• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
সন্মতিসূচক শাৰীৰিক সম্পৰ্কৰ বেলিকা আধাৰ কাৰ্ড চাই সংগীৰ বয়স নিৰ্ণয় কৰাৰ প্ৰয়োজন নাই, উঃ ন্যায়ালয়

সন্মতিসূচক শাৰীৰিক সম্পৰ্কৰ বেলিকা আধাৰ কাৰ্ড চাই সংগীৰ বয়স নিৰ্ণয় কৰাৰ প্ৰয়োজন নাই, উঃ ন্যায়ালয়

4 years ago
CJPৰ পিছত এইবাৰ সামাজিক মাধ্যমত Reservation Hatao movementক বিপুল সমৰ্থন

CJPৰ পিছত এইবাৰ সামাজিক মাধ্যমত Reservation Hatao movementক বিপুল সমৰ্থন

32 minutes ago
শিক্ষয়িত্ৰীৰ পাশৱিক কাণ্ড? নিষ্ঠুৰতাৰ সকলো সীমা অতিক্ৰম শিক্ষয়িত্ৰীৰ

শিক্ষয়িত্ৰীৰ পাশৱিক কাণ্ড? নিষ্ঠুৰতাৰ সকলো সীমা অতিক্ৰম শিক্ষয়িত্ৰীৰ

1 hour ago
সোণৰ মূল্যত বৃহৎ পৰিৱৰ্তন! ১ গ্ৰামত কিমান টকা কমিল বা বাঢ়িল?

সোণে দেখুৱাইছে যাদু! আজি কিমান হৈছে সোণ-ৰূপৰ মূল্য?

2 hours ago
চিকিৎসালয়ত ভৰ্তি দাক্ষিণাত্যৰ অভিনেতা ৰাম চৰণ, চলি আছে অস্ত্ৰোপচাৰ

চিকিৎসালয়ত ভৰ্তি দাক্ষিণাত্যৰ অভিনেতা ৰাম চৰণ, চলি আছে অস্ত্ৰোপচাৰ

3 hours ago
বজাৰলৈ আহিব নতুন প্লাষ্টিকৰ নোট, এই ১০-২০ টকীয়া নোটবোৰ ভাঁজ কৰিব পাৰিবনে?

বজাৰলৈ আহিব নতুন প্লাষ্টিকৰ নোট, এই ১০-২০ টকীয়া নোটবোৰ ভাঁজ কৰিব পাৰিবনে?

3 hours ago
২ আগষ্টৰ পৰা ১৮ আগষ্টলৈ ভাগ্য সলনি হ’ব এইকেইটা ৰাশিৰ, মংগলে কৰিব সহায়!

২ আগষ্টৰ পৰা ১৮ আগষ্টলৈ ভাগ্য সলনি হ’ব এইকেইটা ৰাশিৰ, মংগলে কৰিব সহায়!

3 hours ago
অষ্টম দৰমহা আয়োগত কি ভিত্তিত বৃদ্ধি পাব কৰ্মচাৰীৰ দৰমহা?

কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী আৰু পেঞ্চনাৰৰ বাবে ৫টা ডাঙৰ আপডেট! দৰমহা আৰু পেঞ্চন কেতিয়া বৃদ্ধি পাব জানক 

4 hours ago
শনিদেৱৰ প্ৰিয় এই ২ ৰাশি, জীৱনত বিপদমুক্ত থাকে তেওঁলোক, শনিৰ কৃপা আপুনি লাভ কৰিবই

৩০ বছৰৰ পিছত শনিৰ ডাঙৰ সংযোগ, হ’ব আৰ্থিক উন্নতি!

5 hours ago
যন্তৰ মন্তৰত ভোকাতুৰক খাদ্য খুৱাই বিপদত পৰিল জুনেইদ ভাই, UP আৰক্ষীয়ে পঠালে ‘লাভ লেটাৰ’!

