• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
horoscope

আজিৰ দিনটো আপোনাৰ কেনেকৈ যাব?

4 years ago
ম’হ লৈ কাৰ্যালয়লৈ আহিল কাউন্সিলাৰ, লগত বেণ্ড পাৰ্টী

ম’হ লৈ কাৰ্যালয়লৈ আহিল কাউন্সিলাৰ, লগত বেণ্ড পাৰ্টী

21 minutes ago
পচা আলুৰ বাবেই ৬ মহীয়া শিশুক নিৰ্মমভাৱে প্ৰহাৰ কৰি হ*ত্যা কৰিলে পিতৃয়ে

পচা আলুৰ বাবেই ৬ মহীয়া শিশুক নিৰ্মমভাৱে প্ৰহাৰ কৰি হ*ত্যা কৰিলে পিতৃয়ে

49 minutes ago
৮৫ বছৰীয়া পত্নীৰ অন্ত্যেষ্টিক্ৰিয়াত উপস্থিত ২৫ বছৰীয়া যুৱক

৮৫ বছৰীয়া পত্নীৰ অন্ত্যেষ্টিক্ৰিয়াত উপস্থিত ২৫ বছৰীয়া যুৱক

2 hours ago
মাত্ৰ ১০০ টকা বিনিয়োগ কৰিও পাব পাৰে সাংঘটিক লাভ

মাত্ৰ ১০০ টকা বিনিয়োগ কৰিও পাব পাৰে সাংঘটিক লাভ

3 hours ago
ছুপাৰষ্টাৰ প্ৰিয়ংকা চোপ্ৰাক সঁচাকৈয়ে হলীউডৰ অভিনেতাই কৰিলে নেকি প্ৰৱঞ্চনা?

ছুপাৰষ্টাৰ প্ৰিয়ংকা চোপ্ৰাক সঁচাকৈয়ে হলীউডৰ অভিনেতাই কৰিলে নেকি প্ৰৱঞ্চনা?

3 hours ago
‘পত্নীয়ে ক’লৈ যাব, কিয় যাব তাৰ অনুমতি স্বামীৰ পৰা ল’ব নালাগে’

‘পত্নীয়ে ক’লৈ যাব, কিয় যাব তাৰ অনুমতি স্বামীৰ পৰা ল’ব নালাগে’

4 hours ago
খান ছাৰৰ অবৈধ সম্পৰ্ক? খান ছাৰৰ বিৰুদ্ধে আৰক্ষীক গোচৰ যুৱতীৰ

খান ছাৰৰ অবৈধ সম্পৰ্ক? খান ছাৰৰ বিৰুদ্ধে আৰক্ষীক গোচৰ যুৱতীৰ

4 hours ago
আজি এই ৩ ৰাশিৰ বাবে বিশেষ উল্লেখযোগ্য দিন

আজি এই ৩ ৰাশিৰ বাবে বিশেষ উল্লেখযোগ্য দিন

5 hours ago
TNPLত আশ্বৰ্যকৰ ঘটনা, ইনিংছৰ প্ৰথম তিনিটা বলতেই hattrick

TNPLত আশ্বৰ্যকৰ ঘটনা, ইনিংছৰ প্ৰথম তিনিটা বলতেই hattrick

13 hours ago
পিঁয়াজেও নিয়ন্ত্ৰণ কৰিব পাৰে ডায়েবেটিছ

পিঁয়াজেও নিয়ন্ত্ৰণ কৰিব পাৰে ডায়েবেটিছ

14 hours ago
বিদ্যালয়-মহাবিদ্যালয়ৰ নামভৰ্তি প্ৰ-পত্ৰৰ পৰা আঁতৰিব ST, SC, OBCৰ পৃথক স্তম্ভ

বিদ্যালয়-মহাবিদ্যালয়ৰ নামভৰ্তি প্ৰ-পত্ৰৰ পৰা আঁতৰিব ST, SC, OBCৰ পৃথক স্তম্ভ

14 hours ago
বিচনা দাঙিয়েই চকু কপালত উঠিল তদন্তকাৰী দলৰ, আৰু তাৰ পিছত…

বিচনা দাঙিয়েই চকু কপালত উঠিল তদন্তকাৰী দলৰ, আৰু তাৰ পিছত…

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, August 27, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home লেখা

আজিৰ দিনটো আপোনাৰ কেনেকৈ যাব?

