• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
উচ্চতাকলৈ অসুখী নেকি! :  ১৮ বছৰৰ পিছত আপোনাৰ উচ্চতা কেনেকৈ বৃদ্ধি কৰিব?

উচ্চতাকলৈ অসুখী নেকি! : ১৮ বছৰৰ পিছত আপোনাৰ উচ্চতা কেনেকৈ বৃদ্ধি কৰিব?

5 years ago
ভূতৰ অস্তিত্ব সঁচাকৈয়ে আছে নেকি?

ভূতৰ অস্তিত্ব সঁচাকৈয়ে আছে নেকি?

5 hours ago
পঞ্চকৰ সময়ত ভুলতো নকৰিব এই ৫টা কাম!

পঞ্চকৰ সময়ত ভুলতো নকৰিব এই ৫টা কাম!

5 hours ago
‘ছালৱাৰ টনা, বুকুত বলপূৰ্বক স্পৰ্শ ধ*ৰ্ষণৰ চেষ্টা নহয়’

‘ছালৱাৰ টনা, বুকুত বলপূৰ্বক স্পৰ্শ ধ*ৰ্ষণৰ চেষ্টা নহয়’

6 hours ago
অবিশ্বাস্য, অকল্পনীয়! ইনষ্টাগ্ৰামৰ প্ৰেমৰ বাবেই ৩ সন্তানৰ প্ৰাণ কাঢ়িলে মাতৃয়ে

অবিশ্বাস্য, অকল্পনীয়! ইনষ্টাগ্ৰামৰ প্ৰেমৰ বাবেই ৩ সন্তানৰ প্ৰাণ কাঢ়িলে মাতৃয়ে

7 hours ago
এলিয়েনৰ আগমন, তৃতীয় বিশ্বযুদ্ধ নে AIৰ ৰাজত্ব?

এলিয়েনৰ আগমন, তৃতীয় বিশ্বযুদ্ধ নে AIৰ ৰাজত্ব?

7 hours ago
শীঘ্ৰেই ছ’চিয়েল মিডিয়া ব্যৱহাৰত নতুন নিয়ম

শীঘ্ৰেই ছ’চিয়েল মিডিয়া ব্যৱহাৰত নতুন নিয়ম

8 hours ago
ডায়েবেটিছ নিয়ন্ত্ৰণ আৰু ওজন কমাবলৈ, নিয়মীয়াকৈ লৈ আছে নেকি এইবিধ ঔষধ?

ডায়েবেটিছ নিয়ন্ত্ৰণ আৰু ওজন কমাবলৈ, নিয়মীয়াকৈ লৈ আছে নেকি এইবিধ ঔষধ?

8 hours ago
পুনৰ বন বিভাগৰ বুলড’জাৰৰ গৰ্জন

পুনৰ বন বিভাগৰ বুলড’জাৰৰ গৰ্জন

10 hours ago
ভগ্নীক হ*ত্যা কৰি নিজকো শেষ কৰিলে আৰক্ষী কনিষ্টবলে

ভগ্নীক হ*ত্যা কৰি নিজকো শেষ কৰিলে আৰক্ষী কনিষ্টবলে

10 hours ago
যি iphoneৰ বাবে সমগ্ৰ বিশ্ব উন্মাদ…

যি iphoneৰ বাবে সমগ্ৰ বিশ্ব উন্মাদ…

11 hours ago
আজি কোন ৰাশিৰ উজলিব ভাগ্য, কোন ৰাশিয়ে হ’ব লাগিব সাৱধান?

আজি কোন ৰাশিৰ উজলিব ভাগ্য, কোন ৰাশিয়ে হ’ব লাগিব সাৱধান?

12 hours ago
মেঘালয়ত বিজেপিৰ শক্তিবৃদ্ধি! UDPৰ ৮ বিধায়কৰ বিজেপিত যোগ

মেঘালয়ত বিজেপিৰ শক্তিবৃদ্ধি! UDPৰ ৮ বিধায়কৰ বিজেপিত যোগ

12 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, September 24, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

উচ্চতাকলৈ অসুখী নেকি! : ১৮ বছৰৰ পিছত আপোনাৰ উচ্চতা কেনেকৈ বৃদ্ধি কৰিব?

