• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
5Gৰ বিৰোধিতাৰে ন্যায়ালয়ত জুহী চাওলা

5Gৰ বিৰোধিতাৰে ন্যায়ালয়ত জুহী চাওলা

5 years ago
ৰাজ্যত বিগত ১০ বছৰত ৩৭ হাজাৰৰো অধিক দুৰ্ঘটনা

ৰাজ্যত বিগত ১০ বছৰত ৩৭ হাজাৰৰো অধিক দুৰ্ঘটনা

16 minutes ago
কেনেকৈ লক্ষ্মী নাৰায়ণ শৰ্মা হ’ল নিম কৰোলি বাবা?

কেনেকৈ লক্ষ্মী নাৰায়ণ শৰ্মা হ’ল নিম কৰোলি বাবা?

58 minutes ago
দাঁতৰ ভিতৰতে গজিল মধুৰিয়ামৰ গছ! হতভম্ব চিকিৎসক

দাঁতৰ ভিতৰতে গজিল মধুৰিয়ামৰ গছ! হতভম্ব চিকিৎসক

2 hours ago
আপুনি জানেনে AI-এ আপোনৰ এটা প্ৰশ্ন বা এখন ফটোৰ বিনিময়ত কিমান পানী খৰচ কৰে?

আপুনি জানেনে AI-এ আপোনৰ এটা প্ৰশ্ন বা এখন ফটোৰ বিনিময়ত কিমান পানী খৰচ কৰে?

3 hours ago
আজিৰে পৰা ৩ দিনলৈ বন্ধ থাকিব বেংকৰ শাখা

আজিৰে পৰা ৩ দিনলৈ বন্ধ থাকিব বেংকৰ শাখা

4 hours ago
গৱেষণাত চিন্তনীয় তথ্য! কেনেকৈ খাব চাহ বা কফি?

গৱেষণাত চিন্তনীয় তথ্য! কেনেকৈ খাব চাহ বা কফি?

4 hours ago
কোন ৰাশিয়ে পাব আৰ্থিক সকাহ? কোন ৰাশিৰ লোকৰ বাঢ়িব অস্থিৰতা?

কোন ৰাশিয়ে পাব আৰ্থিক সকাহ? কোন ৰাশিৰ লোকৰ বাঢ়িব অস্থিৰতা?

5 hours ago
বেলতলাৰ বশিষ্ঠপুৰ হত্যাকাণ্ডৰ ন ন তথ্য উদঘাটন

বেলতলাৰ বশিষ্ঠপুৰ হত্যাকাণ্ডৰ ন ন তথ্য উদঘাটন

13 hours ago
কেৰিয়াৰত কেতিয়াও কৰিব নোৱাৰা কাম কৰিলে চাইনামেনে

কেৰিয়াৰত কেতিয়াও কৰিব নোৱাৰা কাম কৰিলে চাইনামেনে

14 hours ago
iPhone18 মুকলিৰ পিছতে Appleক কটাক্ষ SAMSUNGৰ

iPhone18 মুকলিৰ পিছতে Appleক কটাক্ষ SAMSUNGৰ

14 hours ago
ভাড়া ঘৰত থকাসকলৰ বাবে এক গুৰুত্বপূৰ্ণ খবৰ

ভাড়া ঘৰত থকাসকলৰ বাবে এক গুৰুত্বপূৰ্ণ খবৰ

15 hours ago
ঘৰৰ দুৱাৰ, বাহনত কিয় ওলোমাই ৰখা হয় নেমু-জলকীয়া?

ঘৰৰ দুৱাৰ, বাহনত কিয় ওলোমাই ৰখা হয় নেমু-জলকীয়া?

