• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
প্ৰাক-প্ৰাথমিক শিক্ষয়িত্ৰীসকলে পানীত জাঁপিয়াই আত্মহত্যাৰ ভাবুকি কিয় দিলে?

প্ৰাক-প্ৰাথমিক শিক্ষয়িত্ৰীসকলে পানীত জাঁপিয়াই আত্মহত্যাৰ ভাবুকি কিয় দিলে?

4 years ago
উজনিত ভয়ংকৰ হৈছে বান পৰিস্থিতি, বৃদ্ধি পাইছে মৃতকৰ সংখ্যা!

উজনিত ভয়ংকৰ হৈছে বান পৰিস্থিতি, বৃদ্ধি পাইছে মৃতকৰ সংখ্যা!

18 minutes ago
Trigrahi Yog 2026: ২২ জুনৰ পৰা ত্ৰিগ্ৰহী যোগ, সমস্যা বাঢ়িব ৪ ৰাশিৰ!

কৰ্কট ৰাশিৰ লগতে এই ৫ ৰাশিৰ লোক হওক সাৱধান, এটা ভুলে মাতিব ডাঙৰ বিপদৰ!

1 hour ago
২২ জুলাইৰ দিনটো কেনে যাব আপোনাৰ? জানক কাৰ কাৰ উদয় হ’ব ভাগ্য

২২ জুলাইৰ দিনটো কেনে যাব আপোনাৰ? জানক কাৰ কাৰ উদয় হ’ব ভাগ্য

2 hours ago
এটাও গ’ল বা এছিষ্ট নকৰাকৈয়ে কিয় গোল্ডেন বলৰ সন্মান লাভ কৰিলে ৰড্ৰিয়ে?

এটাও গ’ল বা এছিষ্ট নকৰাকৈয়ে কিয় গোল্ডেন বলৰ সন্মান লাভ কৰিলে ৰড্ৰিয়ে?

11 hours ago
২২ জুলাইত কি ৰঙৰ পোচাক পৰিধান কৰিলে আপুনি শুভ ফল পাব?

২২ জুলাইত কি ৰঙৰ পোচাক পৰিধান কৰিলে আপুনি শুভ ফল পাব?

11 hours ago
দুৰ্ঘটনাগ্ৰস্ত হৈ হাত ভাঙিলে বলীউডৰ এইগৰাকী প্ৰতিষ্ঠিত অভিনেতাৰ

দুৰ্ঘটনাগ্ৰস্ত হৈ হাত ভাঙিলে বলীউডৰ এইগৰাকী প্ৰতিষ্ঠিত অভিনেতাৰ

11 hours ago
সঁচাই ডায়বেটিছৰ বাবে উপকাৰী নেকি জাম, নে ই কেৱল এক প্ৰচলিত ধাৰণাহে?

সঁচাই ডায়বেটিছৰ বাবে উপকাৰী নেকি জাম, নে ই কেৱল এক প্ৰচলিত ধাৰণাহে?

12 hours ago
পুনৰ ছবিৰ নেপথ্য কণ্ঠশিল্পী হিচাপে গান গাব নেকি অৰিজিৎ সিঙে?

পুনৰ ছবিৰ নেপথ্য কণ্ঠশিল্পী হিচাপে গান গাব নেকি অৰিজিৎ সিঙে?

12 hours ago
৫০ বাৰকৈ প্ৰতিযোগিতামূলক পৰীক্ষাত ব্যৰ্থ ইঞ্জিনিয়াৰিঙৰ গোল্ড মেডেলিষ্ট ছাত্ৰৰ চ*ৰম সিদ্ধান্ত

৫০ বাৰকৈ প্ৰতিযোগিতামূলক পৰীক্ষাত ব্যৰ্থ ইঞ্জিনিয়াৰিঙৰ গোল্ড মেডেলিষ্ট ছাত্ৰৰ চ*ৰম সিদ্ধান্ত

15 hours ago
দিন হাজিৰা, কোম্পানীৰ চাকৰিয়ালৰ বাবে সুখবৰ!

দিন হাজিৰা, কোম্পানীৰ চাকৰিয়ালৰ বাবে সুখবৰ!

15 hours ago
গা নুধুৱাকৈ কেতিয়াও নাৰান্ধিব খাদ্য

গা নুধুৱাকৈ কেতিয়াও নাৰান্ধিব খাদ্য

16 hours ago
৪ বছৰত ভাৰতীয় ৰে’লৱেৰ বিভিন্ন AC ডবাৰ পৰা ১০৪ কোটি টকাৰ টাৱেল, গাৰুৰ কভাৰ চুৰি

৪ বছৰত ভাৰতীয় ৰে’লৱেৰ বিভিন্ন AC ডবাৰ পৰা ১০৪ কোটি টকাৰ টাৱেল, গাৰুৰ কভাৰ চুৰি

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, July 22, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home শিক্ষা

প্ৰাক-প্ৰাথমিক শিক্ষয়িত্ৰীসকলে পানীত জাঁপিয়াই আত্মহত্যাৰ ভাবুকি কিয় দিলে?

editor by editor
August 31, 2022
in অসম, শিক্ষা
0
প্ৰাক-প্ৰাথমিক শিক্ষয়িত্ৰীসকলে পানীত জাঁপিয়াই আত্মহত্যাৰ ভাবুকি কিয় দিলে?
0
SHARES
2.4k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