editor by editor
January 30, 2022
in অসম, স্বাস্থ্য
0
উচ্চতাকলৈ অসুখী নেকি! :  ১৮ বছৰৰ পিছত আপোনাৰ উচ্চতা কেনেকৈ বৃদ্ধি কৰিব?
0
SHARES
697
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আপোনাৰ উচ্চতাক লৈ আপুনি সন্তুষ্ট নহয় নেকি? যদি আপুনি নিজৰ উচ্চতাক লৈ সুখী নহয়, তেনে এতিয়াৰে পৰা আপুনি নিজকে সেই দুঃচিন্তাৰ পৰা মুক্ত কৰিব পাৰিব! আমি আপোনাৰ বাবে লৈ আহিছো ১৮ বছৰৰ পিছতো উচ্চতা বৃদ্ধি কৰিব পৰা কিছুমান টিপছ্৷

সাধাৰণতে ১৮ বছৰ পিছৰে পৰা মানুহৰ উচ্চতা বৃদ্ধি পোৱা পৰিলক্ষিত নহয়৷ মানুহৰ উচ্চতা বৃদ্ধি অথবা শৰীৰৰ বিকাশৰ বাবে ‘মানৱ শৰীৰ বিকাশ গ্ৰন্থি’ দায়ৱদ্ধ৷

কিন্তু কিছুমান টিপছ্-এ ১৮ বছৰৰ পিছতো মানুহৰ উচ্চতা বৃদ্ধি কৰাত সহায়ক হৈ উঠিব পাৰে৷ তলৰ টিপছসমূহে মানুহৰ উচ্চতা বৃদ্ধিৰ বাবে সহায়ক হৈ উঠিব পাৰে৷

১. নিয়মীয়াভাৱে এক্সাৰচাইজ কৰক

কিছুমান ওলমি থকা ব্যায়ামে আমাৰ সম্পূৰ্ণ উচ্চতা বজাই ৰখাত সহায় কৰিব পাৰে। ওলমি থকা ব্যায়ামবোৰ আমাৰ তল পিঠি শক্তিশালী কৰাত সহায়ক হয় আৰু লগতে পেশীকো সম্প্ৰসাৰিত কৰি ৰাখে৷

২. সঠিক পুষ্টিদায়ক খাদ্য গ্ৰহণ কৰক

এক সন্তুলিত আৰু স্বাস্থ্যকৰ আহাৰ গ্ৰহণ কৰক৷ য’ত ফল, পাচলি, প্ৰ’টিন আদিৰ ভাল মিশ্ৰণ থাকে৷ স্বাস্থ্যকৰ আহাৰে শৰীৰৰ সঠিক বিকাশৰ বাবে ইন্ধনৰ দৰে কাম কৰে। ই বিপাকৰ হাৰ উন্নত কৰে, ৰক্ত সঞ্চালন বৃদ্ধি কৰে আৰু লগতে আমাৰ হাড় শক্তিশালী কৰে। শুকান ফল, চৰ্বিহীন মাংস, গাখীৰ আৰু শাক-পাচলি আদি খাদ্য আপোনাৰ আৱশ্যকীয় খাদ্য তালিকাত থাকিব লাগে।

৩. ষ্ট্ৰেটচিং এক্সাৰচাইজ কৰক

যিসকল লোকে তেওঁলোকৰ উচ্চতা বৃদ্ধি কৰিবলৈ বিচাৰে তেওঁলোকে প্ৰতিদিনে ১৫ মিনিটৰ বাবে প্ৰসাৰিত ব্যায়াম কৰিব পাৰে। মেৰুদণ্ড প্ৰসাৰিত কৰা ব্যায়ামবোৰে তলপিঠি সম্প্ৰসাৰিত কৰাত সহায় কৰে। ই উচ্চতা বৃদ্ধি কৰাত সহায়ক হয়। সূৰ্য নমস্কাৰ মেৰুদণ্ডৰ সঠিক প্ৰসাৰণৰ বাবে এক ভাল আৰু কাৰ্যকৰী ব্যায়াম।

৪. পৰ্যাপ্ত পৰিমাণে শোৱক

আমাৰ শৰীৰটো শুই থকা অৱস্থাটো কাৰ্যক্ষম হৈ থাকে৷ শুই থকা অৱস্থাতে শিশুসকলৰ শৰীৰৰ সৰ্বাধিক বৃদ্ধি হয়৷ শৰীৰৰ শ্ৰীবৃ্দ্ধিৰ বাবে প্ৰাপ্তবয়স্কসকলেও পৰ্যাপ্ত পৰিমাণে শুব লাগে৷ শুই থকাৰ সময়হে পিটুইটাৰি গ্ৰন্থি অধিক সক্ৰিয় হৈ থাকে৷ আৰু শোৱাৰ সময়ত পৰাপক্ষত গাৰু নোলোৱাটোৱে ভাল৷ শুই থকাৰ সময়ত আঁঠুৰ তলত গাৰু ল’ব পাৰিলে আৰু ভাল৷ ইয়ে উচ্চতা বৃদ্ধিত সহায় কৰে৷ লগতে কঁকালৰ বিষৰ পৰাও উপশম পোৱা যায়৷

