• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
১৩ বছৰ পূৰ্বে স্বামীক হত্যা কৰিছিল পত্নীয়ে, ইয়াৰ পোতক তুলি মাতৃক ফাঁচি দিলে কন্যাই

১৩ বছৰ পূৰ্বে স্বামীক হত্যা কৰিছিল পত্নীয়ে, ইয়াৰ পোতক তুলি মাতৃক ফাঁচি দিলে কন্যাই

4 years ago
হোটেলৰ কোঠাত জনপ্ৰিয় অভিনেত্ৰীৰ সৈতে অভিনেতা! কোনে পেলালে হাতে-লোটে ধৰা?

আপোনাৰ প্ৰতি স্বামীৰ অনিহা? মৰম বঢ়াবলৈ কৰক এই কাম

6 hours ago
গাড়ীত উঠিলেই বমি হোৱাৰ সমস্যা, এই টিপছে দূৰ কৰিব সমস্যা!

গাড়ীত উঠিলেই বমি হোৱাৰ সমস্যা, এই টিপছে দূৰ কৰিব সমস্যা!

6 hours ago
ঋতুস্ৰাৱৰ সময়ত অত্যাধিক পেটৰ বিষ, ভুলতো নাখাব এইবোৰ খাদ্য!

মাহেকীয়াত পেট ফুলাৰ সমস্যা, ভুলতো নাখাব এইবিধ বস্তু!

7 hours ago
SBIত ওলাইছে চাকৰি, কিমানগৰাকী প্ৰাৰ্থী কৰিব বাছনি?

SBIত ওলাইছে চাকৰি, কিমানগৰাকী প্ৰাৰ্থী কৰিব বাছনি?

7 hours ago
সোণৰ মূল্য হ্ৰাস নে বৃদ্ধি? কেন্দ্ৰলৈ বিশ্ব গোল্ড কাউন্সিলৰ বিশেষ অনুৰোধ!

Gold Price: হ্ৰাস পালে সোণৰ মূল্য! এয়াই অলংকাৰ ক্ৰয়ৰ উচিত সময় নেকি?

8 hours ago
পাপনৰ মুখত ‘মায়াবিনী’, জুবিন ক্ষেত্ৰত উপস্থিত হৈ সান্তনা দিলে গৰিমাক

পাপনৰ মুখত ‘মায়াবিনী’, জুবিন ক্ষেত্ৰত উপস্থিত হৈ সান্তনা দিলে গৰিমাক

9 hours ago
১৯ ছেপ্টেম্বৰত ৪ ৰাশিৰ জীৱনত বিপদৰ আশংকা? হওক সাৱধান!

১৯ ছেপ্টেম্বৰত ৪ ৰাশিৰ জীৱনত বিপদৰ আশংকা? হওক সাৱধান!

9 hours ago
Home Remedies: বিছাই ডাকিলে কি কৰিব? ঘৰুৱা উপায়েৰে কৰক ঠিক

Home Remedies: বিছাই ডাকিলে কি কৰিব? ঘৰুৱা উপায়েৰে কৰক ঠিক

10 hours ago
দৈনিক ৰাশিফল, মকৰ সংক্ৰান্তিৰ পূৰ্বে ভাগ্যোদয় ৩ ৰাশিৰ, কিন্তু আন ৩ ৰাশিৰ সমস্যা বৃদ্ধি

হাতলৈ আহিব ধন, সলনি হ’ব আৰ্থিক স্থিতি! ১৯ ছেপ্তেম্বৰৰ ৰাশিফল জানো আহক

11 hours ago
PM Modi Birthday: ৰণবীৰ সিঙৰ মহানুভৱতা, ল’লে ১০০০ গৰাকী কন্যা শিশুৰ দায়িত্ব!

PM Modi Birthday: ৰণবীৰ সিঙৰ মহানুভৱতা, ল’লে ১০০০ গৰাকী কন্যা শিশুৰ দায়িত্ব!

12 hours ago
মংগলে খুলিব ভাগ্যৰ দ্বাৰ, বৃষৰ লগতে ৪ ৰাশিৰ ফুলিব কপাল!