যন্তৰ মন্তৰত ভোকাতুৰক খাদ্য খুৱাই বিপদত পৰিল জুনেইদ ভাই, UP আৰক্ষীয়ে পঠালে ‘লাভ লেটাৰ’!

5 hours ago
বাথৰুমলৈ মোবাইল লৈ যোৱাৰ অভ্যাস? সাৱধান, বিপদত পৰিব পাৰে আপুনি!

বাথৰুমলৈ মোবাইল লৈ যোৱাৰ অভ্যাস? সাৱধান, বিপদত পৰিব পাৰে আপুনি!

6 hours ago
কঁঠাল আপোনাৰ প্ৰিয় নেকি? এই ফল খালে শৰীৰত কি কি পৰিৱৰ্তন হয় জানো আহক

কঁঠাল আপোনাৰ প্ৰিয় নেকি? এই ফল খালে শৰীৰত কি কি পৰিৱৰ্তন হয় জানো আহক

7 hours ago
সুৰক্ষিত কৰক আপোনাৰ কন্যাৰ ভৱিষ্যৎ, আজিয়েই কৰক বিনিয়োগ!

শ্বেয়াৰ বজাৰত বিনিয়োগ কৰিবলৈ ভয়? এই চৰকাৰী আঁচনিসমূহত বিনিয়োগ কৰিলে পাব যথেষ্ট লাভ

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, July 27, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

সন্মতিসূচক শাৰীৰিক সম্পৰ্কৰ বেলিকা আধাৰ কাৰ্ড চাই সংগীৰ বয়স নিৰ্ণয় কৰাৰ প্ৰয়োজন নাই, উঃ ন্যায়ালয়

editor by editor
August 31, 2022
in বিবিধ, ভাৰত
0
সন্মতিসূচক শাৰীৰিক সম্পৰ্কৰ বেলিকা আধাৰ কাৰ্ড চাই সংগীৰ বয়স নিৰ্ণয় কৰাৰ প্ৰয়োজন নাই, উঃ ন্যায়ালয়
0
SHARES
8.5k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

যদি কিশোৰীয়ে সন্মতি মৰ্মে কাৰোবাৰ সৈতে যৌন সম্পৰ্ক স্থাপন কৰিছে তেনে কিশোৰীগৰাকী প্ৰাপ্তবয়স্ক হয় নে নহয় সেয়া জানিবলৈ তেওঁৰ আধাৰ কাৰ্ড পৰীক্ষা কৰাৰ প্ৰয়োজন নাই। দিল্লী উচ্চ ন্যায়ালয়ৰ এখন বিচাৰপীঠে এই মন্তব্য কৰিছে।

এগৰাকী যুৱতীয়ে তেওঁৰ সৈতে এজন যুৱকে যৌন সম্পৰ্ক কৰাৰ সময়ত তেওঁ নাবালিকা আছিল বুলি দাবী কৰি এজন যুৱকৰ বিৰুদ্ধে ধৰ্ষণৰ অভিযোগ উত্থাপন কৰে। সেই গোচৰত অভিযুক্ত যুৱকজনক জামিন প্ৰদান কৰাৰ সময়তে দিল্লী উচ্চ ন্যায়ালয়ে এই মন্তব্য কৰে।

গোচৰ সন্দৰ্ভত ন্যায়াধীশ যশমীত সিঙে কয় যে বিভিন্ন নথি-পত্ৰত অভিযোগকাৰীৰ তিনিটা ভিন্ন জন্ম তাৰিখ পোৱা গৈছে। আধাৰ কাৰ্ডত তেওঁৰ জন্ম তাৰিখ ১৯৯৮ চনৰ ১ জানুৱাৰী। সেই হিচাপে ঘটনাৰ সময়ত তেওঁ নাবালিকা নাছিল।

লগতে পঢ়ক প্ৰতীক্ষাৰ অন্ত! মুকেশ আম্বানীয়ে মুকলি কৰিলে জিঅ’ 5G, কেতিয়াৰ পৰা আৰম্ভ হ’ব এই সেৱা?