আজি আপোনাৰ ১৬ মাৰ্চ দিনটো...

editor by editor
March 16, 2022
in জীৱনশৈলী, বিবিধ
0
horoscope

horoscope-for-today-12-03-2022

0
SHARES
159
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

মেঘ— এই ৰাশিৰ জাতক-জাতিকাই আজিৰ দিনটোত কৃতকাৰ্যতাৰই মনত আনন্দ দিব৷ দিনৰ দুই বজাৰ পাছত যাত্ৰা নকৰাই ভাল৷ শৰীৰ ভালেই যাব৷

 বৃষ— দিনটো ভালেই দেখা যায়৷ হনুমান মন্দিৰ দৰ্শন কৰিব৷ শৰীৰৰ প্ৰতি যত্ন ৰাখিব৷ প্ৰেমত সাফল্য আশা কৰিব পাৰে৷ উচ্চ শিক্ষাত বাধা দূৰ হ’ব৷

মিথুন— কৰ্মক্ষেত্ৰত সহকৰ্মীৰ লগত বুজাবুজি ঠিক থাকিব৷ হাতত লোৱা কামবিলাক শেষ কৰাৰ চেষ্টা কৰক৷ ব্যৱসায়ত মধ্যম৷ প্ৰেমত বাধা নাই৷

SEE MORE: যুদ্ধৰ নতুন মোৰ! ৰাছিয়ান সেনাক আত্মসমৰ্পণৰ আহ্বান ইউক্ৰেইন ৰাষ্ট্ৰপতি জেলেনলস্কিৰ

কৰ্কট— হাতত লোৱা কামবিলাক শেষ কৰাৰ চেষ্টা কৰক৷ ধনাগম মধ্যম৷ ওচৰত থকা কোনো বন্ধুৰ লগত বহুদিনৰ পিছত আপোনাৰ সাক্ষাৎ হ’ব পাৰে৷

সিংহ— আজি পুৱা ঘৰৰ পৰা ওলাই আহোতে শনি মন্দিৰত ৮টা তিল তেলৰ প্ৰদীপ জ্বলাব৷ ৰাতি নিৰামিষ আহাৰ খাব আৰু অশুভ কৰ্ম নকৰিব৷

কন্যা— আপোনাৰ ব্যৱসায়ৰ আকস্মিক পৰিবৰ্তন আহিব পাৰে৷ প্ৰতিযোগিতামূলক পৰীক্ষাত উত্তীৰ্ণ হ’ব পাৰিব৷ সন্তানৰ ক্ষেত্ৰত শুভ নহ’ব৷ বিদ্যাৰ্থীসকলৰ দিনটো শুভ৷

SEE MORE: বিধানসভাত জুই বৰষি চৰকাৰক তুলাধুনা বিধায়ক অখিল গগৈৰ; নিস্তব্ধ সদন

তুলা— আপোনাৰ মাটিৰ কামৰ সমস্যা সমাধান হ’ব পাৰে৷ ধনস্থান ভাল৷ প্ৰেমত সাফল্য আশা কৰিব পাৰে৷ দাম্পত্যত মধ্যম৷ উচ্চ শিক্ষাত বাধা দূৰ হ’ব৷

বৃশ্চিক— চাকৰি ক্ষেত্ৰত উন্নতিৰ অযথা পলম আৰু বাধা আহিব৷ স্থাৱৰ সম্পত্তিৰ লাভৰ যোগ৷ ব্যৱসায়ত শুভ যদিও কোনো দিশৰ পৰা লোকচানৰ সম্ভাৱনা৷

ধনু— আপোনাৰ আৰ্থিক দিশত সফলতা আহিব৷ ব্যৱসায়তো শুভ ফল আশা কৰিব পাৰে৷ যান-বাহন, ভূমি লাভৰ সুযোগ৷ দুৰ্ঘটনা আদিৰ পৰা সাৱধান হ’ব৷

SEE MORE: কাইলৈ পৰা ১২-১৪ বছৰীয়া কিশোৰ-কিশোৰীৰ কোভিড টিকাকৰণ, কেনেকৈ কৰিব পঞ্জীয়ন?