মংগলে খুলিব ভাগ্যৰ দ্বাৰ, বৃষৰ লগতে ৪ ৰাশিৰ ফুলিব কপাল!

13 hours ago
সন্তান-স্বামীক এৰি যুৱতীৰ সৈতে পলায়ন মহিলাৰ

সন্তান-স্বামীক এৰি যুৱতীৰ সৈতে পলায়ন মহিলাৰ

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, September 19, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিশ্ব

১৩ বছৰ পূৰ্বে স্বামীক হত্যা কৰিছিল পত্নীয়ে, ইয়াৰ পোতক তুলি মাতৃক ফাঁচি দিলে কন্যাই

editor by editor
August 31, 2022
in অপৰাধ, বিশ্ব
0
১৩ বছৰ পূৰ্বে স্বামীক হত্যা কৰিছিল পত্নীয়ে, ইয়াৰ পোতক তুলি মাতৃক ফাঁচি দিলে কন্যাই
0
SHARES
18.4k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

পুনৰ মানৱ অধিকাৰ উলংঘন ঘটনা ঘটিছে ইৰাণত৷ ইৰাণ চৰকাৰে পিতৃক হত্যা কৰাৰ অপৰাধত এগৰাকী কন্যাক নিজ মাতৃক ফাঁচি দিবলৈ বাধ্য কৰোৱায়৷

আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশ পোৱা মতে ইৰাণৰ একনায়কত্ববাদী শাসন ব্যৱস্থাই ১৩ বছৰৰ পূৰ্বে এগৰাকী মহিলাই নিজৰ স্বামীক হত্যা কৰাৰ প্ৰতিশোধ কল্পে তেওঁলোকৰ কন্যাৰ দ্বাৰা মাতৃক ফাঁচি দি মৃত্যু দণ্ডৰ শাস্তি প্ৰদান কৰোৱাইছে৷

ঘটনাৰ বিৱৰণীৰ মতে মৰিয়ম কৰিমী নামৰ মহিলাগৰাকীৰ বিৰুদ্ধে নিজৰ স্বামীক হত্যা কৰাৰ গুৰুতৰ অভিযোগ আছিল৷ স্থানীয় সংবাদ মাধ্যমে প্ৰকাশ কৰা অনুসৰি স্বামী ইব্ৰাহিমে পত্নীৰে বিবাহ বিচ্ছেদ কৰিবলৈ ৰাজি হোৱা নাছিল৷ ইয়াৰ বাবে মাৰিয়ম কাৰিমীৰ পিতৃ-মাতৃয়েও বুজাবলৈ চেষ্টা কৰিছিল যদিও তেওঁ বিবাহ বিচ্ছেদ কৰিবলৈ সন্মত নোহোৱাৰ বাবে পিতৃৰ সহযোগত মাৰিয়মে পাছত স্বামী ইব্ৰাহিমক হত্যা কৰে৷

লগতে পঢ়ক সন্মতিসূচক শাৰীৰিক সম্পৰ্কৰ বেলিকা আধাৰ কাৰ্ড চাই সংগীৰ বয়স নিৰ্ণয় কৰাৰ প্ৰয়োজন নাই, উঃ ন্যায়ালয়

ইয়াৰ পাছতে মাৰিয়মৰ পিতৃ-মাতৃয়ে ইব্ৰাহিম আৰু মাৰিয়ম ৬ বছৰীয়া কন্যাক নিজৰ লগত ৰাখি তাইক এগৰাকী অনাথ শিশু বুলি জানিবলৈ দিয়ে আৰু অনাথ শিশু হিচাপেই কন্যাগৰাকী ককাক আইতাকে ডাঙৰ দীঘল কৰে৷

মাৰিয়মক ফাঁচি দিয়াৰ মাত্ৰ কেই সপ্তাহমান আগতেহে ককাক আইতাকে লুকুৱাই ৰখা সত্যটোৰ বিষয়ে কন্যাগৰাকীয়ে জানিব পাৰে৷ এতিয়া ১৯ বছৰৰ বয়সত ভৰি দিয়া এই কন্যাগৰাকীয়ে চলিত বৰ্ষৰ ১৩ মাৰ্চত ইৰাণৰ কেন্দ্ৰীয় কাৰাগাৰত মাতৃক ফাঁচি দিয়ে৷

