• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
জনতা ভৱনত হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল

জনতা ভৱনত হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল

6 years ago
বিবাহতকৈ লিভ-ইন সম্পৰ্কত থাকিবলৈ ভালপায় এই ৫ৰাশিৰ জাতকে!

বিবাহতকৈ লিভ-ইন সম্পৰ্কত থাকিবলৈ ভালপায় এই ৫ৰাশিৰ জাতকে!

8 hours ago
চলিত মে মাহতেই ৬ দিন বন্ধ থাকিব SBI বেংক? কিন্তু কিয়?

চলিত মে মাহতেই ৬ দিন বন্ধ থাকিব SBI বেংক? কিন্তু কিয়?

8 hours ago
PNBত ৩ লাখ টকা জমা ৰাখিলে কিমান ৰিটাৰ্ণ পাব? সুদ কিমান পাব?

PNBত ৩ লাখ টকা জমা ৰাখিলে কিমান ৰিটাৰ্ণ পাব? সুদ কিমান পাব?

9 hours ago
শুক্ৰৰ সমৃদ্ধি, গুৰুৰ কৃপা পাব ৫ৰাশিয়ে, ২ জুনৰ পৰা ব্যাপক সাফল্য, উন্নতি

শুক্ৰৰ সমৃদ্ধি, গুৰুৰ কৃপা পাব ৫ৰাশিয়ে, ২ জুনৰ পৰা ব্যাপক সাফল্য, উন্নতি

9 hours ago
ট্ৰেফিক আৰক্ষীৰ ইউনিফৰ্মৰ ৰং কিয় বগা? আঁৰৰ কাৰণ জানেনে?

ট্ৰেফিক আৰক্ষীৰ ইউনিফৰ্মৰ ৰং কিয় বগা? আঁৰৰ কাৰণ জানেনে?

10 hours ago
৩১ মেৰ পৰা ৩ ৰাশিৰ সম্পত্তি বৃদ্ধি পাব! ৰাহুৰ গোচৰত ৰজা হ’ব কোন কোন?

৩১ মেৰ পৰা ৩ ৰাশিৰ সম্পত্তি বৃদ্ধি পাব! ৰাহুৰ গোচৰত ৰজা হ’ব কোন কোন?

11 hours ago
ধন জমা কৰি ৰাখিলে তাৰ মূল্য কমি যায়! কিয় এই কথা কৈছিল চাণক্যই? ইয়াৰ অৰ্থ প্ৰকৃততে কি?

ধন জমা কৰি ৰাখিলে তাৰ মূল্য কমি যায়! কিয় এই কথা কৈছিল চাণক্যই? ইয়াৰ অৰ্থ প্ৰকৃততে কি?

11 hours ago
SBI-ত ৩,০০,০০০টকা জমা কৰিলেই পাব ১৫৮,৯৭৮ টকা পৰ্যন্ত নিশ্চিত সুদ! কিমান দিনৰ বাবে বিনিয়োগ কৰিব লাগিব?

SBI-ত ৩,০০,০০০টকা জমা কৰিলেই পাব ১৫৮,৯৭৮ টকা পৰ্যন্ত নিশ্চিত সুদ! কিমান দিনৰ বাবে বিনিয়োগ কৰিব লাগিব?

12 hours ago
পিঁয়াজৰ ৰস নে পিঁয়াজৰ তেল, গৰমত চুলিৰ বাবে কোনটো বেছি উপযোগী?

পিঁয়াজৰ ৰস নে পিঁয়াজৰ তেল, গৰমত চুলিৰ বাবে কোনটো বেছি উপযোগী?

13 hours ago
১২০ ডিগ্ৰীত থাকিব শুক্ৰ-শনি, কেইঘণ্টাৰ বিশেষ যোগত ব্যাপক অৰ্থলাভৰ যোগ আছে এই ৪ৰাশিৰ

১২০ ডিগ্ৰীত থাকিব শুক্ৰ-শনি, কেইঘণ্টাৰ বিশেষ যোগত ব্যাপক অৰ্থলাভৰ যোগ আছে এই ৪ৰাশিৰ

14 hours ago
মাদ্ৰাছাত বন্দেমাতৰম গোৱাটো বাধ্যতামূলক, মাদ্ৰাছা ষ্টাফ এছোচিয়েচনে কি কৈছে?

মাদ্ৰাছাত বন্দেমাতৰম গোৱাটো বাধ্যতামূলক, মাদ্ৰাছা ষ্টাফ এছোচিয়েচনে কি কৈছে?

