• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
‘দাঢ়ি, টুপী, বোৰ্খা আৰু লুঙী’ৰ চৰকাৰ বনোৱা তত্ত্বৰ পৃষ্ঠপোষক ৰিপুণ বৰা’

‘দাঢ়ি, টুপী, বোৰ্খা আৰু লুঙী’ৰ চৰকাৰ বনোৱা তত্ত্বৰ পৃষ্ঠপোষক ৰিপুণ বৰা’

4 years ago
শৰীৰত ভিটামিন আৰু মিনাৰেলছৰ অভাৱ কেনেকৈ চিনাক্ত কৰিব? জানক এই জৰুৰী সংকেত

শৰীৰত ভিটামিন আৰু মিনাৰেলছৰ অভাৱ কেনেকৈ চিনাক্ত কৰিব? জানক এই জৰুৰী সংকেত

43 minutes ago
‘৩৭০ অনুচ্ছেদ থাকিলে PoK-এও হয়টো পুনৰ ভাৰতত যোগ দিলেহেঁতেন’

‘৩৭০ অনুচ্ছেদ থাকিলে PoK-এও হয়টো পুনৰ ভাৰতত যোগ দিলেহেঁতেন’

2 hours ago
সিংহ সংক্ৰান্তিৰ পূৰ্বে এইকেইটা ৰাশিলৈ আহি আছে বিশেষ সময়

সিংহ সংক্ৰান্তিৰ পূৰ্বে এইকেইটা ৰাশিলৈ আহি আছে বিশেষ সময়

2 hours ago
গ্ৰেট ব্ৰিটেইন নে ‘ইছলামিক ৰিপাব্লিক অব ব্ৰিটেইন’?

গ্ৰেট ব্ৰিটেইন নে ‘ইছলামিক ৰিপাব্লিক অব ব্ৰিটেইন’?

3 hours ago
দলীয় কাৰ্যালয়ত প্ৰাক্তন মন্ত্ৰীৰ চৰমপন্থা

দলীয় কাৰ্যালয়ত প্ৰাক্তন মন্ত্ৰীৰ চৰমপন্থা

4 hours ago
প্ৰায় ২৪ বছৰ মূৰত পাডিক্কালৰ ৰূপত ভাৰতীয় বেটাৰে গঢ়িলে এই ৰেকৰ্ড

প্ৰায় ২৪ বছৰ মূৰত পাডিক্কালৰ ৰূপত ভাৰতীয় বেটাৰে গঢ়িলে এই ৰেকৰ্ড

21 hours ago
ৰাণীৰে পৰকীয়া প্ৰেমৰ বিতৰ্ক! এইবাৰ মুখ খুলিছে অভিনেতা গোবিন্দই

ৰাণীৰে পৰকীয়া প্ৰেমৰ বিতৰ্ক! এইবাৰ মুখ খুলিছে অভিনেতা গোবিন্দই

22 hours ago
কাশ্মীৰত লস্কৰ-ঈ-তৈবাৰ শীৰ্ষ কমাণ্ডাৰৰ ঘৰত উদযাপন স্বাধীনতা দিৱস

কাশ্মীৰত লস্কৰ-ঈ-তৈবাৰ শীৰ্ষ কমাণ্ডাৰৰ ঘৰত উদযাপন স্বাধীনতা দিৱস

22 hours ago
সিংহ ৰাশিকে ধৰি এইকেইটা ৰাশিৰ আহি আছে ভাল দিন

সিংহ ৰাশিকে ধৰি এইকেইটা ৰাশিৰ আহি আছে ভাল দিন

23 hours ago
কৰণ জোহৰৰ শ্ব’ক লৈ চৰ্চাৰ শীৰ্ষত মল্লিকা শ্বেৰাৱত

কৰণ জোহৰৰ শ্ব’ক লৈ চৰ্চাৰ শীৰ্ষত মল্লিকা শ্বেৰাৱত

24 hours ago
লালকিল্লাৰ স্বাধীনতা দিৱসৰ অনুষ্ঠানত কিয় উপস্থিত নাথাকিল ৰাহুল গান্ধী?

লালকিল্লাৰ স্বাধীনতা দিৱসৰ অনুষ্ঠানত কিয় উপস্থিত নাথাকিল ৰাহুল গান্ধী?

