• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
চৰকাৰী চিকিৎসকৰ কেটেলা পহু সদৃশ চহী! : ভাইৰেল হোৱাৰ পিছতে ইন্টাৰনেটত চৰ্চাৰ শীর্ষত

চৰকাৰী চিকিৎসকৰ কেটেলা পহু সদৃশ চহী! : ভাইৰেল হোৱাৰ পিছতে ইন্টাৰনেটত চৰ্চাৰ শীর্ষত

4 years ago
মুখ নেদেখাই বলীউডত এইগৰাকী নাৰীয়ে উপাৰ্জন কৰে কোটি কোটি টকা! কেনেকৈ গঢ়িলে অপৰিসীম সম্পত্তি?

মুখ নেদেখাই বলীউডত এইগৰাকী নাৰীয়ে উপাৰ্জন কৰে কোটি কোটি টকা! কেনেকৈ গঢ়িলে অপৰিসীম সম্পত্তি?

27 minutes ago
বিলাসী জীৱন বিচাৰে নেকি? তেন্তে বিয়া পাতক এইটো মূল্যাংকৰ ছোৱালীক!

বিলাসী জীৱন বিচাৰে নেকি? তেন্তে বিয়া পাতক এইটো মূল্যাংকৰ ছোৱালীক!

59 minutes ago
৮ জুনত ভাগ্য উদয়ৰ সংকেত, কোন ৰাশিৰ জাতক-জাতিকাই পাব শুভ সংবাদ জানক

৮ জুনত ভাগ্য উদয়ৰ সংকেত, কোন ৰাশিৰ জাতক-জাতিকাই পাব শুভ সংবাদ জানক

2 hours ago
মাহেকীয়াত Pain Killer সেৱনে মাতৃ হোৱাৰ সপোন শেষ কৰে নেকি?

মাহেকীয়াত Pain Killer সেৱনে মাতৃ হোৱাৰ সপোন শেষ কৰে নেকি?

2 hours ago
আফগানিস্তানৰ বিৰুদ্ধে শক্তিশালী স্থিতিত টীম ইণ্ডিয়া

আফগানিস্তানৰ বিৰুদ্ধে শক্তিশালী স্থিতিত টীম ইণ্ডিয়া

2 hours ago
 ভাগ্য ফুলিব পাৰে ৰাঘৱ চাড্ডাৰ! লাভ কৰিব পাৰে কেন্দ্ৰীয় মন্ত্ৰিত্ব!

 ভাগ্য ফুলিব পাৰে ৰাঘৱ চাড্ডাৰ! লাভ কৰিব পাৰে কেন্দ্ৰীয় মন্ত্ৰিত্ব!

3 hours ago
‘ৰাখে হৰি, মাৰে কোনে’, ৭ দিনলৈ এভাৰেষ্টত কেৱল বৰফ খায়েই জীৱন্তে উভতিল ঘৰলৈ… 

‘ৰাখে হৰি, মাৰে কোনে’, ৭ দিনলৈ এভাৰেষ্টত কেৱল বৰফ খায়েই জীৱন্তে উভতিল ঘৰলৈ… 

4 hours ago
REELS চাবলৈ আটাইতকৈ বেছি পচন্দ কৰে ভাৰতীয়ই! গৱেষণাত আহিছে পোহৰলৈ

REELS চাবলৈ আটাইতকৈ বেছি পচন্দ কৰে ভাৰতীয়ই! গৱেষণাত আহিছে পোহৰলৈ

4 hours ago
Cockroach Janata Partyৰ সহায়ত ভাৰতক অস্থিৰ কৰিব নেকি আমেৰিকাই?

Cockroach Janata Partyৰ সহায়ত ভাৰতক অস্থিৰ কৰিব নেকি আমেৰিকাই?

5 hours ago
মিথুন, কন্যা, বৃশ্চিক ৰাশিয়ে পাব শুক্ৰৰ আশীৰ্বাদ! সমস্যা আহিব নেকি বাকী ৰাশিৰ?

মিথুন, কন্যা, বৃশ্চিক ৰাশিয়ে পাব শুক্ৰৰ আশীৰ্বাদ! সমস্যা আহিব নেকি বাকী ৰাশিৰ?

5 hours ago
লাখ টকীয়া চাকৰিৰ মায়া এৰি অভিনয় জগতত প্ৰৱেশ এইকেইগৰাকী নায়ক-নায়িকা

লাখ টকীয়া চাকৰিৰ মায়া এৰি অভিনয় জগতত প্ৰৱেশ এইকেইগৰাকী নায়ক-নায়িকা

5 hours ago
৬ হাজাৰ টকা মাহিলী দৰমহা! কিন্তু দুৰ্নীতিৰে গঢ়িলে কোটি কোটি টকাৰ সম্পত্তিৰ পাহাৰ

৬ হাজাৰ টকা মাহিলী দৰমহা! কিন্তু দুৰ্নীতিৰে গঢ়িলে কোটি কোটি টকাৰ সম্পত্তিৰ পাহাৰ

6 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, June 7, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

চৰকাৰী চিকিৎসকৰ কেটেলা পহু সদৃশ চহী! : ভাইৰেল হোৱাৰ পিছতে ইন্টাৰনেটত চৰ্চাৰ শীর্ষত

editor by editor
March 22, 2022
in অসম, ভাৰত
0
চৰকাৰী চিকিৎসকৰ কেটেলা পহু সদৃশ চহী! : ভাইৰেল হোৱাৰ পিছতে ইন্টাৰনেটত চৰ্চাৰ শীর্ষত
0
SHARES
670
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