15 hours ago
২জুনৰ পৰা সতৰ্ক থাকক, আগন্তুক ১৫২দিন কঠিন সময় ৪ৰাশিৰ

২জুনৰ পৰা সতৰ্ক থাকক, আগন্তুক ১৫২দিন কঠিন সময় ৪ৰাশিৰ

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, May 22, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

জনতা ভৱনত হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল

ক’ৰোনা যুদ্ধৰ নতুন ৰণকৌশল

editor by editor
July 11, 2020
in অসম, ক'ভিড-১৯
0
জনতা ভৱনত হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল
15
SHARES
58
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ জনতা ভৱনত ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এখন সংবাদমেল সম্বোধন কৰে। নাগৰিক সমাজ, স্বাস্থ্য বিভাগ আৰু কামৰূপ মহানগৰ জিলাৰ উপায়ুক্তৰ আলোচনাত শুকুৰবাৰে দুসপ্তাহৰ লকডাউনৰ পোষকতা কৰা হৈছিল, যদিও স্বাস্থ্য বিভাগে গুৱাহাটীৰ সাম্প্ৰতিক পৰিস্থিতি পৰ্যবেক্ষণ কৰি আৰু এসপ্তাহৰ লকডাউনে যথেষ্ট বুলি মুখ্য সচিবক অৱগত কৰে। দেওবাৰে এই সন্দৰ্ভত নীতি-নিৰ্দেশনা জাৰি হোৱাৰ সম্ভাৱনা আছে। সিদ্ধান্ত গ্ৰহণৰ পূৰ্বে মুখ্য সচিবক গুৱাহাটীৰ সাংসদ-বিধায়কসকলৰ সৈতে আলোচনাৰ আহ্বান জনায় স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে। আনহাতে কেন্দ্ৰীয় কাৰাগাৰত ক’ৰোনাত আক্ৰান্ত হোৱা সকলৰ পুনৰ পৰীক্ষা কৰোৱা উচিত বুলি কয় মন্ত্ৰীগৰাকীয়ে। ক’ৰোনা যুদ্ধৰ ৰণকৌশল সলনি কৰাৰ প্ৰসংগ দাঙি ধৰে মন্ত্ৰীগৰাকীয়ে। অসমত হোম কোৱাৰেণ্টীন এক আত্মঘাটী ব্যৱস্থা বুলি কয় হিমন্ত বিশ্ব শৰ্মাই। হোম কোৱাৰেণ্টীনৰ নতুন চৰ্ত দাঙি ধৰে মন্ত্ৰীগৰাকীয়ে। ওচৰ-চুবুৰীয়াৰ আপত্তি নাথাকিলে হ’ব পাৰিব হোম কোৱাৰেণ্টীন। ঘৰত বৃদ্ধ লোক থাকিলে হ’ব নোৱাৰিব হোম কোৱাৰেণ্টীন। হোম কোৱাৰেণ্টীনত থকা লোকৰ ব্যক্তিগত চিকিত্সক থাকিব লাগিব। প্ৰত্যেক ৩ ঘণ্টাৰ মূৰত পালছ ৰিপোৰ্ট ডাক্তৰক জনাব লাগিব। বেছি অসুবিধা পালে বা ব্যক্তিগত চিকিত্সকে পৰামৰ্শ দিলে নিজে গাড়ীৰ ব্যৱস্থা কৰি হাস্পতাললৈ আহিব লাগিব। এইসমূহ চুক্তি মানি লোৱা লোকহে হোম কোৱাৰেণ্টীন হব পাৰিব। গুৱাহাটীলৈ অহা বিমানযাত্ৰীৰ এণ্টিজেন টেষ্টত নিগেটিভ থাকিলে হোম ১৪ দিনৰ হোম কোৱাৰেণ্টীন হব পাৰিব। তাত্ক্ষণিক চিকিসাৰ প্ৰয়োজন থকাসকলে দিনৰ ১২ বজাৰ আগতে জিএমচিএইছত কোভিড টেষ্ট কৰাব পাৰিব। পাছদিনা ৩ বজাৰ ভিতৰত ৰিপোৰ্ট পাব। নাৰ্ছিংহোমত ৰোগীৰ ভৰ্তিকৰণৰ ক্ষেত্ৰত কোভিড টেষ্টৰ ৰিপোৰ্ট বিচৰাৰ পৰিপ্ৰেক্ষিতত স্বাস্থ্য বিভাগে এই সিদ্ধান্ত গ্ৰহণ কৰিছে। তদুপৰি ৬৫ ঊৰ্ধৰ কোৰোনা আক্ৰান্ত ব্যক্তিক খানাপাৰত ৰখাৰ ব্যৱস্থা কৰিছে স্বাস্থ্য বিভাগে। প্ৰতি ৫-৬ জন ৰোগীৰ বিপৰীতে এগৰাকী নাৰ্ছ থাকিব।তদুপৰি চিকিত্সকৰ বিশেষ তত্ত্বাৱধানত থাকিব ৰোগীসকল। গৰ্ভৱতী আৰু শিশুৰ বাবেও সুকীয়া ব্যৱস্থা গ্ৰহণ কৰিছে স্বাস্থ্য বিভাগে। এমএমচিত সংলগ্ন হাস্পতালত শিশু আৰু গৰ্ভৱতী কোৰোনা আক্ৰান্তক সুকীয়াকৈ ৰখাৰ ব্যৱস্থা কৰা হৈছে। ইয়াৰ উপৰি মন্ত্ৰীগৰাকীয়ে ৰাজ্যত ক’ৰোন সংক্ৰমণৰ বিভিন্ন তথ্য দাঙি ধৰে। ৬৩.০৪ শতাংশ আৰোগ্যৰ হাৰেৰে দেশৰ চতুৰ্থ স্থানত আছে অসম। আনহাতে ৰাজ্যত মৃত্যুৰ হাৰ ০.২৩ শতাংশ। অসমত মৃত্যুৰ হাৰ দেশৰ ভিতৰতে নিম্ন। ৰাজ্যত এই পৰ্যন্ত ৫২৫৪৮৫ টা কোভিড পৰীক্ষা সম্পন্ন হৈছে। গুৱাহাটীত সম্পন্ন হল ১ লাখ লোকৰ কোভিড টেষ্ট। কোভিড টেষ্টত এছিয়াৰ ভিতৰতে চতুৰ্থ স্থানত আছে অসম। আনহাতে জিএমচিএইচত ২৫ জনক প্লাজমা, ৰামচিডেভিৰ চিকিত্সা প্ৰদান কৰা হৈছে। মন্ত্ৰীগৰাকীয়ে ক’ৰোনা সন্দৰ্ভত বিভিন্ন বিতৰ্কৰ সূত্ৰপাত হোৱাৰ পৰিপ্ৰেক্ষিতত সাংবাদিকক জিএমচিএইছৰ আইচিইউত স্বচক্ষে পৰিস্থিতি পৰ্যবেক্ষণৰ আহ্বান জনায় মন্ত্ৰীগৰাকীয়ে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: coronacovid 19himanta biswa sarma
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ট্ৰেফিক আৰক্ষীৰ ইউনিফৰ্মৰ ৰং কিয় বগা? আঁৰৰ কাৰণ জানেনে?
অসম

