• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বৃহৎ স্বস্তি ইউক্ৰেইনৰ লগতে বিশ্ববাসীৰ : ৰাছিয়াই ঘোষণা কৰিলে যুদ্ধ বিৰতি

বৃহৎ স্বস্তি ইউক্ৰেইনৰ লগতে বিশ্ববাসীৰ : ৰাছিয়াই ঘোষণা কৰিলে যুদ্ধ বিৰতি

4 years ago
জনপ্ৰিয় ধাৰাবাহিক ‘কুমকুম ভাগ্য’ৰ এইগৰাকী অভিনেত্ৰীৰ চৰ*ম পন্থা

জনপ্ৰিয় ধাৰাবাহিক ‘কুমকুম ভাগ্য’ৰ এইগৰাকী অভিনেত্ৰীৰ চৰ*ম পন্থা

23 minutes ago
শান্তি চুক্তিৰ চৰ্চাৰ মাজতে ইৰানৰ বাবে ইউৰোপৰ ৪খন দেশে আনিছে ভাল খবৰ

শান্তি চুক্তিৰ চৰ্চাৰ মাজতে ইৰানৰ বাবে ইউৰোপৰ ৪খন দেশে আনিছে ভাল খবৰ

1 hour ago
মোবাইলত ভালকৈ টাইপ কৰিব পৰা নাই? সাৱধান আপুনিও হ’ব পাৰে এই ৰোগৰ স্বীকাৰ

মোবাইলত ভালকৈ টাইপ কৰিব পৰা নাই? সাৱধান আপুনিও হ’ব পাৰে এই ৰোগৰ স্বীকাৰ

2 hours ago
সূৰ্যবংশী মানেই যেন ক্ৰিকেটৰ পথাৰত ধুমুহাৰ আন এটা নাম

সূৰ্যবংশী মানেই যেন ক্ৰিকেটৰ পথাৰত ধুমুহাৰ আন এটা নাম

3 hours ago
উদিত নাৰায়ণ নহয়, এইগৰাকী কণ্ঠশিল্পীয়ে কণ্ঠদানৰ কথা আছিল ‘পাপা কহতে হ্যায়…’ গানটো

উদিত নাৰায়ণ নহয়, এইগৰাকী কণ্ঠশিল্পীয়ে কণ্ঠদানৰ কথা আছিল ‘পাপা কহতে হ্যায়…’ গানটো

3 hours ago
এছিয়াৰ ভিতৰতে সৰ্ববৃহৎ ৮২ ফুট উচ্চতাৰ শ্ৰীৰামৰ প্ৰতিমূৰ্তি নিৰ্মাণত বাধা

এছিয়াৰ ভিতৰতে সৰ্ববৃহৎ ৮২ ফুট উচ্চতাৰ শ্ৰীৰামৰ প্ৰতিমূৰ্তি নিৰ্মাণত বাধা

4 hours ago
শৰণাৰ্থী শিবিৰৰ পৰা বিশ্বকাপ ফুটবলৰ মঞ্চলৈ, অষ্ট্ৰেলিয়াৰ নতুন নায়ক ইৰানকুণ্ডা

শৰণাৰ্থী শিবিৰৰ পৰা বিশ্বকাপ ফুটবলৰ মঞ্চলৈ, অষ্ট্ৰেলিয়াৰ নতুন নায়ক ইৰানকুণ্ডা

5 hours ago
দেউৰী-কাৰ্বি শিপিনী, বাঁহৰ সামগ্ৰী নিৰ্মাণ কৰা শিল্পীসকললৈ সুখবৰ

দেউৰী-কাৰ্বি শিপিনী, বাঁহৰ সামগ্ৰী নিৰ্মাণ কৰা শিল্পীসকললৈ সুখবৰ

6 hours ago
এইবাৰ সমগ্ৰ ‘মধ্য-প্ৰাচ্য’ৰ ৰক্ষকৰ ভূমিকা গ্ৰহণৰ হুংকাৰ ট্ৰাম্পৰ

এইবাৰ সমগ্ৰ ‘মধ্য-প্ৰাচ্য’ৰ ৰক্ষকৰ ভূমিকা গ্ৰহণৰ হুংকাৰ ট্ৰাম্পৰ

7 hours ago
এইকেইটা ৰাশিৰ লোকৰ বন্ধ হৈ থকা উপাৰ্জনৰ পথ পুনৰ মুকলি হ’ব

এইকেইটা ৰাশিৰ লোকৰ বন্ধ হৈ থকা উপাৰ্জনৰ পথ পুনৰ মুকলি হ’ব

8 hours ago
কুম্ভ ৰাশিত ৰাহু ট্ৰেনজিট! এই সময় ৩ৰাশিৰ বাবে ভাল সময়, ভাল খবৰ লাভ কৰিব কোন কোন ৰাশিয়ে?

