• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
জ্যেষ্ঠ সাংবাদিকৰ আত্মহনন, কিয় চৰম পন্থা বাছি ল’লে বিকাশ মৰাণে?

4 years ago
জাৰ্মান মডেল লিজলাজক ইনষ্টাগ্ৰামত এটা লাইক দিছিল বিৰাট কোহলিয়ে, বিৰাটৰ লাইক পাই মডেলে কৰিলে আচৰিত কাম, হতভম্ব এতিয়া IPL প্ৰেমীও

10 minutes ago
মহিলাৰ নাম লৈ ডাঙৰ ষড়যন্ত্ৰ কৰি বিল অনা হৈছিল! ডিলিমিটেছন আৰু মহিলা সংৰক্ষণক লৈ কি গুৰুতৰ অভিযোগ প্ৰিয়ংকা গান্ধীৰ?

49 minutes ago
অক্ষয় তৃতীয়াৰ এদিন পূৰ্বে সস্তা হ’ল সোণ, ৰূপ! আজি মহানগৰীত সোণৰ দাম কিমান?

1 hour ago
আজি নিশা আকাশত সৰলৰেখাত থাকিব ৪গ্ৰহ, গঠিত হ’ব ধনযোগ, টকা গণি শেষ কৰিব নোৱাৰিব ৪ৰাশিয়ে

2 hours ago
ওৰেনিশা বিহু মাৰি পুৱতি নিশা ঘৰলৈ উভতিছিল বিহুদলটো, মঙলদৈ পিপৰাদোকান পাওঁতেই অঘটন, অচেতন বিহুৱাদলক হাস্পতালত ভৰ্তি, সমগ্ৰ ঘটনা কি?

ভাৰততেই চলে এছিয়াৰ আটাইতকৈ দামী ৰে’ল, ১ টা টিকটৰ দামত আপুনি কিনিব পাৰিব ১৩৫ গ্ৰাম সোণ, কি নাম এই বিলাসী ৰে’লৰ?

এগৰাকী যুৱতীকেই বিয়া কৰাইছিল দুই ভাতৃয়ে, দুজন ভাতৃৰ ঘৰলৈ আহিল দেৱদূত, এই সন্তানৰ জন্ম পত্ৰিকাত কোন হ’ব পিতৃ?

3 hours ago
চুলিৰ বাবে কণী উপকাৰী, কিন্তু কেনেকৈ লগাব? কেনেকৈ লগালে চুলি ৰেচমী হৈ পৰিব?

মে মাহত বাম্পাৰ লাভ ৩ৰাশিৰ, শুক্ৰৰ গোচৰ জীৱনলৈ আহিব লাক্সাৰি

4 hours ago
লতাশিল খেলপথাৰত অনুষ্ঠিত গুৱাহাটী বিহু সন্মিলনীৰ বিহু সম্ৰাজ্ঞী সংগীতা ৰাভা, বিহু সম্ৰাজ্ঞী সংগীতাই উপহাৰ হিচাপে কি কি লাভ কৰিলে?

‘বিগত ৭মাহে আবেগিকভাৱে ভাঙি পৰিছো, যি হেৰুৱাইছো সেয়া বুজাব নোৱাৰো, এতিয়া শূন্যতাৰ বাহিৰে একো নাই’ পাণ্ডু বিহুতলিৰ পৰা কি বাৰ্তা গৰিমা গাৰ্গৰ?

5 hours ago
শুকুৰবৰীয়া নামাজত বো* দিবলৈ গৈ নিজেই গ্ৰহণ কৰিলে ইছলাম, হঠাৎ ইছলাম প্ৰেম কেনেকৈ আহিল মনত, জানক সবিশেষ

  • About
  • Advertise
  • Careers
  • English Edition
Saturday, April 18, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

জ্যেষ্ঠ সাংবাদিকৰ আত্মহনন, কিয় চৰম পন্থা বাছি ল’লে বিকাশ মৰাণে?

