• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ৰাজধানী কীয়েভসহ চাৰি চহৰত যুদ্ধবিৰতি ৰাছিয়াৰ; নাটক আখ্যা ইউক্ৰকেইনৰ

ৰাজধানী কীয়েভসহ চাৰি চহৰত যুদ্ধবিৰতি ৰাছিয়াৰ; নাটক আখ্যা ইউক্ৰকেইনৰ

4 years ago
বিনামূলীয়া লেনদেনৰ দিন শেষ! ১৫ ফেব্ৰুৱাৰীৰ পৰা খৰচ বাঢ়িল SBI গ্ৰাহকৰ

বিনামূলীয়া লেনদেনৰ দিন শেষ! ১৫ ফেব্ৰুৱাৰীৰ পৰা খৰচ বাঢ়িল SBI গ্ৰাহকৰ

20 minutes ago
কাইলৈ মৌনী অমাবস্যাত পঞ্চগ্ৰহী যোগ, ৫ গ্ৰহৰ মিলনত ক্ষতিৰ আশংকা ৫ৰাশিৰ জীৱনত

কাইলৈ মৌনী অমাবস্যাত পঞ্চগ্ৰহী যোগ, ৫ গ্ৰহৰ মিলনত ক্ষতিৰ আশংকা ৫ৰাশিৰ জীৱনত

1 hour ago
যৌ** আকাঙ্ক্ষা ভুল নহয়, যৌ** আকাঙ্ক্ষা আত্মপ্ৰেম আৰু মহাজাগতিক শক্তিৰ আন এক ৰূপ, ১৫ বছৰীয়া কিশোৰো প্ৰেমত পৰা কোন এইগৰাকী সীমা আনন্দ?

যৌ** আকাঙ্ক্ষা ভুল নহয়, যৌ** আকাঙ্ক্ষা আত্মপ্ৰেম আৰু মহাজাগতিক শক্তিৰ আন এক ৰূপ, ১৫ বছৰীয়া কিশোৰো প্ৰেমত পৰা কোন এইগৰাকী সীমা আনন্দ?

2 hours ago
COAS Honors ZRO Shillong for Outstanding Recruitment Efforts in North East

COAS Honors ZRO Shillong for Outstanding Recruitment Efforts in North East

3 hours ago
চাৰে সাতি দশাইয়ো কোনো ক্ষতি কৰিব নোৱাৰে, পঞ্চমহাপুৰুষ ৰাজযোগ অত্যন্ত শুভ এই ৩ৰাশিৰ বাবে

চাৰে সাতি দশাইয়ো কোনো ক্ষতি কৰিব নোৱাৰে, পঞ্চমহাপুৰুষ ৰাজযোগ অত্যন্ত শুভ এই ৩ৰাশিৰ বাবে

3 hours ago
অ-হিন্দুৰ প্ৰৱেশ নিষেধ, ছাইনবোৰ্ড হৰিদ্বাৰৰ এইকেইটা ঘাটত, কোন কোন এলেকাত এই নিয়ম লাঘু কৰা হৈছে?

অ-হিন্দুৰ প্ৰৱেশ নিষেধ, ছাইনবোৰ্ড হৰিদ্বাৰৰ এইকেইটা ঘাটত, কোন কোন এলেকাত এই নিয়ম লাঘু কৰা হৈছে?

4 hours ago
১১০ বছৰ বয়সত শেষ বিবাহ, ১১০ বছৰ বয়সত হৈছে সন্তানো! সন্তান আৰু নাতিসহিতে মুঠ ১৫০ সদস্য, ১৪২ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰিলে শ্বেখ নাছেৰে

১১০ বছৰ বয়সত শেষ বিবাহ, ১১০ বছৰ বয়সত হৈছে সন্তানো! সন্তান আৰু নাতিসহিতে মুঠ ১৫০ সদস্য, ১৪২ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰিলে শ্বেখ নাছেৰে

4 hours ago
পুৰুষৰ এণ্ড্ৰোপজৰ সমস্যা প্ৰকৃততে কি? এই সমস্যাৰ পৰা হাত সাৰিব পাৰিনে?

পুৰুষৰ এণ্ড্ৰোপজৰ সমস্যা প্ৰকৃততে কি? এই সমস্যাৰ পৰা হাত সাৰিব পাৰিনে?