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, September 11, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

5Gৰ বিৰোধিতাৰে ন্যায়ালয়ত জুহী চাওলা

editor by editor
May 31, 2021
in অসম, চিনেমা, প্ৰযুক্তি, বিবিধ, বিশ্ব, ভাৰত
0
5Gৰ বিৰোধিতাৰে ন্যায়ালয়ত জুহী চাওলা
0
SHARES
452
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ ভাৰতত 5g নেটৱৰ্ক প্ৰযুক্তি কাৰ্যকৰীকৰণৰ বিৰোধিতা অভিনেত্ৰী জুহী চাওলাৰ। যি সময়ত সমগ্ৰ দেশত টেলিকম কোম্পানীসমূহে 5g নেটৱৰ্কৰ কাৰ্যকৰীকৰণৰ খৰতকীয়া ব্যৱস্থা গ্ৰহণ কৰি আছে, সেই সময়ত সোমবাৰে দিল্লী উচ্চ ন্যায়ালয়ত আৱেদন দাখিল কৰে অভিনেত্ৰীগৰাকীয়ে। 5g প্ৰযুক্তিৰ বাবে rf ৰেডিয়েচনৰ ফলত মানুহ তথা পশু-পক্ষীৰ ওপৰত ব্যাপক মাৰাত্মক প্ৰভাৱ পৰিব বুলি আৱেদনত উল্লেখ কৰিছে জুহী চাওলাই। প্ৰাণীজগতৰ ওপৰত বৰ্তমানৰ তুলনাত এশ গুণ তেজষ্ক্ৰিয় বিকিৰণৰ প্ৰভাৱ পৰিব বুলি আৱেদনত উল্লেখ। ন্যায়ালয়ে অভিনেত্ৰীগৰাকীৰ আৱেদনৰ শুনানী গ্ৰহণ কৰিব ২ জুনত। এই সন্দৰ্ভত জুহী চাওলাই কয়, ‘মই উন্নত প্ৰযুক্তিৰ প্ৰয়োগৰ বিৰোধী নহয়। ময়ো শেহতীয়া প্ৰযুক্তিৰ সুবিধা উপভোগ কৰো। কিন্তু মোৰ ব্যক্তিগত গৱেষণা অনুসৰি, 5g প্ৰযুক্তিৰ বিকিৰণ মানুহৰ স্বাস্থ্যৰ বাবে অতি মাৰাত্মক আৰু ক্ষতিকাৰক’। ২ জুনৰ শুনানীৰ পাছতহে স্পষ্ট হ’ব অভিনেত্ৰী তথা সক্ৰিয় পৰিবেশ কৰ্মীগৰাকীৰ আৱেদন সন্দৰ্ভত ন্যায়ালয়ৰ স্থিতি।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: 5g networkasom live 24assam live 24axom live 24delhi high courtjuhi chawlatelecom company
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ৰাজ্যত বিগত ১০ বছৰত ৩৭ হাজাৰৰো অধিক দুৰ্ঘটনা
অসম

ৰাজ্যত বিগত ১০ বছৰত ৩৭ হাজাৰৰো অধিক দুৰ্ঘটনা

September 11, 2026
কেনেকৈ লক্ষ্মী নাৰায়ণ শৰ্মা হ’ল নিম কৰোলি বাবা?
ভাৰত

কেনেকৈ লক্ষ্মী নাৰায়ণ শৰ্মা হ’ল নিম কৰোলি বাবা?

September 11, 2026
দাঁতৰ ভিতৰতে গজিল মধুৰিয়ামৰ গছ! হতভম্ব চিকিৎসক
জীৱনশৈলী

দাঁতৰ ভিতৰতে গজিল মধুৰিয়ামৰ গছ! হতভম্ব চিকিৎসক

September 11, 2026
আপুনি জানেনে AI-এ আপোনৰ এটা প্ৰশ্ন বা এখন ফটোৰ বিনিময়ত কিমান পানী খৰচ কৰে?
প্ৰযুক্তি

আপুনি জানেনে AI-এ আপোনৰ এটা প্ৰশ্ন বা এখন ফটোৰ বিনিময়ত কিমান পানী খৰচ কৰে?

September 11, 2026
Next Post
মুখ্য সচিবক যাবলৈ নিদিওঁ, মোদীলৈ মমতাৰ পত্ৰ

মুখ্য সচিবক যাবলৈ নিদিওঁ, মোদীলৈ মমতাৰ পত্ৰ

কোভিড চিকিৎসাৰ বাবে ৫ লাখ পৰ্যন্ত ‘আনছিকিউৰ্ড লোন’ SBIৰ

কোভিড চিকিৎসাৰ বাবে ৫ লাখ পৰ্যন্ত ‘আনছিকিউৰ্ড লোন’ SBIৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.