ইয়াৰ বাহিৰেও যেতিয়া দুজন লোকে সন্মতিৰ ভিত্তিত শাৰীৰিক সম্পৰ্ক স্থাপন কৰি আছে তেতিয়া আধাৰ বা পেন কাৰ্ড চাই সংগীৰ বয়স পৰীক্ষা কৰাৰ প্ৰয়োজন নাই বুলিও ন্যায়াধীশ সিঙে কয়।

ন্যায়াধীশগৰাকীয়ে লগতে অতি তাৎপৰ্যপূৰণভাৱে কয় যে গোচৰটো ওপৰত দেখাৰ দৰে সাধাৰণ নহয়। একেধৰণৰ অন্য এক গোচৰৰ উদাহৰণ দি ন্যায়াধীশগৰাকীয়ে কয় যে কিছুমান ক্ষেত্ৰত এনে অভিযোগ তুলি ধন দাবী কৰাৰ দৰে ঘটনাও ঘটিছে।

সেয়ে এই গোচৰটোতো কোনো ধৰণৰ হানি ট্ৰেপিঙৰ হাত আছে নেকি সেই বিষয়েও তদন্ত কৰিবলৈ আৰক্ষীক নিৰ্দেশ দিয়ে ন্যায়াধীশগৰাকীয়ে।

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assamdelhi high courthigh court
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

CJPৰ পিছত এইবাৰ সামাজিক মাধ্যমত Reservation Hatao movementক বিপুল সমৰ্থন
ভাৰত

CJPৰ পিছত এইবাৰ সামাজিক মাধ্যমত Reservation Hatao movementক বিপুল সমৰ্থন

July 27, 2026
শিক্ষয়িত্ৰীৰ পাশৱিক কাণ্ড? নিষ্ঠুৰতাৰ সকলো সীমা অতিক্ৰম শিক্ষয়িত্ৰীৰ
অপৰাধ

শিক্ষয়িত্ৰীৰ পাশৱিক কাণ্ড? নিষ্ঠুৰতাৰ সকলো সীমা অতিক্ৰম শিক্ষয়িত্ৰীৰ

July 27, 2026
সোণৰ মূল্যত বৃহৎ পৰিৱৰ্তন! ১ গ্ৰামত কিমান টকা কমিল বা বাঢ়িল?
বাণিজ্য

সোণে দেখুৱাইছে যাদু! আজি কিমান হৈছে সোণ-ৰূপৰ মূল্য?

July 27, 2026
চিকিৎসালয়ত ভৰ্তি দাক্ষিণাত্যৰ অভিনেতা ৰাম চৰণ, চলি আছে অস্ত্ৰোপচাৰ
বিনোদন

চিকিৎসালয়ত ভৰ্তি দাক্ষিণাত্যৰ অভিনেতা ৰাম চৰণ, চলি আছে অস্ত্ৰোপচাৰ

July 27, 2026
Next Post
বিশ্বৰ পৰা বিলুপ্ত এটা জনগোষ্ঠী! ২৬বছৰে অৰণ্যত অকলশৰে থকাৰ পিছত মৃত্যু শেষৰজন সদস্যৰ

বিশ্বৰ পৰা বিলুপ্ত এটা জনগোষ্ঠী! ২৬বছৰে অৰণ্যত অকলশৰে থকাৰ পিছত মৃত্যু শেষৰজন সদস্যৰ

১৩ বছৰ পূৰ্বে স্বামীক হত্যা কৰিছিল পত্নীয়ে, ইয়াৰ পোতক তুলি মাতৃক ফাঁচি দিলে কন্যাই

১৩ বছৰ পূৰ্বে স্বামীক হত্যা কৰিছিল পত্নীয়ে, ইয়াৰ পোতক তুলি মাতৃক ফাঁচি দিলে কন্যাই

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.