কাইলৈ ভাগ্যই লগ এৰিব নেকি আপোনাৰ? ৰাশিফলে দিছে ডাঙৰ ইংগিত!

20 hours ago
সংগীৰ ওচৰত যাবলৈ অনিহা? পাকঘৰৰ এই সামগ্ৰীয়ে বৃদ্ধি কৰিব কামনা!

সংগীৰ ওচৰত যাবলৈ অনিহা? পাকঘৰৰ এই সামগ্ৰীয়ে বৃদ্ধি কৰিব কামনা!

20 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, June 15, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ৰাজনীতি

বৃহৎ স্বস্তি ইউক্ৰেইনৰ লগতে বিশ্ববাসীৰ : ৰাছিয়াই ঘোষণা কৰিলে যুদ্ধ বিৰতি

editor by editor
March 5, 2022
in বিশ্ব, ৰাজনীতি
0
বৃহৎ স্বস্তি ইউক্ৰেইনৰ লগতে বিশ্ববাসীৰ : ৰাছিয়াই ঘোষণা কৰিলে যুদ্ধ বিৰতি
0
SHARES
511
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ৰাছিয়াৰ ইউক্ৰেইন আক্ৰমণৰ দশমটো দিনত ইউক্ৰেইনৰ লগতে বিশ্ববাসীৰ আহিছে সকাহজনক বৃহৎ সুখবৰ৷

আক্ৰমণকাৰী ৰাছিয়াই ইউক্ৰেইনৰ বিৰুদ্ধে সাময়িক যুদ্ধ বিৰতি ঘোষণা কৰিছে৷

সংবাদ সংস্থা এএফপি-এ প্ৰকাশ কৰা অনুসৰি মাৰিয়’পুল আৰু ভ’লন’ভাখাৰ বাসিন্দাসকলক দেশ ত্যাগ কৰাৰ সুযোগ প্ৰদান কৰি ৰাছিয়াই এই সাময়িক যুদ্ধ বিৰতি ঘোষণা কৰিছে৷

লগতে পঢ়ক প্ৰাণৰ মমতাত যুদ্ধক্ষেত্ৰ ত্যাগ কৰি বিদেশলৈ পলায়ন ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কি!

ৰাছিয়াৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ে ঘোষণা কৰা অনুসৰি ইউক্ৰেইনৰ চহৰ মাৰিয়’পুল আৰু ভ’লন’ভাখাৰ বাসিন্দাসকল দেশ ত্যাগ কৰাৰ সুযোগ প্ৰদান কৰিবলৈ মানৱীয়তাৰ খাতিৰত এই সাময়িক যুদ্ধ বিৰতি ঘোষণা কৰা হৈছে৷

কেইবাদিন ধৰি মাৰিয়’পুলক ঘেৰাও কৰি ৰাছিয়াৰ বাহিনীয়ে প্ৰচণ্ড শীততো ইয়াৰ বিদ্যুৎ, খাদ্য, পানী পৰিবহন আদি কৰ্তন কৰি দিয়াৰ ফলত দ্বিতীয় বিশ্বযুদ্ধত লেনিনগ্ৰাডৰ নাজী অৱৰোধৰ কৰাৰ দৰেই এক পৰিৱেশৰ সূচনা হৈছে৷

চহৰখনৰ মেয়ৰ ভাদিম বয়চেঙ্কোৱে বৰ্তমানৰ মানৱীয় সমস্যাৰ সমাধান আৰু মাৰিয়’পুলক অৱৰোধৰ পৰা মুক্ত কৰাৰ যিকোনা সম্ভৱপৰ উপায় বিচাৰি আছোঁ বুলি কৈ যুদ্ধবিৰতি আৰু খাদ্য আৰু ঔষধৰ বাবে মানৱীয় কৰিডৰৰ আহ্বান জনাইছিল।

