• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
নদীমক নোৱাৰিলে নীৰজে, ৰূপতে ক্ষান্ত, আনহাতে ব্ৰঞ্জ জয় কৰি স্বৰ্ণীল কেৰিয়াৰ সামৰিলে শ্ৰীজেশে

নদীমক নোৱাৰিলে নীৰজে, ৰূপতে ক্ষান্ত, আনহাতে ব্ৰঞ্জ জয় কৰি স্বৰ্ণীল কেৰিয়াৰ সামৰিলে শ্ৰীজেশে

2 years ago
কংগ্ৰেছৰ অসন্তুষ্টিৰ মাজতে কৰ্ণাটকত SIRক সমৰ্থন কংগ্ৰেছ মন্ত্ৰী সতীশ জাৰ্কিহোলি

কংগ্ৰেছৰ অসন্তুষ্টিৰ মাজতে কৰ্ণাটকত SIRক সমৰ্থন কংগ্ৰেছ মন্ত্ৰী সতীশ জাৰ্কিহোলি

5 hours ago
জিম্বাবুৱেৰ বিৰুদ্ধে খেলি কিহৰ বাবে জিণ্টিমণিয়ে পালে পুৰস্কাৰ?

জিম্বাবুৱেৰ বিৰুদ্ধে খেলি কিহৰ বাবে জিণ্টিমণিয়ে পালে পুৰস্কাৰ?

5 hours ago
কুৰুক্ষেত্ৰত পৰিণত সংসদৰ মজিয়া

কুৰুক্ষেত্ৰত পৰিণত সংসদৰ মজিয়া

6 hours ago
আপোনাৰো আছে নেকি টোপনিত নাক বজোৱাৰ সমস্যা?

আপোনাৰো আছে নেকি টোপনিত নাক বজোৱাৰ সমস্যা?

7 hours ago
‘লোকসভাৰ টিকটৰ নামত লৈছিল ৭ কোটি টকা লৈছিল প্ৰিয়ংকা গান্ধীয়ে’

‘লোকসভাৰ টিকটৰ নামত লৈছিল ৭ কোটি টকা লৈছিল প্ৰিয়ংকা গান্ধীয়ে’

7 hours ago
বেংকত সুৰক্ষিত নে আপোনাৰ ধন? PNBৰ এটা শাখাৰ পৰা কোটি কোটি টকাৰ হৰলুকি!

বেংকত সুৰক্ষিত নে আপোনাৰ ধন? PNBৰ এটা শাখাৰ পৰা কোটি কোটি টকাৰ হৰলুকি!

9 hours ago
অবৈধ প্ৰেমৰ বাবে দুই সন্তানৰ সৈতে কৰিলে এই কাম

অবৈধ প্ৰেমৰ বাবে দুই সন্তানৰ সৈতে কৰিলে এই কাম

9 hours ago
নামৰ দৰেই কাম, মানৱতাৰ উৎকৃষ্ট নিদৰ্শন, চলন্ত বাছত মহিলাই জন্ম দিলে সন্তান

নামৰ দৰেই কাম, মানৱতাৰ উৎকৃষ্ট নিদৰ্শন, চলন্ত বাছত মহিলাই জন্ম দিলে সন্তান

10 hours ago
পুৰীৰ সৈতে EXTRA চবজি বিচৰাই হ’ল কাল, দোকানীৰ আক্ৰমণত প্ৰাণ গ’ল গ্ৰাহকৰ

পুৰীৰ সৈতে EXTRA চবজি বিচৰাই হ’ল কাল, দোকানীৰ আক্ৰমণত প্ৰাণ গ’ল গ্ৰাহকৰ

10 hours ago
চূড়ান্ত পৰ্যায়ৰ ধুৰন্ধৰ ঘাতক ঘনকান্ত, কন্যাৰ শিক্ষাতো ঘনকান্তই কৰিছিল প্ৰৱঞ্চনা

চূড়ান্ত পৰ্যায়ৰ ধুৰন্ধৰ ঘাতক ঘনকান্ত, কন্যাৰ শিক্ষাতো ঘনকান্তই কৰিছিল প্ৰৱঞ্চনা

10 hours ago
বিদায় নিশ্চিত! সংখ্যাগৰিষ্ঠতাৰ পৰা বহু দূৰত নেতান্যাহু

বিদায় নিশ্চিত! সংখ্যাগৰিষ্ঠতাৰ পৰা বহু দূৰত নেতান্যাহু

11 hours ago
আন এক মৰ্মান্তিক ঘটনা! নিমিষতে শেষ হৈ গ’ল এটা পৰিয়াল

আন এক মৰ্মান্তিক ঘটনা! নিমিষতে শেষ হৈ গ’ল এটা পৰিয়াল

11 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, October 29, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

নদীমক নোৱাৰিলে নীৰজে, ৰূপতে ক্ষান্ত, আনহাতে ব্ৰঞ্জ জয় কৰি স্বৰ্ণীল কেৰিয়াৰ সামৰিলে শ্ৰীজেশে

editor by editor
August 9, 2024
in ক্ৰীড়া, বিবিধ, বিশ্ব, ভাৰত
0
নদীমক নোৱাৰিলে নীৰজে, ৰূপতে ক্ষান্ত, আনহাতে ব্ৰঞ্জ জয় কৰি স্বৰ্ণীল কেৰিয়াৰ সামৰিলে শ্ৰীজেশে
0
SHARES
183
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