1 day ago
ক্ৰিকেটাৰ ৰবিচন্দ্ৰন অশ্বিনৰ ঘৰত আৰক্ষীৰ দল

ক্ৰিকেটাৰ ৰবিচন্দ্ৰন অশ্বিনৰ ঘৰত আৰক্ষীৰ দল

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, August 16, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ৰাজনীতি

‘দাঢ়ি, টুপী, বোৰ্খা আৰু লুঙী’ৰ চৰকাৰ বনোৱা তত্ত্বৰ পৃষ্ঠপোষক ৰিপুণ বৰা’

‘আজমলৰ নেগুৰ ধৰাই কংগ্ৰেছৰ একমাত্ৰ বিকল্প; পবিত্ৰ-ৰণগৌৰা গতিশীলতাৰ প্ৰতিনিধি’, বিজেপি

editor by editor
March 19, 2022
in অসম, ৰাজনীতি
0
‘দাঢ়ি, টুপী, বোৰ্খা আৰু লুঙী’ৰ চৰকাৰ বনোৱা তত্ত্বৰ পৃষ্ঠপোষক ৰিপুণ বৰা’
0
SHARES
162
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

‘সমাজৰ বিবৰ্তন আৰু সময়ৰ পৰিবৰ্তনশীল স্বভাৱৰ প্ৰতি লক্ষ্য ৰাখিয়েই ভাৰতীয় জনতা পাৰ্টিয়ে দলৰ কাৰ্য্যকৰ্তা আৰু নেতৃত্ব তৈয়াৰ কৰাত সদায় মনোনিবেশন কৰি আহিছে। ব্যাপক ৰাজনৈতিক কৰ্মসূচীৰ আধাৰত দলে কায্যৰ্কতাসকলক গতিশীল কৰি ৰাখে। নিৰ্বাচনী প্ৰচাৰ, জন সম্পৰ্ক, বৌদ্ধিক চৰ্চা আদিৰ মাধ্যমেৰে নতুন প্ৰগতিশীল যুৱ নেতৃত্ব তৈয়াৰ কৰাত দলে সৰ্বাধিক গুৰুত্ব দি আহিছে। অহা ২১ মাৰ্চত অনুষ্ঠিত হবলগীয়া ৰাজ্যসভাৰ  নিৰ্বাচনতো দলে এনেবোৰ দিশকে প্ৰাধান্য দিছে’— এই মন্তব্য বিজেপি ৰাজ্যিক মুখপাত্ৰ ৰঞ্জীৱ কুমাৰ শৰ্মাৰ।

শনিবাৰে বিজেপি অসম প্ৰদেশৰ ৰাজ্যিক কাৰ্যালয় অটল বিহাৰী বাজপেয়ী ভবনৰ পৰা সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক বিবৃতিত শ্ৰী শৰ্মাই এনেদৰে মত পোষণ কৰে। সাংস্কৃতিক জগতৰ পৰা এক দশক পূৰ্বে ভাৰতীয় জনতা পাৰ্টিৰ ৰাজনীতিলৈ অহা পবিত্ৰ মাৰ্ঘেৰিটাক দলীয় প্ৰাৰ্থী হিচাপে মনোনীত কৰি দলৰ গতিশীলতা আৰু নেতৃত্ব তৈয়াৰ কৰা প্ৰক্ৰিয়াৰ এটি উৎকৃষ্ট উদাহৰণ দাঙি ধৰা হৈছে বুলি ৰাজ্যিক বিজেপিৰ মুখপাত্ৰ ৰঞ্জীৱ কুমাৰ শৰ্মাই মত পোষণ কৰে।

লগতে পঢ়ক সাগৰৰ পাৰত ২ ডজনতকৈ অধিক তিমিৰ মৃত্যু

আনহাতে, মিত্ৰদল ইউপিপিএলেও প্ৰাক্তন ছাত্ৰ নেতা ৰণগৌৰা নাৰ্জাৰীক ৰাজ্যসভাৰ দ্বিতীয়খন আসনৰ বাবে প্ৰাৰ্থী কৰি ৰাজ্যৰ ৰাজনীতিত নতুন প্ৰজন্মৰ অংশীদাৰ বৃদ্ধি কৰাৰ ক্ষেত্ৰত এক বলিষ্ঠ পদক্ষেপ গ্ৰহণ কৰা বুলি বিজেপি মুখপাত্ৰজনে মতপোষণ কৰে।

পবিত্ৰ মাৰ্ঘেৰিটা আৰু ৰণগৌৰা নাৰ্জাৰীৰ প্ৰাৰ্থীত্বই Rajya Sabha is a House of Seniors বুলি থকা ধাৰণাৰো অন্ত পেলোৱা বুলি বিজেপি মুখপাত্ৰ জনে বিবৃতিটোত উল্লেখ কৰিছে।

