• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
চণ্ডীগড়ত অক্ষয় কুমাৰৰ পুত্তলিকা দাহ, ‘পৃথ্বীৰাজ’ক লৈ বিতৰ্ক

চণ্ডীগড়ত অক্ষয় কুমাৰৰ পুত্তলিকা দাহ, ‘পৃথ্বীৰাজ’ক লৈ বিতৰ্ক

5 years ago
পুৰণি কাপোৰেৰে ঘৰ মচে নেকি? ভুগিব ডাঙৰ সমস্যাত!

পুৰণি কাপোৰেৰে ঘৰ মচে নেকি? ভুগিব ডাঙৰ সমস্যাত!

28 minutes ago
কাইলৈ ঘোষণা হ’ব বিধানসভা নিৰ্বাচনৰ ফলাফল, কাৰ হাতত জনতাই তুলি দিব শাসনৰ বাঘজৰী?

কাইলৈ ঘোষণা হ’ব বিধানসভা নিৰ্বাচনৰ ফলাফল, কাৰ হাতত জনতাই তুলি দিব শাসনৰ বাঘজৰী?

2 hours ago
বুধ আৰু শনিৰ মিলন, ২২ মে’ৰ পৰা সলনি এই ৫টা ৰাশিৰ ভাগ্য!

বুধ আৰু শনিৰ মিলন, ২২ মে’ৰ পৰা সলনি এই ৫টা ৰাশিৰ ভাগ্য!

3 hours ago
কেতিয়া বাঢ়িব দৰমহা আৰু পেঞ্চন? অষ্টম দৰমহা আয়োগৰ সম্পূৰ্ণ হিচাপ জানি লওক

8th Pay Commission ৰ নতুন আপডেট, আৰম্ভ দৰমহা, পদোন্নতি আৰু পেঞ্চনৰ পৰিবৰ্তনৰ ওপৰত আলোচনা

3 hours ago
আপোনাৰ শিশুৱে বাৰে বাৰে মূৰত আঘাত পাইছে নেকি? বিপদৰ পূৰ্বে হওক সাৱধান!

আপোনাৰ শিশুৱে বাৰে বাৰে মূৰত আঘাত পাইছে নেকি? বিপদৰ পূৰ্বে হওক সাৱধান!

3 hours ago
আপোনাৰ সংগীৰ প্ৰিয় ফুলৰ পৰা জানক প্ৰেমৰ গভীৰতা!

আপোনাৰ সংগীৰ প্ৰিয় ফুলৰ পৰা জানক প্ৰেমৰ গভীৰতা!

4 hours ago
পুৱাই আহিছে দুঃখবৰ! ভয়ংকৰ অগ্নিকাণ্ডত নিহত ৯ জন লোক

পুৱাই আহিছে দুঃখবৰ! ভয়ংকৰ অগ্নিকাণ্ডত নিহত ৯ জন লোক

5 hours ago
বেংক কৰ্মচাৰীসকলৰ বাবে ভাল খবৰ, DA বৃদ্ধিয়ে কৰিব সহায়

বেংক কৰ্মচাৰীসকলৰ বাবে ভাল খবৰ, DA বৃদ্ধিয়ে কৰিব সহায়

17 hours ago
নিশা কাপোৰ ধুই নামাতিব দৰিদ্ৰতা, শেষ হ’ব জীৱন!

নিশা কাপোৰ ধুই নামাতিব দৰিদ্ৰতা, শেষ হ’ব জীৱন!

17 hours ago
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, তুলা ৰাশিকে ধৰি এই ৫ টা ৰাশিৰ ফুলিব কপাল!

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, তুলা ৰাশিকে ধৰি এই ৫ টা ৰাশিৰ ফুলিব কপাল!

18 hours ago
স্কুলৰ শান্ত ছোৱালীজনীয়ে কেনেকৈ ভাঙিলে বহু যুৱকৰ নিদ্ৰা? ছানী লিয়নীৰ এই কাহিনী

স্কুলৰ শান্ত ছোৱালীজনীয়ে কেনেকৈ ভাঙিলে বহু যুৱকৰ নিদ্ৰা? ছানী লিয়নীৰ এই কাহিনী

19 hours ago
নিশা শোৱাৰ পূৰ্বে খাওক এইকেইবিধ বস্তু, পাব জীৱনৰ মজা!

নিশা শোৱাৰ পূৰ্বে খাওক এইকেইবিধ বস্তু, পাব জীৱনৰ মজা!