৫. নিয়মিত ব্যায়াম কৰক

শাৰীৰিক বৃদ্ধিৰ বাবে নিয়মিত ব্যায়াম কৰাতো অতি দৰকাৰী৷ দৌৰা, জঁপিওৱা আৰু তেজত অক্সিজেনৰ পৰিমাণ বৃদ্ধি কৰাতোও অতি দৰকাৰী৷ তেনে কৰিলে শৰীৰৰ হাড় আৰু অধিক শক্তিশালী হোৱাৰ লগতে বৃদ্ধি হোৱাৰ সম্ভাৱনা থাকে৷ এই শাৰীৰিক ব্যায়ামবোৰ কৰি থাকিলে শৰীৰ উচ্চতা বৃদ্ধিতো যোগাত্মক প্ৰভাৱ পৰে৷

৬. সুৰাপান আৰু চিগাৰেট সেৱন বন্ধ কৰক

সুৰাপান আৰু চিগাৰেট সেৱন একেবাৰে বন্ধ কৰাতো উচিত৷ এই দুয়োটাই শৰীৰ স্বাভাৱিক বৃদ্ধিক বাধাপ্ৰাপ্ত কৰে৷ চিগাৰেট সেৱনে তেজৰ স্বাভাৱিক প্ৰৱাহতো কুফল পেলায়৷ ইফালে সুৰাপানৰ ক্ষতিকৰ দিশবোৰৰ বিষয়ে আপোনালোকক বিস্তৃতৰূপত বহলাই নক’লেও হ’ব৷ মুঠতে সুৰাপান আৰু চিগাৰেট সেৱনে শৰীৰৰ স্বাভাৱিক বৃদ্ধিত প্ৰতিৱন্ধকতাৰ সৃষ্টি কৰিব পাৰে৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24health tipsHeight increase
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ডায়েবেটিছ নিয়ন্ত্ৰণ আৰু ওজন কমাবলৈ, নিয়মীয়াকৈ লৈ আছে নেকি এইবিধ ঔষধ?
জীৱনশৈলী

ডায়েবেটিছ নিয়ন্ত্ৰণ আৰু ওজন কমাবলৈ, নিয়মীয়াকৈ লৈ আছে নেকি এইবিধ ঔষধ?

September 23, 2026
পুনৰ বন বিভাগৰ বুলড’জাৰৰ গৰ্জন
অসম

পুনৰ বন বিভাগৰ বুলড’জাৰৰ গৰ্জন

September 23, 2026
চাইনাছ আৰু চৰ্দি একে সমস্যা নেকি? ডাক্তৰৰ পৰা পাৰ্থক্যটো জানি লওক
জীৱনশৈলী

চাইনাছ আৰু চৰ্দি একে সমস্যা নেকি? ডাক্তৰৰ পৰা পাৰ্থক্যটো জানি লওক

September 22, 2026
শৰীৰত ইউৰিক এচিড বাঢ়িলে কি কি লক্ষণে দেখা দিয়ে?
জীৱনশৈলী

শৰীৰত ইউৰিক এচিড বাঢ়িলে কি কি লক্ষণে দেখা দিয়ে?

September 22, 2026
Next Post
‘প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী এদিন গ্ৰেপ্তাৰ হ’বই’, অখিল গগৈৰ বিস্ফোৰক মন্তব্য

‘প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী এদিন গ্ৰেপ্তাৰ হ’বই’, অখিল গগৈৰ বিস্ফোৰক মন্তব্য

মামাৰ জন্মদিন উপলক্ষে মাজুলীত ভাগিনহঁতৰ বিশেষ প্ৰস্তুতি, প্ৰদৰ্শন কৰিব মাটি আখৰা, গায়ন বায়ন, বৰগীত, নতুৱা নৃত্য…

মামাৰ জন্মদিন উপলক্ষে মাজুলীত ভাগিনহঁতৰ বিশেষ প্ৰস্তুতি, প্ৰদৰ্শন কৰিব মাটি আখৰা, গায়ন বায়ন, বৰগীত, নতুৱা নৃত্য…

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.