বিজেপিৰ মুখপাত্ৰগৰাকীৰ মতে ৰাজ্যসভাৰ প্ৰাৰ্থী দুজন অসমৰ গতিশীল নৱ প্ৰজন্মৰ প্ৰকৃত প্ৰতিনিধি। এনডিএৰ দুযোজন প্ৰাৰ্থীৰ নিশ্চিতভাৱে বিজয়ী হ’ব বুলি দাবী কৰি মুখপাত্ৰ শ্ৰীশৰ্মাই কংগ্ৰেছৰ প্ৰাৰ্থী ৰিপুণ বৰাক ব্যৰ্থ, ভাগৰুৱা, আৰু হতাশাগ্ৰস্ত বুলি বৰ্ণনা কৰে।

লগতে পঢ়ক মহানগৰীৰ মহিলাৰ ব্যক্তিগত মুহূৰ্তৰ ভিডিঅ’ ভাইৰেল কৰি জেইল হাজোতলৈ গ’ল এক যুৱক

বৰ্তমান সময়ত কংগ্ৰেছ দলত নতুনত্ব বুলিবলৈ একো নাই। গান্ধী-ৱাৰ্ডা পৰিযাল আৰু ৰাজ্যই ৰাজ্যই থকা তেওঁলোকৰ স্থাবক সকলক বাদ দি দলটোত আত্মসন্মান থকা এজনো লোক নাই বুলি বিজেপি মুখপাত্ৰ জনে কটাক্ষ্য কৰে।

শৰ্মাৰ মতে কংগ্ৰেছৰ ৰাজ্যসভাৰ প্ৰাৰ্থী ৰিপুণ বৰা কেৱল স্তাৱকেই নহয় আজমল বাহিনীৰ দাঢ়ি, টুপী, বোৰ্খা আৰু লুঙী’ৰ চৰকাৰ বনোৱা তত্ত্বৰো পৃষ্ঠপোষক বুলি কটাক্ষ কৰিছে। অসম আৰু অসমীয়াৰ স্বাভিমানৰ প্ৰতি ভাবুকি সৃষ্টি কৰাত সদায় অৰিহণা যোগাই অহা আজমল বাহিনীৰ নেগুৰত ধৰাৰ বাহিৰে খিলঞ্জীয়া জনসাধাৰণৰ পৰা সম্পূৰ্ণ বিছিন্ন হৈ পৰা কংগ্ৰেছ দলৰ আন কোনো বিকল্পই নাই বুলি শৰ্মাই মত পোষণ কৰে।

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24axom live 24axom live 24 digitalBest Channel in AssamBest news channel of assamBest News Portal in AssambjpCongressrajya sabha electionuppl
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

‘৩৭০ অনুচ্ছেদ থাকিলে PoK-এও হয়টো পুনৰ ভাৰতত যোগ দিলেহেঁতেন’
ভাৰত

‘৩৭০ অনুচ্ছেদ থাকিলে PoK-এও হয়টো পুনৰ ভাৰতত যোগ দিলেহেঁতেন’

August 16, 2026
গ্ৰেট ব্ৰিটেইন নে ‘ইছলামিক ৰিপাব্লিক অব ব্ৰিটেইন’?
বিশ্ব

গ্ৰেট ব্ৰিটেইন নে ‘ইছলামিক ৰিপাব্লিক অব ব্ৰিটেইন’?

August 16, 2026
দলীয় কাৰ্যালয়ত প্ৰাক্তন মন্ত্ৰীৰ চৰমপন্থা
ৰাজনীতি

দলীয় কাৰ্যালয়ত প্ৰাক্তন মন্ত্ৰীৰ চৰমপন্থা

August 16, 2026
লালকিল্লাৰ স্বাধীনতা দিৱসৰ অনুষ্ঠানত কিয় উপস্থিত নাথাকিল ৰাহুল গান্ধী?
ভাৰত

লালকিল্লাৰ স্বাধীনতা দিৱসৰ অনুষ্ঠানত কিয় উপস্থিত নাথাকিল ৰাহুল গান্ধী?

August 15, 2026
Next Post
বিবাহ অনুষ্ঠানতে অভিনৱ চুক্তিপত্ৰ কইনাৰ, এইবোৰ কাম কৰিবই লাগিব স্বামীয়ে!

বিবাহ অনুষ্ঠানতে অভিনৱ চুক্তিপত্ৰ কইনাৰ, এইবোৰ কাম কৰিবই লাগিব স্বামীয়ে!

বিশ্বৰ আটাইতকৈ বিৰক্তিকৰ ব্যক্তিগৰাকীক আৱিষ্কাৰ, কোন সেই ব্যক্তিগৰাকী?

বিশ্বৰ আটাইতকৈ বিৰক্তিকৰ ব্যক্তিগৰাকীক আৱিষ্কাৰ, কোন সেই ব্যক্তিগৰাকী?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.