• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
সুৰা কিনিবলৈও লাগিব ভেকচিনেচনৰ চাৰ্টিফিকেট?

সুৰা কিনিবলৈও লাগিব ভেকচিনেচনৰ চাৰ্টিফিকেট?

5 years ago
‘মই যদি তোমাৰ ফালে চাও…’ মহিলা সাংবাদিকৰ প্ৰেমত মেছি?

‘মই যদি তোমাৰ ফালে চাও…’ মহিলা সাংবাদিকৰ প্ৰেমত মেছি?

8 minutes ago
সাংঘাটিক চুম্বন! বলীউডৰ এই ১০ চুম্বনৰ দৃশ্যই আজিও সকলোকে চিন্তাত পেলায়

সাংঘাটিক চুম্বন! বলীউডৰ এই ১০ চুম্বনৰ দৃশ্যই আজিও সকলোকে চিন্তাত পেলায়

59 minutes ago
মচুৰ দালি আপোনাৰ প্ৰিয় নেকি? খোৱাৰ পূৰ্বে হওক সাৱধান!

মচুৰ দালি আপোনাৰ প্ৰিয় নেকি? খোৱাৰ পূৰ্বে হওক সাৱধান!

1 hour ago
জনপ্ৰিয় অভিনেতাৰ মৃত্যু! মনোৰঞ্জন জগতত পৰিছে শোকৰ ছাঁ

জনপ্ৰিয় অভিনেতাৰ মৃত্যু! মনোৰঞ্জন জগতত পৰিছে শোকৰ ছাঁ

2 hours ago
কৰ্কট ৰাশিকে ধৰি এইকেইটা ৰাশিৰ লোকসকল সাৱধান, এটা ভুলে বৃদ্ধি কৰিব চিন্তা!

কৰ্কট ৰাশিকে ধৰি এইকেইটা ৰাশিৰ লোকসকল সাৱধান, এটা ভুলে বৃদ্ধি কৰিব চিন্তা!

2 hours ago
8th Pay Commission: মৌলিক দৰমহা ৬৫% বৃদ্ধিৰ প্ৰস্তুতি? HRA, TA আৰু DA একত্ৰীকৰণে সলাব আপোনাৰ পে-স্লিপ

8th Pay Commission: মৌলিক দৰমহা ৬৫% বৃদ্ধিৰ প্ৰস্তুতি? HRA, TA আৰু DA একত্ৰীকৰণে সলাব আপোনাৰ পে-স্লিপ

3 hours ago
Oily Skin ত ভুলতো নলগাব এইবোৰ বস্তু, হ’ব পাৰে সমস্যা!

Oily Skin ত ভুলতো নলগাব এইবোৰ বস্তু, হ’ব পাৰে সমস্যা!

4 hours ago
FIFA World Cup 2026: নেইমাৰৰ পিছত এইগৰাকী খেলুৱৈয়ে ল’লে অৱসৰ, ক্রিষ্টিয়ানো ৰোনাল্ডোৰো এয়া শেষ বিশ্বকাপ

FIFA World Cup 2026: নেইমাৰৰ পিছত এইগৰাকী খেলুৱৈয়ে ল’লে অৱসৰ, ক্রিষ্টিয়ানো ৰোনাল্ডোৰো এয়া শেষ বিশ্বকাপ

7 hours ago
মাহেকীয়াত চেনিটেৰী পেড ব্যৱহাৰ কৰাৰ পূৰ্বে সাৱধান, পৰিব পাৰে বিপদত!

মাহেকীয়াত চেনিটেৰী পেড ব্যৱহাৰ কৰাৰ পূৰ্বে সাৱধান, পৰিব পাৰে বিপদত!

7 hours ago
মহাদেৱৰ আশীৰ্বাদ পাবলৈ সোমবাৰে কৰক এইকেইটা কাম!

দুখ-দৰিদ্ৰতা আঁতৰিব, মাত্ৰ সোমবাৰে এইদৰে কৰক শিৱৰ পূজা!

8 hours ago
সিদ্ধান্ত লোৱাৰ পূৰ্বে নকৰিব দৌৰাদৌৰি, কাইলৈ বিপদত পৰিব পাৰে ৩ ৰাশি!

কাইলৈ কেনে যাব আপোনাৰ দিনটো? জানক কাৰ কাৰ সলনি হ’ব ভাগ্য!