মকৰ— নিবনুৱা ব্যক্তিৰ কৰ্মলাভৰ যোগ আছে৷ শৰীৰৰ ক্ষেত্ৰত শুভ ফল আশা কৰিব নোৱাৰে৷ ভ্ৰমণত সাৱধান হওঁক৷ প্ৰেমৰ ক্ষেত্ৰত বাধাসমূহ দূৰ৷

কুম্ভ— বিবাহৰ ক্ষেত্ৰত ওচৰ-চুবুৰীয়া তথা আত্মীয়ই শত্ৰুতা আহিব পাৰে৷ ভ্ৰমণত সাৱধান হ’ব৷ স্বাস্থ্য মধ্যম৷ মামলা-মোকদৰ্মাৰ পৰা দূৰৈত থকাতো ভাল হ’ব৷

মীন— শিল্পী-সাহিত্যিকৰ বাবে শুভ সময়৷ আনৰ চেষ্টাত ভুল বুজাবুজি দূৰ হ’ব৷ দাম্পত্য জীৱন সুখকৰ হ’ব৷সন্তানৰ যশ-কীৰ্তিত আনন্দ লাভ৷

SEE MORE

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka newsassam ka tazza khabarassam live 24astrologyastronomyaxom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamDAILY ASTROLOGYDAILY ASTRONOMYdaily horoscopedaily horoscope for today in assamesehoroscopehoroscope for todayhoroscope in assameseRATNA KUBER HOROSCOPE ADVICE
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ম’হ লৈ কাৰ্যালয়লৈ আহিল কাউন্সিলাৰ, লগত বেণ্ড পাৰ্টী
ভাৰত

ম’হ লৈ কাৰ্যালয়লৈ আহিল কাউন্সিলাৰ, লগত বেণ্ড পাৰ্টী

August 27, 2026
পচা আলুৰ বাবেই ৬ মহীয়া শিশুক নিৰ্মমভাৱে প্ৰহাৰ কৰি হ*ত্যা কৰিলে পিতৃয়ে
অপৰাধ

পচা আলুৰ বাবেই ৬ মহীয়া শিশুক নিৰ্মমভাৱে প্ৰহাৰ কৰি হ*ত্যা কৰিলে পিতৃয়ে

August 27, 2026
৮৫ বছৰীয়া পত্নীৰ অন্ত্যেষ্টিক্ৰিয়াত উপস্থিত ২৫ বছৰীয়া যুৱক
বিবিধ

৮৫ বছৰীয়া পত্নীৰ অন্ত্যেষ্টিক্ৰিয়াত উপস্থিত ২৫ বছৰীয়া যুৱক

August 27, 2026
মাত্ৰ ১০০ টকা বিনিয়োগ কৰিও পাব পাৰে সাংঘটিক লাভ
বাণিজ্য

মাত্ৰ ১০০ টকা বিনিয়োগ কৰিও পাব পাৰে সাংঘটিক লাভ

August 27, 2026
Next Post
OYO হোটেলৰ দলৱদ্ধ ধৰ্ষণ কাণ্ডৰ মূল অভিযুক্তক গুলীয়াই হত্যা মহানগৰ আৰক্ষীৰ

OYO হোটেলৰ দলৱদ্ধ ধৰ্ষণ কাণ্ডৰ মূল অভিযুক্তক গুলীয়াই হত্যা মহানগৰ আৰক্ষীৰ

লক্ষ্য সোণ! পেৰিছ অলিম্পিকৰ লাভলীনা-হিমাৰ দায়িত্ব ল’লে অসম চৰকাৰে

লক্ষ্য সোণ! পেৰিছ অলিম্পিকৰ লাভলীনা-হিমাৰ দায়িত্ব ল’লে অসম চৰকাৰে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.