ইৰাণৰ স্বানীয় সংবাদ মাধ্যমৰ মতে কন্যাগৰাকীয়ে মাতৃক ক্ষমা কৰিবলৈ অস্বীকাৰ কৰি নিজ মাতৃক চিপ দি হত্যা কৰে৷ উল্লেখ্য যে ইৰাণত কিছাছ নামেৰে জনাজাত এক প্ৰতিশোধ প্ৰথা আছে য’ত ভুক্তভোগীৰ এটা সন্তান উপস্থিত থকাৰ লগতে তেওঁক শাস্তি প্ৰদান কৰিবলৈ উৎসাহিত কৰা হয়৷

লগতে পঢ়ক ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসৰ দিনাই দৌৰত ৰাষ্ট্ৰীয় অভিলেখ গঢ়িলে অসম সন্তানে

ইফালে ইৰাণৰ মানৱ অধিকাৰ সংগঠনে ইয়াক কঠোৰ ভাষাৰে গৰিহণা দিছে। তেওঁলোকে কয় যে মৰিয়মৰ কন্যাৰ পৰা সত্য লুকুৱাই ৰখা হৈছিল। যেতিয়া কন্যাগৰাকীয়ে সত্যটোৰ বিষয়ে জানিব পাৰিলে তেতিয়া নিজ মাতৃৰ প্ৰতি ঘৃণা জন্মিবলৈ ধৰিলে।

উল্লেখ্য যে ২০১৯ চনত কিছাছৰ অধীনত ইৰাণত ২২৫ জন লোকক মৃত্যুদণ্ড দিয়া হৈছিল। ইয়াৰে ৬৮টা কাৰাগাৰত সম্পূৰ্ণ হোৱাৰ বিপৰীতে ৪ টা গোচৰত শিশুৰ হাতেৰে শাস্তি প্ৰদান কৰা হৈছিল। এই চাৰিওটা ক্ষেত্ৰতে শিশুকেইটা নাবালক আছিল।

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of AssamiranIran news
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

অবিশ্বাস্য! ৯ ৰানত ৮টাকৈ উইকেট
বিনোদন

অবিশ্বাস্য! ৯ ৰানত ৮টাকৈ উইকেট

September 18, 2026
সোণৰ গহনাৰ বাবেই মাতৃক হ*ত্যা জী-জোঁৱাইৰ
অপৰাধ

সোণৰ গহনাৰ বাবেই মাতৃক হ*ত্যা জী-জোঁৱাইৰ

September 18, 2026
পাকিস্তানী প্ৰসাধন সামগ্ৰী নচলে ভাৰতত! CDSCO ই দিলে সতৰ্কবাণী
জীৱনশৈলী

পাকিস্তানী প্ৰসাধন সামগ্ৰী নচলে ভাৰতত! CDSCO ই দিলে সতৰ্কবাণী

September 17, 2026
জাপানৰ ভালুক মন্ত্ৰী! চৰকাৰে কিয় গঠন কৰিলে সুকীয়া মন্ত্ৰালয়?
বিশ্ব

জাপানৰ ভালুক মন্ত্ৰী! চৰকাৰে কিয় গঠন কৰিলে সুকীয়া মন্ত্ৰালয়?

September 17, 2026
Next Post
শিবিৰৰ পৰা পলায়নৰ চেষ্টা! পুনৰ অন্য এক কেডাৰক মৃত্যুদণ্ড আলফা (স্বা)ৰ

শিবিৰৰ পৰা পলায়নৰ চেষ্টা! পুনৰ অন্য এক কেডাৰক মৃত্যুদণ্ড আলফা (স্বা)ৰ

নিবনুৱাৰ বাবে সুখবৰ! SBIত ৭০০ৰো অধিক পদ খালী, কি কি পদত দিব নিযুক্তি?

নিবনুৱাৰ বাবে সুখবৰ! SBIত ৭০০ৰো অধিক পদ খালী, কি কি পদত দিব নিযুক্তি?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.