• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
এইবাৰ দেশৰ অন্য ৰাজ্যত নহয় : খোদ প্ৰধানমন্ত্ৰীৰ গৃহৰাজ্যতে দলৱদ্ধ ধৰ্ষণৰ বলি কিশোৰী

এইবাৰ দেশৰ অন্য ৰাজ্যত নহয় : খোদ প্ৰধানমন্ত্ৰীৰ গৃহৰাজ্যতে দলৱদ্ধ ধৰ্ষণৰ বলি কিশোৰী

4 years ago
তৰমুজ খোৱাৰ পূৰ্বে সাৱধান! নহ’লে ভয়ংকৰ পৰিণাম ভুগিব আপুনি!

তৰমুজ খোৱাৰ পূৰ্বে সাৱধান! নহ’লে ভয়ংকৰ পৰিণাম ভুগিব আপুনি!

48 minutes ago
ঘৰৰ পৰা বাহিৰলৈ যোৱাৰ পূৰ্বে নেপেলাব এইবোৰ বস্তু, দুৰ্ভাগ্যই আগুৰি ধৰিব!

ঘৰৰ পৰা বাহিৰলৈ যোৱাৰ পূৰ্বে নেপেলাব এইবোৰ বস্তু, দুৰ্ভাগ্যই আগুৰি ধৰিব!

1 hour ago
ঘৰৰ এটি কোণে আপোনাক কৰিব মালামাল, মাথোঁ অনুসৰণ কৰক এই নিয়ম

ঘৰৰ এটি কোণে আপোনাক কৰিব মালামাল, মাথোঁ অনুসৰণ কৰক এই নিয়ম

2 hours ago
মুখৰ অত্যাধিক দুৰ্গন্ধ… কোনো ভয়ংকৰ ৰোগৰ ইংগিত নেকি?

মুখৰ অত্যাধিক দুৰ্গন্ধ… কোনো ভয়ংকৰ ৰোগৰ ইংগিত নেকি?

2 hours ago
সপ্তাহৰ কোনটো বাৰে চুলি ধোৱা উচিত? নকৰিব ভুল!

সপ্তাহৰ কোনটো বাৰে চুলি ধোৱা উচিত? নকৰিব ভুল!

4 hours ago
আধুনিক ৰাজনীতিৰ ৰজা কোন? কোনে কেনেদৰে চলালে ডিজিটেল যুদ্ধ, কাৰ নেৰেটিভ সফল কাৰ বিফল?

আধুনিক ৰাজনীতিৰ ৰজা কোন? কোনে কেনেদৰে চলালে ডিজিটেল যুদ্ধ, কাৰ নেৰেটিভ সফল কাৰ বিফল?

4 hours ago
বেংকত ওলাইছে চাকৰি, ক’ত, কেনেকৈ আবেদন কৰিব জানক…

বেংকত ওলাইছে চাকৰি, ক’ত, কেনেকৈ আবেদন কৰিব জানক…

6 hours ago
ডাকঘৰৰ আঁচনিয়ে কৰিব আৰ্থিকভাৱে সৱল! ৩০০ টকাৰ সঞ্চয় কৰি জমা কৰক ১৫ লাখ টকা!

ডাকঘৰৰ আঁচনিয়ে কৰিব আৰ্থিকভাৱে সৱল! ৩০০ টকাৰ সঞ্চয় কৰি জমা কৰক ১৫ লাখ টকা!

7 hours ago
শীঘ্ৰে ভাগ্যৰ দুৱাৰ খোল খাব ৪ ৰাশিৰ লোকৰ, পাব দেৱী লক্ষ্মীৰ আশীৰ্বাদ!

শীঘ্ৰে ভাগ্যৰ দুৱাৰ খোল খাব ৪ ৰাশিৰ লোকৰ, পাব দেৱী লক্ষ্মীৰ আশীৰ্বাদ!

