• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
horoscope

আজিৰ দিনটো আপোনাৰ কেনেকৈ যাব?

4 years ago
আজিৰ দিনটোৰ ১০ টা গুৰুত্বপূৰ্ণ খবৰ থোৰতে পঢ়ক

আজিৰ দিনটোৰ ১০ টা গুৰুত্বপূৰ্ণ খবৰ থোৰতে পঢ়ক

7 minutes ago
আপোনাৰো সহজতে নজৰ লাগে নেকি? প্ৰেমানন্দ মহাৰাজে দিলে উত্তৰ

আপোনাৰো সোনকালে নজৰ লাগে নেকি? জানক প্ৰেমানন্দ মহাৰাজে কি ক’লে

17 minutes ago
শৰীৰৰ Private parts-ক নকৰিব আওকাণ, ৯৯% লোকে নাজানে সঠিক যতন

শৰীৰৰ Private parts-ক নকৰিব আওকাণ, ৯৯% লোকে নাজানে সঠিক যতন

57 minutes ago
হঠাৎ দাঁতত ব্ৰাছৰ আঘাত, সংক্ৰমণৰ পূৰ্বে অনুসৰণ কৰক এই ঘৰুৱা টিপছ

হঠাৎ দাঁতত ব্ৰাছৰ আঘাত, সংক্ৰমণৰ পূৰ্বে অনুসৰণ কৰক এই ঘৰুৱা টিপছ

1 hour ago
ৰাখী বন্ধনৰ পৰা ঘূৰিব ভাগ্যৰ চকা! ৩ ৰাশিয়ে পাব সুখবৰ

ভাগ্যই দেখুৱাব নতুন ৰূপ, কাইলৈ কাৰ কেনেকুৱা যাব দিনটো?

2 hours ago
শৌচাগাৰত বিষাক্ত সাপ! ভিতৰলৈ সোমোৱাৰ পূৰ্বে এবাৰ চকু ফুৰাওক চৌদিশে

শৌচাগাৰত বিষাক্ত সাপ! ভিতৰলৈ সোমোৱাৰ পূৰ্বে এবাৰ চকু ফুৰাওক চৌদিশে

2 hours ago
বয়ফ্ৰেণ্ডক বাইক দিবলৈ প্ৰেমিকাই চুৰি কৰিলে মাতৃৰ অলংকাৰ, তাৰ পিছত…

বয়ফ্ৰেণ্ডক বাইক দিবলৈ প্ৰেমিকাই চুৰি কৰিলে মাতৃৰ অলংকাৰ, তাৰ পিছত…

3 hours ago
সমগ্ৰ দেশতে অনিৰ্দিষ্টকালীন বেংক ষ্ট্ৰাইক! সমস্যাত পৰিব নেকি আপুনি?

সমগ্ৰ দেশতে অনিৰ্দিষ্টকালীন বেংক ষ্ট্ৰাইক! সমস্যাত পৰিব নেকি আপুনি?

4 hours ago
নৱেম্বৰ মাহ পৰ্যন্ত এই ৪ৰাশিক লাভ দিব শনি আৰু কেতুৱে, আৰ্থিক লাভ কোন কোন ৰাশিৰ কপালত আছে?

শনিদেৱক সন্তুষ্ট কৰাৰ সহজ উপায়, জিলিকি উঠিব ভাগ্য!

6 hours ago
৫০ বছৰ বয়সত ১ কোটি টকা লাগে নেকি? প্ৰতিমাহে SIPত কিমান কৰিব বিনিয়োগ জানক

৫০ বছৰ বয়সত ১ কোটি টকা লাগে নেকি? প্ৰতিমাহে SIPত কিমান কৰিব বিনিয়োগ জানক

6 hours ago
পাকিস্তানতকৈও পিছ পৰি আছে ভাৰত

পাকিস্তানতকৈও পিছ পৰি আছে ভাৰত

8 hours ago
মহিলাৰ পিঠি খজুৱাই লাখ লাখ টকা উপাৰ্জন চীনৰ যুৱকৰ

মহিলাৰ পিঠি খজুৱাই লাখ লাখ টকা উপাৰ্জন চীনৰ যুৱকৰ

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, September 5, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home লেখা

আজিৰ দিনটো আপোনাৰ কেনেকৈ যাব?

আজি আপোনাৰ ৭ এপ্ৰিল দিনটো...

editor by editor
April 7, 2022
in জীৱনশৈলী, বিবিধ
0
horoscope

horoscope-for-today-12-03-2022

0
SHARES
224
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

মেঘ— সামাজিক কামত সুনাম বৃদ্ধি৷ পাৰিবাৰিক দায়বদ্ধতা বৃদ্ধি পাব৷ উচ্চ শিক্ষাত যত্ন কৰক৷ প্ৰেমত শুভ৷

বৃষ— ঘৰুৱা ভাল দেখা যায়৷ কৰ্ম লাভৰ যোগ৷ স্বাস্থ্য ভাল নাযাব৷ ধন বিনিয়োগ নকৰাই ভাল৷

মিথুন— চুটি ভ্ৰমণ আছে৷ প্ৰেমত ভাল দেখা যায়৷ দিনটোত মনৰ কোনো আশা পূৰ্ণ হ’ব৷

SEE MORE: সূৰ্যৰ ফিলামেণ্ট বিস্ফোৰণ! পৃথিৱীলৈ আহিব ভূ-চুম্বকীয় ধুমুহা!