ট্ৰেফিক আৰক্ষীৰ ইউনিফৰ্মৰ ৰং কিয় বগা? আঁৰৰ কাৰণ জানেনে?

May 21, 2026
জুবিন গাৰ্গৰ মৃত্যুক লৈ ছিংগাপুৰৰ পৰা আহিছে ডাঙৰ খবৰ! জুবিন গাৰ্গৰ মৰোণোত্তৰ পৰীক্ষাৰ ৰিপৰ্টত কি কি তথ্য?
অসম

জুবিন গাৰ্গৰ মৃত্যুক লৈ ছিংগাপুৰৰ পৰা আহিছে ডাঙৰ খবৰ! জুবিন গাৰ্গৰ মৰোণোত্তৰ পৰীক্ষাৰ ৰিপৰ্টত কি কি তথ্য?

May 21, 2026
‘নিৰ্বাচন গ’ল, সেইবাবেই জুবিনক্ষেত্ৰলৈ আহিছো’, মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ
অসম

‘নিৰ্বাচন গ’ল, সেইবাবেই জুবিনক্ষেত্ৰলৈ আহিছো’, মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

May 20, 2026
আজি দেশজুৰি বন্ধ সকলো ফাৰ্মাচী! জৰুৰী যাৱতীয় ঔষধ ক্ৰয় কৰিবলৈ কি কৰিব?
অসম

আজি দেশজুৰি বন্ধ সকলো ফাৰ্মাচী! জৰুৰী যাৱতীয় ঔষধ ক্ৰয় কৰিবলৈ কি কৰিব?

May 20, 2026
Next Post
অখিল গগৈৰ মুক্তিৰ বাবে ভগৱন্তৰ শ্ৰীচৰণত সমূহীয়া প্ৰাৰ্থনা

অখিল গগৈৰ মুক্তিৰ বাবে ভগৱন্তৰ শ্ৰীচৰণত সমূহীয়া প্ৰাৰ্থনা

আৰক্ষীক মেনেজ কৰি গুৱাহাটীলৈ সৰবৰাহ হয় মাছ

আৰক্ষীক মেনেজ কৰি গুৱাহাটীলৈ সৰবৰাহ হয় মাছ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.