চাকৰি নিয়মীয়া নোহোৱা, দৰমহা নোপোৱা আদিকে ধৰি বিভিন্ন সমস্যাৰে জৰ্জৰিত প্ৰাক প্ৰাথমিক শিক্ষয়িত্ৰীসকল৷

ইয়াৰ মাজতে ভূতৰ ওপৰত দানহ পৰা দি চৰকাৰে চাকৰিৰ পৰা চাটাই কৰিবলৈ ওলাইছে কণ কণ শিশুহঁতক আদি শিক্ষা প্ৰদানৰ দায়িত্বত নিয়োজিত এইসকল শিক্ষয়িত্ৰীক৷ কাজেই মূৰে কপালে হাত দি চৰম হতাশাত দিন কটাবলগীয়া হৈছে এইসকল শিক্ষয়িত্ৰীয়ে ৷

উল্লেখ্য যে ১৯৯৭ চনত ৰাজ্য চৰকাৰৰ নিৰ্দেশ মৰ্মে বিদ্যালয় পৰিচালনা সমিতিসমূহৰ দ্বাৰা প্ৰাক প্ৰাথমিক শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলক শিক্ষাদানৰ বাবে নিয়োগ কৰা হৈছিল এইসকল শিক্ষয়িত্ৰীক৷

লগতে পঢ়ক নিবনুৱাৰ বাবে সুখবৰ! SBIত ৭০০ৰো অধিক পদ খালী, কি কি পদত দিব নিযুক্তি?

কিন্তু ১৯৯৭ চনৰ পৰা বিগত ২৫ বছৰে এইসকল শিক্ষয়িত্ৰীক দৰমহাৰ নামত এটা ফুটাকড়িও আদায় নিদিলে ৰাজ্য চৰকাৰে।

প্ৰাক্-প্ৰাথমিক শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীক শিক্ষাদানৰ দায়িত্ব নতুনকৈ অংগনবাড়ী কৰ্মী-সহায়িকাৰ হাতত গতাই দিয়াৰ বাবে চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰাৰ পিছত এতিয়া বিনা বেতনে কাম কৰি অহা এইসকল শিক্ষয়িত্ৰীসকলৰ মাজত জীৱন-জীৱিকাক লৈ সংশয়ৰ সৃষ্টি হৈছে।

২০১১ চনত শিক্ষামন্ত্ৰী হৈ থকাৰ সময়ত দৰমহা প্ৰদানৰ আশ্বাস দিয়া ড° হিমন্ত বিশ্ব শৰ্মাই এতিয়া মুখ্যমন্ত্ৰীৰ চকীত বহি প্ৰাক্ প্ৰাথমিক শিক্ষয়িত্ৰীসকলক চাকৰিৰ পৰাই চাটাই কৰিবলৈ ওলোৱাত তেওঁলোকে আশ্চৰ্য প্ৰকাশ কৰে ৷ চাকৰিৰ পৰা চাটাই কৰিলে পানীত জাঁপ দি আত্মহত্যা কৰাৰো হুমকি দিয়ে শিক্ষয়িত্ৰীসকলে৷

see more

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

উজনিত ভয়ংকৰ হৈছে বান পৰিস্থিতি, বৃদ্ধি পাইছে মৃতকৰ সংখ্যা!
অসম

উজনিত ভয়ংকৰ হৈছে বান পৰিস্থিতি, বৃদ্ধি পাইছে মৃতকৰ সংখ্যা!

July 22, 2026
মানৱীয় দৃষ্টিকোণেৰে আপুনিও বন্যাৰ্তৰ বাবে কৰিব পাৰে এই কাম
জীৱনশৈলী

মানৱীয় দৃষ্টিকোণেৰে আপুনিও বন্যাৰ্তৰ বাবে কৰিব পাৰে এই কাম

July 20, 2026
ৰাজ্যত বতৰে লৈছে কালৰূপ, কৰোবাত যদি জয়প্ৰলয় কৰোবাত ছিগিলে মথাউৰি
অসম

ৰাজ্যত বতৰে লৈছে কালৰূপ, কৰোবাত যদি জয়প্ৰলয় কৰোবাত ছিগিলে মথাউৰি

July 20, 2026
NEET পৰীক্ষাৰ ফলাফলৰ পিছত MBBS ত কেনেকৈ নামভৰ্তি হয়? জানক সম্পূৰ্ণ প্ৰক্ৰিয়া
শিক্ষা

NEET পৰীক্ষাৰ ফলাফলৰ পিছত MBBS ত কেনেকৈ নামভৰ্তি হয়? জানক সম্পূৰ্ণ প্ৰক্ৰিয়া

July 18, 2026
Next Post
৭০ বছৰীয়া বৃদ্ধৰ কামনাৰ বলি নিঃসহায় কিশোৰী, এতিয়া ৫ মাহৰ অন্তঃসত্বা, অভিযুক্তক গ্ৰেপ্তাৰ

৭০ বছৰীয়া বৃদ্ধৰ কামনাৰ বলি নিঃসহায় কিশোৰী, এতিয়া ৫ মাহৰ অন্তঃসত্বা, অভিযুক্তক গ্ৰেপ্তাৰ

আৰক্ষী প্ৰশিক্ষণ মহাবিদ্যালয়ত উপস্থিত স্বৰ্ণকন্যা তথা ডি এছ পি হিমা দাস

আৰক্ষী প্ৰশিক্ষণ মহাবিদ্যালয়ত উপস্থিত স্বৰ্ণকন্যা তথা ডি এছ পি হিমা দাস

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.