• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
নলবাৰীৰ ইউনাইটেড হস্পিতালত চাঞ্চল্য; শৌচালয়ত নৱ বিবাহিত যুৱকৰ মৃতদেহ উদ্ধাৰ

নলবাৰীৰ ইউনাইটেড হস্পিতালত চাঞ্চল্য; শৌচালয়ত নৱ বিবাহিত যুৱকৰ মৃতদেহ উদ্ধাৰ

4 years ago
অসমৰ সাঁতোৰবিদৰ কৃতিত্ব অৰ্জন, প্ৰত্যাহ্বান নেওচি অতিক্ৰম কৰে পাল্ক ষ্ট্ৰেইট

অসমৰ সাঁতোৰবিদৰ কৃতিত্ব অৰ্জন, প্ৰত্যাহ্বান নেওচি অতিক্ৰম কৰে পাল্ক ষ্ট্ৰেইট

8 hours ago
কপালত ৰাজযোগ আছে নেকি? এই সংকেতৰ পৰা বুজি লওক

কপালত ৰাজযোগ আছে নেকি? এই সংকেতৰ পৰা বুজি লওক

9 hours ago
কোন বিজয় থালাপতিৰ পত্নী? ব্যৱসায়ৰ বিষয়ে জানিলে আচৰিত হ’ব আপুনি!

কোন বিজয় থালাপতিৰ পত্নী? ব্যৱসায়ৰ বিষয়ে জানিলে আচৰিত হ’ব আপুনি!

9 hours ago
চুলি সৰা আৰু ওজন পৰিৱৰ্তন, হ’ব পাৰে PCOD ৰ লক্ষণ!

দক্ষিণ আৰু পশ্চিম দিশত শোৱে নেকি? হ’ব পাৰে PCOD ৰ লক্ষণ!

10 hours ago
কেৰিয়াৰত বাধা আৰু সম্পৰ্কত তিক্ততা… কুণ্ডলীত আছে নেকি কোনো দোষ?

কেৰিয়াৰত বাধা আৰু সম্পৰ্কত তিক্ততা… কুণ্ডলীত আছে নেকি কোনো দোষ?

11 hours ago
বংগত ভংগ মমতাৰ সাম্ৰাজ্য! ৰাজ্যপালে কাঢ়ি ল’লে সকলো ক্ষমতা

বংগত ভংগ মমতাৰ সাম্ৰাজ্য! ৰাজ্যপালে কাঢ়ি ল’লে সকলো ক্ষমতা

11 hours ago
৩৭ বছৰ বয়সত মাতৃত্ব হোৱাৰ সুখ লাভ কৰিলে এইগৰাকী অভিনেত্ৰীয়ে, চৰ্চা সামাজিক মাধ্যমত!

৩৭ বছৰ বয়সত মাতৃত্ব হোৱাৰ সুখ লাভ কৰিলে এইগৰাকী অভিনেত্ৰীয়ে, চৰ্চা সামাজিক মাধ্যমত!

11 hours ago
বয়সৰ পাৰ্থক্যৰ পিছতো নোৰা ফাতেহীৰ সৈতে এয়া কি কৰিলে ৰাকেশ বেদীয়ে?

বয়সৰ পাৰ্থক্যৰ পিছতো নোৰা ফাতেহীৰ সৈতে এয়া কি কৰিলে ৰাকেশ বেদীয়ে?

12 hours ago
Surya Grahan: দিনতে হ’ব অন্ধকাৰ! কেতিয়া মিলিব শতিকাৰ আটাইতকৈ দীঘলীয়া সূৰ্যগ্ৰহণ?

Surya Grahan: দিনতে হ’ব অন্ধকাৰ! কেতিয়া মিলিব শতিকাৰ আটাইতকৈ দীঘলীয়া সূৰ্যগ্ৰহণ?

12 hours ago
প্ৰতিদিনে দাঁত ব্ৰাছ কৰাৰ পিছতো পোকে খাইছে নেকি? তেন্তে সাৱধান!

প্ৰতিদিনে দাঁত ব্ৰাছ কৰাৰ পিছতো পোকে খাইছে নেকি? তেন্তে সাৱধান!

13 hours ago
১১ মে’ৰ পৰা আৰম্ভ কালসৰ্প দোষৰ প্ৰকোপ! সাৱধানেৰে থাকক এই ৪ ৰাশিৰ লোক!

১১ মে’ৰ পৰা আৰম্ভ কালসৰ্প দোষৰ প্ৰকোপ! সাৱধানেৰে থাকক এই ৪ ৰাশিৰ লোক!

14 hours ago
শনি অমাৱস্যাত শনিদেৱে কৃপা কৰিব এই ৪ ৰাশিৰ লোকক, পাব ধন-সম্পত্তি!

শনি অমাৱস্যাত শনিদেৱে কৃপা কৰিব এই ৪ ৰাশিৰ লোকক, পাব ধন-সম্পত্তি!