editor by editor
January 11, 2022
in অপৰাধ, অসম, গুৱাহাটী
0
জ্যেষ্ঠ সাংবাদিকৰ আত্মহনন, কিয় চৰম পন্থা বাছি ল’লে বিকাশ মৰাণে?
0
SHARES
2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ নিশা তেতিয়া ১১ বাজিছিল কি নৌবাজিছিল, তেনেতে তিনিচুকীয়াৰ মাকুমস্থিত নিজ বাসগৃহত জ্যেষ্ঠ সাংবাদিক বিকাশ মৰাণে নিজকে নিঃশেষ কৰিছে৷ এই খবৰটো চৌদিশে বিয়পি পৰে৷ সাংবাদিকগৰাকীয়ে নিজা পিষ্টলেৰে মূৰত গুলীয়াই আত্মহত্যা কৰে৷ নিউজ লাইভ, আছাম টকছ, নিউজ টাইম আছাম, ডি এ নিউজ প্লাছৰ দৰে আগশাৰীৰ সংবাদ মাধ্যমত নিষ্ঠাৰে সেৱা আগবঢ়াইছিল মৰাণে৷ সাংবাদিকগৰাকীৰ মৃত্যুৰ অপ্ৰত্যাশিত খবৰটো সহজভাৱে ল’ব পৰা নাই তেওঁৰ একালৰ সতীৰ্থসকলে৷ ঘটনাৰ পাছতেই আৰক্ষীয়ে মৰাণে ব্যৱহাৰ কৰা পিষ্টলটো জব্দ কৰে৷ মৰাণৰ এই আকস্মিক মৃত্যুত শোকস্তব্ধ কৰি তুলিছে উজনি অসমৰ সাংবাদিক মহলত৷ মৃত্যুৰ সময়ত মাতৃৰ লগতে পত্নী, দুই কন্যা সন্তান আৰু এটি পুত্ৰ সন্তান এৰি থৈ গৈছে জ্যেষ্ঠ সাংবাদিকগৰাকীয়ে৷ কি কাৰণত বিকাশ মৰাণৰ দৰে প্ৰগতিশীল সাংবাদিকে আত্মহত্যাৰ দৰে পথ ল’লে এই পৰ্যন্ত সেয়া পৰিষ্কাৰ হোৱা নাই যদিও তিনিচুকীয়া আৰক্ষীৰ তদন্তইহে সত্যটি উন্মোচন কৰিব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24bikash mpransenior journalist commited suicide
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ওৰেনিশা বিহু মাৰি পুৱতি নিশা ঘৰলৈ উভতিছিল বিহুদলটো, মঙলদৈ পিপৰাদোকান পাওঁতেই অঘটন, অচেতন বিহুৱাদলক হাস্পতালত ভৰ্তি, সমগ্ৰ ঘটনা কি?
অসম

April 18, 2026
লতাশিল খেলপথাৰত অনুষ্ঠিত গুৱাহাটী বিহু সন্মিলনীৰ বিহু সম্ৰাজ্ঞী সংগীতা ৰাভা, বিহু সম্ৰাজ্ঞী সংগীতাই উপহাৰ হিচাপে কি কি লাভ কৰিলে?
অসম

লতাশিল খেলপথাৰত অনুষ্ঠিত গুৱাহাটী বিহু সন্মিলনীৰ বিহু সম্ৰাজ্ঞী সংগীতা ৰাভা, বিহু সম্ৰাজ্ঞী সংগীতাই উপহাৰ হিচাপে কি কি লাভ কৰিলে?

April 18, 2026
‘বিগত ৭মাহে আবেগিকভাৱে ভাঙি পৰিছো, যি হেৰুৱাইছো সেয়া বুজাব নোৱাৰো, এতিয়া শূন্যতাৰ বাহিৰে একো নাই’ পাণ্ডু বিহুতলিৰ পৰা কি বাৰ্তা গৰিমা গাৰ্গৰ?
অসম

‘বিগত ৭মাহে আবেগিকভাৱে ভাঙি পৰিছো, যি হেৰুৱাইছো সেয়া বুজাব নোৱাৰো, এতিয়া শূন্যতাৰ বাহিৰে একো নাই’ পাণ্ডু বিহুতলিৰ পৰা কি বাৰ্তা গৰিমা গাৰ্গৰ?

April 18, 2026
পহিলা ব’হাগত লটাৰী জিকিল, একো একোজনৰ নামত থাৰ, ইনোভাকে ধৰি বিলাসী বাহন, নলবাৰীলৈ বাহন নিবলৈ আহি কিয় মূৰে-কঁপালে হাত লটাৰী জিকা ব্যক্তিৰ?

April 16, 2026
Next Post
চৰকাৰৰ নিৰ্দেশলৈ বুঢ়া আঙুলি দেখুৱাই কাৰ এই হুংকাৰ, SOP নামানো, ওৰে নিশা ভেলাঘৰত থাকিমেই

কৃষ্ণ! থানাৰ পৰাই পলাল অভিযুক্ত শিক্ষক

কৃষ্ণ! থানাৰ পৰাই পলাল অভিযুক্ত শিক্ষক

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন