• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আপুনি বুদ্ধিমান হোৱাৰ কেইটামান লক্ষণ…

আপুনি বুদ্ধিমান হোৱাৰ কেইটামান লক্ষণ…

5 years ago
মংগলে সলনি কৰিব নক্ষত্ৰ, এই ৪ ৰাশিৰ জীৱনলৈ আহিব শুভ সময়

মংগলে সলনি কৰিব নক্ষত্ৰ, এই ৪ ৰাশিৰ জীৱনলৈ আহিব শুভ সময়

33 minutes ago
Amazon, Swiggy Instamart আৰু BigBasketৰ লাইচেন্স বাতিল, কিন্তু কিয়?

Amazon, Swiggy Instamart আৰু BigBasketৰ লাইচেন্স বাতিল, কিন্তু কিয়?

2 hours ago
বেটেৰে নহয়, এইবাৰ বলেৰেও বৈভৱ সূৰ্যবংশীৰ চমক!

বেটেৰে নহয়, এইবাৰ বলেৰেও বৈভৱ সূৰ্যবংশীৰ চমক!

2 hours ago
ভিক্ষা কৰা বৃদ্ধাৰ ঘৰত বস্তাই বস্তাই ওলাল ধনৰ পাহাৰ

ভিক্ষা কৰা বৃদ্ধাৰ ঘৰত বস্তাই বস্তাই ওলাল ধনৰ পাহাৰ

2 hours ago
আগন্তুক মাহত ভাৰতলৈ আহিব চীনৰ ৰাষ্ট্ৰপতি জিনপিং!

আগন্তুক মাহত ভাৰতলৈ আহিব চীনৰ ৰাষ্ট্ৰপতি জিনপিং!

3 hours ago
জালনোট সৰবৰাহ চক্ৰত কংগ্ৰেছ নেতাৰ পুত্ৰ জড়িতৰ অভিযোগ

জালনোট সৰবৰাহ চক্ৰত কংগ্ৰেছ নেতাৰ পুত্ৰ জড়িতৰ অভিযোগ

3 hours ago
এই ৩ ৰাশিৰ লোকৰ ওপৰত থাকিব ধনলক্ষ্মীৰ কৃপা, মাথোঁ কৰক এই কাম

এই ৩ ৰাশিৰ লোকৰ ওপৰত থাকিব ধনলক্ষ্মীৰ কৃপা, মাথোঁ কৰক এই কাম

4 hours ago
বগীনদীৰ ৰাকেশৰ মৃত্যুৰ প্ৰকৃত কাৰণ কি আছিল?

বগীনদীৰ ৰাকেশৰ মৃত্যুৰ প্ৰকৃত কাৰণ কি আছিল?

4 hours ago
৭৫খনকৈ বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত ওলাল পোক, নিমখৰ সলনি দিলে ডিটাৰ্জেণ্ট পাউডাৰ

৭৫খনকৈ বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত ওলাল পোক, নিমখৰ সলনি দিলে ডিটাৰ্জেণ্ট পাউডাৰ

6 hours ago
ICCৰ ব্যাপক শাস্তিৰ সন্মুখীন যশস্বী জয়ছোৱাল

ICCৰ ব্যাপক শাস্তিৰ সন্মুখীন যশস্বী জয়ছোৱাল

6 hours ago
মুক্তিৰ ৭০ দিনৰ পিছতো মহানগৰীৰ Matrix cinemasত এতিয়াও হাউছফুল ‘চুপা চুপি’

মুক্তিৰ ৭০ দিনৰ পিছতো মহানগৰীৰ Matrix cinemasত এতিয়াও হাউছফুল ‘চুপা চুপি’

7 hours ago
অসম প্ৰীমিয়াৰ লীগৰ ফচল ৰোহিত সেন

অসম প্ৰীমিয়াৰ লীগৰ ফচল ৰোহিত সেন

19 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, August 25, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী স্বাস্থ্য

আপুনি বুদ্ধিমান হোৱাৰ কেইটামান লক্ষণ…

editor by editor
February 6, 2022
in জীৱনশৈলী, স্বাস্থ্য
0
আপুনি বুদ্ধিমান হোৱাৰ কেইটামান লক্ষণ…
0
SHARES
648
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

