• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ঝাড়ু লৈ ৰাস্তা চাফা কৰিবলৈ সদায়ে ওলায় ৮৮ বছৰীয়া প্ৰাক্তন IPS অফিচাৰ, অৱশেষত পালে পদ্মশ্ৰী

3 months ago
বুধবাৰৰ লাকী ৰাশিঃ বুধবাৰে গণেশৰ কৃপা থাকিব এই ৫ৰাশিত

6 minutes ago
ভাৰতত এলক’হলেৰে চলিব বাহন! পেট্ৰল থাকিব মাত্ৰ ১৫শতাংশহে, নতুন প্ৰস্তাৱ অনাৰ পথত কেন্দ্ৰীয় চৰকাৰ

1 hour ago
জন টাৰ্নাছ কোন? টিম কুকে নিজেই দায়িত্ব এৰি জন টাৰ্নাছৰ কান্ধত কিয় তুলি দিলে এপলৰ দায়িত্ব?

2 hours ago
ভাৰতৰ পৰা আমদানী কৰা ৬৩ টকাতকৈ অধিক মূল্যৰ সামগ্ৰীৰ ওপৰত নেপালে আৰোপ পৰিলে শুল্ক, ভাৰতীয় বাণিজ্যত পৰিব নেকি প্ৰভাৱ?

একে ঘৰলৈ আহিছে সূৰ্য-বুধ, বুধাদিত্য ৰাজযোগত এপ্ৰিলৰ শেষৰ পৰা অৰ্থ-ক্ষমতা-প্ৰতিপত্তি লাভ ৪ৰাশিৰ

3 hours ago
কেন্দ্ৰীয় কৰ্মচাৰীৰ মৌলিক দৰমহা ১৮ হাজাৰৰ পৰা ৬৯ হাজাৰলৈ বৃদ্ধি পাব নেকি?

টোপনিৰ অভাৱ আৰু চকুৰ বিষ, সকাহ পোৱাৰ সহজ উপায় জানক

4 hours ago
গাখীৰৰ সামগ্ৰীৰ পৰা এলাৰ্জী, কেনেকৈ কৰিব দূৰ?

টোপনিত ভৰি টানি ধৰা সমস্যা, কোনো ডাঙৰ ৰোগৰ ইংগিত নেকি?

DA ৰ ডাঙৰ আপডেট, অষ্টম দৰমহা আয়োগে ভাট্টা তিনিগুণ বৃদ্ধিৰ প্ৰস্তাৱ আগবঢ়াইছে

5 hours ago
নেইল কাটাৰৰ পিছৰ অংশত কিয় ফুটা থাকে? ৯৯% লোকে নাযানে সঠিক উত্তৰ

প্ৰেমৰ জাল পাতি সৰ্বস্বান্ত কৰিলে বহু যুৱতীক, অৱশেষত আৰক্ষীৰ জালত লম্পট প্ৰতাৰক

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, April 21, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

ঝাড়ু লৈ ৰাস্তা চাফা কৰিবলৈ সদায়ে ওলায় ৮৮ বছৰীয়া প্ৰাক্তন IPS অফিচাৰ, অৱশেষত পালে পদ্মশ্ৰী

ঝাড়ু লৈ ৰাস্তা চাফা কৰিবলৈ সদায়ে ওলায় ৮৮ বছৰীয়া প্ৰাক্তন IPS অফিচাৰ, অৱশেষত পালে পদ্মশ্ৰী

editor by editor
January 26, 2026
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা, শিক্ষা
0
ঝাড়ু লৈ ৰাস্তা চাফা কৰিবলৈ সদায়ে ওলায় ৮৮ বছৰীয়া প্ৰাক্তন IPS অফিচাৰ, অৱশেষত পালে পদ্মশ্ৰী
0
SHARES
167
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

গণতন্ত্ৰ দিৱসৰ সময়তে কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা পদ্ম পুৰস্কাৰ প্ৰাপকৰ নাম ঘোষণা কৰা হৈছে৷ আৰু নৰেন্দ্ৰ মোদী চৰকাৰৰ ট্ৰেণ্ড বজাই ৰাখি এইবাৰো পদ্মশ্ৰী পুৰস্কাৰ প্ৰাপকসকলৰ ভিতৰত এনে এজন ব্যক্তি আছে যিয়ে অচিন নায়ক লৈ দেশৰ সেৱা কৰি আছে৷ তেওঁ হৈছে অন্যতম প্ৰাক্তন আই পি এছ অফিচাৰ ইন্দ্ৰজিৎ সিং সিধু৷ অৱসৰ গ্ৰহণৰ পাছত তেওঁ সমাজসেৱাত যুক্ত হয়৷ পুৱাই ঝাড়ু লৈ চৌপাশৰ এলেকা পৰিষ্কাৰ কৰিবলৈ আৰম্ভ কৰে তেওঁ৷ য’তেই আৱৰ্জনা দেখে তাতেই ঝাড়ু লৈ নিজৰ ঠেলাৰে আৱৰ্জনাবোৰ আঁতৰাই আনে৷

