বৰে ভেৰভেৰিস্থিত মৃত্যুঞ্জয় মন্দিৰ দেখুৱাবলৈ লৈ গৈছিল৷ অভিযোগ অনুসৰি ৰামেশ্বৰ হাজৰিকাই এক দৃষ্টিহীন দম্পতীৰ সন্তান নৱম শ্ৰেণীৰ ছাত্ৰীগৰাকীক মহামৃত্যুঞ্জয় মন্দিৰলৈ নিশা মেলা দেখুওৱাবলৈ নিয়াৰ চলেৰে পথাৰৰ মাজত ধৰ্ষণ কৰে৷ পিতৃ-মাতৃৰ দৃষ্টি হীনতাৰ সুযোগ লৈ ৰামেশ্বৰে সংঘটিত কৰিছিল এনে জঘন্য কাণ্ড।

নিজা বুলিবলৈ এটা বাসগৃহও নথকা দৃষ্টিহীন দম্পতীহালৰ একমাত্ৰ ভৰসা হৈছে কিশোৰীগৰাকী৷ ইতিমধ্যে ঘটনাটো পোহৰলৈ অহাৰ পাছতে অভিযুক্ত ৰামেশ্বৰ হাজৰিকাক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazzaassam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of AssamTeenager raped
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

IPLৰ কোন কোন ক্ৰিকেটাৰ ধ*ৰ্ষণৰ অভিযোগ অভিযুক্ত?
বিনোদন

IPLৰ কোন কোন ক্ৰিকেটাৰ ধ*ৰ্ষণৰ অভিযোগ অভিযুক্ত?

August 12, 2026
উজবেকিস্তানৰ পৰা যুৱতী সৰবৰাহ, পৰিচয় গোপনে ৰাখিবলৈ যুৱতীসকলৰ প্লাষ্টিক ছাৰ্জাৰী!
অপৰাধ

উজবেকিস্তানৰ পৰা যুৱতী সৰবৰাহ, পৰিচয় গোপনে ৰাখিবলৈ যুৱতীসকলৰ প্লাষ্টিক ছাৰ্জাৰী!

August 12, 2026
বান সাহায্য! ৭২টা বিশেষ বেংক একাউণ্টৰ ওপৰত শেন-দৃষ্টি চৰকাৰৰ
অসম

বান সাহায্য! ৭২টা বিশেষ বেংক একাউণ্টৰ ওপৰত শেন-দৃষ্টি চৰকাৰৰ

August 12, 2026
বিনোদন

গুৱাহাটীত অপেনাৰ ৰোহিতৰ ছিক্সাৰৰ বৰষুণ, ৫টাকৈ মাইলষ্টোন স্পৰ্শ

August 11, 2026
Next Post
আৰক্ষী প্ৰশিক্ষণ মহাবিদ্যালয়ত উপস্থিত স্বৰ্ণকন্যা তথা ডি এছ পি হিমা দাস

আৰক্ষী প্ৰশিক্ষণ মহাবিদ্যালয়ত উপস্থিত স্বৰ্ণকন্যা তথা ডি এছ পি হিমা দাস

দুৰ্নীতি আৰু ভ্ৰষ্টাচাৰ চলা বুলি ভুৱা অপপ্ৰচাৰ চলাই গ্ৰেপ্তাৰ হ’ল নুনমাটি শোধনাগাৰৰ মহাপ্ৰৱন্ধক

দুৰ্নীতি আৰু ভ্ৰষ্টাচাৰ চলা বুলি ভুৱা অপপ্ৰচাৰ চলাই গ্ৰেপ্তাৰ হ’ল নুনমাটি শোধনাগাৰৰ মহাপ্ৰৱন্ধক

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.