20 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, May 3, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন

চণ্ডীগড়ত অক্ষয় কুমাৰৰ পুত্তলিকা দাহ, ‘পৃথ্বীৰাজ’ক লৈ বিতৰ্ক

editor by editor
June 18, 2021
in অসম, উত্তৰ-পূব, গুৱাহাটী, চিনেমা, বিনোদন, ভাৰত
0
চণ্ডীগড়ত অক্ষয় কুমাৰৰ পুত্তলিকা দাহ, ‘পৃথ্বীৰাজ’ক লৈ বিতৰ্ক
0
SHARES
2.7k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ যোধা আকবৰ, পদ্মাৱতৰ পাছত এইবাৰ বিতৰ্কৰ আৱৰ্তত অক্ষয় কুমাৰৰ নতুন ছবি ‘পৃথ্বীৰাজ’। ‘পৃথ্বীৰাজ’ ছবিখনক লৈ চণ্ডীগড়ত আৰম্ভ হৈছে ব্যাপক চৰ্চা। ক্ষত্ৰিয় মহাসভাই চণ্ডীগড়ত দাহ কৰে বলীউডৰ ‘খিলাড়ী’ অক্ষয় কুমাৰৰ পুত্তলিকা। মহান ৰাজপুট ৰজা পৃথ্বীৰাজ চৌহানৰ জীৱনৰ ওপৰত আধাৰিত ছবি ‘পৃথ্বীৰাজ’। ছবিখনৰ নামকৰণক লৈ সৃষ্টি হৈছে বিতৰ্কৰ। মুক্তিৰ পূৰ্বেই ‘পৃথ্বীৰাজ’ক লৈ অসন্তুষ্ট একাংশ হিন্দুত্ববাদী দল-সংগঠন। বৃহস্পতিবাৰে চণ্ডীগড়ত ছবিখনৰ বিৰুদ্ধে ক্ষত্ৰিয় মহাসভাৰ নেতৃত্বত সাব্যস্ত কৰা হৈচিল তীব্ৰ প্ৰতিবাদ। ছবিখনৰ বিৰুদ্ধে শ্ল’গান দিয়াৰ বিপৰীতে অক্ষয় কুমাৰৰ পুত্তলিকাও দাহ কৰে ক্ষত্ৰিয় মহাসভাই। প্ৰতিবাদকাৰীসকলৰ মতে, ছবিখনৰ নাম ‘হিন্দু সম্ৰাট পৃথ্বীৰাজ চৌহান’ অথবা ‘সম্ৰাট পৃথ্বীৰাজ চৌহান’ হ’ব লাগে। লগতে মুক্তিৰ পূৰ্বে ছবিখন ক্ষত্ৰিয় আৰু ৰাজপুট সম্প্ৰদায়ৰ প্ৰতিনিধিসকলৰ সমুখত প্ৰদৰ্শনীৰ ব্যৱস্থা কৰিব লাগে বুলি দাবী জনাইছে ক্ষত্ৰিয় মহাসভাই। উল্লেখ্য, ছবিখনৰ এটি গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছে মিছ ৱৰ্ল্ড মানুসী চিল্লাৰে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: akshay kumarasom live 24assam live 24axom live 24prithviraj
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কাইলৈ ঘোষণা হ’ব বিধানসভা নিৰ্বাচনৰ ফলাফল, কাৰ হাতত জনতাই তুলি দিব শাসনৰ বাঘজৰী?
ৰাজনীতি

কাইলৈ ঘোষণা হ’ব বিধানসভা নিৰ্বাচনৰ ফলাফল, কাৰ হাতত জনতাই তুলি দিব শাসনৰ বাঘজৰী?

May 3, 2026
পুৱাই আহিছে দুঃখবৰ! ভয়ংকৰ অগ্নিকাণ্ডত নিহত ৯ জন লোক
ভাৰত

পুৱাই আহিছে দুঃখবৰ! ভয়ংকৰ অগ্নিকাণ্ডত নিহত ৯ জন লোক

May 3, 2026
স্কুলৰ শান্ত ছোৱালীজনীয়ে কেনেকৈ ভাঙিলে বহু যুৱকৰ নিদ্ৰা? ছানী লিয়নীৰ এই কাহিনী
বিনোদন

স্কুলৰ শান্ত ছোৱালীজনীয়ে কেনেকৈ ভাঙিলে বহু যুৱকৰ নিদ্ৰা? ছানী লিয়নীৰ এই কাহিনী

May 2, 2026
BCCI ৰ জৰিমনাৰ পিছত ৰিয়ান পৰাগৰ চমক, বন্ধ কৰিলে সমালোচকৰ মুখ!
বিনোদন

BCCI ৰ জৰিমনাৰ পিছত ৰিয়ান পৰাগৰ চমক, বন্ধ কৰিলে সমালোচকৰ মুখ!

May 1, 2026
Next Post
জয়ন্ত বৰাৰ মৃত্যু এবছৰ সম্পূর্ণ, ন্যায় নাপালে পৰিয়ালে

জয়ন্ত বৰাৰ মৃত্যু এবছৰ সম্পূর্ণ, ন্যায় নাপালে পৰিয়ালে

‘বাবা কা ধাবা’ৰ স্বত্বাধিকাৰীৰ আত্মহত্যাৰ চেষ্টা

‘বাবা কা ধাবা’ৰ স্বত্বাধিকাৰীৰ আত্মহত্যাৰ চেষ্টা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.