৮৮ বছৰীয়া ইন্দ্ৰজিৎ সিং সিধু ৪৫গৰাকী অখ্যাত নায়কৰ মাজত এজন৷ তেওঁ এইবাৰ পদ্ম পুৰস্কাৰ লাভ কৰিছে৷ ১৯৯৬ চনত পঞ্জাৱ পুলিছ চাৰ্ভিছৰ পৰা তেওঁ অৱসৰ গ্ৰহণ কৰিছে৷ তিনি দশক পাৰ হৈ গলেও সেৱাৰ মনোভাৱ আজিও আছে তেওঁৰ৷ চণ্ডীগড় চেক্টৰ ৪৯ত তেওঁৰ ঘৰ৷ তেওঁ পুৱা ৬বজাত উঠি কাম আৰম্ভ কৰি দিয়ে৷

তেওঁ আই এ এছ-আই পি এছ অফিচাৰ কো অপাৰেটিভ চছাইটিত বাস কৰে৷ তেওঁৰ ঘৰৰ আশে পাশে থকা এলেকাৰ লেতেৰা সন্দৰ্ভত কেইবাবাৰো অভিযোগ কৰিছিল৷ কিন্তু কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে৷ ইয়াৰপাছতেই তেওঁ নিজেই পৰিষ্কাৰ কৰাৰ দায়িত্ব হাতত লয়৷

১৯৬৮ বেচৰ অৱসৰপ্ৰাপ্ত আই পি এছ অফিচাৰে যেতিয়া প্ৰাথমিকভাৱে তেওঁৰ পৰিচ্ছন্নতা অভিযান আৰম্ভ কৰিছিল তেতিয়া তেওঁৰ হাতত এখন পুৰণি ৰিক্সা আৰু এটা বেগ আছিল৷ পূৰ্বে বহু মানুহে তেওঁৰ এই কাৰ্যকলাপক ঠাট্টা মস্কৰাও কৰিছিল৷ সিধুৱে কৈছিল চণ্ডীগড় চহৰ স্বচ্ছ ভাৰত সমীক্ষাৰ শীৰ্ষত থকা উচিত৷

বহু বিদেশিও ইয়ালৈ আহে৷ এই পৰিস্থিতিত আমি দেশৰ ভাৱমূৰ্তিত কোনো প্ৰশ্নবোধক অহাটো নিবিচাৰো৷ বিগত বছৰ তেওঁৰ এটা ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেলো হৈছিল৷ মানুহে তেওঁক প্রশংসাও কৰিছিল৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বুধবাৰৰ লাকী ৰাশিঃ বুধবাৰে গণেশৰ কৃপা থাকিব এই ৫ৰাশিত
জীৱনশৈলী

April 21, 2026
ভাৰতত এলক’হলেৰে চলিব বাহন! পেট্ৰল থাকিব মাত্ৰ ১৫শতাংশহে, নতুন প্ৰস্তাৱ অনাৰ পথত কেন্দ্ৰীয় চৰকাৰ
জীৱনশৈলী

ভাৰতত এলক’হলেৰে চলিব বাহন! পেট্ৰল থাকিব মাত্ৰ ১৫শতাংশহে, নতুন প্ৰস্তাৱ অনাৰ পথত কেন্দ্ৰীয় চৰকাৰ

April 21, 2026
জন টাৰ্নাছ কোন? টিম কুকে নিজেই দায়িত্ব এৰি জন টাৰ্নাছৰ কান্ধত কিয় তুলি দিলে এপলৰ দায়িত্ব?
জীৱনশৈলী

জন টাৰ্নাছ কোন? টিম কুকে নিজেই দায়িত্ব এৰি জন টাৰ্নাছৰ কান্ধত কিয় তুলি দিলে এপলৰ দায়িত্ব?

April 21, 2026
ভাৰতৰ পৰা আমদানী কৰা ৬৩ টকাতকৈ অধিক মূল্যৰ সামগ্ৰীৰ ওপৰত নেপালে আৰোপ পৰিলে শুল্ক, ভাৰতীয় বাণিজ্যত পৰিব নেকি প্ৰভাৱ?
জীৱনশৈলী

ভাৰতৰ পৰা আমদানী কৰা ৬৩ টকাতকৈ অধিক মূল্যৰ সামগ্ৰীৰ ওপৰত নেপালে আৰোপ পৰিলে শুল্ক, ভাৰতীয় বাণিজ্যত পৰিব নেকি প্ৰভাৱ?

April 21, 2026
Next Post
কেদাৰনাথ আৰু বদ্ৰীনাথত অ-হিন্দুৰ প্ৰৱেশ নিষিদ্ধ, ডাঙৰ ঘোষণা, কিয় এই সিদ্ধান্ত?

বিবাহৰ প্ৰতিশ্ৰুতি দি পৰিচাৰিকাৰ সৈতে সহবাসৰ অভিযোগ, গ্ৰেপ্তাৰ ধুৰন্ধৰৰ অভিনেতা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন