• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ৰাজপথতে কইনাক এৰি পলায়ন দৰাৰ, তাৰ পাছত কি হ’ল? চাওক ভিডিঅ’…

ৰাজপথতে কইনাক এৰি পলায়ন দৰাৰ, তাৰ পাছত কি হ’ল? চাওক ভিডিঅ’…

4 years ago
ছিংগাপুৰৰ অভিমন্যু তালুকদাৰক মনত আছেনে? জুবিন দাক হেনো ভালকৈ চিনিয়েই পোৱা নাছিল অভিমন্যুই!

ছিংগাপুৰৰ অভিমন্যু তালুকদাৰক মনত আছেনে? জুবিন দাক হেনো ভালকৈ চিনিয়েই পোৱা নাছিল অভিমন্যুই!

4 hours ago
নতুন গ্ৰহৰ সন্ধান! সঁচাকৈয়ে আছে নেকি এলিয়েন?

নতুন গ্ৰহৰ সন্ধান! সঁচাকৈয়ে আছে নেকি এলিয়েন?

4 hours ago
৪৮ ঘণ্টাৰ DEADLINE, পুনৰ দেশজুৰি আন্দোলনৰ হুংকাৰ CJPৰ

৪৮ ঘণ্টাৰ DEADLINE, পুনৰ দেশজুৰি আন্দোলনৰ হুংকাৰ CJPৰ

5 hours ago
দুটাকৈ ধ*ৰ্ষণৰ অভিযোগ! নিলম্বিত হ’ল এইজন ইংলিছ ক্ৰিকেটাৰ

দুটাকৈ ধ*ৰ্ষণৰ অভিযোগ! নিলম্বিত হ’ল এইজন ইংলিছ ক্ৰিকেটাৰ

5 hours ago
তৃতীয় সন্তান জন্ম দিলেই পাব ৫০ হাজাৰ টকা, ভাৰতৰ কোন সম্প্ৰদায়ৰ এই ঘোষণা?

তৃতীয় সন্তান জন্ম দিলেই পাব ৫০ হাজাৰ টকা, ভাৰতৰ কোন সম্প্ৰদায়ৰ এই ঘোষণা?

6 hours ago
এটা লাড্ডুৰ দাম উঠিল ১.০১ কোটি টকা

এটা লাড্ডুৰ দাম উঠিল ১.০১ কোটি টকা

6 hours ago
মুছলমান বিৱাহক লৈ ডাঙৰ খবৰ, মুছলমানৰ বিৱাহত আৰু নচলিব কাজীৰ ৰাজত্ব!

মুছলমান বিৱাহক লৈ ডাঙৰ খবৰ, মুছলমানৰ বিৱাহত আৰু নচলিব কাজীৰ ৰাজত্ব!

7 hours ago
তুলা ৰাশিত বুধৰ মহাপ্ৰৱেশ, সলনি হ’ব কেইবাটাও ৰাশিৰ ভাগ্য

তুলা ৰাশিত বুধৰ মহাপ্ৰৱেশ, সলনি হ’ব কেইবাটাও ৰাশিৰ ভাগ্য

8 hours ago
বিহাৰত হৈছে কি? জামুইৰ পিছত এইবাৰ সমস্তীপুৰ…

বিহাৰত হৈছে কি? জামুইৰ পিছত এইবাৰ সমস্তীপুৰ…

9 hours ago
১০ মাহত ১৪ বাৰ আপত্তি, SIRক লৈ কি চলিছে নিৰ্বাচন আয়োগত?

১০ মাহত ১৪ বাৰ আপত্তি, SIRক লৈ কি চলিছে নিৰ্বাচন আয়োগত?

9 hours ago
৩৪ বছৰজোৰা নীৰৱতাৰ অন্ত! বাজি উঠিল কাশ্মীৰৰ শীতলনাথ মন্দিৰৰ ঘণ্টা

৩৪ বছৰজোৰা নীৰৱতাৰ অন্ত! বাজি উঠিল কাশ্মীৰৰ শীতলনাথ মন্দিৰৰ ঘণ্টা

11 hours ago
ভূতৰ অস্তিত্ব সঁচাকৈয়ে আছে নেকি?