20 hours ago
পুৰণি অৱসৰৰ পৰিকল্পনা নকৰিব কাম! বিশেষজ্ঞসকলে প্ৰকাশ কৰিলে নতুন সূত্ৰ

পুৰণি অৱসৰৰ পৰিকল্পনা নকৰিব কাম! বিশেষজ্ঞসকলে প্ৰকাশ কৰিলে নতুন সূত্ৰ

21 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, July 6, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

সুৰা কিনিবলৈও লাগিব ভেকচিনেচনৰ চাৰ্টিফিকেট?

editor by editor
May 31, 2021
in অসম, ক'ভিড-১৯, গুৱাহাটী, ভাৰত
0
সুৰা কিনিবলৈও লাগিব ভেকচিনেচনৰ চাৰ্টিফিকেট?
0
SHARES
11.6k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ সুৰাৰ দোকানত বিশেষ পোষ্টাৰ। ভেকচিনেচনৰ চাৰ্টিফিকেট নহ’লে নিদিয়ে সুৰা। উত্তৰ প্ৰদেশত সংঘটিত হৈছে এই আজৱ কাণ্ড। উত্তৰ প্ৰদেশৰ ইটাৱা জিলাত সুৰাৰ দোকানসমূহত লগোৱা হৈছে এই পোষ্টাৰ। চেফাইত কর্মৰত এছডিএম হেম কুমাৰ সিঙৰ নিৰ্দেশমৰ্মে কৰা  হৈছে এই ব্যৱস্থা। ৰাজ্যখনত ভেকচিনেচনৰ হাৰ বৃদ্ধিৰ উদ্দেশ্যে গ্ৰহণ কৰা হৈছে এই ব্যৱস্থা। এছডিএমে ভেকচিন লোৱাৰ চার্টফিকেট নেদেখুৱালে সুৰা বিক্ৰী নকৰিবলৈ সুৰাৰ দোকানীসকলক কঠোৰ নির্দেশ দিছে। উল্লেখ‍্য, ৰাজ‍্যখনত ভেকচিনৰ হাৰ বঢ়াবৰ বাবে বিষয়াসকলে নানা ধৰণৰ উপায় অৱলম্বন কৰিছে৷ ইপিনে আৱকাৰী বিষয়াৰ ভাষ্য অনুসৰি, সুৰা ক্ৰয়ৰ বাবে গ্ৰাহকে ভেকচিন লোৱাটো বাধ্যতামূলক বুলি কোনো আনুষ্ঠানিক নিৰ্দেশ নাই৷ চেফাইৰ এছডিএমে যদি এনেকুৱা নতুন নিয়ম কৰিছে, তেনেহ’লে সেয়া নিজৰ বিবেচনাৰ ভিত্তিত কৰিছে৷ ভেকচিনেচনৰ বাবে উৎসাহিত কৰাটো ভাল কথা, কিন্তু সুৰা কিনিবলৈ ভেকচিনেচনৰ চাৰ্টিফিকেট দেখুওৱাটো বাধ্যতামূলক হোৱাটো অনিবাৰ্য নহয়। এই ব্যৱস্থাই লোকসকলক ভেকচিনেচনৰ বাবে উৎসাহিত কৰিব বুলি আশাবাদী উত্তৰ প্ৰদেশ প্ৰশাসন।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24uttar pradeshvaccination certificate
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

সেও মানিবলৈ বাধ্য বৰঝাৰ বিমানবন্দৰ কৰ্তৃপক্ষ, যাত্ৰীৰ সুবিধাৰ্থে আৰম্ভ কৰিলে অসমীয়া ভাষাত ঘোষণা
অসম

সেও মানিবলৈ বাধ্য বৰঝাৰ বিমানবন্দৰ কৰ্তৃপক্ষ, যাত্ৰীৰ সুবিধাৰ্থে আৰম্ভ কৰিলে অসমীয়া ভাষাত ঘোষণা

July 5, 2026
নৱবিবাহিত পত্নীক স্পৰ্শ কৰিলেই স্বামীক হ*ত্যাৰ ভাবুকি, প্ৰাণৰ মমতাত স্বামীয়ে কৰিলে এই কাম
ভাৰত

নৱবিবাহিত পত্নীক স্পৰ্শ কৰিলেই স্বামীক হ*ত্যাৰ ভাবুকি, প্ৰাণৰ মমতাত স্বামীয়ে কৰিলে এই কাম

July 4, 2026
খাৰুৱা তেলৰ দাম কমাৰ পিছতো ভাৰতত কিয় কমা নাই পেট্ৰল-ডিজেলৰ দাম?
বিশ্ব

খাৰুৱা তেলৰ দাম কমাৰ পিছতো ভাৰতত কিয় কমা নাই পেট্ৰল-ডিজেলৰ দাম?

July 4, 2026
গোবিন্দাৰ পৰকীয়া প্ৰেমৰ বিষয়ে মুখ খুলিছে পত্নীয়ে, কি ক’লে পত্নী সুনীতাই
বিনোদন

গোবিন্দাৰ পৰকীয়া প্ৰেমৰ বিষয়ে মুখ খুলিছে পত্নীয়ে, কি ক’লে পত্নী সুনীতাই

July 3, 2026
Next Post
5Gৰ বিৰোধিতাৰে ন্যায়ালয়ত জুহী চাওলা

5Gৰ বিৰোধিতাৰে ন্যায়ালয়ত জুহী চাওলা

মুখ্য সচিবক যাবলৈ নিদিওঁ, মোদীলৈ মমতাৰ পত্ৰ

মুখ্য সচিবক যাবলৈ নিদিওঁ, মোদীলৈ মমতাৰ পত্ৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.