• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
নাৰীদেহ ব্যৱসায়ত জড়িত শিক্ষক : ছাত্ৰীক চালান দিবলৈ গৈ পৰিল আৰক্ষীৰ জালত

নাৰীদেহ ব্যৱসায়ত জড়িত শিক্ষক : ছাত্ৰীক চালান দিবলৈ গৈ পৰিল আৰক্ষীৰ জালত

4 years ago
মংগলৰ স্থান সলনি, জিলিকিব এই ৩ ৰাশিৰ ভাগ্য!

মংগলৰ স্থান সলনি, জিলিকিব এই ৩ ৰাশিৰ ভাগ্য!

39 minutes ago
ব্যক্তিগত খণ্ডৰ কৰ্মচাৰীৰ বাবে গুৰুত্বপূৰ্ণ খবৰ, জানক এই ৫টা বৃহৎ UPDATE

ব্যক্তিগত খণ্ডৰ কৰ্মচাৰীৰ বাবে গুৰুত্বপূৰ্ণ খবৰ, জানক এই ৫টা বৃহৎ UPDATE

58 minutes ago
‘হলীউডৰ ছুপাৰষ্টাৰ টম ক্ৰুজৰ মোৰ প্ৰতি আছে ক্ৰাছ’- মল্লিকা শ্বেৰাৱট

‘হলীউডৰ ছুপাৰষ্টাৰ টম ক্ৰুজৰ মোৰ প্ৰতি আছে ক্ৰাছ’- মল্লিকা শ্বেৰাৱট

1 hour ago
স্বাধীন স্ব-ঘোষণাৰ পিছদিনাই বলুচিস্তানত পাকিস্তানৰ এয়াৰষ্ট্ৰাইক

স্বাধীন স্ব-ঘোষণাৰ পিছদিনাই বলুচিস্তানত পাকিস্তানৰ এয়াৰষ্ট্ৰাইক

2 hours ago
‘এয়া প্ৰতাৰণা নহয়, এয়া প্ৰেম’ কিয় ক’লে গোবিন্দাই?

‘এয়া প্ৰতাৰণা নহয়, এয়া প্ৰেম’ কিয় ক’লে গোবিন্দাই?

3 hours ago
IPLৰ কোন কোন ক্ৰিকেটাৰ ধ*ৰ্ষণৰ অভিযোগ অভিযুক্ত?

IPLৰ কোন কোন ক্ৰিকেটাৰ ধ*ৰ্ষণৰ অভিযোগ অভিযুক্ত?

4 hours ago
ভাৰতৰ পৰা ৰাছিয়ালৈ চলিব ৰে’ল! পাকিস্তান হৈ পাৰ হ’ব সম্ভাব্য পথ!

ভাৰতৰ পৰা ৰাছিয়ালৈ চলিব ৰে’ল! পাকিস্তান হৈ পাৰ হ’ব সম্ভাব্য পথ!

5 hours ago
ঘৰ নিৰ্মাণৰ বাবে কোনবিধ ইটা আটাইতকৈ ভাল?

ঘৰ নিৰ্মাণৰ বাবে কোনবিধ ইটা আটাইতকৈ ভাল?

5 hours ago
উজবেকিস্তানৰ পৰা যুৱতী সৰবৰাহ, পৰিচয় গোপনে ৰাখিবলৈ যুৱতীসকলৰ প্লাষ্টিক ছাৰ্জাৰী!

উজবেকিস্তানৰ পৰা যুৱতী সৰবৰাহ, পৰিচয় গোপনে ৰাখিবলৈ যুৱতীসকলৰ প্লাষ্টিক ছাৰ্জাৰী!

6 hours ago
বান সাহায্য! ৭২টা বিশেষ বেংক একাউণ্টৰ ওপৰত শেন-দৃষ্টি চৰকাৰৰ

বান সাহায্য! ৭২টা বিশেষ বেংক একাউণ্টৰ ওপৰত শেন-দৃষ্টি চৰকাৰৰ

7 hours ago
পাকিস্তান-তুৰ্কী-চৌদি আৰৱৰ নতুন চুক্তি! ভাৰতৰ বাবে এয়া ভয়ংকৰ ভাবুকি!

পাকিস্তান-তুৰ্কী-চৌদি আৰৱৰ নতুন চুক্তি! ভাৰতৰ বাবে এয়া ভয়ংকৰ ভাবুকি!

7 hours ago
আজি মেষৰ পৰা মীনলৈ কোনটো ৰাশিত কেনে প্ৰভাৱ?

আজি মেষৰ পৰা মীনলৈ কোনটো ৰাশিত কেনে প্ৰভাৱ?

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, August 12, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

নাৰীদেহ ব্যৱসায়ত জড়িত শিক্ষক : ছাত্ৰীক চালান দিবলৈ গৈ পৰিল আৰক্ষীৰ জালত

editor by editor
April 7, 2022
in অপৰাধ, অসম
0
নাৰীদেহ ব্যৱসায়ত জড়িত শিক্ষক : ছাত্ৰীক চালান দিবলৈ গৈ পৰিল আৰক্ষীৰ জালত
0
SHARES
231
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

সোণতলীৰ পৰা নয়ান আলীঃ দক্ষিণ কামৰূপৰ জোৰশিমুলীত চাঞ্চল্যকৰ ঘটনা পোহৰলৈ আহিছে৷ শিক্ষকৰ দৰে পবিত্ৰ বৃত্তিত কালিমা হানি নাৰীদেহ ব্যৱসায়ত জৰিত হৈ পৰিছে এজন ভণ্ড শিক্ষক৷