ভূতৰ অস্তিত্ব সঁচাকৈয়ে আছে নেকি?

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, September 24, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

ৰাজপথতে কইনাক এৰি পলায়ন দৰাৰ, তাৰ পাছত কি হ’ল? চাওক ভিডিঅ’…

editor by editor
August 31, 2022
in জীৱনশৈলী, বিবিধ
0
ৰাজপথতে কইনাক এৰি পলায়ন দৰাৰ, তাৰ পাছত কি হ’ল? চাওক ভিডিঅ’…
0
SHARES
24.7k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে এহাল দৰা -কইনাৰ ভিডিঅ’। য’ত এহাল দৰা-কইনাই ৰাজপথতে এক হাই ভল্টেজৰ নাটকত অৱতীৰ্ণ হৈছে।

ভাইৰেল হোৱা ভিডিঅ’টো বিহাৰৰ বুলি কোৱা হৈছে। ভিডিঅ’টোত ৰাস্তাৰ মাজত কইনাক কান্দি কান্দি, চিঞৰি চিঞৰি দৰাৰ পিছে পিছে দৌৰি যোৱা দেখা গৈছে। দৰাই কইনাক এৰি ৰাজপথেৰে ভিৰাই দৌৰিছে আৰু দৰাক দৌৰিবলৈ কইনাৰ সৈতে বহুলোকে খেদা মাৰি গৈছে। ভিডিঅ’টোও দেখি নেটনাগৰিকে স্তম্ভিত হৈ পৰিছে।

ঘটনাৰ বিৱৰণীৰ মতে বিহাৰৰ নৱাদা জিলাৰ মহুলী গাঁৱৰ বাসিন্দা ৰাম অৱতাৰ চাহানীৰ কন্যা গুড্ডী কুমাৰীয়ে মেহকাৰ গাঁৱৰ বাসিন্দা চান্দো চৌহানৰ পুত্ৰ সন্দীপ কুমাৰৰ সৈতে বিবাহপাশত আবদ্ধ হ’বলৈ সাজু হৈছিল।

Aisa bhi hota hai….. dulha court marriage se pahle bhaga. High voltage drama on streets of Nawada

Note: Nawada is one of the most backward district of the state. pic.twitter.com/8KOWwSJ4hf

— Anand Singh (@Anand_Journ) August 30, 2022

লগতে পঢ়ক শিবিৰৰ পৰা পলায়নৰ চেষ্টা! পুনৰ অন্য এক কেডাৰক মৃত্যুদণ্ড আলফা (স্বা)ৰ

আচলতে তেওঁলোক দুয়োজনে ইজনে সিজনৰ লগত ফোনত কথা পাতি প্ৰেমৰ সম্পৰ্ক বান্ধ খাইছিল। বৃহস্পতিবাৰে যুৱকজনে যুৱতীগৰাকীক লগ কৰিবলৈ যুৱতীগৰাকীৰ গাঁও পালেগৈ। দুয়োৱে লগ কৰা যুৱতীগৰাকীৰ পৰিয়াল আৰু গাঁৱৰ মানুহে দেখা পায়৷ গাঁৱৰ কিছুমান মানুহে  আৰু পৰিয়ালৰ লোকে যুৱতীগৰাকীক ল’ৰাটোৰ সৈতে দেখা পোৱাৰ পিছতে অতি সোনকালে দুয়োৰে বিবাহ ঠিক কৰি দিয়া হ’ল। প্ৰথমতে ল’ৰাটো বিয়া কৰাবলৈ সাজু হোৱা নাছিল। কিন্তু পিছত যুৱকজনে বিবাহৰ বাবে সাজু হয়।

ইয়াৰ পাছত দুয়োৱে বিবাহ সম্পন্ন কৰিবলৈ নৱাদাৰ চিভিল ক’ৰ্টতলৈ বুলি যাত্ৰা কৰে। দুয়ো জিলা আদালত পোৱাৰ পাছত উকীলে যেতিয়া যুৱকজনক কাগজখনত চহী কৰিবলৈ ক’লে, তেতিয়াই তেওঁ কলমটো পেলাই দৌৰি পলাবলৈ ধৰে। তেতিয়াই ভিডিঅ’টোত দেখা যায় যে যুৱতীগৰাকীয়ে যুৱকজনৰ পিছে পিছে কান্দি কান্দি দৌৰেছে।