এটা অদ্ভূত চহীয়ে সামাজিক মাধ্যমত বিশেষভাৱে চৰ্চা লাভ কৰিছে৷

গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ এগৰাকী চিকিৎসকৰ চহীটোৱে সামাজিক মাধ্যমত ভাইৰেল হোৱাৰ পিছতে চৰ্চা লাভ কৰিছে৷

এই চৰ্চা লাভ কৰা বিশেষ চহীটো হৈছে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ অৰ্থপেডিকছ বিভাগৰ পঞ্জীয়কৰ৷

লগতে পঢ়ক ‘‘আমাৰ বিৰুদ্ধে চূড়ান্ত ঘৃণা বিয়পাবলৈ চৰকাৰে ‘দ্য কাশ্মীৰ ফাইলছ’ক কৰমুক্ত কৰিছে’’

যোৱা ৪ মাৰ্চ ২০২২ তাৰিখে চিকিৎসক তথা বিষয়াগৰাকীয়ে প্ৰদান কৰা চহীটো ভাইৰেল হোৱাৰ পিছতে টুইটাৰৰ ট্ৰেণ্ডলৈ আহিছে৷

I have seen many signatures but this one is the best. pic.twitter.com/KQGruYxCEn

— Ramesh 🇮🇳 🚩 (@Ramesh_BJP) March 20, 2022

এগৰাকী টুইটাৰ ব্যৱহাৰকাৰীয়ে চহীটো শ্বেয়াৰ কৰি লিখিছে, ‘‘মই দেখা চহীৰ ভিতৰত এইটো এটা হৈছে শ্ৰেষ্ঠ চহী৷’’

এজনে লিখিছে, ‘‘মই ভাবিছো, তেওঁ এইটো কেটেলা পহু আঁকিছে৷’’ আকৌ এজনে লিখিছে, ‘‘এইটো দেখিবলৈ কেটেলা পহুটোৰ দৰেই৷’’

লগতে পঢ়ক নিৱনুৱাৰ বাবে সুখবৰ; ভাৰতীয় সেনাৰ বিভিন্ন পদত কৰা হ’ব নিযুক্তি

ভাইৰেল হোৱা চহীটো মানুহক আচৰতি কৰি তোলাই নহয়, ই দেখিবলৈ সঁচাই কেটেলা পহুটোৰ দৰেই৷ এই জটিল চহীটো সাৱলীলভাৱে কেনেকৈ কৰে তাকে লৈ সামাজিক মাধ্যমত চৰ্চা লাভ কৰাৰ লগতে মিমৰো সৃষ্টি হৈছে৷

আনহাতে, প্ৰশ্ন হৈছে এই জটিল চহীটো বেংকত কেনেকৈ পৰীক্ষণ কৰা হয়?

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24best news channel in assamBest news channel of assamBest News Portal in Assamgmchgmch doctorsignature goes viral
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

 ভাগ্য ফুলিব পাৰে ৰাঘৱ চাড্ডাৰ! লাভ কৰিব পাৰে কেন্দ্ৰীয় মন্ত্ৰিত্ব!
ৰাজনীতি

 ভাগ্য ফুলিব পাৰে ৰাঘৱ চাড্ডাৰ! লাভ কৰিব পাৰে কেন্দ্ৰীয় মন্ত্ৰিত্ব!

June 7, 2026
‘ৰাখে হৰি, মাৰে কোনে’, ৭ দিনলৈ এভাৰেষ্টত কেৱল বৰফ খায়েই জীৱন্তে উভতিল ঘৰলৈ… 
ভাৰত

‘ৰাখে হৰি, মাৰে কোনে’, ৭ দিনলৈ এভাৰেষ্টত কেৱল বৰফ খায়েই জীৱন্তে উভতিল ঘৰলৈ… 

June 7, 2026
৬ হাজাৰ টকা মাহিলী দৰমহা! কিন্তু দুৰ্নীতিৰে গঢ়িলে কোটি কোটি টকাৰ সম্পত্তিৰ পাহাৰ
ভাৰত

৬ হাজাৰ টকা মাহিলী দৰমহা! কিন্তু দুৰ্নীতিৰে গঢ়িলে কোটি কোটি টকাৰ সম্পত্তিৰ পাহাৰ

June 7, 2026
IPLৰ ফাইনেলৰ পিছত বৈভৱ সূৰ্যবংশীক কি কৈছিল কোহলিয়ে?
ক্ৰীড়া

IPLৰ ফাইনেলৰ পিছত বৈভৱ সূৰ্যবংশীক কি কৈছিল কোহলিয়ে?

June 7, 2026
Next Post
কোনসকল লোক পৰকীয়া প্ৰেমৰ প্ৰতি আগ্ৰহী হয়? গৱেষণাই কি কয়?

কোনসকল লোক পৰকীয়া প্ৰেমৰ প্ৰতি আগ্ৰহী হয়? গৱেষণাই কি কয়?

মুছলমান যুৱকক বিয়া কৰাবলৈ অসন্মত : পাকিস্তানত হিন্দু যুৱতীক অপহৰণ কৰি নি হত্যা

মুছলমান যুৱকক বিয়া কৰাবলৈ অসন্মত : পাকিস্তানত হিন্দু যুৱতীক অপহৰণ কৰি নি হত্যা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.