লগতে পঢ়ক অষ্ট্ৰেলিয়াৰ কিম্বদন্তী ক্ৰিকেটাৰ শ্বেন ৱাৰ্ণৰ মৃত্যু

ইয়াৰ পিছতে ৰাছিয়াই সাময়িক যুদ্ধ বিৰতিৰ ঘোষণা কৰিছে৷ অৱশ্যে এই সাময়িক যুদ্ধ বিৰতি কিমান সময়ৰ বাবে বলৱৎ থাকিব সেয়া ক্ৰেমলিনে স্পষ্টকৈ প্ৰকাশ কৰা নাই৷

ইফালে আজভ সাগৰৰ উপকূলৱৰ্তী প্ৰায় ৪,৫০,০০০ জনসংখ্যাৰ চহৰ মাৰিয়’পুল দখল ৰাছিয়ান বাহিনীৰ বাবে এক ডাঙৰ প্ৰাপ্তি বুলি চিহ্ণিত হৈছে৷

ইউক্ৰেইনৰ এই চহৰখন দখলেৰে সামুদ্ৰিক প্ৰৱেশ পথত তীব্ৰ আঘাত ৰক্ষা কৰিব আৰু সংযুক্ত ক্ৰিমিয়া আৰু ডনবাছৰ পৰা অহা সৈন্যসকলক সংসৱদ্ধ কৰিবলৈ ৰাছিয়াৰ বাবে অতি সহজ হৈ পৰিব৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabaraxom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamrussia ceasefireRussia Ukraine invasion
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

শান্তি চুক্তিৰ চৰ্চাৰ মাজতে ইৰানৰ বাবে ইউৰোপৰ ৪খন দেশে আনিছে ভাল খবৰ
বিশ্ব

শান্তি চুক্তিৰ চৰ্চাৰ মাজতে ইৰানৰ বাবে ইউৰোপৰ ৪খন দেশে আনিছে ভাল খবৰ

June 15, 2026
এছিয়াৰ ভিতৰতে সৰ্ববৃহৎ ৮২ ফুট উচ্চতাৰ শ্ৰীৰামৰ প্ৰতিমূৰ্তি নিৰ্মাণত বাধা
বিশ্ব

এছিয়াৰ ভিতৰতে সৰ্ববৃহৎ ৮২ ফুট উচ্চতাৰ শ্ৰীৰামৰ প্ৰতিমূৰ্তি নিৰ্মাণত বাধা

June 15, 2026
শৰণাৰ্থী শিবিৰৰ পৰা বিশ্বকাপ ফুটবলৰ মঞ্চলৈ, অষ্ট্ৰেলিয়াৰ নতুন নায়ক ইৰানকুণ্ডা
বিনোদন

শৰণাৰ্থী শিবিৰৰ পৰা বিশ্বকাপ ফুটবলৰ মঞ্চলৈ, অষ্ট্ৰেলিয়াৰ নতুন নায়ক ইৰানকুণ্ডা

June 15, 2026
দেউৰী-কাৰ্বি শিপিনী, বাঁহৰ সামগ্ৰী নিৰ্মাণ কৰা শিল্পীসকললৈ সুখবৰ
অসম

দেউৰী-কাৰ্বি শিপিনী, বাঁহৰ সামগ্ৰী নিৰ্মাণ কৰা শিল্পীসকললৈ সুখবৰ

June 15, 2026
Next Post
সমগ্ৰ ইউক্ৰেইনতে নহয়, মাত্ৰ দুখন চহৰতে কিয় ৰাছিয়াৰ এই সাময়িক যুদ্ধবিৰতি?

সমগ্ৰ ইউক্ৰেইনতে নহয়, মাত্ৰ দুখন চহৰতে কিয় ৰাছিয়াৰ এই সাময়িক যুদ্ধবিৰতি?

লক্ষ্য ভাৰত সীমান্ত! জিডিপি বৃদ্ধিৰ হাৰ হ্ৰাস হ’লেও প্ৰতিৰক্ষা ব্যয় বৃদ্ধি চীনৰ

লক্ষ্য ভাৰত সীমান্ত! জিডিপি বৃদ্ধিৰ হাৰ হ্ৰাস হ’লেও প্ৰতিৰক্ষা ব্যয় বৃদ্ধি চীনৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.