এগৰাকী নাবালিকাক বিক্ৰীৰ উদ্দেশ্যে অপহৰণ কৰি লৈ যোৱাৰ পথত তহলদাৰী আৰক্ষীয়ে আটক কৰিলে ভণ্ড শিক্ষকসহ এজন যুৱকক৷ শিক্ষকসহ যুৱকজন সম্প্ৰতি জোৰশিমুলী আৰক্ষীৰ জালত৷

ঘটনাৰ বিৱৰণীৰ মতে ছয়গাঁৱৰ চৌধুৰীপামস্থিত হাজী আবেদ আলী হাইস্কুলৰ আৰবী বিষয়ৰ সহকাৰী শিক্ষক আনোৱাৰ হুছেইন নামৰ শিক্ষকজনে নিজ বিদ্যালয়ৰ নাবালিকা ছাত্ৰী এজনীক যুৱক এজনৰ প্ৰেমৰ জালত পেলাই বিয়াৰ প্ৰলোভন দি অপহৰণ কৰিছিল৷

লগতে পঢ়ক ২০২৪ত মোদী নে কেজৰিৱাল? কি ক’লে অৰবিন্দ কেজৰিৱালে?

পিছত শিক্ষক আনোৱাৰ হুছেইনে যুৱক আমজাদ আলীৰ সৈতে বহিঃৰাজ্যলৈ পঠোৱাৰ ব্যৱস্থা কৰিছিল৷ এই সমস্ত ঘটনাৰ উমান পাইছিল নাবালিকা ছাত্ৰীগৰাকীয়ে ৷

আৰবী শিক্ষক আনোৱাৰ হুছেইনে নাৰী ব্যৱসায়ীৰ লগত ফোনযোগে কথা বতৰা পতাত চিঞৰ-বাখৰ কৰিছিল নাবালিকা ছাত্ৰীগৰাকীয়ে৷

নিশাৰ ভাগত নাবালিকাগৰাকীক গুৱাহাটীলৈ নিয়াৰ পথত জোৰশিমুলী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া নৱজিৎ ডেকাৰ নেতৃত্বত যোৱা তহলদাৰী আৰক্ষীৰ দল এটাই ভণ্ড শিক্ষক আনোৱাৰ হুছেইনসহ যুৱক আমজাদ আলীক আটক কৰিবলৈ সক্ষম হয়৷

লগতে পঢ়ক সাৱধান হওক : দেশত পুনৰ বৃদ্ধি পাইছে কোভিড আক্ৰান্ত আৰু মৃতকৰ সংখ্যা

নাবালিকা ছাত্ৰীগৰাকীয়ে প্ৰদান কৰা ভাষ্য মতে আজি জোৰশিমুলী আৰক্ষীয়ে শিক্ষক আনোৱাৰ হুছেইনৰ লগতে যুৱক আমজাদ আলীক জিম্মাত ৰাখি জেৰা অব্যাহত ৰাখিছে৷

ইফালে শিক্ষকজনৰ সৈতে যুৱকজনক কাইলৈ জেল হাজোতলৈ প্ৰেৰণ কৰিব বুলি আৰক্ষী সুত্ৰে প্ৰকাশ কৰিছে৷

শিক্ষকৰ দৰে পবিত্ৰ বৃত্তিক তথা সমগ্ৰ শিক্ষক সমাজক কলংক হানি এনে নাৰী ব্যৱসায়ৰ দৰে নিকৃষ্ট কাণ্ড কৰাত লম্পট শিক্ষকজনক সৰ্বত্ৰে ধিক্কাৰ দিছে৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

IPLৰ কোন কোন ক্ৰিকেটাৰ ধ*ৰ্ষণৰ অভিযোগ অভিযুক্ত?
বিনোদন

IPLৰ কোন কোন ক্ৰিকেটাৰ ধ*ৰ্ষণৰ অভিযোগ অভিযুক্ত?

August 12, 2026
উজবেকিস্তানৰ পৰা যুৱতী সৰবৰাহ, পৰিচয় গোপনে ৰাখিবলৈ যুৱতীসকলৰ প্লাষ্টিক ছাৰ্জাৰী!
অপৰাধ

উজবেকিস্তানৰ পৰা যুৱতী সৰবৰাহ, পৰিচয় গোপনে ৰাখিবলৈ যুৱতীসকলৰ প্লাষ্টিক ছাৰ্জাৰী!

August 12, 2026
বান সাহায্য! ৭২টা বিশেষ বেংক একাউণ্টৰ ওপৰত শেন-দৃষ্টি চৰকাৰৰ
অসম

বান সাহায্য! ৭২টা বিশেষ বেংক একাউণ্টৰ ওপৰত শেন-দৃষ্টি চৰকাৰৰ

August 12, 2026
বিনোদন

গুৱাহাটীত অপেনাৰ ৰোহিতৰ ছিক্সাৰৰ বৰষুণ, ৫টাকৈ মাইলষ্টোন স্পৰ্শ

August 11, 2026
Next Post
এলিয়েনৰ সংস্পৰ্শত গৰ্ভৱতী হ’ল মহিলা! পেণ্টাগণৰ প্ৰতিবেদনত প্ৰকাশ

এলিয়েনৰ সংস্পৰ্শত গৰ্ভৱতী হ’ল মহিলা! পেণ্টাগণৰ প্ৰতিবেদনত প্ৰকাশ

উৰন্ত বিমানত মহিলা যাত্ৰীৰ সন্মুখতে হস্তমৈথুন যাত্ৰীৰ! কি হ’ল ইয়াৰ পিছত?

উৰন্ত বিমানত মহিলা যাত্ৰীৰ সন্মুখতে হস্তমৈথুন যাত্ৰীৰ! কি হ’ল ইয়াৰ পিছত?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.