শ্বেইকছপীয়েৰে এষাৰ অতি সাৰুৱা কথা কৈছিল৷ ‘‘এজ ইউ লাইক ইট’’ত কৈছিল, ‘‘মূৰ্খই নিজকে জ্ঞানী বুলি ভাবে, কিন্তু জ্ঞানী ব্যক্তিজনে নিজকে মূৰ্খ বুলি জানে।’’ অৰ্থাৎ মুৰ্খসকলে নিজকে অ’ভাৰস্মাৰ্ট বুলি প্ৰতিপন্ন কৰিবলৈ বিচাৰে আৰু স্মাৰ্টসকলে নিজকে উন্মুক্ত কৰি নিদিয়ে৷

ডেভিদ ডানিং আৰু জাষ্টিন ক্ৰুগা নেতৃত্বত কৰ্ণেল বিশ্ববিদ্যালয়ৰ এক অধ্যয়নে দেখুওৱাইছে যে যদি আপুনি নিজৰ বুদ্ধিদীপ্ততাৰ সম্পৰ্কে সঠিকভাৱে জ্ঞাত নহয় তেনে আপুনি যথেষ্ট বুদ্ধিমান৷ ই নিজৰ সীমাৱদ্ধতাক উপলব্ধি কৰিবলৈ আপোনাক যথেষ্ট চিন্তাশীল হোৱাৰ ইংগিত বহন কৰে৷

সাধাৰণতে সংগীতৰ সংগই শিশুৰ বুদ্ধিদীপ্ততা বিকাশত সহায় কৰে, বহু অধ্যয়নত এই তথ্য প্ৰকাশ পাইছে৷

২০১১ চনৰ এক অধ্যয়নত দেখা গৈছিল যে ৪ ৰপৰা ৬ বছৰীয়া শিশুৰ মাজত মৌখিক বুদ্ধিমত্তাৰ পৰীক্ষাত নম্বৰ মাত্ৰ এমাহৰ সংগীত পাঠৰ পিছত বৃদ্ধি পাইছিল।

গ্লেন শ্লেনবাৰ্গৰ নেতৃত্বত ২০০৪ চনত কৰা এক অধ্যয়নত দেখা গৈছিল যে ৯ মাহৰ কীব’ৰ্ড বা ভইচ পাঠ গ্ৰহণ কৰা ৬ বছৰীয়া শিশুৰ নাটকৰ পাঠ গ্ৰহণ কৰা বা কোনো শ্ৰেণী নোহোৱা শিশুতকৈ অধিক IQ বৃদ্ধি হৈছিল।

ইফালে, শ্লেনবাৰ্গৰ নেতৃত্বত ২০১৩ চনত কৰা এক অধ্যয়নত কোৱা হৈছিল যে উচ্চ প্ৰাপ্তিপ্ৰাপ্ত শিশুৱেই সংগীতৰ পাঠ লোৱাৰ সম্ভাৱনা আটাইতকৈ বেছি। অৰ্থাৎ, অধ্যয়নটোৱে কৈছে যে বাস্তৱ পৃথিৱীত, সংগীতৰ প্ৰশিক্ষণে বুদ্ধিদীপ্ততা বৃদ্ধি কৰে৷

ইয়াতে আমি বুদ্ধিদীপ্ততাৰ কেইটামান লক্ষণ উল্লেখ কৰিবলৈ প্ৰয়াস কৰিছোঃ-

১. জ্যেষ্ঠতা!

নৰৱেৰ এপিডেমিঅ’লজিষ্টসকলে ১৯৬৭ চনৰ পৰা ১৯৭৬ চনৰ ভিতৰত জন্ম হোৱা প্ৰায় ২ লাখ ৫০ হাজাৰ ১৮ আৰু ১৯ বছৰীয়া পুৰুষৰ জন্মক্ৰম, স্বাস্থ্যৰ স্থিতি আৰু IQ নম্বৰ পৰীক্ষা কৰিছিল। উক্ত ফলাফলে দেখুৱাইছে যে গড় হিচাপে প্ৰথম সন্তানৰ IQ আছিল ১০৩, দ্বিতীয় সন্তানৰ ১০০ আৰু তৃতীয় সন্তানৰ ৯৯। অৰ্থাৎ ফলাফলে ক্ৰমাগতভাৱে জ্যেষ্ঠ সন্তান বুদ্ধিদীপ্ত বুলি প্ৰতীয়মান কৰিছে৷ অৱশ্যেই ইয়াৰ ব্যতিক্ৰমো নোহোৱা নহয়৷