নদীমক নোৱাৰিলে নীৰজে, ৰূপতে ক্ষান্ত, আনহাতে ব্ৰঞ্জ জয় কৰি স্বৰ্ণীল কেৰিয়াৰ সামৰিলে শ্ৰীজেশে

৮.৮.৮ তাৰিখ ভাৰতৰ বাবে আছিল সুভ দিন। ভাৰতে অলিম্পিকত লাভ কৰে দুটাকৈ পদক। এফালে হকীত স্পেইনক পৰাস্ত কৰি ব্ৰঞ্জ লাভ আনহাতে নীৰজ চোপ্ৰাৰ জেভলীনত ৰূপৰ পদক লাভ।

ভাৰতী হকী দলে একেৰাহে দুবাৰকৈ লাভ কৰে ব্ৰঞ্জৰ পদক। ২০২০ চনৰ টকিঅ’ অলিম্পিকতো ভাৰতীয় হকী দলে লাভ কৰিছিল ব্ৰঞ্জ তাৰ পাছত এইবাৰ পেৰিছ অলিম্পিকতো ভাৰতীয় দলটোৱে লাভ কৰে ব্ৰঞ্জৰ পদক। এই পদক লাভৰ পাছতে ভাৰতীয় হকী দলৰ তাৰকা খেলুৱৈ ভাৰতৰ বিশাল দেৱাল (Indian Great Wall) খ্যাত গোলকীপাৰ পি আৰ শ্ৰীজেশে হকীৰ পৰা অৱসৰ লয়। অৱশ্যে অলিম্পিক যাত্ৰা আৰম্ভ কৰাৰ পূৰ্বেই শ্ৰীজেশে এই অৱসৰৰ বিষয়ে সদৰি কৰিছিল।

আনহাতে নিশা ১১-৫৫ বজাত আৰম্ভ হোৱা জেভলীনত সমগ্ৰ ভাৰত বাসীৰ দৃষ্টি নিবদ্ধ আছিল পেৰিছ অলিম্পিকৰ প্ৰথমটো সোণ লাভৰ অপেক্ষাৰে। পাছে পাকিস্তানৰ নদীমৰ লক্ষ্য পাৰ কৰিব নোৱাৰিলে ভাৰতৰ নীৰজে। যাৰ বাবে ৰূপতে ক্ষান্ত থাকিব লগা হয় ভাৰতৰ গোল্ডেন বয় নীৰজ চোপ্ৰা। জেভলীনৰ ফাইনেলত পাকিস্তানৰ আৰ্শ্বদ নদীমে ৯২.৭ মিটাৰ দলিয়াই সোণ জয় কৰে। আনহাতে ভাৰতৰ নীৰজ চোপ্ৰাই ৮৯.৯৫ মিটাৰ দলিয়াই ৰূপ জয় কৰে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Arshad Nadeemneeraj chopraolympicOlympic 2024Peris Olympic
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কংগ্ৰেছৰ অসন্তুষ্টিৰ মাজতে কৰ্ণাটকত SIRক সমৰ্থন কংগ্ৰেছ মন্ত্ৰী সতীশ জাৰ্কিহোলি
ৰাজনীতি

কংগ্ৰেছৰ অসন্তুষ্টিৰ মাজতে কৰ্ণাটকত SIRক সমৰ্থন কংগ্ৰেছ মন্ত্ৰী সতীশ জাৰ্কিহোলি

October 29, 2026
জিম্বাবুৱেৰ বিৰুদ্ধে খেলি কিহৰ বাবে জিণ্টিমণিয়ে পালে পুৰস্কাৰ?
বিনোদন

জিম্বাবুৱেৰ বিৰুদ্ধে খেলি কিহৰ বাবে জিণ্টিমণিয়ে পালে পুৰস্কাৰ?

October 29, 2026
কুৰুক্ষেত্ৰত পৰিণত সংসদৰ মজিয়া
ৰাজনীতি

কুৰুক্ষেত্ৰত পৰিণত সংসদৰ মজিয়া

October 29, 2026
‘লোকসভাৰ টিকটৰ নামত লৈছিল ৭ কোটি টকা লৈছিল প্ৰিয়ংকা গান্ধীয়ে’
ৰাজনীতি

‘লোকসভাৰ টিকটৰ নামত লৈছিল ৭ কোটি টকা লৈছিল প্ৰিয়ংকা গান্ধীয়ে’

October 29, 2026
Next Post
গোৱালপাৰাত অতিকে শোকাৱহ ঘটনা, বিদ্যুৎস্পৃষ্ট হৈ পিতা-পুত্ৰৰ কৰুণ মৃত্যু

গোৱালপাৰাত অতিকে শোকাৱহ ঘটনা, বিদ্যুৎস্পৃষ্ট হৈ পিতা-পুত্ৰৰ কৰুণ মৃত্যু

অৱশেষত ৫৩০ দিনত অন্তত জেলৰ পৰা মুকলি আকাশৰ তললৈ দিল্লীৰ প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী মনীশ শিশোদিয়া

অৱশেষত ৫৩০ দিনত অন্তত জেলৰ পৰা মুকলি আকাশৰ তললৈ দিল্লীৰ প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী মনীশ শিশোদিয়া

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.