• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বিশ্বৰ পৰা বিলুপ্ত এটা জনগোষ্ঠী! ২৬বছৰে অৰণ্যত অকলশৰে থকাৰ পিছত মৃত্যু শেষৰজন সদস্যৰ

বিশ্বৰ পৰা বিলুপ্ত এটা জনগোষ্ঠী! ২৬বছৰে অৰণ্যত অকলশৰে থকাৰ পিছত মৃত্যু শেষৰজন সদস্যৰ

4 years ago
ৰেচন কাৰ্ডৰ হিতাধিকাৰীয়ে নাপাব দাইল, চেনি আৰু নিমখ! কিন্তু কিয়?

ৰেচন কাৰ্ডৰ হিতাধিকাৰীয়ে নাপাব দাইল, চেনি আৰু নিমখ! কিন্তু কিয়?

14 hours ago
গৰমত কি কি ৰঙৰ কাপোৰ পিন্ধা উচিত? ভুল কৰিলে হ’ব পাৰে ডাঙৰ বিপদ!

গৰমত কি কি ৰঙৰ কাপোৰ পিন্ধা উচিত? ভুল কৰিলে হ’ব পাৰে ডাঙৰ বিপদ!

15 hours ago
শীঘ্ৰে ভাগ্য উদয় হ’ব ৫ ৰাশিৰ লোকৰ, বাবা ভাংগাৰ ভৱিষ্যতবাণী

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, জুনত ৫ ৰাশিৰ কি কি হ’ব পৰিৱৰ্তন?

15 hours ago
দৈনিক ৰাশিফল, মকৰ সংক্ৰান্তিৰ পূৰ্বে ভাগ্যোদয় ৩ ৰাশিৰ, কিন্তু আন ৩ ৰাশিৰ সমস্যা বৃদ্ধি

জীৱনলৈ আহিব পৰিৱৰ্তন! জুনত কোন কোন ৰাশিৰ সলনি হ’ব ভাগ্য?

15 hours ago
স্বামী হ’ব আপোনাৰ প্ৰেমত বলিয়া, নিশা শোৱাৰ পূৰ্বে কৰক মাত্ৰ এই কাম!

ক্ষীণ নে শকত ছোৱালী পচন্দ পুৰুষৰ? সমীক্ষাত পোহৰলৈ আহিছে আচল ৰহস্য

16 hours ago
World No Tobacco Day: চিগাৰেট সেৱনৰ অভ্যাস কিয় এৰাটো কঠিন? শেষ হ’ব পাৰে জীৱন!

World No Tobacco Day: চিগাৰেট সেৱনৰ অভ্যাস কিয় এৰাটো কঠিন? শেষ হ’ব পাৰে জীৱন!

18 hours ago
IPL 2026 ৰ Qualifier 2 ৰ পূৰ্বে বৈভৱ সূৰ্যবংশীকলৈ ডাঙৰ দাবী, গঢ়িব ৰেকৰ্ড!

IPL 2026 ৰ Qualifier 2 ৰ পূৰ্বে বৈভৱ সূৰ্যবংশীকলৈ ডাঙৰ দাবী, গঢ়িব ৰেকৰ্ড!

18 hours ago
নিশা শোৱাৰ সময়ত লালটি ওলোৱা, এয়া কোনো ভয়ংকৰ ৰোগৰ সংকেত নেকি?

নিশা শোৱাৰ সময়ত লালটি ওলোৱা, এয়া কোনো ভয়ংকৰ ৰোগৰ সংকেত নেকি?

19 hours ago
ব্যক্তিগত আৰু পেছাদাৰী জীৱনত কেনেকৈ ভাৰসাম্য বজাই ৰাখিব? 

ব্যক্তিগত আৰু পেছাদাৰী জীৱনত কেনেকৈ ভাৰসাম্য বজাই ৰাখিব? 

20 hours ago
প্ৰস্ৰাৱৰ অস্বাভাৱিক গোন্ধ আৰু ৰং পৰিৱৰ্তন… আওকাণ নকৰিব এই লক্ষণ

প্ৰস্ৰাৱৰ অস্বাভাৱিক গোন্ধ আৰু ৰং পৰিৱৰ্তন… আওকাণ নকৰিব এই লক্ষণ

20 hours ago
ছাগলী আকৃতিৰ কেক কাটি ঈদ উদযাপন, বিধায়ক নন্দকিশোৰ গুৰজাৰে দেখুৱালে আদৰ্শ