২. ক্ষীণ

২০০৬ চনত বিজ্ঞানীসকলে পাঁচ বছৰ ভিতৰত প্ৰায় ২,২০০ গৰাকী প্ৰাপ্তবয়স্কৰ বুদ্ধিমত্তা পৰীক্ষা কৰাৰ ফলাফল প্ৰকাশ কৰিছিল৷ ফলাফলত পোৱা গৈছিল যে কঁকাল যিমানে ডাঙৰ হয় বুদ্ধিদীপ্ততা সিমানে কম হয়। অৰ্থাৎ অধ্যয়নে দেখুওৱাইছে যে ক্ষীণসকলৰ বুদ্ধিদীপ্ততা শকতসকলতকৈ বেছি৷ অৱশ্যে ইয়াৰো ব্যতিক্ৰম নোহোৱা নহয়৷

৩. বাওঁহাতীয়া

অধ্যয়নে দেখুওৱাইছে বাওঁহাতীয়া মানুহৰ বুদ্ধিদীপ্ততা বেছি৷ গৱেষণাই বাওঁহাতীয়া লোকৰ ‘ভিন্ন চিন্তাধাৰা’ৰ আৰু ‘সৃজনীশীলতা’ বেছি বুলি প্ৰকাশ পাইছে৷

ইয়াৰ উপৰিও উচ্চতা থকা লোক, চিন্তান্বিত, হাস্যবদন, কৌতূহলী, বিশৃংখল, ফেঁচাৰ দৰে নিশাচৰ আদি গুণবোৰ থকা লোকৰো বুদ্ধিমত্তা অধিক বুলি গৱেষণা আদিত প্ৰমাণ হৈছে৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24intelligent signs
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মংগলে সলনি কৰিব নক্ষত্ৰ, এই ৪ ৰাশিৰ জীৱনলৈ আহিব শুভ সময়
জীৱনশৈলী

মংগলে সলনি কৰিব নক্ষত্ৰ, এই ৪ ৰাশিৰ জীৱনলৈ আহিব শুভ সময়

August 25, 2026
Amazon, Swiggy Instamart আৰু BigBasketৰ লাইচেন্স বাতিল, কিন্তু কিয়?
বাণিজ্য

Amazon, Swiggy Instamart আৰু BigBasketৰ লাইচেন্স বাতিল, কিন্তু কিয়?

August 25, 2026
এই ৩ ৰাশিৰ লোকৰ ওপৰত থাকিব ধনলক্ষ্মীৰ কৃপা, মাথোঁ কৰক এই কাম
জীৱনশৈলী

এই ৩ ৰাশিৰ লোকৰ ওপৰত থাকিব ধনলক্ষ্মীৰ কৃপা, মাথোঁ কৰক এই কাম

August 25, 2026
৭৫খনকৈ বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত ওলাল পোক, নিমখৰ সলনি দিলে ডিটাৰ্জেণ্ট পাউডাৰ
ভাৰত

৭৫খনকৈ বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত ওলাল পোক, নিমখৰ সলনি দিলে ডিটাৰ্জেণ্ট পাউডাৰ

August 25, 2026
Next Post
শৈশৱৰ পৰিয়ালৰ আৰ্থিক সংকটৰ পৰা ভাৰতৰত্নলৈ লতাৰ বৰ্ণিল জীৱন পৰিক্ৰমা…

শৈশৱৰ পৰিয়ালৰ আৰ্থিক সংকটৰ পৰা ভাৰতৰত্নলৈ লতাৰ বৰ্ণিল জীৱন পৰিক্ৰমা...

সমস্যাত ‘মেটা’; বন্ধ হ’ব ফে’চবুক আৰু ইনষ্টাগ্ৰাম!

সমস্যাত ‘মেটা’; বন্ধ হ’ব ফে’চবুক আৰু ইনষ্টাগ্ৰাম!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.