7 hours ago
মাহেকীয়াৰ সময়ত অত্যাধিক পেটৰ বিষ, দূৰ কৰক সহজ ঘৰুৱা উপায়েৰে

মাহেকীয়াৰ সময়ত অত্যাধিক পেটৰ বিষ, দূৰ কৰক সহজ ঘৰুৱা উপায়েৰে

8 hours ago
অত্যাধিক প্ৰ’টিনে নষ্ট কৰে নেকি বৃক্ক? বিশেষজ্ঞৰ পৰা জানক

অত্যাধিক প্ৰ’টিনে নষ্ট কৰে নেকি বৃক্ক? বিশেষজ্ঞৰ পৰা জানক

8 hours ago
স্বয়ং শ্ৰীকৃষ্ণক সপোনত দেখিছে? ইয়াৰ অৰ্থ কি? কি কৈছে স্বপ্নশাস্ত্ৰই?

স্বয়ং শ্ৰীকৃষ্ণক সপোনত দেখিছে? ইয়াৰ অৰ্থ কি? কি কৈছে স্বপ্নশাস্ত্ৰই?

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, April 9, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

এইবাৰ দেশৰ অন্য ৰাজ্যত নহয় : খোদ প্ৰধানমন্ত্ৰীৰ গৃহৰাজ্যতে দলৱদ্ধ ধৰ্ষণৰ বলি কিশোৰী

editor by editor
March 21, 2022
in অপৰাধ, ভাৰত
0
এইবাৰ দেশৰ অন্য ৰাজ্যত নহয় : খোদ প্ৰধানমন্ত্ৰীৰ গৃহৰাজ্যতে দলৱদ্ধ ধৰ্ষণৰ বলি কিশোৰী
0
SHARES
77
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এটা জনপ্ৰিয় শ্ল’গান আছিল ‘বেটী বচাও, বেটা পঢ়াও’৷ এই শ্ল’গানেৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ মহিলা সৱলীকৰণ আৰু নাৰী সুৰক্ষা প্ৰদানৰ প্ৰতিজ্ঞা কৰিছিল৷

কিন্তু এইবাৰ প্ৰধানমন্ত্ৰীৰ সেই প্ৰতিজ্ঞাক ব্যৰ্থ কৰি খোদ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৰাজ্য গুজৰাটত এগৰাকী কিশোৰী দলৱদ্ধ ধৰ্ষণৰ বলি হৈছে৷

গুজৰাটত এগৰাকী ১৭ বছৰীয়া কিশোৰীক চাৰিজন যুৱকে পলপূৰ্বকভাৱে সুৰাপান কৰাই দলৱদ্ধ ধৰ্ষণ কৰাৰ অভিযোগ উঠিছে৷

লগতে পঢ়ক ১৩৩ গৰাকীসহ যাত্ৰীবাহী বিমান দুৰ্ঘটনাগ্ৰস্ত : পৰ্বতৰ শিখৰত সূত্ৰপাত ভয়াৱহ অগ্নিকাণ্ড

যোৱা দেওবাৰে গুজৰাট আৰক্ষীয়ে প্ৰকাশ কৰা মতে কিশোৰীগৰাকীক বলপূৰ্বকভাৱে দেশীয় সুৰা পান কৰোৱাই চাৰি যুৱকে এই দুষ্কাৰ্য সংঘটিত কৰে৷

ইতিমধ্যে আৰক্ষীয়ে কিশোৰীগৰাকীৰ অভিযোগৰ ভিত্তিত ৰাহুল সাথৱাৰা(১৯), হুছেইন ককাল(৩৫), মহেশ্বৰী(২০) আৰু ভালজী বধিয়াৰা(২৪)ক গ্ৰেপ্তাৰ কৰিছে৷

আৰক্ষীয়ে প্ৰকাশ কৰা মতে যোৱা ১৬ মাৰ্চত কিশোৰীগৰাকীৰ এগকাৰী বন্ধুৰ সৈতে এখন ফাৰ্মলৈ গৈছিল আৰু দেশীয় সুৰা পান কৰোৱাই চাৰি যুৱকে দলৱদ্ধভাৱে ধৰ্ষণ কৰে৷

লগতে পঢ়ক ‘দ্য কাশ্মীৰ ফাইলছ’ক লৈ আমিৰ খানৰ বিশেষ মন্তব্য : কি ক’লে বলিউদৰ অভিনেতাগৰাকীয়ে?