एक शादी ऐसा भी

जब शादी करने से भाग रहा था लड़का, तब लड़की ने उसे खुद पकड़कर रचाई शादी

मामला #बिहार के #नवादा का है। लड़की ने कहा कि पैसा और बाइक लेकर शादी करने से भाग रहा था लड़का#ExclusivePost#xclusivepost pic.twitter.com/LSpch8Sp5a

— Exclusive Post (@xclusivepost) August 28, 2022

লগতে পঢ়ক ১৩ বছৰ পূৰ্বে স্বামীক হত্যা কৰিছিল পত্নীয়ে, ইয়াৰ পোতক তুলি মাতৃক ফাঁচি দিলে কন্যাই

অৱশেষত যুৱতীগৰাকীৰ পৰিয়াল আৰু স্থানীয় লোকে যুৱকজন ধৰিবলৈ সক্ষম হয়। ইয়াৰ পাছতে ৰাস্তাত মানুহৰ ভিৰ হয়৷

ইফালে আত্মীয়ৰ লোকৰ মতে, তিনিমাহ পূৰ্বে যুৱকজনৰ সৈতে যুৱতীগৰাকীৰ বিবাহ ঠিক কৰা হৈছিল। যৌতুক হিচাপে যুৱকজনক এখন পালচাৰ বাইক আৰু নগদ ৫০ হাজাৰ টকাও দিয়া হৈছিল।

আনহাতে স্থানীয় লোকে যুৱকজনক কৰায়ত্ত কৰাৰ পাছতে যুৱক আৰু যুৱতী দুয়োকে আৰক্ষীক চমজাই দিয়া হয়। ইয়াৰ পিছত দুয়োৰে বিবাহ মন্দিৰত সম্পন্ন কৰা হয়।

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assamviral newsviral video
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

নতুন গ্ৰহৰ সন্ধান! সঁচাকৈয়ে আছে নেকি এলিয়েন?
প্ৰযুক্তি

নতুন গ্ৰহৰ সন্ধান! সঁচাকৈয়ে আছে নেকি এলিয়েন?

September 24, 2026
তৃতীয় সন্তান জন্ম দিলেই পাব ৫০ হাজাৰ টকা, ভাৰতৰ কোন সম্প্ৰদায়ৰ এই ঘোষণা?
জীৱনশৈলী

তৃতীয় সন্তান জন্ম দিলেই পাব ৫০ হাজাৰ টকা, ভাৰতৰ কোন সম্প্ৰদায়ৰ এই ঘোষণা?

September 24, 2026
এটা লাড্ডুৰ দাম উঠিল ১.০১ কোটি টকা
জীৱনশৈলী

এটা লাড্ডুৰ দাম উঠিল ১.০১ কোটি টকা

September 24, 2026
মুছলমান বিৱাহক লৈ ডাঙৰ খবৰ, মুছলমানৰ বিৱাহত আৰু নচলিব কাজীৰ ৰাজত্ব!
অসম

মুছলমান বিৱাহক লৈ ডাঙৰ খবৰ, মুছলমানৰ বিৱাহত আৰু নচলিব কাজীৰ ৰাজত্ব!

September 24, 2026
Next Post
প্ৰাক-প্ৰাথমিক শিক্ষয়িত্ৰীসকলে পানীত জাঁপিয়াই আত্মহত্যাৰ ভাবুকি কিয় দিলে?

প্ৰাক-প্ৰাথমিক শিক্ষয়িত্ৰীসকলে পানীত জাঁপিয়াই আত্মহত্যাৰ ভাবুকি কিয় দিলে?

৭০ বছৰীয়া বৃদ্ধৰ কামনাৰ বলি নিঃসহায় কিশোৰী, এতিয়া ৫ মাহৰ অন্তঃসত্বা, অভিযুক্তক গ্ৰেপ্তাৰ

৭০ বছৰীয়া বৃদ্ধৰ কামনাৰ বলি নিঃসহায় কিশোৰী, এতিয়া ৫ মাহৰ অন্তঃসত্বা, অভিযুক্তক গ্ৰেপ্তাৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.