ছাগলী আকৃতিৰ কেক কাটি ঈদ উদযাপন, বিধায়ক নন্দকিশোৰ গুৰজাৰে দেখুৱালে আদৰ্শ

21 hours ago
দুৰ্ঘটনাই প্ৰাণ কাঢ়িলে ফলৰ ৰস-চালাড বিক্ৰী কৰা মণিকাৰ, সামাজিক মাধ্যমৰ শেষ পোষ্টে চকু সেমেকাইছে সকলোৰে

দুৰ্ঘটনাই প্ৰাণ কাঢ়িলে ফলৰ ৰস-চালাড বিক্ৰী কৰা মণিকাৰ, সামাজিক মাধ্যমৰ শেষ পোষ্টে চকু সেমেকাইছে সকলোৰে

21 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, May 30, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিশ্ব

বিশ্বৰ পৰা বিলুপ্ত এটা জনগোষ্ঠী! ২৬বছৰে অৰণ্যত অকলশৰে থকাৰ পিছত মৃত্যু শেষৰজন সদস্যৰ

editor by editor
August 31, 2022
in জীৱনশৈলী, বিবিধ, বিশ্ব
0
বিশ্বৰ পৰা বিলুপ্ত এটা জনগোষ্ঠী! ২৬বছৰে অৰণ্যত অকলশৰে থকাৰ পিছত মৃত্যু শেষৰজন সদস্যৰ
0
SHARES
41.7k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ব্ৰাজিলত মেন অৱ দ্য হোল হিচাপে পৰিচিত আৰু আমাজনৰ এটা জনগোষ্ঠীৰ শেষৰজন সদস্যৰ মৃত্যু হৈছে। তেওঁৰ মৃত্যুক লৈ ব্ৰাজিলৰ সংবাদ মাধ্যমত ব্যাপক চৰ্চা চলা দেখা গৈছে। ইয়াৰ পাছতে ব্ৰাজিলৰ আমাজনৰ এটা জনজাতিৰ সম্পূৰ্ণৰূপে বিলুপ্ত হোৱা বুলি শোক প্ৰকাশ কৰা দেখা গৈছে৷ এই ক্ষতিৰ ফলত অমাজানৰ সামগ্ৰিক সংস্কৃতিৰ ওপৰত কি প্ৰভাৱ পৰিব সেই বিষয়েও ব্যাপক চিন্তা চৰ্চা চলিছে।

দ্য গাৰ্ডিয়ানৰ মতে, খিলঞ্জীয়া লোকজনক এণ্ডিঅ’ ড’ বুৰাকো বা “মেন অৱ দ্য হোল” নামেৰে জনাজাত আছিল। অমাজানৰ গভীৰ অৰণ্যৰ বাহিৰে বৰ্হিজগতৰ সৈতে তেওঁৰ কোনো যোগাযোগ নাছিল। যোৱা ২৬ টা বছৰ ধৰি তেওঁ অকলশৰে গভীৰ অৰণ্যত বসবাস কৰি আহিছিল। লোকজনে তেওঁৰ সৈতে সম্পৰ্ক অথবা যোগাযোগ কৰিবলৈ চেষ্টা কৰা লোকক কাঁড়েৰে আক্ৰমণ কৰিবলৈহে উদ্যত হৈছিল।

ছাৰভাইভেল ইণ্টাৰনেশ্যনেলৰ প্ৰচাৰক চাৰা শ্বেংকাৰে প্ৰকাশ কৰা মতে, ‘‘তেওঁ তেওঁৰ জনগোষ্ঠীৰ শেষৰজন সদস্য আছিল আৰু সেয়েহে আন এটা জনগোষ্ঠী বিলুপ্ত হৈ পৰে।’’ লোকজনে স্থানীয় সংবাদ মাধ্যমত যথেষ্ট কভাৰেজ লাভ কৰাৰ লগতে কেইবাখনো তথ্যচিত্ৰতো তেওঁক প্ৰদৰ্শিত হৈছিল।

লগতে পঢ়ক ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসৰ দিনাই দৌৰত ৰাষ্ট্ৰীয় অভিলেখ গঢ়িলে অসম সন্তানে

স্থানীয় সংবাদ মাধ্যমৰ মতে তেওঁৰ প্ৰকৃত নাম কোনেও গম পোৱা নাছিল। মানুহে তেওঁক মেন অৱ দ্য হোল বুলি চিনি পাইছিল। ইয়াৰ আঁৰৰ কাৰণ আছিল যে তেওঁলোকে মাটিত গভীৰ গাঁত খান্দি তাতে বাস কৰিছিল।