14 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, May 8, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home উত্তৰ-পূব

নলবাৰীৰ ইউনাইটেড হস্পিতালত চাঞ্চল্য; শৌচালয়ত নৱ বিবাহিত যুৱকৰ মৃতদেহ উদ্ধাৰ

editor by editor
January 23, 2022
in অপৰাধ, অসম, উত্তৰ-পূব
0
নলবাৰীৰ ইউনাইটেড হস্পিতালত চাঞ্চল্য; শৌচালয়ত নৱ বিবাহিত যুৱকৰ মৃতদেহ উদ্ধাৰ
0
SHARES
152
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

নলবাৰীৰ পৰা চন্দন শৰ্মাঃ নলবাৰীৰ ইউনাইটেড হস্পিতালৰ শৌচালয়ত নৱ বিবাহিত যুৱকৰ মৃতদেহ উদ্ধাৰ হৈছে৷

নলবাৰীৰ ইউনাইটেড হস্পিতালৰ চৌহদৰ শৌচালয়ত হস্পিতালৰ ওচৰৰে ৰাজনগৰৰ ৰিচিমণি আহমেদ নামৰ এজন ২৫ বছৰীয়া যুৱকৰ মৃতদেহ উদ্ধাৰ হোৱাৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে৷

দেওবাৰে দিনৰ এঘাৰ মান বজাত হস্পিতালৰ কৰ্মচাৰীয়ে প্ৰস্ৰাৱাগাৰৰ শৌচালয়ৰ ভিতৰত যুৱকজনৰ মৃতদেহ প্ৰত্যেক্ষ কৰি আৰক্ষীক খবৰ দিয়ে৷

আৰক্ষীয়ে দণ্ডাধীশৰ উপস্থিতিত মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে নলবাৰী শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়লৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে৷

আৰক্ষীয়ে যুৱকজন ড্ৰাজছ আসক্ত বুলি সন্দেহ কৰাৰ লগতে মৃতদেহৰ ওচৰত ড্ৰাগছ লোৱা এটা চিৰিঞ্জো উদ্ধাৰ কৰিছে৷

ইপিনে আৰক্ষীৰ সন্দেহৰ বিপৰীতে মৃত যুৱকজনৰ পৰিয়ালৰ লোকে এয়া পৰিকল্পিত হত্যাকাণ্ড বুলি অভিযোগ কৰিছে৷

ৰাজনগৰৰ ৰিংকু আলীৰ পুত্ৰ ৰিচিমণি আহমেদে ছমাহ পূৰ্বে বিবাহপাশত আৱদ্ধ হৈছিল৷ মৃত যুৱকজনৰ পিতৃয়ে পুত্ৰৰ ৰহস্যজনক মৃত্যুৰ ন্যায়িক তদন্তৰ দাবী জনাইছে৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24deadbody recovernalbari deadbody recover
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বাঢ়িছে চাইবাৰ অপৰাধীৰ সংখ্যা! চাইবাৰ অপৰাধীৰ বিৰুদ্ধে বৰপেটাৰ অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সমীৰণ বৈশ্যৰ নেতৃত্বত বৃহৎ অভিযান
অপৰাধ

বাঢ়িছে চাইবাৰ অপৰাধীৰ সংখ্যা! চাইবাৰ অপৰাধীৰ বিৰুদ্ধে বৰপেটাৰ অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সমীৰণ বৈশ্যৰ নেতৃত্বত বৃহৎ অভিযান

May 7, 2026
ৰাজনীতিত ধনেই সৰ্বচ্চ নহয়, কংগ্ৰেছৰ আটাইতকৈ ধনী প্ৰাৰ্থী ৰাহুল ৰয়ক হৰুৱাই বিধায়ক হ’ল বিজেপিৰ আটাইতকৈ দুখীয়া প্ৰাৰ্থী মিলন দাস
অসম

ৰাজনীতিত ধনেই সৰ্বচ্চ নহয়, কংগ্ৰেছৰ আটাইতকৈ ধনী প্ৰাৰ্থী ৰাহুল ৰয়ক হৰুৱাই বিধায়ক হ’ল বিজেপিৰ আটাইতকৈ দুখীয়া প্ৰাৰ্থী মিলন দাস

May 7, 2026
সদ্য ঘোষিত এম বি বি এছ পৰীক্ষা ২০২৬ৰ ফলাফলত উজলিল গুৱাহাটী চিকিৎসা মহাবিদ্যালয়, কোনে দখল কৰিলে প্ৰথম স্থান?
অসম

সদ্য ঘোষিত এম বি বি এছ পৰীক্ষা ২০২৬ৰ ফলাফলত উজলিল গুৱাহাটী চিকিৎসা মহাবিদ্যালয়, কোনে দখল কৰিলে প্ৰথম স্থান?

May 6, 2026
ইতিহাসে মনত ৰাখিব বংগৰ এই ৩নাৰীক, বিধায়ক হোৱা ৰত্না দেৱনাথ, ৰেখা পাত্ৰ, কলিতা মাঞ্জীৰ সৈতে কি ভয়ংকৰ ঘটনা কৰিছিল মমতাৰ দলে?
অপৰাধ

ইতিহাসে মনত ৰাখিব বংগৰ এই ৩নাৰীক, বিধায়ক হোৱা ৰত্না দেৱনাথ, ৰেখা পাত্ৰ, কলিতা মাঞ্জীৰ সৈতে কি ভয়ংকৰ ঘটনা কৰিছিল মমতাৰ দলে?

May 5, 2026
Next Post
৭ নিৰাপত্তাৰক্ষীক হত্যা কৰা ২০ বছৰীয়া দুৰ্ধৰ্ষ মহিলা নক্সালবাদী সদস্যক গ্ৰেপ্তাৰ

৭ নিৰাপত্তাৰক্ষীক হত্যা কৰা ২০ বছৰীয়া দুৰ্ধৰ্ষ মহিলা নক্সালবাদী সদস্যক গ্ৰেপ্তাৰ

উজনিৰ গৰু ছিণ্ডিকেটৰ মাষ্টাৰ মাইণ্ড; বিধায়ক সুশান্তৰ ঘনিষ্ঠ বিজেপি নেতাক গ্ৰেপ্তাৰ

উজনিৰ গৰু ছিণ্ডিকেটৰ মাষ্টাৰ মাইণ্ড; বিধায়ক সুশান্তৰ ঘনিষ্ঠ বিজেপি নেতাক গ্ৰেপ্তাৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.