22 hours ago
ফেব্ৰুৱাৰীত ৩বাৰ গোচৰ কৰিব সূৰ্যই, ৰজা হ’ব ৩ৰাশি, দুৰ্দান্ত অগ্ৰগতি

ফেব্ৰুৱাৰীত ৩বাৰ গোচৰ কৰিব সূৰ্যই, ৰজা হ’ব ৩ৰাশি, দুৰ্দান্ত অগ্ৰগতি

22 hours ago
সকলো কথা প্ৰচাৰ হৈ থাকিলে কেতিয়াবা কিন্তু বিপক্ষক সহায় কৰাহে হয়ঃগৰিমা শইকীয়া গাৰ্গ

সকলো কথা প্ৰচাৰ হৈ থাকিলে কেতিয়াবা কিন্তু বিপক্ষক সহায় কৰাহে হয়ঃগৰিমা শইকীয়া গাৰ্গ

24 hours ago
কাইলৈৰ ৰাশিফলঃ বছৰৰ প্ৰথম চতুৰ্গ্ৰহী যোগ, শনিৰ দয়া থাকিব এই ৫ৰাশিত

কাইলৈৰ ৰাশিফলঃ বছৰৰ প্ৰথম চতুৰ্গ্ৰহী যোগ, শনিৰ দয়া থাকিব এই ৫ৰাশিত

24 hours ago
ৰাহুৰ খেলা আৰম্ভ হ’ব, ১৫ এপ্ৰিল পৰ্যন্ত ৩ ৰাশিৰ গোল্ডেন টাইম চলিব

ৰাহুৰ খেলা আৰম্ভ হ’ব, ১৫ এপ্ৰিল পৰ্যন্ত ৩ ৰাশিৰ গোল্ডেন টাইম চলিব

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, January 17, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ৰাজনীতি

ৰাজধানী কীয়েভসহ চাৰি চহৰত যুদ্ধবিৰতি ৰাছিয়াৰ; নাটক আখ্যা ইউক্ৰকেইনৰ

editor by editor
March 7, 2022
in বিশ্ব, ৰাজনীতি
0
ৰাজধানী কীয়েভসহ চাৰি চহৰত যুদ্ধবিৰতি ৰাছিয়াৰ; নাটক আখ্যা ইউক্ৰকেইনৰ
0
SHARES
103
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

সোমবাৰে ৰাছিয়াই ইউক্ৰেইন আক্ৰমণৰ ১২ দিনত ভৰি দিলে৷ এই ১২ টা দিনত ৰাছিয়াই ইউক্ৰেইনৰ পৰা পোৱা প্ৰৱল প্ৰতিৰোধৰ বাবে এতিয়াও ৰাজধানী কীয়েভ সম্পূৰ্ণৰূপে দখল কৰিবলৈ সক্ষম হোৱা নাই৷

ইয়াৰ মাজতে এইবাৰ ৰাছিয়াই আৰু চাৰিখন চহৰত যুদ্ধবিৰতিৰ ঘোষণা কৰিছে৷ ৰাছিয়াৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ে ঘোষণা কৰা অনুসৰি ইউক্ৰেইনৰ ৰাজধানী কীয়েভ, খাৰকিভ, মাৰিয়’পুল আৰু চুমিত যুদ্ধ বিৰতি ঘোষণা কৰিছে৷

ভাৰতীয় সময় অনুসৰি সোমবাৰে দুপৰীয়া ১২.৩০ বজাৰ পৰা উক্ত চাৰি চহৰত যুদ্ধবিৰতি আৰম্ভ হৈছে৷ চহৰকেইখনৰ সাধাৰণ নাগৰিকসকলক স্থানান্তৰ কৰিবলৈ মানৱীয়তাৰ খাতিৰত মানৱীয় ক’ৰিডৰ মুকলি কৰাৰ উদ্দেশ্যৰে এই যুদ্ধবিৰতি ঘোষণা কৰা বুলি ৰাছিয়াৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ে ঘোষণা কৰিছে৷

 

লগতে পঢ়ক এইবাৰ নিজৰ দুৰ্ঘটনাক লৈ ‘কাচা বাদাম’ৰ গায়ক ভুৱন বাদ্যকাৰৰ নতুন গান

সংবাদ মাধ্যমত প্ৰকাশ পোৱা অনুসৰি ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰ’ণৰ ব্যক্তিগত অনুৰোধক সন্মান কৰিহে ৰাছিয়াই মানৱীয় কৰিড’ৰসমূহ স্থাপন কৰিছে৷

ইফালে ইউক্ৰেইনে ৰাছিয়াৰ এই যুদ্ধবিৰতিক নাটক বুলিহে আখ্যা দিছে৷ ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভ’ল’দিমিৰ জেলেনস্কিয়ে দাবী কৰিছে ইয়াৰ পূৰ্বে মাৰিয়’পুল আৰু ভলন’ভাখা চহৰত যুদ্ধবিৰতি ঘোষণা কৰিও ৰাছিয়াই গোলাবৰ্ষণ তথা আক্ৰমণ অব্যাহত ৰাখিছিল৷ ৰাছিয়াই প্ৰতিবাৰেই যুদ্ধবিৰতি উলংঘা কৰি আহিছে বুলিও ৰাষ্ট্ৰপতি জেলেনস্কিয়ে দাবী কৰিছে৷

 

লগতে পঢ়ক গ্ৰেপ্তাৰ হ’ব অভিনেত্ৰী সোণাক্ষী সিনহা! সোণাক্ষীৰ বিৰুদ্ধে জামিনবিহীন গ্ৰেপ্তাৰী পাৰোৱানা জাৰি