ইয়াৰে কিছুমান গাঁত তেওঁলোকে জীৱ-জন্তু চিকাৰৰ বাবে ব্যৱহাৰ কৰিছিল, আনহাতে কিছুমানত তেওঁলোকে নিজেই লুকাই আছিল। বিষয়াসকলে জনোৱা মতে, ২৩ আগষ্টত তেওঁৰ জুপুৰিৰ বাহিৰত দোলনাত তেওঁৰ মৃতদেহ উদ্ধাৰ কৰা হয়। মৃতদেহটো দেখি তেওঁৰ স্বাভাৱিক মৃত্যু  হোৱা বুলিয়ে ধাৰণা কৰা হৈছে।

লগতে পঢ়ক জোৰজবৰদস্তি ছাত্ৰীৰ ইউনিৰ্ফম খুলি ঘৰলৈ প্ৰেৰণ কৰি গ্ৰেপ্তাৰ হ’ল শিক্ষয়িত্ৰী

ব্ৰাজিলৰ থলুৱা সম্প্ৰদায়ৰ এই ব্যক্তিজনৰ পৰিয়ালৰ বাকী ৬ জন সদস্যৰ ১৯৯৫ চনত মৃত্যু হয়। এই গোটটোৱে বলিভিয়াৰ সীমান্তৱৰ্তী ৰণ্ডনিয়া ৰাজ্যৰ টানাৰু থলুৱা অঞ্চলত বাস কৰিছিল। তেওঁৰ জনগোষ্ঠীৰ অধিকাংশই ১৯৭০ চনৰ আৰম্ভণিতে নিজৰ ভূমি দখল কৰিব বিচৰা কৃষকসকলে হত্যা কৰিছিল বুলি ধাৰণা কৰা হৈছে।

বৰ্তমান ব্ৰাজিলত ৩০০ তকৈও কম খিলঞ্জীয়া জনজাতি আছে বুলি ধাৰণা কৰা হৈছে আৰু এই সংখ্যা ক্ৰমান্বয়ে হ্ৰাস পাইছে। এতিয়া আৰু ৩০ টা গোট আছে যদিও বিশেষজ্ঞসকলৰ হাতত তেওঁলোকৰ কোনো তথ্য নাই।

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of AssamBrazil Man of the Hole Dies in Amazon ForestMan of Hole Dies
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ৰেচন কাৰ্ডৰ হিতাধিকাৰীয়ে নাপাব দাইল, চেনি আৰু নিমখ! কিন্তু কিয়?
অসম

ৰেচন কাৰ্ডৰ হিতাধিকাৰীয়ে নাপাব দাইল, চেনি আৰু নিমখ! কিন্তু কিয়?

May 29, 2026
গৰমত কি কি ৰঙৰ কাপোৰ পিন্ধা উচিত? ভুল কৰিলে হ’ব পাৰে ডাঙৰ বিপদ!
জীৱনশৈলী

গৰমত কি কি ৰঙৰ কাপোৰ পিন্ধা উচিত? ভুল কৰিলে হ’ব পাৰে ডাঙৰ বিপদ!

May 29, 2026
শীঘ্ৰে ভাগ্য উদয় হ’ব ৫ ৰাশিৰ লোকৰ, বাবা ভাংগাৰ ভৱিষ্যতবাণী
জীৱনশৈলী

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, জুনত ৫ ৰাশিৰ কি কি হ’ব পৰিৱৰ্তন?

May 29, 2026
দৈনিক ৰাশিফল, মকৰ সংক্ৰান্তিৰ পূৰ্বে ভাগ্যোদয় ৩ ৰাশিৰ, কিন্তু আন ৩ ৰাশিৰ সমস্যা বৃদ্ধি
জীৱনশৈলী

জীৱনলৈ আহিব পৰিৱৰ্তন! জুনত কোন কোন ৰাশিৰ সলনি হ’ব ভাগ্য?

May 29, 2026
Next Post
১৩ বছৰ পূৰ্বে স্বামীক হত্যা কৰিছিল পত্নীয়ে, ইয়াৰ পোতক তুলি মাতৃক ফাঁচি দিলে কন্যাই

১৩ বছৰ পূৰ্বে স্বামীক হত্যা কৰিছিল পত্নীয়ে, ইয়াৰ পোতক তুলি মাতৃক ফাঁচি দিলে কন্যাই

শিবিৰৰ পৰা পলায়নৰ চেষ্টা! পুনৰ অন্য এক কেডাৰক মৃত্যুদণ্ড আলফা (স্বা)ৰ

শিবিৰৰ পৰা পলায়নৰ চেষ্টা! পুনৰ অন্য এক কেডাৰক মৃত্যুদণ্ড আলফা (স্বা)ৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.