কৰ্কট— গৱেষণা কৰ্মত সফলতা লাভ৷ পিতৃ-মাতৃৰ স্বাস্থ্যৰ প্ৰতি নজৰ ৰাখক৷ ভ্ৰমণ সফল হ’ব পাৰে৷

সিংহ— ধনত মধ্যম৷ যৌথ ব্যৱসায়ত সতৰ্ক দৃষ্টি ৰাখক৷ আৰ্থিক দিশতো সতৰ্ক থাকক৷ প্ৰেমত অশুভ৷

কন্যা— প্ৰেম-দাম্পত্যত ভাল বুলি ক’ব পৰা যায়৷ পিতৃ-মাতৃৰ তীৰ্থ ভ্ৰমণৰ যোগ৷ ভ্ৰমণত কষ্ট৷

তুলা— দূৰ ভ্ৰমণৰ যোগ৷ স্বাস্থ্যৰ প্ৰতি যত্ন লওক৷ নিম্নলোকে প্ৰতাৰণা কৰিব পাৰে৷ ভ্ৰমণ নাই৷

বৃশ্চিক— লৌহ ব্যৱসায়ত ধন বিনিয়োগ কৰিব পাৰে৷ ভ্ৰমণত কষ্ট৷ প্ৰেমত কষ্ট৷

ধনু— পাৰিবাৰিক অশান্তি বৃদ্ধি পাব৷ সতৰ্ক থাকক৷ কৰ্মত শনিৰ দৃষ্টি থকা কাৰণে মধ্যম ফল৷ সন্তানৰ শুভ৷

মকৰ— নিবনুৱাৰ শুভ৷ ঘৰত আলহীৰ সমাগত৷ প্ৰেমত গতানুগতিক৷ চুটি ভ্ৰমণ হ’ব পাৰে৷

কুম্ভ— আপোনাৰ দুৰ্বলতাৰ কাৰণে অইন লোকে অন্যায়ৰ সুযোগ ল’ব৷ দিয়া ধন আদায় হ’ব পাৰে৷ বিবাহৰ যোগ৷

মীন—  ধন আগমন হ’ব৷ যান-বাহন ক্ৰয় কৰিব পাৰে৷ দাম্পত্যত সুখ৷ কৰ্মত শনি দৃষ্টি থকা বাবে মধ্যম ফল৷ প্ৰেমত শুভ৷

ৰত্ন কুবেৰ, মণিপুৰীবস্তি, গুৱাহাটী-৭, ফোনঃ 99571 11171

SEE MORE

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka newsassam ka tazza khabarassam live 24astrologyastronomyaxom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamDAILY ASTROLOGYDAILY ASTRONOMYdaily horoscopedaily horoscope for today in assamesehoroscopehoroscope for todayhoroscope in assameseRATNA KUBER HOROSCOPE ADVICE
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আজিৰ দিনটোৰ ১০ টা গুৰুত্বপূৰ্ণ খবৰ থোৰতে পঢ়ক
অসম

আজিৰ দিনটোৰ ১০ টা গুৰুত্বপূৰ্ণ খবৰ থোৰতে পঢ়ক

September 5, 2026
আপোনাৰো সহজতে নজৰ লাগে নেকি? প্ৰেমানন্দ মহাৰাজে দিলে উত্তৰ
জীৱনশৈলী

আপোনাৰো সোনকালে নজৰ লাগে নেকি? জানক প্ৰেমানন্দ মহাৰাজে কি ক’লে

September 5, 2026
শৰীৰৰ Private parts-ক নকৰিব আওকাণ, ৯৯% লোকে নাজানে সঠিক যতন
জীৱনশৈলী

শৰীৰৰ Private parts-ক নকৰিব আওকাণ, ৯৯% লোকে নাজানে সঠিক যতন

September 5, 2026
হঠাৎ দাঁতত ব্ৰাছৰ আঘাত, সংক্ৰমণৰ পূৰ্বে অনুসৰণ কৰক এই ঘৰুৱা টিপছ
জীৱনশৈলী

হঠাৎ দাঁতত ব্ৰাছৰ আঘাত, সংক্ৰমণৰ পূৰ্বে অনুসৰণ কৰক এই ঘৰুৱা টিপছ

September 5, 2026
Next Post
এইবাৰ চীনা সৈন্যৰ নহয়, লাডাখৰ পাৱাৰ গ্ৰীডত চীনা চাইবাৰ আক্ৰমণ!

এইবাৰ চীনা সৈন্যৰ নহয়, লাডাখৰ পাৱাৰ গ্ৰীডত চীনা চাইবাৰ আক্ৰমণ!

পুটিনক বলে নোৱাৰি দুই পুটিন কন্যাক লক্ষ্য আমেৰিকাৰ! নিষেধাজ্ঞা জাৰি বাইডেন প্ৰশাসনৰ

পুটিনক বলে নোৱাৰি দুই পুটিন কন্যাক লক্ষ্য আমেৰিকাৰ! নিষেধাজ্ঞা জাৰি বাইডেন প্ৰশাসনৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.