সোমবাৰে ৰাছিয়াৰ ইউক্ৰেইন আক্ৰমণে ১২ দিন স্পৰ্শ কৰাৰ পূৰ্বে দেওবাৰেলৈকে যুদ্ধবিধ্বস্ত ইউক্ৰেইনত ২৬০ গৰাকী সাধাৰণ লোকৰ মৃ্ত্যু হৈছে৷ এই তথ্য সদৰী কৰি ৰাষ্ট্ৰসংঘই লগতে কয় যে ইউক্ৰেইনৰ পৰা অতি কমেও ১০ লাখ লোকে দেশ এৰি অন্য দেশলৈ পলায়ন কৰি শৰণাৰ্থী হৈছে৷

ইফালে ইয়াৰ মাজতে খাৰকিভৰ এটা পৰমাণু শক্তি কেন্দ্ৰত ৰাছিয়াই ক্ষেপণাস্ত্ৰ আৰু গ্ৰেণেণ্ড লাঞ্চাৰেৰে আক্ৰমণ অব্যাহত ৰখা বুলিও ইউক্ৰেইনে দাবী কৰিছে৷ যিকোনো মুহূৰ্তে উক্ত পৰমাণু কেন্দ্ৰটো বিস্ফোৰণ ঘটিব পাৰে আৰু বিস্ফোৰণ সংঘটিত হ’লে সমগ্ৰ ইউৰোপতে ইয়াৰ ভয়ংকৰ প্ৰভাৱ পৰিব বুলিও ইউক্ৰেইনে সদৰী কৰিছে৷

 

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamrussia ceasefireRussia Ukraine invasion
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ভেনিজুৱেলাৰ অন্তৰ্বৰ্তীকালীন প্ৰেছিডেণ্ট ডোনাল্ড ট্ৰাম্প, নিজেই নিজকে ভেনিজুৱেলাৰ শাসক ঘোষণা কৰি কি কৈছে ট্ৰাম্পে?
বিবিধ

ভেনিজুৱেলাৰ অন্তৰ্বৰ্তীকালীন প্ৰেছিডেণ্ট ডোনাল্ড ট্ৰাম্প, নিজেই নিজকে ভেনিজুৱেলাৰ শাসক ঘোষণা কৰি কি কৈছে ট্ৰাম্পে?

January 12, 2026
৭৮ টাকৈ টোপনিৰ ঔষধ খাই জীৱনক বিদায় দিব খুজিছিল বংগৰ কণ্ঠশিল্পী দেৱলীনা নন্দীয়ে, বৰ্তমান সুস্থ দেৱলীনা, কিন্তু কেনেকৈ এই মিৰাকল?
চিনেমা

৭৮ টাকৈ টোপনিৰ ঔষধ খাই জীৱনক বিদায় দিব খুজিছিল বংগৰ কণ্ঠশিল্পী দেৱলীনা নন্দীয়ে, বৰ্তমান সুস্থ দেৱলীনা, কিন্তু কেনেকৈ এই মিৰাকল?

January 10, 2026
কেৱল তেলেই নহয়, সোণৰ খনিৰ ওপৰত বহি আছে ভেনিজুৱেলা, ভেনিজুৱেলাৰ হাতত কিমান সোণ আছে?
জীৱনশৈলী

কেৱল তেলেই নহয়, সোণৰ খনিৰ ওপৰত বহি আছে ভেনিজুৱেলা, ভেনিজুৱেলাৰ হাতত কিমান সোণ আছে?

January 6, 2026
সূৰ্যৰ বছৰত উদিত শনিয়ে দেখুৱাব শক্তি, ২৬ত ৩ৰাশিয়ে পাব লক্ষ্মীদেৱীৰ অশেষ কৃপা
জীৱনশৈলী

সূৰ্যৰ বছৰত উদিত শনিয়ে দেখুৱাব শক্তি, ২৬ত ৩ৰাশিয়ে পাব লক্ষ্মীদেৱীৰ অশেষ কৃপা

January 6, 2026
Next Post
৬৭ সংখ্যক জন্মদিনত অভিনেতা অনুপম খেৰে শ্বেয়াৰ কৰিলে নিজৰ অৰ্ধনগ্ন ফ’টো, কিন্তু কিয়?

৬৭ সংখ্যক জন্মদিনত অভিনেতা অনুপম খেৰে শ্বেয়াৰ কৰিলে নিজৰ অৰ্ধনগ্ন ফ’টো, কিন্তু কিয়?

প্ৰেম বিবাহৰ পিছতো সংসাৰত সমস্যাৰ সৃষ্টি হৈছে নেকি? তেনে এই দিশবোৰত গুৰুত্ব দিয়ক…

প্ৰেম বিবাহৰ পিছতো সংসাৰত সমস্যাৰ সৃষ্টি হৈছে নেকি? তেনে এই দিশবোৰত গুৰুত্ব দিয়ক…

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.