ইয়াৰ পিছদিনাই সচেতন অৱস্থাত উদ্ধাৰ কৰি মুমূৰ্ষ অৱস্থাত কিশোৰীগৰাকীক স্থানীয় চিকিৎলায়লৈ নিয়া হয়৷ চিকিৎসালয়ত ভৰ্তি কৰোৱাৰ পিছত কিশোৰীগৰাকীয়ে আৰক্ষীৰ সন্মুখত ধৰ্ষণকাৰী এজন যুৱকৰ কথা ব্যক্ত কৰি পুনৰ মূৰ্ছা যায়।

অৱশ্যে কিশোৰীগৰাকীয়ে আৰোগ্য লাভ কৰাৰ পিছত তেওঁৰ অভিযোগৰ পিছত আৰক্ষীয়ে চাৰিজন সন্দেহজনক লোকক গ্ৰেপ্তাৰ কৰে।

চাৰি অভিযুক্তৰ বিৰুদ্ধে আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধিৰ ৩৬৬, ৩২৮, ৩৭৬ আৰু ১১৪ ধাৰাৰ আৰু লগতে POCSO আইনৰ অধীনত গোচৰ ৰুজু কৰিছে বুলি এগৰাকী আৰক্ষী বিষয়াই জানিবলৈ দিয়ে।

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in Assamgang rapedteenager gangraped
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

স্বয়ং শ্ৰীকৃষ্ণক সপোনত দেখিছে? ইয়াৰ অৰ্থ কি? কি কৈছে স্বপ্নশাস্ত্ৰই?
জীৱনশৈলী

স্বয়ং শ্ৰীকৃষ্ণক সপোনত দেখিছে? ইয়াৰ অৰ্থ কি? কি কৈছে স্বপ্নশাস্ত্ৰই?

April 8, 2026
তামৰ পাত্ৰত পানী খাই? কেতিয়া মাৰাত্মক হ’ব পাৰে? কি ৰোগত তামৰ পাত্ৰত পানী নাখাব?
খাদ্য

তামৰ পাত্ৰত পানী খাই? কেতিয়া মাৰাত্মক হ’ব পাৰে? কি ৰোগত তামৰ পাত্ৰত পানী নাখাব?

April 8, 2026
শনিৰ ৰত্ন নীলম আশীৰ্বাদ ৪ৰাশিৰ জীৱনত, ধাৰণ কৰিলেই দেখিব মেজিক
জীৱনশৈলী

শনিৰ ৰত্ন নীলম আশীৰ্বাদ ৪ৰাশিৰ জীৱনত, ধাৰণ কৰিলেই দেখিব মেজিক

April 8, 2026
SBIৰ ১৮০ দিনৰ FD-ত ৩লাখ জমা কৰিলে মেচিউৰিটিৰ সময়ত কিমান টকা পাব? জানি থওক এক নজৰত
জীৱনশৈলী

SBIৰ ১৮০ দিনৰ FD-ত ৩লাখ জমা কৰিলে মেচিউৰিটিৰ সময়ত কিমান টকা পাব? জানি থওক এক নজৰত

April 8, 2026
Next Post
ভগৱন্ত সিং মান চৰকাৰৰ ১১ গৰাকী মন্ত্ৰীৰ ৭ গৰাকীৰ বিৰুদ্ধে আছে অপৰাধমূলক গোচৰ

ভগৱন্ত সিং মান চৰকাৰৰ ১১ গৰাকী মন্ত্ৰীৰ ৭ গৰাকীৰ বিৰুদ্ধে আছে অপৰাধমূলক গোচৰ

horoscope

আজিৰ দিনটো আপোনাৰ কেনেকৈ যাব?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.